তাই মোৰ সময়খিনি বৰ্বাদ কৰিলে😭 Cheat Story

Ойын-сауық

Created by:
Mustaq ahmed
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios

Пікірлер: 403

  • @pranpratimbordoloi397
    @pranpratimbordoloi3979 ай бұрын

    ৰবিন উইলিয়ামছে কৈছিল - ভোকত কলমল কৰা পেট, উকা মানিবেগ আৰু ভগ্ন হৃদয়ে জীৱনৰ শ্ৰেষ্ঠ শিক্ষা দিয়ে ৷ মই ভাবো - প্ৰথমজনী ছোৱালীজনীয়ে আচলতে ল’ৰাজন তাইৰ উপযুক্ত হয় নে নহয় সেয়া দীঘলীয়া দিন Judge কৰি চাইছিল আৰু নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে ৷ কিন্তু তাকে কৰিবলৈ যাওঁতে তাই ল’ৰাজনক কিমান আঘাত দিলে সেয়া এবাৰো ভাবি নাচালে ৷ তাই ল’ৰাজনক এৰি দিয়াৰ কাৰণ এটাই -তাই ভাবিলে যে ল’ৰাজন তাইৰ বাবে নহ’ব ৷ দ্বিতীয় ছোৱালীজনী বহুগামী ৷ তাই এই ল’ৰাজনৰ সৈতে কেৱল টাইম পাছ কৰিলে ৷ হয়তো আৰু বহুতৰ সৈতে টাইম পাছ কৰিলে / কিজানি এতিয়াও কৰি আছে যিটো এই ল’ৰাজনে গমেই নাপালে ৷ জীৱনৰ অভিজ্ঞতাৰ পৰা ক’লো - প্ৰেম সকলোৱে নাপায় ৷ কিয় নাপায় নাজানো ৷ আকাশলৈ চাই হাজাৰজনে প্ৰশ্ন কৰে কিয় এনে হয় ৷ পিছে উত্তৰ কোনোয়ে নাপায় ৷৷ আন্তৰিকতাৰে কামনা কৰো যে আপোনাৰ জীৱন আকৌ প্ৰেমেৰে পৰিপূৰ্ণ হওক ৷

  • @AtoZ-su3iv

    @AtoZ-su3iv

    9 ай бұрын

    ঠিকেই কৈছে আপুনি

  • @jebinakhter5279
    @jebinakhter52799 ай бұрын

    Kisuman sowali r krne sb sowali jati to r bodnam hoi😢😢 Vogoban r xohai thkile koneo ako kribo nwre....God bless you dada❤❤

  • @juridas3734

    @juridas3734

    9 ай бұрын

    😢🎉

  • @pravachutia931
    @pravachutia9319 ай бұрын

    বেয়া বস্তবোৰ আগতে আতৰি গল ভালেই হল । সতাস নহবা ,বিন্দাচ থাকা । পাচত আৰু বেয়া হলহেতেন । প্ৰমৰ সংজ্ঞা নাজানে এনেই পঢ়িছে । বদমাচ ছোৱালী ।

  • @nilukumaracharya94
    @nilukumaracharya949 ай бұрын

    যি অতীতত উজুটি খোৱা আৰু কৰ্ফাল খাই পৰাৰ অনুভৱ আছে, তাক মাথোন অভিজ্ঞতাৰূপেই মনত ৰাখিবা বন্ধু। আগবাঢ়ি যোৱা, আমি আছোঁ তোমাৰ লগত সদায়। পৰৱৰ্তী ভাবি-চিন্তি মন দিবা.... বন্ধুত্ব কৰা, গভীৰ নহ'বা। সাক্ষাৎকাৰ লোৱা ভন্টিজনীৰ কথা পতাৰ আৰু শুনাৰ ধৰণৰো শলাগ লৈছোঁ। সুন্দৰ অনুষ্ঠান এটি ।

  • @rashmikakoti7830
    @rashmikakoti78309 ай бұрын

    Nalbari dada jonr story 2 huni mur sokur pani ulai goisil😢

  • @user-ly8fh2ci8f
    @user-ly8fh2ci8f8 ай бұрын

    বিৰাজ দা চিৰাঙৰ হয় আৰু সেইফালৰ মানুহবোৰে কথা পাতোতে সি,তাই, তাক এইবোৰ ল'ৰা ছোৱালী উভয়কে কয় । অসমীয়া ভাষাত এয়া ভুল হ'ব পাৰে। কিন্তু নামনিৰ ভাষাবোৰ অলপ বেলেগ, ভিন্ন ভিন্ন ভাষা কয় মানুহবোৰে । বিৰাজ দা নামনিৰ বাবে হয়তো কথা পাতোতে সি, তাই , তাক এইবোৰ পাৰ্থক্যবিহীন ভাৱেই মুখত আহিছে কিন্তু তেওঁ অসমীয়া লিখোতে কেতিয়াও ভুল নিলিখে । আপুনি এনেদৰেই আগবাঢ়ি যাওক দাদা । এইবাৰ পোনপটীয়াকৈ বিয়া পাতি ল'ব । প্ৰেমত পৰিব নালাগে আৰু...🤗

  • @rimashri2.0

    @rimashri2.0

    8 ай бұрын

    Right 👍

  • @RoshmiRay-ny8mg

    @RoshmiRay-ny8mg

    8 ай бұрын

    Apuni thike koise

  • @Bangla_Cartooon
    @Bangla_Cartooon9 ай бұрын

    কুমাৰ বিৰাজ,তোমাৰ প্ৰেম কাহিনীৰ ইতিবৃতি শুনা পালো,কাহিনীটো শুনি ফেচবুকত দিয়া অনুষ্ঠানটো চাই এটি দীঘলীয়া মন্তব্য দিছো;মোৰ দৃষ্টিত তুমি সামান্য ভুল কৰিলে যে যেতিয়া স্বৰসতী পুজাত মন্দিৰত গৈ বিবাহৰ প্ৰতীক হিচাপে কপালত সেন্দুৰ তাৰ ইচ্ছাতেই পৰালা,সেই সেন্দুৰ যদি মাজেমধ্য পৰিব দিলাহৈ তেন্তে আন লৰা তাই বিবাহিত বুলি ভাবিলেহেতেন আৰু তেন্তে তোমাৰ মাজত ব্ৰেকাপো নহলহেতেন।

  • @krishmitaburagohain
    @krishmitaburagohain9 ай бұрын

    মোৰ লগত ও হৈ গৈছে,,,মানে হৈ আছে,,, আচলতে প্ৰথম চব ঠিকেই থাকে ,,, পাছত মাজত বেলেগ সোমাই,, চব খেলি মেলি কৰি পেলাই,,জুন জন আঁতৰি যায় হি ও ঠিকে থাকে,কিন্তু আন জন ৰ হে বহুত কষ্ট হয়, যি সঁচা ভালপাই তাৰ হে তেনেকুৱা হয়, সঁচাকৈ সকলো শেষ কৰি থৈ গুচি যাই, আনকি জীয়াই থাকিবলৈ শক্তি, ধৈৰ্য,সাহস সকলো,শেষ হৈ যায়,

  • @NehaSaikia321

    @NehaSaikia321

    8 ай бұрын

    Right

  • @GK__SNT
    @GK__SNT9 ай бұрын

    সেন্দুৰ দিয়া পিছতো বেলেগৰ লগত সম্পর্ক ৰাখে😂 উফ......... উফচ......।

  • @dancestudio8920
    @dancestudio8920Ай бұрын

    আপুনি সত্য। সত্য মানুহক আজিকালি ঠগন দিয়ে।

  • @manjulaborah1351
    @manjulaborah13518 ай бұрын

    অন্য একো নহয়, চৰিত্ৰৰ দোষ আৰু সংস্কাৰ নাই,যি হৈছে ভালৰ বাবেই হৈছে,ভালৰ সদায় ভাল হ'ব, ভগৱানে তোমাক সাহস দিয়ক🎉🎉

  • @bps5878
    @bps58789 ай бұрын

    Tar kotha khinit alopu prem dekha napalu

  • @RupKakati-mh1cv
    @RupKakati-mh1cv9 ай бұрын

    স্বাৰ্থপৰ লোকে নিজৰ স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰে।

  • @RBORA-eg3ho

    @RBORA-eg3ho

    3 ай бұрын

    Muk u Pronami saikia namr ajni borbad krila.

  • @joybora5875

    @joybora5875

    3 ай бұрын

    7

  • @queenrani7261
    @queenrani72619 ай бұрын

    Dada Tumi bohut val bohut buji puwa bohut dhoijyo ase tmr..tmr dore husband paboloi bhagyo lagibo🥲 bhogobane tumar mongol korok 🙌

  • @priyankasaikia5302
    @priyankasaikia53029 ай бұрын

    নলবাৰী ৰ যে দাদা জনৰ লগত হৈছিল সেইটো এটা দুখ লগা কাহিনী আছিল,,লগতে unique আছিল,,,,,,,যিটো কাৰো লগত ন্হওক,,,, কিন্তু আপোনাৰ নিচিনা বহুত ৰ লগত হৈছে দাদা,,,, গতিকে হিমাশ্ৰী বা অলপ ব্যত্তিক্ৰম কৰাৰ চেষ্টা কৰিবচোন,,,,, একো নাই দিয়ক চাই থাকিম ভিডিঅ'বোৰ,,,, আৰু অসমীয়া অভিধান ত বোধকৰোঁ স্ত্ৰী লিংগক তাই বুলি সম্বোধন কৰে ,,,,,

  • @madhusmitanath9138

    @madhusmitanath9138

    9 ай бұрын

    ধুনীয়া কথা কৈছে দেই ❤❤

  • @rupaschannel5856

    @rupaschannel5856

    8 ай бұрын

    Hoi. Lora jone suali jonik Khi and tar buli koi ase. Axomiya manuh hoi ne nhoi ei lorajun, english hole thike humai diye axomiyar majot.

  • @RoshmiRay-ny8mg

    @RoshmiRay-ny8mg

    8 ай бұрын

    Chirang district r BTR hoy hei karone vul hoise

  • @user-bx7lt7hc6y

    @user-bx7lt7hc6y

    8 ай бұрын

    Hoi etu sage sobore logot hoise

  • @user-bx7lt7hc6y

    @user-bx7lt7hc6y

    8 ай бұрын

    Mur lgt o enekua korise lora 2jone

  • @rajibkumar932
    @rajibkumar9329 ай бұрын

    আপোনাক মই বহুবছৰৰ পৰাই জানোঁ , চিনি পাওঁ। ইমানখিনি দুখ বুকুত লৈও আপুনি যে আজি নিজকে সুখী কৰিব পাৰিছে.... সেয়া দেখা পাই মোৰো ভাল লাগিছে। বেলেগ ল'ৰা হোৱা হ'লে চাগে আত্মহত্যাৰ পথ বাচি ল'লেহেঁতেন । আপুনি এনেদৰেই আগবাঢ়ি যাওক ছাৰ । আমি আপোনাৰ লগত সদায়েই আছোঁ , থাকিম চিৰজীৱন.......আকৌ কবিতা, গান ইত্যাদিৰ মাজত নিজকে ব্যস্ত ৰাখক। ভাল দিন নিশ্চয় আহিব.........

  • @junmoniphukan6436

    @junmoniphukan6436

    8 ай бұрын

    ভগৱানে যি কৰে ভালৰ বাবেই কৰে। তেনেকুৱা সম্পৰ্ক থকাতকৈ আঁতৰি গ'ল বহুত ভাল হ'ল। কাৰণ তোমাৰ লগত বিবাহ হোৱা পাছত বেলেগৰ লগত এনেকৈ সম্পৰ্ক নকৰিব বুলিও ভাবিব নোৱাৰি।

  • @LiTtLeEsPoRtSGaMiNG
    @LiTtLeEsPoRtSGaMiNG9 ай бұрын

    I have seven story in Assam and 8 is now from Thailand and i think my journey will continue to world wide now 😂 Hope my journey will continue like this

  • @Mrinaldeka40
    @Mrinaldeka409 ай бұрын

    Biyar pist divorce howtke agte nijor character show korale...ur so lucky nro....aponar lgt bhogoban xohai ase

  • @MANAV1997
    @MANAV19979 ай бұрын

    বহুতে সি, তাই, তাক এইবোৰ লৈ কমেণ্ট কৰি আছে। সেইবোৰক কব খুজিছোঁ যে ল'ৰাজন উজনিৰ নহয়, নামনি অসমৰহে আৰু আমাৰ ফালে সি,তাই, তাক এইবোৰ কওতে ল'ৰা নে ছোৱালী সেইবোৰ চাই নকয়। কথা পাতোতে এনেকৈয়ে পাতে বেছিভাগেই । 🙄 ভাইটি , ভালেই হৈছে সেই প্ৰতাৰণাৰ মুখমণ্ডলবোৰ তোমাৰ জীৱনত নাই, জীৱনত থাকিলেও তোমাৰ জীৱনটো সুখৰ নহলহেঁতেন.... তোমাৰ গান, কবিতা আমাৰ সদায়েই প্ৰিয়...তোমাক লগ পাম অতি সোনকালেই......🥰

  • @barashabarman6341

    @barashabarman6341

    9 ай бұрын

    Suwalik xi nokoi tu lower Assam r fale

  • @Mausumi483

    @Mausumi483

    9 ай бұрын

    kune kole o lower assam t swalik he koy amiu lower re hoy.ai lora jon assamese nhy blg jati hobo

  • @barashabarman6341

    @barashabarman6341

    9 ай бұрын

    Amio hy Barpetat nokoi

  • @barashabarman6341

    @barashabarman6341

    9 ай бұрын

    Bengoli hb kijani

  • @tinkuborah6895

    @tinkuborah6895

    8 ай бұрын

    Bengali lora hoi re...

  • @bulbulkonch182
    @bulbulkonch1829 ай бұрын

    Ba apnr vdo bur sai bohut val lage❤❤ btw happy durga puja to all

  • @rajibkumar932
    @rajibkumar9329 ай бұрын

    আমাৰ ফালে সি তাই তাক এইবোৰ কথা পাতোতে দৰাচলতে সকলোকে কোৱা হয় । ল'ৰাক বেলেগকৈ বা ছোৱালীক বেলেগকৈ নকয়.... সকলো মিক্সড হয় কথাবোৰ । কুমাৰ বিৰাজ নামনি অসমৰ হয় আৰু আমাৰ ইয়াৰ বেছিভাগৰ কথা পাতোতে এনে হোৱাটো সাধাৰণ কথা ।

  • @rupaschannel5856

    @rupaschannel5856

    8 ай бұрын

    Amio namonir hoi. But ami suali and lorak. Khi aru tar buli nkou.

  • @RoshmiRay-ny8mg

    @RoshmiRay-ny8mg

    8 ай бұрын

    Chirang district r BTR hoy hei karone vul hoise

  • @albeniaborgohain3999
    @albeniaborgohain39998 ай бұрын

    Karubak judge krar agta duyupoikhya r ktha tu huni buji lom lgb ... Lora jone koise teo duyujni suali a first proposed krise ru teo reject krise ru duyujni a ari gusi goise aku reason nuhuaka .. i think lora jone o kiba vul krib lgb jar babe teok sobe ari goise ... Sob tu bea hb nuware .. sobe jetia ari jai nijre kiba komi asile buli vbibo lgb..

  • @dipikasonowal2207
    @dipikasonowal22079 ай бұрын

    Nalbari dada jonor kahini tu bor dukh loga asil.

  • @nipendutta9335
    @nipendutta93359 ай бұрын

    Ba tumi niribili uponyakhr lekhok koushik dar interview loba sun , koushik dar interview kune kune sab bisare

  • @champakkalita3158

    @champakkalita3158

    9 ай бұрын

    Moi bisaro

  • @borahjunashree

    @borahjunashree

    9 ай бұрын

    Aitu channel te blg baa ajoni ee loisile kaushik dar interview

  • @nipendutta9335

    @nipendutta9335

    9 ай бұрын

    @@borahjunashree moi gom napau hei karone koisilu

  • @Nirmali19

    @Nirmali19

    8 ай бұрын

    Bisaru

  • @nituboruahboruah886

    @nituboruahboruah886

    7 ай бұрын

    Bisaru moiu

  • @silparay8701
    @silparay87019 ай бұрын

    val lgil sai vodio tu. video tu sai muro agr premr kotha monot poril .

  • @dalimikonwar3968
    @dalimikonwar39689 ай бұрын

    Videotu sai bhut beya lagil mor jibonatu same problems hoisl bhut beya din par hoisa lifet choku pani masi bhogri goisu aakha koru dada apnar natun jibon aarambha houk ❤❤❤❤

  • @Anamikaborah448
    @Anamikaborah4488 ай бұрын

    আন্ধাৰ পাছত পোহৰ আহে। থিক তেনেকৈ তোমাৰ দুখৰ পাছত সুখ আহিব

  • @purabirabha5696
    @purabirabha56969 ай бұрын

    Valpowa hoise vogobanor dan. Ata homporko goribo bohut dhoijyo kosto r proyojon hoy kintu vangibo 1secen nalage.

  • @Moon.das.
    @Moon.das.9 ай бұрын

    Ba tomak dhunia lagise

  • @bobbydas7083
    @bobbydas70839 ай бұрын

    Ji hoi valor krony hoi dada sinta nkribo.apuni bhut val swali pabo aru bhut xhukhi hbo

  • @longkikro3676
    @longkikro36768 ай бұрын

    Kam nuhuwa relations..😂😂😂

  • @shizuka7193
    @shizuka71938 ай бұрын

    মই ভাবিছিলো যে অকল সৰু বয়সৰ লৰা ছোৱালী বোৰেহে এনেকুৱা নিব্বা নিব্বিৰ কাম কৰে,, কিন্তু আজি হে গম পালোঁ মই যে ভুল আছিলোঁ

  • @albeniaborgohain3999

    @albeniaborgohain3999

    8 ай бұрын

    Hca k , moi u vbislu ,, atia gom paisu dangr bur ru besi ha sar

  • @mychoice4687
    @mychoice46878 ай бұрын

    Gitashri bula ejonie muru bohut time waste korile ..jodi bhagawan ase than karma will be back to her

  • @MonsenapatiMonsenapati-dv1nw
    @MonsenapatiMonsenapati-dv1nw9 ай бұрын

    Akol aijonor jibonoloi suali ahe.. Aijon najai nki sualir jibonoloi.. Akol meet kribo aribo...

  • @Lazygirldimpi
    @Lazygirldimpi8 ай бұрын

    Sobe mne apunak a propose kore nki?? Aru upper assam r suwali joni k dudin lg paise tate aru emn duror suwali. Tai hol pohra xuna suwali xai krne sage tanekua koril !! Aru tar tar nokoi suwali k aru nijor maa joni k makor buli nokoi dada. Pohra xuna suwali a toka poisa nasai behavior sai😊😊. 1st joni r kotha koisu 2nd joni r nii kua😊.. Aru lower r suwali a ni nki sob upper r a j tate aru apunak a propose kore.. Misa jn lgil kotha khini apunar o vool ase akpat tal a re xobdo nuthe

  • @DibyajyotiNath-yu9wh

    @DibyajyotiNath-yu9wh

    3 ай бұрын

    Upper Assam r suwali bur bahut seni😅

  • @Tanusiyanath9

    @Tanusiyanath9

    Ай бұрын

    Tumi e nki baru hei suali joni? Ne tumi tair sister? 😅

  • @Lazygirldimpi

    @Lazygirldimpi

    28 күн бұрын

    @@Tanusiyanath9 moi story to xuni koisu moi najanu vonti kar kotha koise😊😊

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM8 ай бұрын

    Muru 5 year 4 month borbad kori dile ajoni suwalie...social media sinaki hua asile,,,,suddenly kotha nai botora natok ulai dile atoribo

  • @dadulali7202
    @dadulali72029 ай бұрын

    Bht dukh lagil himasri ba apunak bht Val pao

  • @nilamd676
    @nilamd6768 ай бұрын

    Everything is ok but the person who is taking the interview need to grow with some communication skills- verbal - non verbal skills…Just a constructive criticism eitu mur falor pora… Baki best wishes!

  • @popidevi7556
    @popidevi75569 ай бұрын

    Biraj da valpua xdai hridoyore nhoi dimage val pabo lage atori gole dukh nalage...moiu ajoni suali hoi aji 9 basor val pai asu hajar kaijiya huar pistu akeloge asu...ata kotha xca ank dukh di kunu xukhi hbo nuaru

  • @bikidas8947
    @bikidas89475 ай бұрын

    Nissoi ahibo... bhagawan ase so apunak bea hobo nidili ..karon apuni ejon hoth purukh...

  • @Pallavi.206
    @Pallavi.2068 ай бұрын

    Apuni basi gola dada ❤ happy thakiba

  • @RupKakati-mh1cv
    @RupKakati-mh1cv9 ай бұрын

    ভাল পাব বিছাৰিলে জোৰ কৰি ভাল পাব নোৱাৰি

  • @simadeka9014
    @simadeka90148 ай бұрын

    Eman hini huwar pisotu je aapuni buji paise aeku oVdromi kora nai heituwe aapunar mohan gun aapuni val manuh. Aapunar bebohar kotha botorai aapunar porosoi.jur jobordosti aeku kam nohoi aaru koribou nalage

  • @NehaSaikia321
    @NehaSaikia3218 ай бұрын

    Dada jonor loyal manuh ajon moi u bisaru bisora jone ketiyau napai mooi bisaru moi napau apuni bisare apuni napale ayai kopal😢

  • @StayPositive298
    @StayPositive2988 ай бұрын

    Everything happens for a reason.. You are a good human being, you deserve something better 😊,chill, enjoy and celebrate your independence 🎉 ❤❤ She has lost something very precious 💞💞... Such a nice person, it's hard to find such people in this fake world 🌎🌎 Best wishes 🤞🍀

  • @SumitSaikia101

    @SumitSaikia101

    7 ай бұрын

    Right

  • @binaborah3712

    @binaborah3712

    6 ай бұрын

    বহুত বেয়া লাগি গ ল হব এদিন তোমাৰেই জয় হব সিহঁতৰ কান্দি কান্দি ভাত খাব লগা অৱস্থা হব

  • @dancestudio8920
    @dancestudio8920Ай бұрын

    শিল বৰষুণ হৈছিল ২০২২ ৰ সৰস্বতীত।

  • @pragatibaruah5449
    @pragatibaruah54498 ай бұрын

    Aibur kahini dekhi dekhi mor manuhjne dukh kre voi kre tew moi tak eri jm buli atya tak kune bujabo sb eke nohoi buli 😢 ki je manuhbur sarthor babe use kre dheiii

  • @poliboruah3817
    @poliboruah38178 ай бұрын

    😢apuner lifet val sister ahok god bless you 😢bro

  • @Gyro45
    @Gyro459 ай бұрын

    Xaap ahei jibonot... Jua pasot prithbi khn kmn dhunia jona jai

  • @susmitadas7958
    @susmitadas79589 ай бұрын

    Bad diok dada tenekwa swalir kotha vabi ako lav ni ... apunar life to val ajoni life partner pabo diok.. Apuni agwai jaok... Best of luck 😊

  • @bchazarika1967
    @bchazarika19679 ай бұрын

    অচিন কাঠৰ থোৰা নলগাবা বুলি অসমীয়াত এষাৰ কথা আছে । ভালকৈ চিনা পৰিচয় থকা কাৰোবাৰ লগত সম্পৰ্ক কৰা উচিত । Bro actually you are lucky. They are showing their characters. It is a good lesson for you. . Be Success in life.

  • @rupaschannel5856

    @rupaschannel5856

    8 ай бұрын

    Hoi moi ebar postaisilo asin kathor thoda logai. Ajikali online relation buro asin kathor thora ye hoi.

  • @samujjalbaruah3377
    @samujjalbaruah33779 ай бұрын

    mi xeikrny val sal npw mi keybol life to gruta dio jaty mr tarning point adin holeyo safal hoi. val loga haba pare kinto reletionshipt ahiba keytiyao nibidaru . isaho ni xapuno ni. prhi xuni val kam korim . baki dada tmi happy thaka aibr aru prem nkriba mi tmr xaru vaiti boli kolo jibn tu valdary opavok kora etc.

  • @rajibnarahwithyou993
    @rajibnarahwithyou9939 ай бұрын

    Majnu bhai ekhon movie bonuwa story tur uporot ...... block buster hit hobo....❤

  • @ustanayesarira2111
    @ustanayesarira21119 ай бұрын

    Situation main 😂😂😂

  • @diyamoumurjibonor

    @diyamoumurjibonor

    8 ай бұрын

    😂

  • @ARMSEA
    @ARMSEA9 ай бұрын

    Apunar nisina lora k ami pabo lgisl biya krilu hoi

  • @prayashpatgiri7254
    @prayashpatgiri72549 ай бұрын

    Apuni sei thik ase thik ase thik ase thik ase thik ase kori thakute gol..... sb kotha mani lobo nalagisil

  • @karunasaikia2370
    @karunasaikia23708 ай бұрын

    ভগৱানে ভালেই কৰে। আপোনাৰ লগত বিয়ার পাচতো বেলেগ ৰ লগত সম্পক ৰাখিব। ফালটু ছোৱালী।

  • @zakihussain8917
    @zakihussain89172 күн бұрын

    Education Qualification-M.A Ph.D Dui din pisot name agot,Dr.logabo. Aru ai bilak love kamot nahe,So nijot koi kom education qualification thoka suwali k love koriba,nohole nijot koi financial condition kom thoka suwalik love koroba, true love paba

  • @mayathakur4689
    @mayathakur46898 ай бұрын

    যি হয়, ভালৰ বাবেই হয়। Positive থাকক দাদা।

  • @kusumdeka8275

    @kusumdeka8275

    8 ай бұрын

    Dada apuni nigar beautifull nigar wife beautifull boy girl lagat bahut khuk kari thakib kisuman beya mahila I apunak thagai money niba apuni subdhan thakiba

  • @kusumdeka8275

    @kusumdeka8275

    8 ай бұрын

    Ami khakaluye bibahit manuhar khuk kari thaka sansar bhal bhabe thakatu bhabiba lage

  • @RoshmiRay-ny8mg

    @RoshmiRay-ny8mg

    8 ай бұрын

    Hoy diya

  • @anamikaray7481
    @anamikaray74818 ай бұрын

    Tumak ari goise tumar sovabot kune thakibo tumar lgt... mure amoni lagise tumar kotha bur huni 😊. ইমান অভাৰ ismart.. adha English adha Assamese t kotha ...tumar kotha bur olpo hosa jen nalagil krn tumi suwali jonir ghrt goisa pist kola suwali jonir ghor gom nopowa... Eman misa kotha kowa .. tumar love story hosa nhy Rishi r he hosa asil...

  • @rupaschannel5856

    @rupaschannel5856

    8 ай бұрын

    Hoi dea. Eyaro nishoy kiba bhul ase olp holeo😄

  • @hrittikrajpnkonwar6705
    @hrittikrajpnkonwar67054 ай бұрын

    Thumbnail t 'Dhoka' word tu dekhisu. Okol content nasabo. Bhaxa tuk u sabo. Axomiya bhaxa t dhoka buli eku hobdo ami aji loike huna nai.

  • @bhupenhatimuria1850
    @bhupenhatimuria18509 ай бұрын

    Baa tmi niribili uponyakhor kaushik dak interview loba sun dei❤

  • @mrinmoybora5520
    @mrinmoybora55205 ай бұрын

    Nijoke emn mohan dekhabo try kori thoka jen palu

  • @biju435
    @biju4359 ай бұрын

    Nice Story....

  • @user-rc9ie4oz8i
    @user-rc9ie4oz8i8 ай бұрын

    Maiki jati tu karone Ramayan aru Mahabharat hoise..aru ki Kom..agor Roja bure morise ami nu Kune tuta..Rishi bure sob Gyan pai likhi thoi goise kintu maiki jatik Buji nepale..akol lora a beya nathake..manuh bure suali a kaandi kaandi kole hosa buli bhabhi..aaio dekhi suali joni dekhi emn lagise buli koise.. Ane nu suali kaat khai refrige t khumai ne....amar ahom t ako suali a Kati husband k refrige t vorai dile...besi koi suali aru maikir kotha huni thakile...life aeh hoi jabo...cheat nokorileu wife bure poisa khuji khuji..life sesh Kori diye...aneu biya pisot husband r family pora otorai Ane...only 1% wife a husband k Kom income hokey support kore... Besi koi suali logt pagol hole..life sesh hoi jabo....agote bohut Rishi bure biya nepati kio..karon he hote jani..NARI NARAKH ka dwar hai..😂😂

  • @user-fs4mh4gd2d
    @user-fs4mh4gd2d9 ай бұрын

    Dada apuni bohut bhal manuh bhal suwali pabo

  • @helloajon6030
    @helloajon60309 ай бұрын

    একো নাই ৷ প্ৰেমৰ ক্ষেত্ৰত ভালপোৱা বস্তুবোৰ জীৱন সংগী নকৰাটোৱে ভাল ৷ নহ’লে প্ৰেম জীয়াই নাথাকে ৷ আগৰ বিখ্যাত প্ৰেম কাহিনীবোৰ পঢ়ি চাবচোন প্ৰেম কেতিয়াও সফল নহয় ৷

  • @KeshabMech-ed9ed

    @KeshabMech-ed9ed

    9 ай бұрын

    Love t expart hobo lagebo .

  • @toralidas8935

    @toralidas8935

    9 ай бұрын

    সফল নহৱাটো অ এক বেদনা___😭

  • @MadhusmitaDeka-vp4pn
    @MadhusmitaDeka-vp4pn8 ай бұрын

    Xhi xhi buli koi asa je Tai suali n lora hoi😅😅😅

  • @stangergirl6257
    @stangergirl62578 ай бұрын

    সেন্দুৰৰ মুল্য তাই বুজিয়ে নাপায়

  • @mandirabordoloi5708
    @mandirabordoloi57086 ай бұрын

    বদমাচি ছোৱালী ৰ কথা ভাবিবৰ কাৰন নাই লৰাই ছোৱালী ক ঠগে ছোৱালী য়ে ঠগা কমহে দেখা যায় আজিকালি ছোৱালী বদমাচি বদজাত চবছোৱালী নহয় লৰাই ছোৱালী জনী ৰপৰা শিক্ষা পোৱা হল পাছৰ‌ চামৰলৰাবোৰৰ ভালে ই হৈছে সাধাৰণ এজনী ছোৱালী ভাবিলাভনাই নিজৰ লাইফৰ কথা ভাবা আমি মাৰ তুইল বেয়া নাপাবা

  • @akelectricals4611
    @akelectricals46112 ай бұрын

    Breakup huar time te...... Olp jaribo lage ...... Tar pasot ksto2 anubhav nhoi....... Akha / apekhya bor val nhoi relationship burot

  • @jonalikalita1139
    @jonalikalita11398 ай бұрын

    Teo lokat koi bhal sowali paba ..All the best.God bless you 👍👍👍

  • @momita-gj
    @momita-gj9 ай бұрын

    Baa❤ (rider punam ) plz

  • @rikanwar3781
    @rikanwar37819 ай бұрын

    Manuhbilak hosai asrit jibnloi nije aahe aru nijor itsamote gusi jai 😢, dada apunar jibnloi vl din ahibo pabo apunr jibnot

  • @bkbarnalikalita5644
    @bkbarnalikalita56449 ай бұрын

    Ba moi tumak hahut vl pa I love you ❤❤❤❤❤❤

  • @Garrison923
    @Garrison9238 ай бұрын

    Kam tu kori laat mri dbh lgh ..aibur cwli k

  • @educationrelitive2484
    @educationrelitive24848 ай бұрын

    moy Dhoka diya story bilk sai val paw.. dukh onuvob koru 😒❤️

  • @diyamoumurjibonor

    @diyamoumurjibonor

    8 ай бұрын

    Moiu

  • @user-gl4ok2zg1y
    @user-gl4ok2zg1y9 ай бұрын

    Manuh anekoi holoni kanekoi hoi mane!!!🥺

  • @mrinalpatiri9358
    @mrinalpatiri93588 ай бұрын

    জীৱনত এজনীয়ে বুলি কেতিয়াও সঁচা প্ৰেম নকৰিব। পিছত নিজে ঠগন খাবা। সঁচা প্ৰেম কৰা মানেই ঠগন। ধেৰ ছোৱালীৰ লগত প্ৰেম কৰিব লাগে আৰু যোনজনী ভাল হয় তাকে আনিব লাগে 😭😭😂❤😢😂😮😢❤😂😢😂😂😢😮

  • @SumitSaikia101

    @SumitSaikia101

    7 ай бұрын

    😅😂

  • @a.swargiary4398
    @a.swargiary43989 ай бұрын

    bhul sinta nokoribo ji joniye eribo tai eneu eribo 😊

  • @manjitbarman
    @manjitbarman9 ай бұрын

    Ba tomr lgt...kotha patibo mon ase ..mor lgt hoi jowa kisuman kotha Sheri koribo bisaru..kintu mor ghoro manhu khink jonabo bisora ni...

  • @simasuikiya2708
    @simasuikiya27089 ай бұрын

    Kotha bor khoni bhut besi a vl lgil..Khosa kotha koisa vl powa jodi khosa koi jdi thake tene hole ane kowa ketiwa o Nuhoi..

  • @manowarhussain7803
    @manowarhussain78039 ай бұрын

    Right ...axa kori lav ni ajir jugot

  • @Deep_boruah003
    @Deep_boruah0039 ай бұрын

    Haikarone val ple no relationship ot thakile je proman rakhibo lge kla pst tai dhoka dileu no tai laaj pai jte 😂

  • @niveditade7122
    @niveditade71228 ай бұрын

    U r truely a good person I must say . A big salute to u . Be positive, u will get a wonderful life partner n ur x will repent for everything.... Because God is there .

  • @lilykhanikar8323

    @lilykhanikar8323

    8 ай бұрын

    Tumar val din ahiboi saba

  • @rahulsheikhbabu6086
    @rahulsheikhbabu60869 ай бұрын

    Hai2 karone beleg beleg suwali potai thakibo lage ru khai thakibo lage.ejonir logot ketiau loyal hoi thakibo nalage

  • @anjumani2753
    @anjumani27538 ай бұрын

    Apunak aji konduwaise tatke sihote adin besi kandibo lagibo,dada mor hoise aponar dore

  • @gyandeepgogoi9779
    @gyandeepgogoi97794 ай бұрын

    Same 🥺💔 dhoka mulgt hoise lora bohut akha vorokha kori vl pai pgl hoijai kintu suwali bu ajikali okl njr motlobi hisape thke ene time pas kri vlpai thki lastot lad mari gusi jai kiman dukh hb pare vlpua jonor gute jbn dukh thki jai mnt ajibon

  • @user-by7lr3sc7i
    @user-by7lr3sc7i9 ай бұрын

    Kahini Bilak moi janu tmar ..... Ji hoise valei hoise dia .. Ami tmar logot hodai asu vaiti.. Tmi aguai joa lifet...

  • @himanibanikya8168
    @himanibanikya81689 ай бұрын

    সদায় সচাৰে জয় হব তুমি বহুত ভাল ছোৱালী পাবা তোমাৰ ভাল হব

  • @himanibanikya8168

    @himanibanikya8168

    9 ай бұрын

    তুমি ভাল ঘৰৰ লৰা তোমাৰ কথাতে বুজিব পাৰি Godbless u❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @jayantapegu1466
    @jayantapegu14669 ай бұрын

    Borola jibon kotai de bhai .sinta nkoriba.

  • @user-oy6qe4qp5m
    @user-oy6qe4qp5m8 ай бұрын

    Apunar love story to suni mor dukh lagisay diya oh saikarona kotha to koisu diya oh.ok

  • @agathanarzary7408
    @agathanarzary74088 ай бұрын

    2 mi je iman potnik morom kora, morom dia kota koy hunale, totapi potni 2mak dhoka dele, bor dukor kota no. Mor jibonod 2mar nisina logor pale bor bhal holeheten, morom ki hitu hosakoy bujipay

  • @pratyashi4914
    @pratyashi49148 ай бұрын

    Eak suali a propose kori thake ni.. ee kaku nkore

  • @nijaradas8086
    @nijaradas80869 ай бұрын

    Dada mur lgt u anekuwa hoise... Nijar maa deutak r khopt khba u voi nkore

  • @dishanath6297
    @dishanath62979 ай бұрын

    Hosa kotha kobole gole ajone jodi hosa val pai tetia kostobur pabo loga hoe অভিজ্ঞতাৰ pora koisu

  • @jdeka6999
    @jdeka69998 ай бұрын

    Misa kahini Jen a lagise.. e beta viral hble ahise sage.. nhle dujoni duwalir kahini akei hol.. lastot ako nukuwake gd by dile ... 😂

  • @anjumani2753
    @anjumani27538 ай бұрын

    Dada anok dukh di kuno sukhi hobo nowaru,apunar vl hbo diyok

  • @meet639
    @meet6399 ай бұрын

    Apuni je koy asa suwali tu Porht val val Buli prht val hole ako Nohoi Jodi lifer a knowledge nai......

  • @nijaradas8086

    @nijaradas8086

    9 ай бұрын

    Akdom thik katha koise

  • @pulakjyotihazarikaofficial6352
    @pulakjyotihazarikaofficial63528 ай бұрын

    দুখ নকৰিবা বিৰাজ দা... যি হয় ভালৰ বাবে হয়। তাইৰ চৰিত্ৰ যে বেয়া আছিল। তাই আপোনাৰ জীৱনত অহা হলে আপোনাৰ ভবিষ্যত বেয়া হস হয়। আকৌ প্ৰেম হব। ঘৰত মাক কথাবোৰ কৈ ভাল ছোৱালী এজনী চাই বিয়া পাতক।

Келесі