উজনিৰ পৰা নামনিলৈ বানৰ সংহাৰী ৰূপ, বলিয়া বানে প্ৰাণ ললে ৩৫ গৰাকীকৈ লোকৰ

📌ৰাজ্যজুৰি বানৰ মহাপ্ৰলয়। বলিয়া বানে প্ৰাণ ললে ৩৫ গৰাকীকৈ লোকৰ। ৰাজ্যৰ ২৮খন জিলাৰ ১১ লাখ লোক ক্ষতিগ্ৰস্ত। সংহাৰী বানত সৰ্বস্বান্ত লোকৰ হাহাকাৰ। উজনিৰ পৰা নামনিলৈ বানৰ সংহাৰী ৰূপ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 14

  • @aparajitatamuli7273
    @aparajitatamuli727321 күн бұрын

    অসমীয়া জাতি জনগোষ্ঠী এনেদৰেই শেষ হৈ নাইকিয়া হৈ যাব যেন অনুভৱ হৈছে 😢❤,প্ৰতি বছৰে বছৰে এইদৰে ভুগি ভূগি 😢😢 এইয়াই নেকি জনপ্রতিনি ধিৰ সমাজৰ প্ৰতি কৰা উন্নয়নৰ নমুনা,বছৰ বছৰ ধৰি

  • @dipankarsarma7368
    @dipankarsarma736821 күн бұрын

    মামাৰ তলি উদং নিজকে নুকুলাই আমাক কেনেকৈ দিব

  • @ANJANA1324
    @ANJANA132421 күн бұрын

    বান আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি

  • @bhaitidoley5696
    @bhaitidoley569621 күн бұрын

    Aru bjp vote dibi

  • @urmideka2292

    @urmideka2292

    21 күн бұрын

    Ummmm paa mosola.

  • @yogiapurbanath4617
    @yogiapurbanath461721 күн бұрын

    Akow abar modi sarkar...paa moja tu...😂😁😁😁😀😀

  • @MaoBourah
    @MaoBourah21 күн бұрын

    Banpamit laznokoreb had pen pindhok mekhela donngtkoi

  • @PM-gw1ou
    @PM-gw1ou20 күн бұрын

    মঠাউৰিবোৰ উঠাই দিব লাগে। তেতিয়া এনেকুৱা অৱস্থা নহয়।

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq20 күн бұрын

    😂😂

  • @joshnaray3117
    @joshnaray311719 күн бұрын

    কুনে কি কৰব ওপৰৰ মালে লেকচাৰ জে মাৰি থাকে বান পানী বোধ কৰাব নোৱাৰে নিকি

  • @kanikabarman4406
    @kanikabarman440621 күн бұрын

    Barun devotak Puja korani aru

  • @user-eg6zg6mx7g
    @user-eg6zg6mx7g21 күн бұрын

    Aitu fokotia...

Келесі