◾ স্নিগ্ধাৰ সৈতে "ভিন্ন ৰং"ৰ বিশেষ অতিথি লক্ষীমপুৰৰ "চন্দ্ৰপ্ৰভা ছোৱালী বিহু-হুঁচৰি দল"।

Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews

Пікірлер: 122

  • @user-ej4br6ql9i
    @user-ej4br6ql9i4 ай бұрын

    Bohut bohut Val lagila tumalukr bihu sai

  • @mintuhaloi3111
    @mintuhaloi31114 ай бұрын

    Bhut dhuniya

  • @madhumitaphukon6533
    @madhumitaphukon65334 ай бұрын

    Very nice

  • @golapborah5006
    @golapborah50064 ай бұрын

    Very happy.

  • @jaankonwar8961
    @jaankonwar8961 Жыл бұрын

    ❤❤❤❤

  • @lohitsaikia8282
    @lohitsaikia82822 жыл бұрын

    Gan gua suwali Joni voice to bhout dhuniya

  • @rulirekhabhuyan3768
    @rulirekhabhuyan37682 жыл бұрын

    দলটিৰ লগত জড়িত প্ৰ ত্যেক গৰাকীলৈ আগবাঢ়ি যোৱাৰ অলেখ শুভেচ্ছা, মৰম, আশীৰ্বাদ যাচিলো।

  • @bimansaikia4305
    @bimansaikia43052 жыл бұрын

    তোমালোক আমাৰ অসম গৌৰৱ । কেঁচা সোন সদৃষ তোমালোকৰ জৰিয়তে বিহু বিশ্বদৰবাৰত মঘাই ওজাৰ দৰে জিলিকাই দিয়াৰ কামানা কৰিলে ।আৰু লগতে উদ্যোগ লোৱা জনক অশেষ ধন্যবাদ জনায়চো।

  • @daulatphukan3636

    @daulatphukan3636

    Жыл бұрын

    ভাল লাগিল। এটা পৰামৰ্শ --গামোচাখন প্ৰথমৰ পৰাই মূৰত মাৰি ললেএকো ভুল নহয়।কোন বিহু পণ্ডিতে এনে নিয়ম কৰিলে বুজি নাপাওঁ।কথাটো ভাবিব চোন।

  • @sewalimohonnath4882
    @sewalimohonnath48822 жыл бұрын

    🙏🖐👍👌বহুত বহুত ভাল লাগিল ধন্যবাদ

  • @k.tamuli5668
    @k.tamuli56682 жыл бұрын

    সুন্দৰ পদক্ষেপ, সুন্দৰ বিহু আৰু আগুৱাই যোৱা তাৰেই কামনা কৰিলো

  • @karabiburman1789
    @karabiburman17892 жыл бұрын

    বহুত ভাল লাগিল। তোমালোকৰ সকলোলৈ আশীৰ্বাদ থাকিল। (দেখাত সাতভনী)

  • @tarungogoi3008
    @tarungogoi30082 жыл бұрын

    সুন্দৰ হৈছে আগলৈ আগুৱাই যাঁওক । তৰুণ গগৈ ।টিংখাং ।

  • @Utpal8832

    @Utpal8832

    2 жыл бұрын

    বন্ধু, লখিমপুৰৰ পৰা ধন্যবাদ ।।

  • @pankajtamuli8970
    @pankajtamuli89702 жыл бұрын

    বহুত ভাল লাগিল তোমালোক আৰু আগুৱাই যোৱা ,

  • @junutalukdar5628
    @junutalukdar5628 Жыл бұрын

    চন্দ্ৰ প্ৰভা দললৈ উজ্জ্বল ভৱিষ্যত কামনা ‌কৰিলো। ❤️❤️👍❤️❤️

  • @barnaligogoigogoi518
    @barnaligogoigogoi5182 жыл бұрын

    বহুত ভাল লাগিছে আগ বাঢ়ি যোৱা

  • @kushalborah8671
    @kushalborah86712 жыл бұрын

    বহুত বহুত শুভকামনা থাকিল অনুষ্ঠান টি চাই বহুত ভাল লাগিল

  • @blackpanda7528
    @blackpanda75282 жыл бұрын

    Bohut 2val lagise deai

  • @user-cx3nq9wy8r
    @user-cx3nq9wy8r4 ай бұрын

    Bout.val.palu

  • @pallabidas8834
    @pallabidas88342 жыл бұрын

    উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।

  • @kalpanahandique5164
    @kalpanahandique51642 жыл бұрын

    শুভেচ্ছা জনালোঁ সকলো কেইগৰাকীলৈ।

  • @gauritaye6047
    @gauritaye60472 жыл бұрын

    চন্দ্ৰপ্ৰভা ছোৱালী বিহু হুঁচৰি দললৈ অলেখ শুভ কামনা থাকিল। 🌹👏

  • @mouchumibaruah9486
    @mouchumibaruah94862 жыл бұрын

    কবলৈ ভাষা নাই । তোমালোক আৰু আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলো ।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah54612 жыл бұрын

    সুন্দৰ অতি সুন্দৰ। আগ বাঢ়ি যোৱা।👍❤️❤️❤️❤️

  • @basantiboro4314
    @basantiboro43142 жыл бұрын

    মুগাৰ সাজ পিন্ধিলে বেচি ভাল হল হৈ গুরুজনে অলপ চিন্তা কৰক। ধন্যবাদ।

  • @yzbituponpasoninewyzbitupo2250
    @yzbituponpasoninewyzbitupo22502 жыл бұрын

    অতি শুন দৰ

  • @dulaprabhaphukon3201
    @dulaprabhaphukon32012 жыл бұрын

    বৰ ধুনীয়া হৈছে দেই

  • @lalitgogoi229
    @lalitgogoi2292 жыл бұрын

    I am very happy, go ahead, God will help.

  • @harendas6999
    @harendas69992 жыл бұрын

    Mojja🥰❤️❤️

  • @sushilborah6065
    @sushilborah60652 жыл бұрын

    Bohut dhuniya pau ru dhuniya lagise 🥰💕

  • @kakumonikalitabhuyan8581
    @kakumonikalitabhuyan85812 жыл бұрын

    সছাকৈ বহুত ভাল লাগিল চাই। তোমালোকৰ দলটোৱে আৰু আগবাঢ়ি যোৱা ।তাৰে ভগৱানৰ উচ্চতৰ প্ৰাথনা কৰিছো ।

  • @swapnaray3958
    @swapnaray39582 жыл бұрын

    Bohut bohut val lagil God bless All

  • @rinkymonientertainment2221
    @rinkymonientertainment22212 жыл бұрын

    Proud of lakhimpurian

  • @jayantadeka2609
    @jayantadeka26092 жыл бұрын

    God Bless All.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Жыл бұрын

    Uninic performance. We're proud of you. Always be positive and happiness. Go ahead way to your journey of music.All the best wishes to all. With regards.

  • @rebothazarika9501
    @rebothazarika95012 жыл бұрын

    বহুত সুন্দৰ হৈছে আৰু আগুৱাই জোৱা।

  • @ajitchandradas8924
    @ajitchandradas89242 жыл бұрын

    Khundar

  • @bumonvlogs3222
    @bumonvlogs32222 жыл бұрын

    সুন্দৰ অতি সুন্দৰ। বহুত ভাল লাগিল।

  • @tutumonichetia5827
    @tutumonichetia58272 жыл бұрын

    সুন্দৰ পদক্ষেপ । ভাল লাগিল । আগুৱাই যোৱা ভগৱানে আৰ্শীবাদ কৰক ।

  • @minotichetia9972
    @minotichetia99722 жыл бұрын

    বহুত ভাল লাগিল।তোমালোক আগুৱাই যোৱা।শুভেচ্ছা থাকিল❤️❤️

  • @narayansharma9375
    @narayansharma93752 жыл бұрын

    Bohut bhal lagil

  • @bulbulinath2610
    @bulbulinath26102 жыл бұрын

    সুন্দৰ

  • @dandadharkhanikar4198
    @dandadharkhanikar41982 жыл бұрын

    সুন্দৰ , ভবিষ্যত উজ্বল কামনা কৰিলো

  • @luhitsaikia9859
    @luhitsaikia98592 жыл бұрын

    God bless you

  • @samiranchetia5062
    @samiranchetia50622 жыл бұрын

    অতি সুন্দৰ হৈছে ।

  • @ruma_s
    @ruma_s2 жыл бұрын

    বহুত ভাল লাগিল চাই আৰু আগুৱাই যাওক আশীৰ্বাদ কৰিছোঁ 🥰🥰🥰

  • @runuboruah8550
    @runuboruah85502 жыл бұрын

    সুন্দৰ প্ৰদৰ্শন 🥰🥰

  • @mukundaneog252
    @mukundaneog2522 жыл бұрын

    Bahut bhal lagil. Bhagabane tumalukak hakaluke kusale rakshak. Aru agbarhi juwa.

  • @cookingexpert9485
    @cookingexpert94852 жыл бұрын

    ভাল লাগিল

  • @bibhagogoibibhagogoi4148
    @bibhagogoibibhagogoi41482 жыл бұрын

    Bhut bhut dhuniya dei🙏🙏🙏🙏🙏

  • @chitrabatihazarika5412
    @chitrabatihazarika54122 жыл бұрын

    ভাষাৰে নহয় অন্তৰে ধন্যবাদ দিছো আগলৈ আৰু চাবলৈ ৰৈ আছো ।

  • @deephazarika5837
    @deephazarika58372 жыл бұрын

    Bht val hoise agg bahi jua tumaluke

  • @sonowalkachariphulbarimini7635
    @sonowalkachariphulbarimini76352 жыл бұрын

    Iman hundra tumaluk aaguai jua

  • @bitupondeuri3601
    @bitupondeuri36012 жыл бұрын

    Nice

  • @himajyotimazumdar1408
    @himajyotimazumdar14082 жыл бұрын

    অভিভূত হ'লো । আটাই কেইগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগবাঢ়ি যাওক।

  • @pravatideka8890

    @pravatideka8890

    2 жыл бұрын

    Aru val hok

  • @pachandarabdhara2979

    @pachandarabdhara2979

    5 ай бұрын

    0

  • @ArpanaBoruah-cv3uz

    @ArpanaBoruah-cv3uz

    4 ай бұрын

    😅

  • @abhijeetbora8331
    @abhijeetbora83312 жыл бұрын

    Good job do continue

  • @devajitnath8613
    @devajitnath86132 жыл бұрын

    আশীৰ্বাদ শুভকামনাৰে আগুৱাই যোৱাৰ আশাৰে তোমালোকৰ মংগল হওক তাৰেই কামনা কৰিছোঁ‌ ।

  • @lukumonigogoi8813
    @lukumonigogoi88132 жыл бұрын

    বহুত বহুত ভাল লাগিল ।সঁচাই কোনে কয় নাৰীয়ে পুৰুষৰ সমানে কৰিব নোৱাৰে বুলি সকলোলৈ আন্তৰিক অভিনন্দন জনালো লগতে দলতো একত্ৰিত কৰা মনোজদালৈ বহুতো শুভ কামনা জনালো

  • @anjalipathak4964
    @anjalipathak49642 жыл бұрын

    বাঁহী,পেপা,ঢোল তাতেই আৰু ছোৱালীৰ হাতত কি সুন্দৰ নিদৰ্শন। বৰ ভাল লাগিল ❤️। শুভেচ্ছা থাকিল ভৱিষ্যতলৈ................

  • @putulkalita3115

    @putulkalita3115

    2 жыл бұрын

    আমিও মহিলা হিচাৱে গৌৰৱান্নিত হৈছো ।পুৰুষতকৈ পিছত থকা নাই ।অশেষ ধন্যবাদ ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Жыл бұрын

    Xuvokamona jonaloo hokololoike

  • @protivabormon7150
    @protivabormon71502 жыл бұрын

    বহুত ভাল লাগিল।

  • @jayantadeka2609
    @jayantadeka26092 жыл бұрын

    Bar Val Lagil....,

  • @Trijal286
    @Trijal2862 жыл бұрын

    Bohu bhal lagise👍👍👍👌👌👌❤❤❤

  • @nikhilchroy7405
    @nikhilchroy74052 жыл бұрын

    Amazing, from Kasmir

  • @krishnadoley6164
    @krishnadoley61642 жыл бұрын

    Oti hundor

  • @bikramchandradas5777
    @bikramchandradas57772 жыл бұрын

    Bhuty val lagil

  • @Nobigga_
    @Nobigga_2 жыл бұрын

    women are great

  • @anantagohain6004
    @anantagohain60042 жыл бұрын

    Nice god bless you

  • @jurikalita4756
    @jurikalita47562 жыл бұрын

    👍🙏

  • @gokulgogoi281
    @gokulgogoi2812 жыл бұрын

    Hoxi val lgise. Ami ou bht bihu mrilw. Kintu. Army ahib pra sb heralw. Dekh mati rakhya krib prisu. Jibn rang br npwa halw

  • @dimbeswargohain2867
    @dimbeswargohain28672 жыл бұрын

    Super.......

  • @hemalatasaikiagogoi6002
    @hemalatasaikiagogoi60022 жыл бұрын

    Hundor

  • @singlelife9450
    @singlelife94502 жыл бұрын

    Koboloi baxah nai, out standing performance,

  • @nikusenapati861
    @nikusenapati8612 жыл бұрын

    Moja

  • @rupabharali6614
    @rupabharali66142 жыл бұрын

    Very.nice. 👌❤️💝👌😘

  • @jyotshnadowarah2129
    @jyotshnadowarah21292 жыл бұрын

    Tai khub dhunia koi bihu nasibo jane bohu thai t prize paise 2019 t 17 ta prize paise

  • @bijitgogoi1955
    @bijitgogoi19552 жыл бұрын

    Nice 👌👌👌👌

  • @anitagogoi533
    @anitagogoi5332 жыл бұрын

    Very very nice

  • @nitumoniborah1689
    @nitumoniborah16892 жыл бұрын

    Val lagise vonti tumaluk agywai jua

  • @junaliborah6247
    @junaliborah62472 жыл бұрын

    Ki kom vhabiya puwa ni emana vl lagesa💞🥰

  • @sphgamingasboy711
    @sphgamingasboy7112 жыл бұрын

    Bohut khundor hoise

  • @learnwithme913
    @learnwithme9132 жыл бұрын

    Bohut Val lqgil

  • @lohitboruah6937
    @lohitboruah69372 жыл бұрын

    সুন্দৰ পৰিবেশন। সমূহ দলটিৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো।এই ধাৰা অব্যাহত থকাৰ কামনাৰে

  • @jahahoralmushahary9682

    @jahahoralmushahary9682

    2 жыл бұрын

    বৰ সুন্দৰ

  • @kaushikkisur7975
    @kaushikkisur79752 жыл бұрын

    Nice strep

  • @numolisaikia4826
    @numolisaikia48264 ай бұрын

    সুন্দৰ অতি সুন্দৰ অতি জনপ্ৰিয় অসমৰ,জীয়াৰী,তোমালোকৰ,আটায়ে, উজ্জ্ল,ভবিচৎ,কামনা,কৰিলো। ধন্যবাদ।

  • @rajumonibaruah6865
    @rajumonibaruah68652 жыл бұрын

    বৰ মৰম লাগিল আৰু আগ বাঢ়ি যোৱা

  • @putulhatimuria9156

    @putulhatimuria9156

    2 жыл бұрын

    Val.lagil

  • @protimadutta2890

    @protimadutta2890

    2 жыл бұрын

    অনুষ্ঠান টো চাই খুবেই ভাল লাগিছে আৰু আগবাঢ়ি যাওঁক তাক কামনা কৰিছো

  • @amarkonyak284
    @amarkonyak2842 жыл бұрын

    Iman hundra I

  • @pulingogooi725

    @pulingogooi725

    2 жыл бұрын

    Oti bitupan

  • @beautygogoi8013
    @beautygogoi80132 жыл бұрын

    🙏🙏👍👍

  • @dibankadutta5484
    @dibankadutta54842 жыл бұрын

    Mjaa bihu

  • @subornaroy9303
    @subornaroy93032 жыл бұрын

    Ati hundar aguaijua narisakti zindabad

  • @dipankargogoi5909
    @dipankargogoi59092 жыл бұрын

    Bor hundar 🙏🙏

  • @parishmitahazarika8465
    @parishmitahazarika84652 жыл бұрын

    Amar district group oo gome napau eman ami so aku nii tumaluk agbahi juya ba and vonti

  • @sunsunkonwarj487
    @sunsunkonwarj4872 жыл бұрын

    অতি সুন্দৰ প্ৰদৰ্শন।

  • @jyotshnadowarah2129
    @jyotshnadowarah21292 жыл бұрын

    Mur famili r ejoni konmani e ei group tu t join kribo bisarise pare jodi jugajug r babe help kribo ✨

  • @jinagogoi6074
    @jinagogoi60742 жыл бұрын

    Aijoi bihu Bihu hundr voice hundr bihu

  • @numalgogoi3972
    @numalgogoi3972 Жыл бұрын

    lpp

  • @ajitkumarphukan9736
    @ajitkumarphukan97362 жыл бұрын

    আন্তৰিক অভিনন্দন ওলগ জনালোঁ কৃষ্ণ 🙏 অতী সুন্দৰ গুৰুৱে কৃপা কৰক কৃষ্ণ

  • @anjaliray4908
    @anjaliray49082 жыл бұрын

    Happy bihu majaaa

  • @allthebest2947
    @allthebest29472 жыл бұрын

    বৰ ধুনীয়া লাগিছে দেই আৰু আগবাঢ়ি যোৱা

  • @ritasaikia1517

    @ritasaikia1517

    2 жыл бұрын

    মোৰ এগৰাকী ভাগিন আছে মাজুলীত ভাল ঢোল বজাই যদি কৃপা কৰে যোগাযোগ কৰিব নেকি ।

  • @bijayaborgohain3807

    @bijayaborgohain3807

    2 жыл бұрын

    বৰ সুন্দৰ ‌পৰিবেশন। সকলোৱে আগবাঢ়ি যোৱা।যাত্ৰাৰ পথত ভগৱান সহায়ক হব।

  • @madhabduwarah71
    @madhabduwarah712 жыл бұрын

    Hxakoi dhulr mat hunile gaa vgi uthe

  • @umakantaassam7123
    @umakantaassam71232 жыл бұрын

    Val paisu kintu suwaliye suwali haj pindhibo lage lorar nohoi ,ghorot hikuwa nai neki

Келесі