সত্যভমা, সুদৰ্শন অাৰু গৰুড় ৰ দৰ্পচূর্ণ
Ойын-сауық
সত্যভমা, সুদৰ্শন অাৰু গৰুড় ৰ দৰ্পচূর্ণ
#naam
#assamesenaam
#assamsenagaranaam
#kusumdevi
Contact number - 9101125496
Writer- Dulu Ram Boro
Studio - D.J Chitra Studio
Editor - Malay Deka
Thanks for watching ❤
Пікірлер: 102
বহুত অপেক্ষাত আছিলোঁ বাইদেউ।🙏🙏🙏
Mor pria nam git gaise aru gabo apunar val haok Krishnar kripat
বহুত ভাল লাগিল চাই
সছাকৈ ভাল হৈছে। আপুনি এজনী পেচাত উকিল আৰু সুন্দৰ এটি যৌথ পৰিয়ালৰ বোবাৰী হৈ অসম জুৰি নাগাৰা নাম পৰিবেশন কৰি যি জনপ্ৰিয়তা অৰ্জন কৰিছে । সছাকৈ ধন্যবাদৰ প্ৰাত্ৰ।
সুন্দৰ🎉😊
Baa ♥️♥️♥️
কুসুম ৰ নাম বহু আগৰ পৰাই চাইছোঁ।তেওঁৰ এজন গুৰু নৰেশছৰ কলিতা দেব মোৰ এজন অতি প্ৰিয় পাঠক।এওৰ নাম প্ৰথম দিনা চাইচিলো চিপাঝাৰৰ লাউজানত।সেইদিনাই জানিছিলোঁ এও এদিন নামৰ জগতত সাচ বহুৱাই যাব।আগলৈ আৰু ভাল হোৱাটো কামনা কৰিলোঁ।
@kusumanidevi1895
11 ай бұрын
বহুত ভাল লাগিল মোৰ গুৰু নৰেশ্বৰ কলিতা চিৰ ৰ নাম ভাল পায় বুলি জানি।আপোনাক অশেষ ধন্যবাদ।
বহুত ধুনীয়া হৈছে বা। অপূৰ্ব
সঁচাকৈ আপোনাৰ নাম শুনি বহুত ভাল লাগে আপোনাৰ কন্ঠ অতি সুন্দৰ ❤❤🎉🎉❤❤
অতি সুন্দৰ কন্ঠ 🎧
Dhunia
Ramkrishna
কৃষ্ণ কৃষ্ণ
ধূনিয়া হৈইছে নাগাৰা নামতো 🙏
Bahut val lgise
🎉🎊🎉🌺🌺 fantastic
ভাষা নাই ।খুউব সুন্দৰ হৈছ কুসুম
ধুনীয়া
শুনি বৰ ভাল লাগিল। কি সুললিত কণ্ঠ।
O baedau juwa kali amar eaty gai juar nambor khub xundor hoisy xosakoi apunar maati xuola
@kusumanidevi1895
8 ай бұрын
Thank you
Bohut bohut besi val hoise
Bohut dinr pora ei nam tu hunib apekkha Kori asilu monr bancha puran hol❤❤❤❤ Xundar baidew
Wow 🤩 nice voice ba 🔥🔥🔥
অতি সুন্দৰ নাম😍🥳🥳
কৃষ্ণ, কৃষ্ণ,
সুন্দৰ বাইদেউ ❤❤
বৰ ভাল লাগিল 🙏🙏
Moja hosi❤
Bht besi vl lagil baideo
মন পৰশা মাত৷ আগুৱাই যাওঁক৷ ভাল লাগিল বহু দিনৰ মূৰত আকৌ এটা নতুন নাম শুনিবলৈ পালোঁ৷
Bohut Val hoise namto best of lak old the best aru jate apuni aguwai jabo pare tare karone vogobanor osorot kamona korilo aru apunar mat to bohut val ❤❤❤❤❤❤❤
ভিডিঅ কৰি দিব লাগিছিল আৰু ভাল লাগিল হয়
@bhupalisharma6675
Жыл бұрын
তথাপিও নুশুনাকে থাকা নাই কিন্তু ভাল লাগিছে বহুত
ভাল লাগিল বাইদেউ 🙏আৰু ভাল নাম আপুনি ৰাইজক উপহাৰ দিব বুলি আশা থাকিল। ভগবানে আপোনাক শক্তি দিয়ক 😘
সুন্দৰ বাইদেউ
বা বহুত বেছি ভাল লাগিল
Bht Val lagil xuni
Bahut bahut vl lagil
Mojjjjjjaaaaaaaaaaa❤
Mata jononi full nagra palo ru xunilu o bohut val lagil Mata jononi
Mojaaa
Dhunia baideo
Val lagil xuni.. aru lage val naam
Apunar Nam sai bhout val lage
xundor lagil
বৰ সুন্দৰ প্ৰদৰ্শন কৰিছে , শুনি ভাল লাগিল ।নামতি আইগৰাকী ভবিষ্যত উজ্জ্বল কামনা কৰিলো ।
Mja
Majja❤
Xundor Krishna 🙏
Majaaaaaaaaa
ধুনীয়া লাগিল ।
বহুত বহুত ভাল লাগিল ma'am 🙏🙏
Bahut vl pao aponr nam. Krishna
সুন্দৰ বা
Val lagise
ভক্তিৰসেৰে ভৰপূৰ ধুনীয়া মনোগ্ৰাহী নাম।
Moja❤
Nice video ba
So Nice 👍
বৰ সুন্দৰ হৈছে বাইদেউ
Tamammmm val lagil
Moja 🥰
ভাল হৈছে।
Very.good
Bahut dhunia gaise baidew,bhut dhunia kontho
@khagenbhuyan7577
10 ай бұрын
Sundar baidew kanth val
🙏🙏
❤❤❤
নামতো বহুত দীঘল কৰিচে 25 বছৰ আগতে পাথক নগেন বৈশ্যই পৰিবেশন কৰিছিল
@kusumanidevi1895
6 ай бұрын
মোৰ সোভাগ্য নহ'ল মহান শিল্পী গৰাকীৰ নাম পৰিৱেশন চোৱাৰ। আপোনাৰ মন্তব্য আগবঢ়োৱাৰ বাবে ধন্যবাদ জনালো।
Khub val Palo xuni,,,, antkoi beleg ata sowad Palo....
Dhuniya❤
❤❤
Sundar
First view
❤❤❤❤
❤
সোনত সুৱগা যেন হৈছে।অ দ্বিতীয় কণ্ঠ। বহুত ভাল লাগিল।
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤👏moj da
কৃষ্ণ
Moja ❤❤
অভিনয়ৰ সৈতে নামটো আপলোড কৰা হয় সোণত সুৱগা চৰিলে হয়, বাইদেউ । বহুত ভাল লাগিল শুণি,কিন্তু চাবলৈ পোৱা হ'লে মনটোৱে শান্তি পালে হয় ।
Bar,dhuniya,nar,kantha,aru,dibason,majani
Bahutdinar Murat natun nam subaloi pai bht val Palo. Moi sadai l natun natun nam kusumar para bisaro.
0:13 0:14
Akha korisu nam Tu jen lakh lakh views ahe
Ki xundar nam xadai xunu
Bahut Bhal Hoiche Baideu Aru Natun Nam Gabo Aru Aguyai Jabo Tar Babe Pranam Jonaicho
@user-fi9ko7hd9d
Жыл бұрын
😅😊
@monideka9821
10 ай бұрын
❤😇♥️💝❤️🙏
@girindrasaharia48
10 ай бұрын
@@monideka9821😂😂😂❤😅❤❤😊
🎉 59:38
Sulalit kantha ...Suni hepah napolai..
সুন্দৰ বাইদেউ
বৰ সুন্দৰ প্ৰদৰ্শন কৰিছে , শুনি ভাল লাগিল ।নামতি আইগৰাকী ভবিষ্যত উজ্জ্বল কামনা কৰিলো ।
Mjja hoi sa khuri
❤❤❤
❤️❤️❤️❤️❤️
❤