তেজপুৰৰ জীয়ৰী দাক্ষিণাত্যৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ! নিজ গৃহত উপস্থিত হৈ আবেগিক অভিনেত্ৰী

তেজপুৰৰ জীয়ৰী দাক্ষিণাত্যৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ! নিজ গৃহত উপস্থিত হৈ আবেগিক অভিনেত্ৰী কায়াদু লোহাৰ
চাওক EXCLUSIVE সাক্ষাৎকাৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 223

  • @lachithazarika1142
    @lachithazarika11422 жыл бұрын

    আপোনাৰ ভবিষ্যত উজ্জ্বল হোৱাটো কামনা কৰিলোঁ। কিন্তু এওক অসমৰ জীয়ৰী হিচাবে চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। কাৰণ তেওঁ নেপালীহে, অসমীয়া কব নাজানে বা কব নিবিচাৰে। নিজৰ জন্মভূমিৰ ভাষাটোকে সন্মান প্ৰদৰ্শন কৰিব নিবিচৰা ব্যক্তিক অসমৰ বুলি গণ্য কৰাৰ কোনো প্ৰয়োজন নাই।

  • @user-mv2zi7zc3r

    @user-mv2zi7zc3r

    2 жыл бұрын

    Right

  • @bijit7420
    @bijit74202 жыл бұрын

    এইবোৰ অসমৰ কলংকৰ। যিয়ে নিজৰ মাতৃভাষা কব নাজানে। মাতৃভূমিত থাকি মাতৃভাষা নকয়, তেখেত কেনেকৈ অসমৰ গৌৰৱ হ'ল।

  • @Mr-Lakshya-

    @Mr-Lakshya-

    2 жыл бұрын

    Tur mura....ai loiye bahi thak..

  • @asrafulaliahmed4751

    @asrafulaliahmed4751

    2 жыл бұрын

    Right comment, moi tumar logot akmot bro...

  • @tamlalsarma6709
    @tamlalsarma67092 жыл бұрын

    আপোনি অসমৰ নে মহাৰাষ্ট্ৰৰ অভিনেত্ৰী একো ধৰিব নোৱাৰিলো কাৰণ এটাও অসমীয়া শব্দ শুনিবলৈ নাপালো ।

  • @omprakashgogoi1225

    @omprakashgogoi1225

    2 жыл бұрын

    😂😂😂🤣🤣🤣🤣 hosi reh 😆

  • @noobgamer-lq3fh
    @noobgamer-lq3fh2 жыл бұрын

    এইটো অসমৰ হইনে মোৰ সন্দেহ হৈছে😂🤣😂🤣

  • @lachithazarika1142

    @lachithazarika1142

    2 жыл бұрын

    নেপালী।

  • @mustufaahmed5785
    @mustufaahmed57852 жыл бұрын

    হিন্দি আমাৰ ৰাষ্ট্ৰীয় ভাষা,গতিকে জানিব লাগে। কিন্তু এজন / এজনী অসমীয়া হিচাপে অসমীয়া ভাষাত কথা কলে ভাল লাগে।

  • @lachithazarika1142

    @lachithazarika1142

    2 жыл бұрын

    হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়। মোৰ কথা বিশ্বাস কৰিব নালাগে- আপুনি গুগলত চাৰ্চ কৰক বা সংবিধান চাওক। গুজৰাট হাইকোৰ্টৰ এক ৰায় অনুসৰি হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়।

  • @smile5432
    @smile54322 жыл бұрын

    অসমৰ গৌৰৱ ,,, কিন্তু অসমৰ জীয়ৰী অসমীয়াত কলে কথাবোৰ বেছি ভাল হয়।।।

  • @smile5432

    @smile5432

    2 жыл бұрын

    @Defence India um hoi 👍👍👍

  • @rojoniprovabaruah5461

    @rojoniprovabaruah5461

    2 жыл бұрын

    Right

  • @banajitbarman2916

    @banajitbarman2916

    2 жыл бұрын

    Bohut bosor bahirot asa so najanibo pra aru English kwa nai nohoi Hindi koisa rastro bhasha

  • @dipdasassamesevlogs3464

    @dipdasassamesevlogs3464

    2 жыл бұрын

    @@banajitbarman2916 kun murkho a, nijor bhakha pahore bahirt thakil buli a

  • @smile5432

    @smile5432

    2 жыл бұрын

    @@dipdasassamesevlogs3464 হেৰ বন্ধু এচাম আছে নহয়, 20,22 বছৰলৈ গাৱত থাকি গাৱৰ তই, মই, আমি, তহত ,,, কিমান ,সুন্দৰ কিন্তু সেইকেইজনে 22 বছৰত আয়ত্ব কৰা সুন্দৰ ভাষাটো গুৱাহাটীত গৈ কোম্পানিত jb কৰে আৰু গাৱৰ ভাষা পাহৰি চহৰৰ লিখিত ভাষা কৈ পেলায়। ,22 0বছৰৰ ভাষা এটা 2মাহত কেনেকৈ পাহৰিব পাৰে ভাবিবলগীয়া কিন্তু।।।।।

  • @nabajyotibhuyan5919
    @nabajyotibhuyan59192 жыл бұрын

    এইবোৰ অসমীয়াৰ গৌৰৱ নে কলংক । এটা অসমীয়া শব্দ ক'ব নোৱাৰে ।

  • @kangkanakalita
    @kangkanakalita2 жыл бұрын

    আপুনি অসমৰ গৌৰৱ মানিছোঁ।কিন্তু লাজৰ কথা অসমীয়া হয় অসমীয়া নাজানে।নিজৰ মাতৃভাষাটোৱে নাজানে।আপোনাক লৈ আমি গৌৰৱ কৰি কি লাভ।সঁচা কব গলে লাজ হে লাগিছে অসমীয়া হয় অসমীয়া নোকোৱাটো।বাহিৰত আপুনি যি ভাষা নকওঁক কব নাযাওঁ কিন্তু নিজৰ জন্মভূমিত যদি অসমীয়াত কলে হয় সকলোৱে ভাল পালে হয়।বাহিৰৰ মানুহ বোৰক চাব যতে নাথাকক কিয় নিজৰ ভাষা কেতিয়াও পাহৰি নাযায়।

  • @rajkamalrabha.rajkamalrabh4830
    @rajkamalrabha.rajkamalrabh48302 жыл бұрын

    ঘেন্তা, নিজৰ অসমীয়া ভাষাই নাজানে,

  • @riyankashyapkamrupiyanboy147
    @riyankashyapkamrupiyanboy1472 жыл бұрын

    অসমীয়া আপি হৈ অসমীয়া নাজানে কেলা

  • @kavitaduttagoswami6716
    @kavitaduttagoswami67162 жыл бұрын

    আইজনীয়ে অসমীয়া ছবি কৰিব খোজে বুলি যে কৈছে, অসমীয়া শব্দই নাই মুখত। সাক্ষাৎ গ্ৰহনকাৰীজনেও ভুলে ভ্ৰান্তিয়ে দিলে হিন্দী মাৰি। এইবোৰেই ওস্তাদি এওঁলোকৰ‌। কোনো দৰ্কাৰ নাই দেই , আমাৰ বহুত ভাল ভাল অভিনেত্ৰী আছে। তেওঁ চাউথতে থাকক । 😂😂

  • @LakshmanKrRay
    @LakshmanKrRay2 жыл бұрын

    অসমীয়া ভাষাটো পাহৰিলে নিজৰ ভাষাকে পাহৰিলেনে বাহিৰত থাকি পিছত আৰু তেজপুৰ খনকে নাপাহৰিলে হল॥

  • @nxstutus1865
    @nxstutus18652 жыл бұрын

    অসমৰ ছোৱালী হৈ অসমীয়াত কথা কলে বেছি ভাল লাগে !

  • @RahulDas-mb3xr

    @RahulDas-mb3xr

    2 жыл бұрын

    axomia nohoi ...tezpurot thakei he khali....

  • @allindianchannels5980

    @allindianchannels5980

    2 жыл бұрын

    Moi hua heten Hindi nhoi English tt kolu heten 😒 assamse tt nkolu a heten 🤣🤣😊😌😌😌😌

  • @user-pu3po2yy9m
    @user-pu3po2yy9m2 жыл бұрын

    I am shocked she is from tezpur and doesn't know Assamese..

  • @sanjitsarkar7615

    @sanjitsarkar7615

    2 жыл бұрын

    Vai tumi axomia hoi axomiat caments kariba parila hoi kintu axomiat cament kra nai gatike nijar to prathom sua bro

  • @user-pu3po2yy9m

    @user-pu3po2yy9m

    2 жыл бұрын

    @@sanjitsarkar7615 এইটো আপোনাৰ কাৰণে নহয় , তেখেতৰ কাৰণে আছিল, যিহেতু তেওঁ অসমীয়া নাজানে গতিকে ভাবৰ আদান প্ৰদান কৰিবৰ কাৰণে ইংৰাজীৰ সহায় লবলগীয়া হল। আশাকৰোঁ তেওঁ কমেণ্ট বিলাক পঢ়িব ।

  • @bhesojbaruah8725

    @bhesojbaruah8725

    2 жыл бұрын

    Yes , she is from Tezpur , and her mother tongue is Nepali so far I know . Please re-view the Video to clarify the matter.

  • @user-pu3po2yy9m

    @user-pu3po2yy9m

    2 жыл бұрын

    @@bhesojbaruah8725 it doesn't matter that her mother tongue is Nepali or something else. Bcz there are numerous tribes and languages in Assam. Bodo, karbi, dimasa has also their own language but still they are manage to speak Assamese. That is the point and most importantly she is from Brahmaputra valley and Majority of people speak Assamese over their. That's why I am shocked.

  • @anewhope9157
    @anewhope91572 жыл бұрын

    এইবোৰক নিউজত দি জনপ্ৰিয় কিয় কৰে

  • @krishnakantalahon6167
    @krishnakantalahon61672 жыл бұрын

    অসমৰ পৰা বাহিৰত গৈ নিজৰ ভাষা টোকে পাহৰি থাকিলে চাগে...বাকী অসমৰ গৌৰৱ হয়, কিন্তু নিজৰ মাতৃভাষা টোকে ক'ব নাজানে! এফালে নিজকে অসমীয়া বুলি পৰিচয় দিব আহে!...শুভেচ্ছা থাকিল 🙏🙏

  • @sapnadevi5043
    @sapnadevi5043 Жыл бұрын

    ❤ Very good work and end God bless you 💞👍

  • @ranjitkrlimbu5097
    @ranjitkrlimbu50972 жыл бұрын

    যদি অসমৰ জীয়ৰী হয় তেনেহলে তেওঁৰ মুখত এটাও অসমীয়া শব্দ নাই কিয়? Se is not Gorkha

  • @nilakumarsarma1726
    @nilakumarsarma17262 жыл бұрын

    হিন্দী ঠুকিব অসমীয়া মানুহে 83 ৰ পৰা চিআৰপি,আৰ্মীৰ কোবত শিকিছে।তেজপুৰীয়া হৈ দুই এষাৰ অসমীয়াত কলে ভাল লাগিল হয়।তামিল তেলেগু মালয়ালমত তো তেও ঠোকে।

  • @joykumardas9992
    @joykumardas99922 жыл бұрын

    অসমৰ নহবও পাৰে, তেখেতে এটা শব্দও অসমীয়া ভাষাত কোৱা নাই।

  • @digantadeka7201
    @digantadeka72012 жыл бұрын

    মই আজিলে নাই চোৱা এখেতে অভিনয় কৰা এখনো..... চিনেমা । মইটো চাউথ চিনেমা প্ৰায় এ চাও........ দেখিম আগলে চাগে 😊

  • @jayantadeka9623

    @jayantadeka9623

    2 жыл бұрын

    B Grade film nki😄

  • @robinchandrakalita6271
    @robinchandrakalita6271 Жыл бұрын

    তেজপুৰৰ ছোৱালী আৰু অসমীয়াৰ গৌৰৱ বুলি কোৱা বাবে বৰ আগ্ৰহেৰে ভিডিঅ'টো চাইছিলো কিন্তু আগ্ৰহত চেঁচা পানীহে পৰিল কাৰণ যাক লৈ গৌৰৱ কৰা হ'ল সেই গৌৰবৰ পাত্ৰ গৰাকীয়ে এটাও অসমীয়া শব্দ ক'ব নোৱাৰা বাবে। তেওঁ ইচ্ছা কৰিৱেই নকলে নে নকওঁ বুলিয়েই নকলে ? গতিকে এই সকলৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰি কি লাভ ?

  • @kishordas2840
    @kishordas28402 жыл бұрын

    অসমৰ কাৰনে কিবা কৰক ধন্যবাদ

  • @dipulaxom
    @dipulaxom2 жыл бұрын

    তেওঁ যদি অসমীয়া ভাষাটো কব নাজানে যেতিয়া তেওঁ কিহৰ অসমীয়া

  • @SriSri-re9bo
    @SriSri-re9bo2 жыл бұрын

    এখনো চলচ্চিত্ৰ নাছাও এখেতৰ

  • @purnimagogoi9724
    @purnimagogoi97242 жыл бұрын

    মানি ললো অসমীয়া লিখিব নেজানে কিন্ত অসমীয়া কথা কবতো পাৰে। যদি অসমীয়াত কথা পাতিবই নেজানে তেনেহলে কিহৰ অসমীয়া জিয়ৰী। ভাল কাম কৰিছে ভাল পাইছো কিন্তু ভাল কামৰ লগতে নিজৰ জন্মভূমিৰ ভাষা সংস্কৃতিক সদায় আগস্থান দিব লাগে তেতিয়াহে ভাল কামৰ মূল্য থাকে।

  • @gauravd231

    @gauravd231

    2 жыл бұрын

    একদম

  • @hitendradutta2443
    @hitendradutta24432 жыл бұрын

    অসমীয়া নজনা অসমীয়া

  • @hirakjyoti3847
    @hirakjyoti38472 жыл бұрын

    আমি একো গৌৰৱ কৰা নাই

  • @manalishadas2421
    @manalishadas24212 жыл бұрын

    আজি প্ৰথম দেখিলো বা জনীক ☺ btw congratulations 😍

  • @pranabkarjee9245

    @pranabkarjee9245

    2 жыл бұрын

    হযনে অসমীযা

  • @rupamapathak3099
    @rupamapathak30992 жыл бұрын

    Newslive please don't telecast this type of news. Axom gourob. My foot.

  • @SriSri-re9bo
    @SriSri-re9bo2 жыл бұрын

    অসমীয়া পাহৰিলে নেকি😒

  • @MrTikaramSonar143
    @MrTikaramSonar1432 жыл бұрын

    THAMKS YOU SO MUCH ❤️⚔️⚔️⚔️⚔️⚔️👍🏻

  • @unsmart926
    @unsmart9262 жыл бұрын

    🙏 well done attsa laga xunke Axomia kobo pahorile maybe ..😭 Aneke ke hole asamia r feel to nahe.... Aneke hole हम भी भूल जायेंगे 😂 क्युकी ऐसा बोहोत हिंदी बोलने वाले acctress दिखा हैं😂

  • @dauchangsdiary1649
    @dauchangsdiary16492 жыл бұрын

    অসমীয়া নাজানে নি তাই ...যদি অসমৰ হৈ অসমীয়া এ কব নাজানে তেন্তে তাইক অসমৰ জীয়াৰী বুলি গৌৰৱ কৰিবলেও একো নাই...

  • @masterofroasters6218
    @masterofroasters62182 жыл бұрын

    Very good news 🙌

  • @MrTikaramSonar143
    @MrTikaramSonar1432 жыл бұрын

    SUPER ⚔️⚔️⚔️👍🏻👍🏻👍🏻⚔️⚔️⚔️

  • @gorkhafocus620
    @gorkhafocus6202 жыл бұрын

    Congratulations

  • @monumentaljourney99
    @monumentaljourney992 жыл бұрын

    Good news 👍

  • @wanderingp589
    @wanderingp5892 жыл бұрын

    Proud of You

  • @daizypatgiri3197
    @daizypatgiri31972 жыл бұрын

    great

  • @dhanjitroy8954
    @dhanjitroy89542 жыл бұрын

    Akhomot aru beleg news nai

  • @nowtop1085
    @nowtop10852 жыл бұрын

    Good 👍🏻👍🏻👍🏻👍🏻❤️❤️❤️

  • @golapbaruah.7895
    @golapbaruah.78952 жыл бұрын

    All the best Mam TQ

  • @mahantaassam7380
    @mahantaassam73802 жыл бұрын

    bhasha ka jankari...joruri...hai..aap..ko madam....thanks .....for ....represanting.....from assam....

  • @rajgogai1457
    @rajgogai14572 жыл бұрын

    I proud of you 🌹💔💔💔👌👌👌👍

  • @nitumoninath713
    @nitumoninath7132 жыл бұрын

    congratulations

  • @Bisheswar6510
    @Bisheswar65102 жыл бұрын

    Jigoraki actress aamar Oxomor (Assam)hoi kintu Oxomiya kobo najane,aru tew kunu oxomor khomaj khonor babe kamu kora nai tenekuwa Actress nalage aamak,teu Dokkhin Bharotote thaakok 🙏

  • @tridipdoley5902
    @tridipdoley59022 жыл бұрын

    ❤✌

  • @rajgogai1457
    @rajgogai14572 жыл бұрын

    Proud of you Puja 🌹💔💔💔👌👌👌👍

  • @durgasharma1990
    @durgasharma19902 жыл бұрын

    This is what our media...she is from Tezpur, Assam and she can't even speak in assamese and our media proud of her.

  • @lankeswarboro7501
    @lankeswarboro75012 жыл бұрын

    অসমৰ ‌ছোৱালী‌ হয় ‌বাহিৰত থাকি নিজৰ ভাষাত কথা নোকোৱা বাবে ‌বৰ বেয়া কথা।

  • @mantupaswan3991
    @mantupaswan39912 жыл бұрын

    Good news

  • @assameseboy4762
    @assameseboy47622 жыл бұрын

    Axomor jiyori buli kolei axomia nohoy.

  • @asrafulaliahmed4751
    @asrafulaliahmed47512 жыл бұрын

    Ata kothau asomiyat nukuar babe support nokorilu.. bye

  • @ramen9289
    @ramen92892 жыл бұрын

    Good

  • @durlabhborah8453
    @durlabhborah84532 жыл бұрын

    অসমীয়া নাজানে নেকি

  • @sarbeswarboro2412
    @sarbeswarboro24122 жыл бұрын

    Asomor jiori asomiya najane.Bohut Dhoinobat...

  • @sushmitakalita8213
    @sushmitakalita82132 жыл бұрын

    Axomiya najane teo kenekoi axomiya jiyori hbo pare

  • @biswa423
    @biswa4232 жыл бұрын

    এইজনী য়ে পৃথিৱীৰ বাহিৰত চিনেমা বনাই

  • @sujitbarman8865
    @sujitbarman88652 жыл бұрын

    Axomiya vakha pahorar korona mojja...

  • @vikash1960
    @vikash19602 жыл бұрын

    Tezpur gaon nayki haa. Are nijor jonmo ghorot ahisu khay toh Kbo tan lge nayki. Gaon ahise Tezpur gaon nayki ?

  • @SimplePerson204
    @SimplePerson2042 жыл бұрын

    Asomiya najane ni? Asom ot thaki asomiya kobo najane.

  • @LoneWolf0160
    @LoneWolf01602 жыл бұрын

    Axom't thoka bohut axomiyai Assamese language valdore Kobo najane...ru heikeitai....eyat ahi axomiya Kobo najane najane koi ase🤣🤣🤣🤣tai Kobo najane hei2 tair weakness...kin2 hei2k loi discriminate kora2 kiman jukti hongoto...??? Ki j hobo ru.... Axomiyai Axomiyak enedore trolls Kori thaka...Axom Rokhatole jaboloi ru besi din ny...

  • @asimbarman6362
    @asimbarman63622 жыл бұрын

    Eko Asomiyar gourab nhy , Asomiyar kolongka hy , Tamil , telego sinema koribo Parise kintu amar Asomiyar soviman pahori goise , amio bahirot thako kintu Ajon Asomiya manuh log pai Asomiya vakha kob pale bhut Gourav Anuvab koro

  • @hrishikesh8289
    @hrishikesh82892 жыл бұрын

    Aji prothom dekhisu kun nu famous heroine 🤣🤣🤣🤣

  • @babuboruah844
    @babuboruah8442 жыл бұрын

    Who is this

  • @bitunath7342
    @bitunath73422 жыл бұрын

    Best of luck lohar

  • @jaijaganath7481
    @jaijaganath74812 жыл бұрын

    এইবোৰ কলংক অসম নামত, অসমীয়া কথা কব নোৱাৰে। 🤔 10-15 মানুহ লগত 🤣👍

  • @Mr-Lakshya-

    @Mr-Lakshya-

    2 жыл бұрын

    Toi gaurav hoi axomor..bht dangr gaurav😂

  • @ritututorialkidsvideo366
    @ritututorialkidsvideo3662 жыл бұрын

    Assamese t kolabaru anandita holu hai. Best wishes.

  • @RahulDas-mb3xr
    @RahulDas-mb3xr2 жыл бұрын

    Mainly lohar title are from UP

  • @hamantagogoi8904
    @hamantagogoi89042 жыл бұрын

    Akhomia bolo naa...... 😭😭😭

  • @zirokumarhajong9280
    @zirokumarhajong92802 жыл бұрын

    Assamese pahori goise e

  • @pallavbordoloi3443
    @pallavbordoloi34432 жыл бұрын

    Axomor ona-axomia,

  • @sanjoyrajbhanshi2903
    @sanjoyrajbhanshi2903 Жыл бұрын

    Assamese language pahorile naki

  • @pinkudas198
    @pinkudas1982 жыл бұрын

    bhal lagil we proud of you, but why can't talk Assamese you forget your mother tongue

  • @amit-qb8jk
    @amit-qb8jk2 жыл бұрын

    Tezpur gaon katiyar pora hol....

  • @sanjitsarkar7615

    @sanjitsarkar7615

    2 жыл бұрын

    Vai tezpurat goun nai nai sage apunar hisabat

  • @manishasvlog9326
    @manishasvlog93262 жыл бұрын

    😆😆ki je 😇😇 . English hindi he jane amar oxomor nohoi neki 🧐🧐🤨🤨

  • @nxstutus1865
    @nxstutus18652 жыл бұрын

    কোনোবাই এই ছোৱালী জনিৰ ফিল্ম চাইছানে কুনবাই মই হলে ফাষ্ট দেখিছোঁ কিন্তু

  • @hujintao990

    @hujintao990

    2 жыл бұрын

    😂😂😂 moyo dekha nai

  • @Pranjal_World441

    @Pranjal_World441

    2 жыл бұрын

    kzread.info/dash/bejne/pHZ5t7CdY5rKYto.html

  • @hujintao990

    @hujintao990

    2 жыл бұрын

    @@Pranjal_World441 serial

  • @juribhuyan7403

    @juribhuyan7403

    2 жыл бұрын

    Moiu ajihe nm janisu.jodiu moi tezpurian. 😂😂.tau dakhun asomiyai najane

  • @bhaskarchoudhury4729
    @bhaskarchoudhury47292 жыл бұрын

    লাওৰা অলপ বেছি হল নেকি

  • @kaushikkisur7975
    @kaushikkisur79752 жыл бұрын

    Assomt hoy ne?

  • @bhulanathbordoloi2509
    @bhulanathbordoloi25092 жыл бұрын

    Kun fillmt ase

  • @Studyholicme
    @Studyholicme2 жыл бұрын

    Axomiyai kobo nuware jetia kihor okhomiya ru

  • @allvlogs9588
    @allvlogs95882 жыл бұрын

    Moi najanu tailk.. Who is she...???? U

  • @rupamapathak3099
    @rupamapathak30992 жыл бұрын

    Because of our simplicity, we consider her as Axom zeori, but how much she loves and respects Assamese is a question mark. Infact she doesn't care. Pulak da hahe uthise Axomiat hudisil, pasot hindi kobo dhoril. Ha, Ha.

  • @mitalibaruahoffical5656
    @mitalibaruahoffical56562 жыл бұрын

    Ata kotha Assamese t koba nore BL kam nai

  • @prabhatdas8052
    @prabhatdas80522 жыл бұрын

    নিউজ ককাই জনে এই কাৰণে সাক্ষাৎকাৰ ললে চাঞ্চ পান নেকি বুলি South filmt অভিনয় কৰিব😂😂😂 অসমৰ ছোৱালী বুলি চিনাকি দি কি লাভ হল নিউজ ককাই । এইজনিয়ে দেখোন এটাও অসমীয়া নকলে আচলতে এই জনি প্ৰকৃত অসমীয়া হয় নে নহয় বাৰু ককাই ? আৰে অসমীয়াত কিবা এটাটো কব পাৰিলে হয়। হিন্দী বুজি নোপোৱা মানুহে চিনি পাব জানো 😂😂

  • @biswajitbarman6676
    @biswajitbarman66762 жыл бұрын

    Ak 2mhra movie ka nam botaia

  • @abhijeetbora8331
    @abhijeetbora83312 жыл бұрын

    Puja u know assamise

  • @jayantabharali3144
    @jayantabharali31442 жыл бұрын

    Tai dekho hindi koi ase Tezpur r keneke hbo

  • @tapanbhatta3074
    @tapanbhatta30742 жыл бұрын

    Knk assam r gourb beh Assamese a kobo najane kla

  • @tinkubhatta2003

    @tinkubhatta2003

    2 жыл бұрын

    Hoi de

  • @niranjanragbongshi5833
    @niranjanragbongshi58332 жыл бұрын

    চেতৰ নিউজ

  • @MrRongmon
    @MrRongmon2 жыл бұрын

    JONO PRIYO....KIN2 AJI DEKHISU.....LEVEL BOHUT AHOMIA PAHORI GOL

  • @banditabarman3818
    @banditabarman38182 жыл бұрын

    Taik kio oxmiea buli koisea

  • @mayatheluckyway2606
    @mayatheluckyway26062 жыл бұрын

    Aiburk ktha khudhe niki kun hy aya ki okhomiya ha ???? Assamese kob lagisila jihetu news goise asomor hoi aru aijonie ki hindi koise ami ki najanu niki hindi koi dakhyse j

  • @acousticnortheast589
    @acousticnortheast5892 жыл бұрын

    Reporter Hindi 🤣🤣🤣🤣🤣

  • @dhanti1890
    @dhanti18902 жыл бұрын

    অসম জীয়ৰী নে?

  • @rubulgogoi3100
    @rubulgogoi31002 жыл бұрын

    Val khabar kintu..........kunkhan assamar suwali ?eikhan Assam kot ase????????huveisa thakil cinema khan Sam.

  • @Gardening804
    @Gardening8042 жыл бұрын

    amr assamt asomiya nkole popular npab...koi diso... lagile tai hollyhood t film krileu...😁😁

  • @rajmohanrabha2892
    @rajmohanrabha28922 жыл бұрын

    Pure Assamese nohoi ...aru nikoke Assamese buli navoba sowali ???

  • @spiceassam4531
    @spiceassam45312 жыл бұрын

    4..5 bosorot axomiya pahori gol tai kom uporor Mal nohoi kintu

Келесі