তেজপুৰত পৰকীয়া প্ৰেম ৷ মহিলাসমিটিৰ সহযোগত পত্নীে হাটে লুতে ধৰিলে প্ৰেমিক প্ৰেমিকাক . . . .

Пікірлер: 20

  • @sureshchandraray50
    @sureshchandraray50Ай бұрын

    Living together আইনখন বন্ধ কৰিব লাগে। সকলোৱে আইনখনৰ বিৰোধিতা কৰক।

  • @ParishmitadasParishmitad-ld1lx
    @ParishmitadasParishmitad-ld1lx11 күн бұрын

    I proud is the decision your mem

  • @balendas4259
    @balendas4259Ай бұрын

    নাৰী অৱলা । তোৰ ঘৈণীয়েৰাও বৰ ধুনীয়া । কিহে পাইছে তোক আনৰ মহিলাক নিজৰ বুলি ভাবিব । তোৰ বাতচাও আছে । নাপায় এইবোৰ কৰিব । মাতৃবৎ পৰদাৰেসু । আনৰ পত্নীক মাতৃ বুলি সন্মান কৰিব লাগে । ছিঃ ছিঃ বেয়া কথা । তিৰীটোক অৰ্ধাঙ্গিনী বুলি কয় বান্ধৈ ।

  • @navabora9489
    @navabora948925 күн бұрын

    Living together বা extra marital affair আইনখনৰ গইনা লৈ এইবোৰ কৰিবলৈ সাহ পাই। এই আইনখন বন্ধ নহলে এনে ঘটনা ভাতৰ লগত পানী খোৱাৰ দৰে হব। মানে হয়ছেই

  • @palashpratim2809
    @palashpratim28093 ай бұрын

    আপোনাৰ নিচিনা মানুহৰ লগত যেন ঈশ্বৰ বা নেদেখাজনে final destination কৰি দিয়ে !💀💀💀💀💀💀। 🪔👁️⏳😎

  • @jeenalekharubora1190
    @jeenalekharubora1190Ай бұрын

    মহিলা গৰাকীৰ মুখখন ভালকেহে দেখাব লাগে। তেতিয়াহে বাকীবোৰে তেনে কাম কৰিব ভয় খাব।

  • @puspadhardowarah1932
    @puspadhardowarah193228 күн бұрын

    পৰকীয়া প্ৰেম বৰ বেছি হৈছে। এইলোক মিঞা নেকি বাৰু?None Miyan মিঞা বোৰে অলপ ভাবি চাইছেনে? মিঞাক হাহোতে হাহোতে বেমাৰ টো কালৈ সোচৰিছে ?মই কোনো"সম্প্ৰদায়; ধৰ্মক লৈ সমালোচনা নকৰো;আনে"কৰিলেও সহ্য নহয়!বেয়াৰ জাত নাই;ধৰ্ম"নাই।বেয়া মানুহে ধৰ্ম;ঈশ্বৰলৈ ভয়ো নকৰে।প্ৰায়বোৰ বেয়া কাম"শিক্ষিত মানুহেই কৰে।অশিক্ষিত;হোজা;চহালোকে খুব কমেই কৰে।

  • @karabikakati1457
    @karabikakati145713 күн бұрын

    Rinkyr parlour ase neki baru?

  • @MerijaBegum-oc5jl
    @MerijaBegum-oc5jl26 күн бұрын

    C c ai bolak kam belegehe kore .laj kt atia ki hb .

  • @hargobindasarma100
    @hargobindasarma1003 ай бұрын

    দুই নম্বৰৰ মহিলা গৰাকীৰ মুখ কিয় দেখোৱা নাই?

  • @assam2006
    @assam20063 ай бұрын

    মিয়া নহয় তাৰমানে

  • @priyompriyabora5362

    @priyompriyabora5362

    2 ай бұрын

    Miya mane

  • @jahangirmondal3354

    @jahangirmondal3354

    17 күн бұрын

    ​@@priyompriyabora5362hokolu beya kam mane miya - geda -Muslim.

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659Ай бұрын

    ভণ্ড। তই পত্নী ল'ৰাৰ দায়িত্ব লব লাগিব

  • @bhadreswarbora2330
    @bhadreswarbora2330Ай бұрын

    বেয়া কাম কৰিছে মুখ খন কিয় ঢাকিব লাগে

  • @sewalihazarika7125
    @sewalihazarika712522 күн бұрын

    maikijnk mukh khan dakhiy diyuk prem kribo jne

  • @DHONKULI-we7wg
    @DHONKULI-we7wg20 күн бұрын

    Bohud jane sosma joni kla

  • @balendas4259
    @balendas4259Ай бұрын

    নাৰী অৱলা । তোৰ ঘৈণীয়েৰাও বৰ ধুনীয়া । কিহে পাইছে তোক আনৰ মহিলাক নিজৰ বুলি ভাবিব । তোৰ বাতচাও আছে । নাপায় এইবোৰ কৰিব । মাতৃবৎ পৰদাৰেসু । আনৰ পত্নীক মাতৃ বুলি সন্মান কৰিব লাগে । ছিঃ ছিঃ বেয়া কথা । তিৰীটোক অৰ্ধাঙ্গিনী বুলি কয় বান্ধৈ ।

Келесі