Khuri apuni ringlight loi lbo ako recipe video bnabole hubidha hb......bea npbo kuar karne apunar mbl dhori bnabole pblem hoise karne koisu........bht bht mrm ❤❤ video bur sai bht vl lge❤🎉
@joba22221 күн бұрын
Dekhi khau khau lagi goise dei.. Dhuniya hoise
@kabitaborabhakatgaon21 күн бұрын
Dhuniya ❤
@ITS_SWEETY-s1k21 күн бұрын
Recipe to chai bhut bhut Val lagil ma.
@sikhavlogs319621 күн бұрын
❤❤
@MintuBoruah-x6w21 күн бұрын
Apunar video bur kiman je val lage moi sabole roi thaku apunar loi bohut bohut morom 😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@AnamikaBarman-cn9gi21 күн бұрын
আমাৰ দিনৰ ভাগত মাছ মাংস খোৱা কমে হয়।ৰাতিহে বেছি ভাগ খোৱা হয়। ছাগলীৰ মাংস ধুনীয়াকৈ বনালে ভাল লাগিল।
@bornalidutta265721 күн бұрын
Colour tu kintu bhut dhunia hoise bidew❤
@RashmiKonwar
21 күн бұрын
❤️❤️❤️
@PurnimaBuragohain-ol2kz21 күн бұрын
❤❤❤
@tafzulahmed396721 күн бұрын
Apunar vedio bor sai bohut nojona kotha khikisu bohut bohut val lage video saboloi roi thako khodai anedore khukhi hoi thakok sengnangloi morom
Пікірлер: 76
Khuri apuni ringlight loi lbo ako recipe video bnabole hubidha hb......bea npbo kuar karne apunar mbl dhori bnabole pblem hoise karne koisu........bht bht mrm ❤❤ video bur sai bht vl lge❤🎉
Dekhi khau khau lagi goise dei.. Dhuniya hoise
Dhuniya ❤
Recipe to chai bhut bhut Val lagil ma.
❤❤
Apunar video bur kiman je val lage moi sabole roi thaku apunar loi bohut bohut morom 😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
আমাৰ দিনৰ ভাগত মাছ মাংস খোৱা কমে হয়।ৰাতিহে বেছি ভাগ খোৱা হয়। ছাগলীৰ মাংস ধুনীয়াকৈ বনালে ভাল লাগিল।
Colour tu kintu bhut dhunia hoise bidew❤
@RashmiKonwar
21 күн бұрын
❤️❤️❤️
❤❤❤
Apunar vedio bor sai bohut nojona kotha khikisu bohut bohut val lage video saboloi roi thako khodai anedore khukhi hoi thakok sengnangloi morom
@RashmiKonwar
21 күн бұрын
বহুত বেছি মৰম 😘❤️
সুন্দৰ ❤❤😂
Hodai roi thaku sabor babe ..
❤❤❤❤ testy ❤aji amiu khalu dei
মইও কুকাৰত হে বনাও ছাগলী মাংস।আপোনাৰ খিনি দেখি লোভ লাগি গৈছে।মই অৱশ্যেই চিকেন ৰ বাহিৰে একো নাখাওঁ।
Nice seng nang ❤❤❤
@RashmiKonwar
19 күн бұрын
❤️❤️❤️
Vaal lagil .. Sagoli mankho khini bohut dhunia hoise ❤❤❤
Bahut besi Val lagile dei ❤
Vl lagila day sai adin bonai khabo lagiba❤❤
@RashmiKonwar
17 күн бұрын
❤️
Ki khbr khuri❤❤xokoluloi morom
Khau khau lagise khuri ma❤ kintu moi gundho tu karone he khabo nuwaru
Khurimaa hator vat akhaj khabo bht mn ase dai
Dalseni,Elachi long tejpat agotai telot dibosun aru val lagibo khabole.. Aibur nidile alp gundhai sagoli mangkhotu😊
Nice videw.
ভাল লাগিল❤।মাংস ৰেচিপি টো দেখি বলৈ লোভনীয় হৈছেই,আপোনালোকে খোৱা দেখি জিভা পানী পৰি গৈছে😊😅😅😂মজা❤❤❤❤❤
@nilakhidutta1756
21 күн бұрын
8
খাবলে মন গ'ল দেই খুৰী
Khabole matiba de adin khuri ma ❤ bhut bhut morm de
মই দোকানৰ পৰা আনিলে কুকাৰত দিও আমাৰ গাওঁত কটা কুকাৰত নিদিও আমাৰ মাইনাও মজা বনাই সকলোৱে টকালি খায় ।মজা বনালা বহুত লোভ লাগিল মোৰ প্ৰিয়❤❤
দেখি খাও খাও লাগি গৈছে দেই বৰমা❤
@RashmiKonwar
20 күн бұрын
❤️
Dekhi khb mon goise matib dei 1 din
ভাল লাগিছে বাইদেউ এনেকুৱা আগলৈ recipe দি থাকিব বুলি আশা থাকিল । গাহৰি recipe এটি দিব
@user-xo2dm2lh2y
21 күн бұрын
খাও খাও লাগিলে দেই😂😂😂😂😂
আমি গলে খোৱাব লাগিব ৷
❤❤❤❤😂😂
Logpuwa akha thakil
@RashmiKonwar
19 күн бұрын
❤️
Apunalukok emn log pabole mon ase
বৰ ধুনীয়া হৈছে দেখি খাও খাঁও লাগিছে কিন্তু থাইৰদ আছে খাব নোৱাৰো
Khahi manxo pidina rati pua khai ki mozaa laga
বাইদেউ আমক নামাতিলে যে
লোভনীয় দেই... মইহে যাম যাম কৈ... কেইবা বছৰো গল..... কোনোবা এদিনা ওলাম গৈ আৰু দেই
@RashmiKonwar
21 күн бұрын
সঁচা অ ,আমি পাতি থাকোঁ
Plastic r basonot gorom bostu nothobo khuri
Manu jon bor lucky apuna dore potne pale
@RashmiKonwar
21 күн бұрын
ধন্যবাদ
লোভ লাগি গৈছৈ
@krishnogaming5225
21 күн бұрын
🤑🤑👻🥵
❤❤❤❤❤❤❤❤❤❤
অ বাইদেউ বৰ লুভনিয়া হৈছে,মইও আপোনাৰ দৰে ৰান্ধো😊
ময়ো নাজানো দেই ছাগলী মাংস ৰান্ধিব । আজি শিকি ললো তোমাৰ পৰা । অৱশ্যে মাংস ভাল হব লাগে । ছাগলী মাংস গোন্ধ নাহিবলৈ যিকোনো টেঙাৰ পাত দিব লাগে বোলে। মাংস ৰাতি খাব নালাগে জানো কিন্তু ৰাতি মাংস খালেহে মাংস খাইছো যেন লাগে 😊😊😊 আমিও প্ৰায়েই ৰাতিয়ে মাংস খাও । বাকী ভাল লাগিল ভিদিঅটো চাই নতুন ৰেচিপি এটা শিকিলোঁ।মৰম❤❤❤❤❤
@RashmiKonwar
21 күн бұрын
❤️
দাদাই বৰ ধুনীয়াকৈ শলাগিছে আপোনাক। ভাল লাগে ন সন্মুখত মানুহজনে শলাগিলে।
@RashmiKonwar
21 күн бұрын
উম 😊
বহুত দিনৰ পিছত আপোনাৰ ভিদিও চালোঁ ভাল লাগিছে । মাংস খনো ধুনীয়া হৈছে গে ।ভাল নে খুৰী মা আপোনালোকৰ।।।।
@RashmiKonwar
21 күн бұрын
আমি ভালে আছোঁ । ভাল নে তোমাৰ ?
@lilibora7786
20 күн бұрын
Seni dile colour hoi baideu aru logt apuni rosun 30 futa man piyajr logte dibisun aru testi hoi
@lilibora7786
20 күн бұрын
Adin bonai khai sabsun baideu golaghat sarupather sai morm jasilu dei apunalukle❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Hi ❤❤❤
Guta garom masala dibo onion diya agot aru val hobo baki val lagil video tu sai
Colour তেল ত দিব
@RashmiKonwar
21 күн бұрын
তেলতে দিছোঁ ,চাব চোন ভালকৈ ।
মজা হৈছে খুৰিমা😋😋 ও খুৰিমা এটা কথা কৌ বেয়া নাপাব চুগাৰ থাকিলে বেছি আলু খাব নালাগে কোমৰা আৰু বিলাহীৰ লগত বনাই খাব আলু নেদিয়াকৈ ভাল লাগে পিয়াজ বেছিকৈ দিব এতিয়া দিয়াৰ দৰে ❤❤❤❤মই সংগীতা নলবাৰী পৰা
@RashmiKonwar
21 күн бұрын
আলু লৰা ছোৱালী হঁতলৈ লাগে অ
@army-bf7ms
21 күн бұрын
@@RashmiKonwar আপোনি ভালে থাকিলেহে ভিডিও চাব পাম❤❤❤খুৰিমা মৰম জনালো ভগবাননে ভালে ৰাখক
আপোনাৰ লোকৰ সৰু লৰাতো ভিডিও ত নেদেখাই কিয়
@RashmiKonwar
19 күн бұрын
আপুনি প্ৰতিটো ভিডিও নাচায় চাগে
ছাগলী মাংস নাখাওঁ কাৰণে দেখিলে কিবা লাগি যায়😊
❤❤