Tumi nohole - Namrata Kashyap | Kamal Lochan | Barsha Borah | Trion Mahanta | Assamese video 2020
Музыка
♬ AUDIO CREDITS ♬
Lyrics & Composition : BARSHA BORAH
Vocal : NAMRATA KASHYAP
Music Arranged by : TRION MAHANTA
Sitar : SUBHANKAR HAZARIKA
Guitar : TRION MAHANTA
Tabla and Percussion : RAJA BARUAH
Sound Design : ARNAB BASHISTHA
Mix and Mastering, Recorded by : PINKU DAS @RedAV
Additional Lines (Poetry) : NAMRATA PRIYAM, TRION MAHANTA, BARSHA BORAH
Additional Voice: KAMAL LOCHAN
▣ VIDEO CREDITS ▣
Cast : KAMAL LOCHAN, NAMRATA KASHYAP, TRIBENI GOGOI, JYOTISMRITA SARMA, SIMANTA KALITA
Special Appearance : PRAMOD KALITA, SUBHANKAR HAZARIKA, BARSHA BORAH, UDDIPTA PRATIM KASHYAP, NAGEN BORDOLOI
Concept & Direction : PRANAB BHARALI
Director of Photography : PAPU DEKA
Editing & Color : UDDIPTA KUMAR BHATTACHARYYA @BLUE RAAGA AUDIO VISUAL
Make-up : BISWAJIT KALITA
Make-up Assistant : BABLU BAISHYA
Camera Unit : DEBASISH PRAN KRISHNA BORA
Gaffer : ROHINI KANTA BASUMATARY
Light : PRANJIT HALOI
Photography : ASHISH SAIKIA @NATURAL LIGHT STUDIO
Poster Design : ABHIJIT LASKAR, KAUSHIK PRATIM BORA
Calligraphy : ANUP DUTTA
Production Manager : NISHIRANJAN K MALLIKA, SIMANTA KALITA
MUSIC LABEL - DHWANI RECORDS
© 2020 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR KZread CHANNEL - / dhwanirecords
Пікірлер: 1 800
Anyone 2024 ???
@axomgaming2861
4 ай бұрын
M 2024 March 21
@BichitramoutVivaanagasty-mw4qy
4 ай бұрын
Hum
@ytmusiceditz9276
4 ай бұрын
Yes ofcourse ❤
@poridas2313
4 ай бұрын
Umm 26march❤
@dhirajviewsthroughnature76
4 ай бұрын
27 march
কাৰোবাক পাই হেৰুৱাৰ বেদনাতকৈ, পোৱাৰ আশাত বিলিন হোৱাৰ মাদকতাই সুকীয়া। এবাৰ ভাবাছোন, একেখন আকাশৰ তলতেই থকা জোন আৰু বেলিৰ কথা, নিলগে যদিও, সদায় যে আপোন। Best part ❤️🔥.
@PratyashaPriyam
2 жыл бұрын
❣️
@miss____ruhiiee
Жыл бұрын
Yes
@dhirendeka5390
Жыл бұрын
Absolutely right brother
@makeupartistkashmiri2317
Жыл бұрын
একেবাৰে সঁচা
@bijitkdas3834
Жыл бұрын
Absolutely right ❣️
আজিলৈ কিমান বাৰ শুনিছোঁ হিচাপ নাই ।সকলো দিশ সুন্দৰ হৈছে । তৰালী শৰ্মা বুলিয়েই ভাবিছিলোঁ প্ৰথম ।
*কমল দা মানেই হিট ❤️* *তেওঁ অসমীয়া চিনেমাৰ ৰূপটোৱেই সুন্দৰ কৰি তুলিছে।এক নতুন ৰোমান্টিক ফিল এটা আনিব পাৰে কমল লোচন এ।তেওঁৰ জীৱন সুন্দৰ হওঁক। গায়িকা জনীয়ে ইমান সুন্দৰ কন্ঠ নিগৰাইছে। কোনোবা খিনীত তেওঁ ৰূপে কণ্ঠই তৰালী শৰ্মাৰ দৰে দেখাইছে। বৰখাৰ ৰুনযুন শব্দৰ লগত মিলিছে তেওঁৰ কন্ঠ।অসমৰ কেঁচা মাটিৰ গোন্ধ আছে কমল দ্বাৰ অভিনয়ত,আৰু গায়িকা গৰাকীৰ কণ্ঠত। ধন্যবাদ।* *জয় আই অসম ❤️❤️❤️❤️*
@ankitavlogs78
5 ай бұрын
😊
@nijarasaikia4625
4 ай бұрын
❤
প্রতিটো শব্দই চুই গৈছে ❤ পাই হেৰুৱাৰ বেদনা কি হেৰুৱা জনেহে বুজি পাই😊
@prit8894
3 ай бұрын
Rite 😢😢😢😢
Found Tarali Sharma baa somewhere in your voice 💐
মোৰ পাগলী জনী নো ক'ত হেৰাল🌚🥺 বৰষুণ মোৰ ভয় নালাগে ভালপোৱা বৰষুনটো তিতিছো আৰু বিচ্ছেদৰ বৰষুনটো❤🥺 মানুহ লাগিলে cm এ হওক বা পথৰ ভিখাৰী হৃদয় খন কিন্তু একেই দুখ সকলোৰে লাগে🥺❤
@pijushdas1398
Жыл бұрын
Dukh nokorbi vai , akou pabi
@Adityadeka6
Жыл бұрын
Aiohh
"মৰহিব সপোনবোৰো তুমি নহ'লে" this is line uff.....💓🥀
খুব ধুনীয়া কণ্ঠ দে, মই টো ইমান দিনে এইটো গান তৰালি শৰ্মা বাৰ বুলি ভাবিছিলো ❤️
@chokhingwakhet7560
11 ай бұрын
❤
@Pankaj_Prateem
10 ай бұрын
Moiyu😛
তেওঁ - মই নহলে নো কি হব🙂 মই - 'মৰহিব সপোনবোৰো তুমি নহ'লে' 'ভাঙি যাব হৃদয়খনো তুমি নহ'লে 😔
গোটেই পৃথিৱীৰ অভিধান খুচৰি বিচাৰি নাপাম আপোনাৰ কণ্ঠৰ অনুভূতিক বুজাবলৈ এটি শব্দ । ❤
@namratakmusic
3 жыл бұрын
বহুত ধন্যবাদ 🤗🤗🤗
Lgr ajoni r link tu pothaisil moi monot e bhabilu thut sala aji Kali r gaan hune nk.. Aku ortho Nuhua.. Kintu khuli salu Atia 100 bar r uprt huni e asu sage.. Bohut val lagise 💓
কোনোবা খিনিত তৰালী শৰ্মা বা ৰ মাতৰ লগত মিলি গৈছে । সুন্দৰ কথা সুন্দৰ গান। 👌👌
@bhaskarzyotee6240
3 жыл бұрын
Right..even i was checked the description to know the singer's nm😀
@nayaNBhatta.24
3 жыл бұрын
Same here
@davidgogoi
3 жыл бұрын
Moiu check korisu
@jharnasarma
3 жыл бұрын
Same here
@saved_videos
3 жыл бұрын
Hmmmm.....
গানটো, গানৰ দৃশ্য সমূহ, পোছাক সকলোৱেই ব্যতিক্ৰমী । খুব ভাল লাগিল । মাজৰ ডায়েলগটোৱে হৃদয় চুই গ'ল।কণ্ঠ তৰালী শৰ্মা বা ৰ লগত সাদৃশ্য বিচাৰি পালোঁ। আৰু কমল লোচন দাদা তেওঁ অনন্য সদায়েই😍😍😍
ইমান ধুনীয়া কণ্ঠ,,,তৰালী শৰ্মা বাৰ দৰে,,, কিমান বাৰ শুনিছোঁ এই গীতটো তথাপিও হেপাহে নপলায় দেখোন,,♥️♥️♥️
@namratakmusic
3 жыл бұрын
❤️❤️❤️
প্ৰথম শুনি একেবাৰে তৰালি শৰ্মা বুলিয়ে ভাবিছিলো । দুবাৰ মান শুনাৰ পিছতহে গম পাইছো । বহুত ধুনীয়া ।
@namratakmusic
3 жыл бұрын
Thank you 🤗
বৰ মিঠা... কন্ঠ,শব্দ,সুৰ... লগতে কাহিনী আৰু এটা হেৰুৱাই দিয়াৰ আৱেগ। নতুনত্ব বহণ কৰিছে....
👏👏👏👏👏khosakoi bobut val lagise. very nice voice..... Morohibo xopun bur tumi nhle
ভাঁহি আহে দুনয়নত তোমাৰেই স্মৃতি আধা লিখা যি ভালপোৱা জানো চা তুমি মোৰ আভা ভাগৰুৱা হেপাহেৰে আজিও জিপাল মৰম ❤
অতি 🎉 সুন্দৰ,,,,,, অতি সোনকালেই নতুন শুনিবলৈ পাম নিশ্চয়,,, শুভেচ্ছা থাকিল ❤❤❤
Bohut bohuttt bohuttttttt dhunia geet. Lyrics.... Music..... Khubbbbbei vaal loga.rare song
❤❤❤❤বিচাৰি পাইছোঁ নিজকে এই গানটোত ' বহুত ভাল লাগিল ❤ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গানটোৰ লগত যৰিত থকা সকলোকে 🙏🙏🙏
নাজানো এই গানটো মই কিমানবাৰ শুনিলু....যিমানে শুনি থাকু সিমানেই কিবা নতুনত্ব বিছাৰি পাওঁ...গানটোৰ মাজত..😍খুব প্ৰিয় মোৰ❤❤❤❤❤❤❤❤❤
ভাষা নাই আৰু কিবা কোৱাৰ😍😍শুনিয়ে থাকিব মন যায় চোন..best concept best singing best lyric best music waw just waw
@namratakmusic
3 жыл бұрын
Thank you so much
@rumitapegu3234
12 күн бұрын
@@namratakmusic😅
আধা লিখা যি ভালপোৱা❣️ জানোচা তুমি বুলাবা🥰 ভাগৰুৱা হেঁপাহেৰে😍 আজিও জীপাল মৰম..💞.. গানটোৰ আটাইতকৈ ভাল পোৱা লাইন কেইটা❣️ .................................. বহুত আশাৰে লৈ আছিলো গানটোলৈ... বহুত বেছি ভাল লাগিল গানটো পাই।
@barshaborahofficial7550
3 жыл бұрын
Thankyou
@artist37
3 жыл бұрын
@@barshaborahofficial7550 স্বাগতম ❣️
@artist37
3 жыл бұрын
@@manshigogoi61 aioo dehi ako log palu.. comment...ot ne😁💓💓💓💘
@sabitaborah668
3 жыл бұрын
😍😍
সচাকৈ তৰালী শৰ্মা বা ৰ লগত মিল আছে ।।।। বহু মিঠা কণ্ঠ ❤️❤️❤️❤️
হৃদয় চুই যোৱা গীত আৰু ভিডিওটি❤❤ বৰ ভাল লাগিল ☺
Her voice resembles the voice of @Tarali Sharma baa❣️
@manishaborah6989
2 жыл бұрын
I too agree with you.
@jonalikalita8818
2 жыл бұрын
Akebare Moi o mat khuni vabisilo
@djbflute1397
2 жыл бұрын
Umm hoi
@shubhankarbanerjee1646
2 жыл бұрын
Exactly.
@himangshutamuly9882
2 жыл бұрын
Exactly 💜💜
Karubak pai heruar bedonat koi puar aaxhat bilin huar madokotai xhukia...!!! Kamal daa tumar voice tu o iman dhuniya reh..!!! ❤️❤️
অতি সুন্দৰ❤️❤️❤️ বহুত বহুত ধূনীয়া গীত❤️❤️❤️ Nice Coreography👍👍👍
❤❤❤ xoadai sau bohubar saisu xodai ek notun onuvuti ...❤❤love kamal sir ❤❤❤
ইমান ধুনীয়া কেনেকে গাব পাৰে মানে🥺হৃদয় চূই গল☺🌺
@namratakmusic
9 күн бұрын
Thank you ❤
Gaantu atiale 400 times hunilu sage... Eman besi morom loga gaantu... Eman besi dhuniya.. ❤ Thanks for this beautiful song.... ❤️❤️❤️❤️
@namratakmusic
3 жыл бұрын
❤️❤️❤️
@barshaborahofficial7550
3 жыл бұрын
Thankyou
Eman modhur gan ti.. Kiman bar j hunisu.. Hepah sun nopolai ... Lyrics 😍 Voice ❤
"herai jabo nidiba na.........."is an emotion ❤
কিমান যে শুনিছোঁ অ' ☺️ এবাৰ শুনিবলৈ ল'লে ,দুবাৰ কৈ শুনা হয়🥰😍
@bilkisahmed948
Ай бұрын
Same moiu bht bar khuisu
গানটোৱে সচাই হৃদয় ষ্পৰ্ষ কৰি গৈছে.....সুন্দৰ সংগীত শৈলীৰে গানটি সচাই বহুত সুন্দৰ হৈছে........মোৰ জীৱনৰ বহু মূহুৰ্ত এই গানটিত সোমাই আছে
Gantu Bohut Dhuniya 🙂.Miss korisu bohut besi💙✨ .....Kiba mili goise bohout ❤️
Dhuniya composition, dhuniya music... Lyrics dhuniya.... Voice aru acting o dhuniya hoise... Gaan r feel tu ahise video tut...best wishes thakil gotei team tuk... Enekuwa bhal gaan aru lage...❤️❤️❤️🔥🔥🔥
এনেকোৱা গানবোৰ খোবেই প্রিয় আৰু এটা কথা গানটিৰ কোনোবা খিনিত যেন তৰালিবাৰ সেই মধুৰ সুৰটো শুনিবলৈ পালো,বহুত বেছি ধুনীয়া গানটো,সুৰ আৰু তালৰ কি অপুৰ্ব মিলন গানটিৰ🙂❤
@namratakmusic
3 жыл бұрын
Thank you 🤗
Bohut dhunia Namrata❤️❤️❤️...n Kamal da u always rock❤️
খুব সুন্দৰ লাগিল শুনি..কাণত তিলমানো কষ্ট অনুভৱ নকৰিলো..তাতে ৰাজা দাৰ তাবলা উহঃ
তৰালী বা যেন ভাৱ আহি গল । ধুনীয়া হৈছে
Uff voice ,,,🥺❤️ দিনটোৰ শেষত মনৰ শান্তি বিচাৰি গানবোৰে মোৰ লগৰি 😊🙂
আৰে তৰালী শৰ্মা!!! কি অদ্ভুত শৰ্মাৰ দৰে আপোনাৰ মাততো একেবাৰে একে।
কোনোবা খিনিত তৰালী শৰ্মা বাৰ কন্ঠেৰে গানটো শুনি থকা যেন অনুভৱ হল,,বৰ ধুনীয়া কন্ঠ লগতে concept টো খুব সুন্দৰ ।।
Nice...gantu suni bhut vl lagee...logoty kamal dar acting uffff❤️❤️❤️
"ভাঙি যাব হৃদয়খনো তুমি নহ'লে"........ ইমান ভাললগা ...... মাত্ৰ আৱেগেৰে....... 💗💗💗💗💗🥀
@chamsaikia1838
2 жыл бұрын
Onubhob❤️
গানতো শুনি আমনি নালাগে। ইমান মিঠা কন্ঠ;ইমান সুন্দৰ😍😍🙏🙏আগলৈ যেন আৰু ভাল গান শুনিবলৈ পাওঁ
My bad luck heard such a masterpiece after 2 years.... Seriously if eyes are closed feels like legendary Tarali Sharma's voice. Good luck Namrata
এনেকুৱা গান শুনিলে ভাগৰুৱা মনবোৰ আকৌ সজীৱ হৈ উঠে । কি কম ভাষা নাই । ইমান ধুনীয়া সুন্দৰ এটি গান ।
@namratakmusic
3 жыл бұрын
Thank you so much 🤗
হৃদয়স্পর্ষী গীত ! এক্কেবাৰে তৰালী শৰ্মাৰ দৰে কণ্ঠ ! অযুত অভিনন্দন জনালোঁ ! বহুকেইবাৰ শুনিলো ! এক অসাধাৰন আমেজ আছে গীতটোত ! গাম্ভীর্যতা,সাৱলীতা আৰু মাদকতাৰ এক যুগলবন্দী পয়োভৰ জাগি উঠিছে !
@namratakmusic
3 жыл бұрын
বহুত ধন্যবাদ 🤗🤗🤗
As sweet as Tarali Sharma's "ahiba tumi dupor nikha" song..very sweet voice..
Love love love this song ❤️❤️❤️❤️ ১০০ বাৰ শুনিছোঁ , শুনিয়ে আছোঁ..…🍁
ধূতি পিন্ধা দেখি বহুত ভাল লাগিল। এইটো এটা trend ত পৰিণত হওঁক।
হৃদয় চুই যোৱা গান....মনৰ নোকোৱা কথাবোৰ এনেকুৱা গানবোৰে নিজে নিজে প্ৰকাশ কৰি দিয়ে।মন ভাল লাগি যায় যেতিয়া শুনো।
ইমান সুন্দৰ কথা সুৰ আৰু কণ্ঠ বাৰে বাৰে শুনি থাকিব পাৰি ।অন্তৰভৰি আশীৰ্বাদ আগুৱাই যোৱা
@namratakmusic
3 жыл бұрын
Thank you 💚❤️
তুমি নাই আজি কাষত কিন্তু আজিও বিলীন তোমাতেই মই এই গানটোৱে তোমাক আজিও ৰাখিছে মোৰ মনৰ মাজতে..
@abja116
Жыл бұрын
✌️
@miss____ruhiiee
Жыл бұрын
Ouu 😭 muru hoi paise anakuya😭😭
Ohh my God eman Dhunia gaan miss kori asilu... Bohut bohut val lagil 💕💕💕💕
@namratakmusic
3 жыл бұрын
Thank you 🤗
খুব ভাল লাগিল ,, যিমান শুনিলেও আমনি নালাগে ,,, ধন্যবাদ ইমান ধুনীয়া গীত এটি আমাক উপহাৰ দিয়া বাবে
বহুত বহুত ....................................... ভাল লাগিলে মন ভাল লগা শব্দৰ সুৰ ... জিপাল হৈ উঠিছে.... গাৰ নুম শিয়ৰী উঠা... কমল দাৰ দুটি ওঠৰ প্ৰতিটো শব্দ... বিলিন হৈ গৈছো গীতটিৰ সুৰে সুৰে... কমল দা তুমি 🔥💗💖💝😍🥰🥰😍😍
@barshaborahofficial7550
3 жыл бұрын
Thankyou
@anupriyaYein
3 жыл бұрын
@@barshaborahofficial7550 welcome ba🥰
অসমীয়া গানৰ এটা নতুনত্ত্ব প্ৰকাশ পাইছে নতুন ধাৰণাৰে । হৃদয় চুই যোৱা অনুভৱ আৰু কণ্ঠ ।
My favourite song ❤❤😊
Emn hundor gan amak agborhuwar babe thank you ❤️💙
কণ্ঠটোত তৰালি বাৰ কণ্ঠটো বিচাৰি পালোঁ৷ ইমান ধুনীয়া কণ্ঠ৷ কথা, অভিনয় সকলো মন চুই যোৱা৷ হেঁপাহ নপলোৱা শুনি শুনি চাই চাই৷
@misstaru8888
Жыл бұрын
Hoi
@mousumigogoi8426
Жыл бұрын
Hoi
Lyf is going throu same way as ur song ..broght tears to my eyes ...filled my hrt wid lods of loads n really touched to dis song ...kimn baar hunilu nije njnu ..luved it beyond
আধা লিখা যি ভালপোৱা....এইখিনিয়ে কলিজা চুই গৈছে৷নম্ৰতা বৰ সুন্দৰ হৈছে গানটো৷
@namratakmusic
3 жыл бұрын
বহুত ধন্যবাদ আপোনাক 🤗🙏
Herai jabo nidibana, andhar ahibo vahi jana.. Iffff❣️
How can someone dislike such a beautiful song?? So many of them...
@nasaraly3893
3 жыл бұрын
Tumar karone he beautyful😂
i have never felt a song like dis n da scene of going to mall with ur gd wearing/keeping the traditional dhoti toucheed me the most....much love n wishes to kamal da n team....respect🙏
Bhut hundor hoise moi hodai hunu.. Mojaaa👌👌
ধুনীয়া সুৰ, কথা। লগতে বাইদেউ জনীৰ মাত মৌৰ দৰে। সাংঘাতিকভাবে গীতটিৰ প্ৰেমত পৰি গৈছো।।
Thank you so much everyone.. Much love to everyone ❤️❤️❤️
@Extman
3 жыл бұрын
awsome voice
@bhabanahazarika1748
3 жыл бұрын
বা গানটো মোৰ খুব প্ৰিয়..আপোনাৰ কণ্ঠ সঁচাই খুৱ ধুনীয়া
@sujata15164
3 жыл бұрын
Awesome voice 🔥 Mur favourite song❤️
@bhaskardeu4057
3 жыл бұрын
বা আপুনি ইমান ধুনীয়া Feel দি গাইচে গানটো... কি কম... Anytime শুনি থাকোঁ, কেতিয়াওঁ আমনি নালাগে... আপোনাৰ মাতটো খুব সুন্দৰ... এনেকুৱা গান আৰু পাম বুলি আশা কৰিলো... Frm Bhaskar Jyoti Nath Mangaldoi 6000526315
@jyotiprasadhandique7910
3 жыл бұрын
U have a very beautiful voice, looking forward for many such songs
Torali baar nisina lagise......❤️❤️❤️
এক সুন্দৰ কণ্ঠ একেবাৰে হিয়াত লাগি গৈছে ,,,তাত আকৌ কমল দৰ অভিনয় উফ ❤️❤️❤️ ভাষা নাই বুজাবলৈ । বহুত ভাল লাগি গৈছে মনটো এ।।।💞💞💞💞💞💞
Lines : কাৰোবাক পাই হেৰুৱাৰ বেদনাতকৈ পোৱাৰ আশাত বিলীন হোৱাৰ মাদকতাই সুকীয়া || 💞
Bohut bohut bohut besi val lgil gaan tu.. U r awsome dr god blss u alwz...😍
@DEBRAJGolaghat
3 жыл бұрын
😊
Huni a thaku hodai bt hodai new experience..really amazing
হিয়া ভৰি গ'ল। সুন্দৰ কণ্ঠ। সুন্দৰ সংগীত। সুন্দৰ ভিডিঅ’।❤❤নম্ৰতা।
Simply mojjaaah... Awesome hero and a sweet girl in a sweet story 😍😍😍
Komol dada bohut val hokolua jana iman val
Yes... Size doesn't matter.. M touched
শুনি শুনি আমনি নলগা এটি গীত যিমান শুনি থাকিলেও মন নভৰে ❤️ এই গীত টিয়ে সদায় মনত বিশেষ স্থান লাভ কৰে 🌚💌
@namratakmusic
9 күн бұрын
বহুত ধন্যবাদ ❤
I'man dhuniya hoise Gaan tu...💕💕💕💕 Kudos to the entire team... And Kamal Lochan..what a brilliant actor🤗💕
অতি সুন্দৰ কন্ঠ.... গীতটি শুনি ভাল লাগিল ...❣️❣️❣️
Bhut val lage komoldaak 😘😘😘
Xosa Bohut morom loga gam ❤️ fabulous outstanding awesome 😊
খুব ভাল হৈছে সকলো দিশ ,কমল লোচন জুই ।
বৰ সুন্দৰ গীত, বহুবাৰ শুনিলোঁ ৷ অসমীয়া গীতে দিশ সলাইছে, ভাল লাগিছে ৷
গানটো মই বাৰে বাৰে শুনিছো....অতি সাৱলীল গীতৰ কথা আৰু সুন্দৰ কন্ঠ
Bohut hundr anekua gan lage fully relex
বহুত ধুনীয়া ধুনীয়া নুশুনাকৈ আছো মই😭 বৰ ভাল লাগিল গানতো
কবলৈ একো ভাষা নাই পোৱা,মাত্ৰ সুমধুৰ কন্ঠই মোক বলিয়া কৰি পেলালে।❤️❤️❤️
মাতটো অলপ তৰালী বাৰ দৰে। বিৰাট ধুনীয়া গান
Iman dhuniya love story dekhaise.... Kaash mur lyftu hua hole... Kaash moiyu kunuba agorarik palu hoi june muk iman bhal pale hoi.... Just imagination... Neways much love to namrata kashyap, kamal losan n barsha
Khub bhl lgil gantu. Suni suni amoni lga ni😍😍😍
অলপ তৰালী শৰ্মাৰ দৰে কণ্ঠ যদিও নম্ৰতা কাশ্যপৰ কণ্ঠৰো সুকীয়া মাদকতা এটা আছে গীতটোত । দুয়োগৰাকীয়ে প্ৰিয় 💚💚💚
Aji hunisu gaantu ❤❤❤💝😘😍
Gan tor premt bare bare paru.. imn dhuniya... Lyrics or lgt voice to mili goici.. nice song 👍👍
@namratakmusic
3 жыл бұрын
Thank you so much ❤️
ইমান সুন্দৰ সংগীত শুনি থাকিলে হেপাঁহ নপলাই
@namratakmusic
9 күн бұрын
Thank you ❤