উস্ কি এখন ধুনীয়া ঠাই // কভাৰ চং , ফটোগ্ৰাফিৰ বাবে মজা হ’ব

Пікірлер: 12

  • @ashimkumarmedhi
    @ashimkumarmedhi4 ай бұрын

    Well keep it up

  • @nazninbegum8676
    @nazninbegum86762 ай бұрын

    Bor bhal lagise

  • @bantimalik4209
    @bantimalik42094 ай бұрын

    ভিডিঅ'টো চাই ভাল লাগিল।

  • @RupaliGogoi-sq6pj
    @RupaliGogoi-sq6pj3 ай бұрын

    বৰ শিল যোবা দিনাই মোৰ দুখ 😔😌😔

  • @madhurimavlogs

    @madhurimavlogs

    3 ай бұрын

    Kio?

  • @assamfunnyandalsoabout6504
    @assamfunnyandalsoabout65044 ай бұрын

    Bor dhunia lagesa ❤❤❤

  • @dimbeswargogoi9576
    @dimbeswargogoi95764 ай бұрын

    সঁচাকৈয়ে কি আশ্চৰ্যকৰ প্ৰকৃতিৰ প্ৰতিটো সৃষ্টি !! মানুহো প্ৰকৃতিৰেই সৃষ্টি । মানুহো কম ধুনীয়ানে ? বৰশিল অপৰূপ । যেনিতেনি দৃষ্টিনন্দন ভাস্কৰ্য, সকলো যেন সুনিপুন শিল্পীৰ হাতেৰে খুদিত ! মানুহ আৰু বৰশিলৰ দৰে প্ৰকৃতিৰ বহু আছে অপৰূপ সৃষ্টি । কিন্তু সকলো নিৰ্ভৰ কৰে প্ৰকৃতিৰ শ্ৰেষ্ঠ প্ৰাণী মানুহৰ ওপৰত । মানুহে ইয়াৰ সৌন্দৰ্য সুধা পান কৰিব জনা নজনাৰ ওপৰত । মাধুৰিমাই জানিছে । পাৰিছে মাধুৰিমাই । ইমান মননশীল ৰূপত উপস্থাপন কৰিছে তেওঁ বৰশিলৰ বুকুত থকা সৌন্দৰ্য সম্ভাৰ !! জীৱনৰ ইটো-সিটোত যিদৰে তেওঁ মানুহক ৰূপান্তৰিত কৰি আহিছে শিল্পলৈ ।

  • @madhurimavlogs

    @madhurimavlogs

    4 ай бұрын

    🙏💞💞💞

  • @user-zi8dq6rb3f
    @user-zi8dq6rb3f4 ай бұрын

    Video sai val lagil

  • @lakhipriyaphukan2452
    @lakhipriyaphukan24524 ай бұрын

    B̊o̊h̊ůt̊ h̊ůn̊d̊o̊r̊ ❤❤

Келесі