সহজতে শকত হোৱাৰ উপায় | কি খাব কিমান শুব | Devottom |

Whole body workout with dumbbell:
For Male: • Ultimate Full-Body Dum...
For Female: • 30 Minute Full Body Du...

Пікірлер: 3 200

  • @arjuwara5312
    @arjuwara53122 жыл бұрын

    Bohut dinor pora apunar ai video tu bisari asilu..akha asil apuni ai video tu bonabo buli.. Aji video salu aru khosakoi a bohut val lagil.. Iman dine horu horu question monot ahi asile but aji gutei question r answer pai golu.. Sir moi daily apunar video sou aru mur sinaki jar ji prblm hoi ase hihotk video bur share koru..... Thnk you Sir. ❤🙏

  • @Dipamoni748
    @Dipamoni7482 жыл бұрын

    মই বহুত ক্ষীণ। সকলোৱে হাঁহে । মানসিক ভাৱে ভাগি পৰিছোঁ ।😭😭

  • @ankursambience1397
    @ankursambience13973 жыл бұрын

    ভাল লাগিলে ছাৰ । কথা কোৱাৰ style বোৰ ভাল লাগে। ডক্টৰ যদিও কোনো attitude ত কথা নকয় আপুনি। নিজৰ ঘৰৰ মানুহৰ দৰে কয়। Thank you.. লগ পাব মন যায় কেতিয়াবা

  • @papudas783
    @papudas7833 жыл бұрын

    দাদা ছমাহ মান আগতে এই ভিডিও টু চাইছিলোঁ আৰু আপুনি কোৱা মতে কৰি গৈছোঁ এতিয়া অকণমান পৃথক পাইছোঁ।লগৰ সমনীয়া বোৰে ও কৈছে অলপ শকত হৈছো বুলি আৰু দুটা মান ক্ষীণ ক্ষীণ লগৰ লৰক ভিডিও টু চিয়াৰ কৰি দিছো সিহঁতে ও কৰি আছে আপুনি কোৱা মতে।ধন্যবাদ দাদা আগতে নেওলা বুলি জোকাইছিল মোক এতিয়া নোজোকাই।মা দেউতাই ও আপোনাক ধন্যবাদ দিছে।

  • @milanborah4734
    @milanborah47343 жыл бұрын

    ধন্যবাদ ছাৰ, আপুনি মোৰ মনৰ কথাবোৰকে কলে। আজিৰ পৰা ৩ বছৰৰ আগতে মই একেবাৰে ক্ষীণ আছিলো। মাত্র ৪৮ কেজি। মই মোৰ ওজন বঢ়াবৰ বাবে প্ৰথমে Exercise ৰ লগতে খোৱাৰ পৰিমাণো লাহে লাহে বঢ়াই গৈ থাকিলো। সমান্তৰাল ভাৱে ৰাতি ৭ ৰ পৰা ৮ ঘণ্টা শুবলৈ চেষ্টা কৰিলোঁ। বৰ্তমান মোৰ ওজন ৭৮ কেজি। আপোনাৰ কথাবোৰেই একো একোটা ঔষধৰ নিচিনা কাম কৰে। 🙏🙏🙏🙏🙏🙏

  • @hirokjyotideka4257
    @hirokjyotideka4257

    Moi dhot khin hoi

  • @mrdibyajyoti6083
    @mrdibyajyoti60833 жыл бұрын

    আপোনাৰ ভিডিওৰ পৰা আমি বহুত জ্ঞান লাভ কৰো ছাৰ। ডাইবেটিচৰ ওপৰত এটি ভিডিও বনাবলৈ অনুৰোধ জনালো। মোৰ বয়স বৰ্তমান 30 বছৰ আৰু মোৰ তেজত ডাইবেটিচৰ উপস্হিতি পাইছো।

  • @bikashkachari8221
    @bikashkachari82213 жыл бұрын

    এইটো ৱিদিও মোৰ বাবে খুবেই প্ৰয়োজনীয় ছাৰ(দাদা)।। ধন্যবাদ।

  • @lukuarohimixmedia5538
    @lukuarohimixmedia55383 жыл бұрын

    আইঔ ইমান Helpful ভিডিঅ' মোৰ বাবে....মই বৰ ক্ষীণ....মোৰ বৰ ইচ্ছা অলপ শকত হবলৈ

  • @user-bp1zo9zk5p
    @user-bp1zo9zk5p2 жыл бұрын

    মই ছাৰ পোৱা গধুলি pushup 80-100 setup 50-60 pulup 10-12 dubmel ৮ কেজিৰ ব্যৱহাৰ কৰো, ১০ৰ পৰা ১০-৩০ ৰ মাজত শুই যাও ৰাতি ৪ ৰ পৰা ৪-৩০ৰ মাজত উঠি দৌৰিব যাও, বেছিভাগ প্ৰায় ৩-৬ কিলোমিটাৰকৈ, কিন্তু সপ্তাহত এদিনকৈ ১২-১৫ কিলোমিটাৰ দৌৰি, খুজো সিমানেই কাঢ়ি অহা হয়। বয়স ২৩ হল, ওজন, ৪৮-৫০ এনেকুৱাই হৈ থাকে, নেবাঢ়েই বেছিকৈ।

  • @mayjalhoque3489
    @mayjalhoque34893 жыл бұрын

    এনেকুৱা ভিডিঅ' এতিয়ালৈকে কোনো ইউটোবাৰে বনাব পৰা নাই। আপুনি বনাব পাৰিছে। আপোনাক মই কি বুলি ধন্যবাদ দিম কোনো ভাষা বিচাৰি পোৱা নাই। you are great.....🙏🙏

  • @Statuslover99148
    @Statuslover99148

    Kune Kune 2024t sai asa ..like

  • @vijaykumardev1345
    @vijaykumardev13452 жыл бұрын

    আপোনাৰ কথাবোৰত ৰস আছে ৷সেইবাবে আকৰ্ষণ কৰে মানুহক৷ৰসাল মানুহৰ কথাই মনক স্পৰ্শ কৰি যায় ৷ভাল লাগিল ভিডিওঁটো।

  • @soneshwaridevi642
    @soneshwaridevi642 Жыл бұрын

    ইমান ধুনীয়াকৈ বুজাব পৰা ব্যক্তি বহুত কম উলাব! ধন্যবাদ ইমান ধুনীয়াকৈ বুজোৱাৰ বাবে।

  • @AviNill
    @AviNill2 жыл бұрын

    ইমান ধুনীয়াকৈ কৈছে ভাল লাগিছে🥺❤️

  • @silcharoxomiadeka7353
    @silcharoxomiadeka73533 жыл бұрын

    sir মানুহে এনেই নকই যে doctor hokol vogowan

  • @sochirampadun4307
    @sochirampadun4307

    ধন্যবাদ চাৰ। বহুত নজনা কথা জানিব পাৰিলো আপোনাৰ পৰা। আপোনাৰ নিচিনা মানুহ পাৱলৈ সমাজত টান । ইমান ধুনীয়াকৈ বজাই দিয়া। বহুত বহুত ভাল লাগিল।

  • @dolimadutta3697
    @dolimadutta36973 жыл бұрын

    ছাৰ আপোনাৰ ভিডিও বোৰৰ পৰা বহুত উপকৃত হৈছো৷কৰ’নাৰ প্ৰতি থকা ভয় লাহে লাহে নোহোৱা হৈছে৷সজাগ হৈ আছো সদায়৷

  • @hemonrobidas9039
    @hemonrobidas90392 жыл бұрын

    বহুত ভাল লাগিল ছাৰ আপোনাৰ এই গুৰুত্বপূৰ্ণ কথা বোৰ শুনি আৰু বহুত কথা জানিবও পাৰিলোঁ ।thank you

  • @littlechamp1132
    @littlechamp11323 жыл бұрын

    Aitu video mor babe bhut bhut important hoi because moi emane khin hoi manuhr agt ulaboke laj lage.but thank you so much sir Apunar advise bur xuni val lagil

Келесі