Singer Debajit Borah Interview with Nilotpal chaliha ,, flightত English নজনাৰ বাবে কি হৈছিল?

/ @debojitborahofficial

Пікірлер: 264

  • @dilipchandradas2292
    @dilipchandradas2292 Жыл бұрын

    এনেদৰে সচা কথা নিসংকোচে কবলৈ সকলোৰে কলিজা নাথাকে। মন যাৰ নিস্কলুষ তেৱেঁই কব পাৰে। ধন্যবাদ থাকিল দিবাকৰ বৰালৈ।

  • @tulikaborah4380
    @tulikaborah43805 жыл бұрын

    সত্য কথা কোৱাৰ বাবে বহুত ভাল লাগিল। দেৱজিত দাৰ সকলো গান মোৰ বহুত ভাল লাগে।

  • @bjdassam2823
    @bjdassam28235 жыл бұрын

    আমাৰো গাঁৱলীয়া জীৱন,,, ভাল লাগিল

  • @arunbaruah1241
    @arunbaruah12415 жыл бұрын

    খুবেই ভাল লাগিল। Videoটো চাই গম পালো যে দেৱজিৎ বৰা ডাঙৰীয়া সঁচাকৈ অলপো অহংকাৰ নথকা খোলা অন্তৰৰ এজন ভাল মানুহ।

  • @bikashjsarmah7995
    @bikashjsarmah79955 жыл бұрын

    এজন সচাঁ গাৱঁলীয়া মানুহ। কথাবোৰ খোলাখুলিকৈ কৈ দিছে। দাদা আপুনি আগবাঢ়ি যাওঁক। আপোনাৰ গান বহুত ভাল পাওঁ।

  • @hemarabha555
    @hemarabha5555 жыл бұрын

    Dhetteri bht hahilu interview sai bt bht bhal lagise mur aataitkoi fevrt sng tu hol facebook t saba dei ....al d best fr ur future my best wishes fr u

  • @utpalmodularkitchen937
    @utpalmodularkitchen9375 жыл бұрын

    দেৱজিৎ দা আপুনি সঁছাকৈ মোৰ মনৰ মানুহ 😍

  • @chandenichetia510
    @chandenichetia5105 жыл бұрын

    দেৱজিত দাদাৰ সহজ সৰল স্বভাৱটোৰ বাবেই বহুত ভাল লাগে। love you Debojit daa..

  • @ritukhanikar5516
    @ritukhanikar55165 жыл бұрын

    Www Debojit da tmi hosai ...Mohan 🙏🙏🙏🙏🙏

  • @nupurbora5047
    @nupurbora50475 жыл бұрын

    Hosa kotha kuwar babe br val lagil..

  • @mainusaikia5681
    @mainusaikia56815 жыл бұрын

    ভাল লাগিল সচাই মনত অকনো অহংকাৰ নাই দেবজীত দাৰ আগলৈ জাতে এনেকৈ আগুৱাই যায় তাৰ কামনাৰে Bst of luck দেবজীত দা..

  • @ckassam3129
    @ckassam31295 жыл бұрын

    Nilotpal da, Apuni ei video2r joriyote Debajit Borak prerona diyar logote hohai kori diyar jitu humanity, heitu hosai val lagil. I like it

  • @rabihoque1285
    @rabihoque12855 жыл бұрын

    debojit da apuni khosa kotha kowar babe bohut vall lagel

  • @jugalborah4465
    @jugalborah44655 жыл бұрын

    দাদাৰ সৰলতা খিনি সঁচাকৈ ভাল লাগে

  • @jaanbora3876
    @jaanbora38765 жыл бұрын

    Bohut val manuh Debojit borah, aru bohut val lage Debojit borah likha gan

  • @pujaborah820
    @pujaborah8204 жыл бұрын

    Bhut val lagil dai sai

  • @nayanjyotikalita7590
    @nayanjyotikalita75905 жыл бұрын

    সচা কথা কৈছে, ভাল লাগে দেবজিৎদাৰ গানবোৰ। 👌👌

  • @mgvlogs9797
    @mgvlogs97975 жыл бұрын

    দেবজিৎ দা একেবাৰে খোলা অন্তৰ ব্যক্তি সকলো কথা কৈ দিয়ে সেই কাৰণে ভাল লাগে ।

  • @dkdebojitkk1806
    @dkdebojitkk18065 жыл бұрын

    Nice debojit da...mr apunak bhut vl lage..apunar gan huni bhut vl paw..

  • @ashruniluzir1613
    @ashruniluzir16135 жыл бұрын

    হাহ হাহহ হাহ

Келесі