Ramcharan Bharalir VCD কলিৰ আগমন || Part 2 ||

Музыка

part 2 for Kalir Agaman || pathak Ramcharan Bharali

Пікірлер: 85

  • @puronpayeng7151
    @puronpayeng7151 Жыл бұрын

    ৰামচৰণ মানে ৰাম ; ভৰালী মানে ভগৱান । 🙏🙏🙏

  • @sanjibjyotimalakar3116
    @sanjibjyotimalakar311625 күн бұрын

    জয় শ্ৰী ৰাম🙏🙏🙏

  • @devimedhi629
    @devimedhi629 Жыл бұрын

    সহজ সৰল । সুন্দৰকৈ বুজিব পাৰি ।

  • @jadabdeka9180
    @jadabdeka91802 жыл бұрын

    গুৰু শিষ্যৰ সন্মিলন ,এক মণিকাঞ্চন সঙযোগ

  • @abhiramdash109
    @abhiramdash109 Жыл бұрын

    মাননীয় পাঠক দাদাৰ নাম বহুত শুনিলো |সকলো বোৰ নামেই অন্তৰস্পৰ্শী |কাহিনীৰ বৰ্ণনা আৰু ইয়াৰ ভাওভঙ্গী বহুত সুন্দৰ আৰু অধিক মনোৰঞ্জক |

  • @ramentahbildar7538

    @ramentahbildar7538

    Жыл бұрын

    ক্ষঙ😮

  • @KhiradaKalita-el7lf

    @KhiradaKalita-el7lf

    Жыл бұрын

    ​1111111the

  • @sanjibjyotimalakar3116
    @sanjibjyotimalakar311625 күн бұрын

    ধুনীয়া

  • @mantuhaloi8717
    @mantuhaloi87174 жыл бұрын

    Bhut puroni asa ata puran hol.Thanks

  • @user-kx3gy6wq6c
    @user-kx3gy6wq6cАй бұрын

    Val lagica

  • @tapansarmah3148
    @tapansarmah3148 Жыл бұрын

    মই রাম চরন ভরালীর নাম শুনি ভাল পাওঁ

  • @indrajitbhattacharyya2698
    @indrajitbhattacharyya2698 Жыл бұрын

    সুন্দৰ হৈছে ।

  • @padminidas5610
    @padminidas56102 жыл бұрын

    Kolir,jugar,naam,hisape,bohut,vall,lagil,huni,bohut,vall,lage,maharaja,dharamraj,jujishthir,budhiek,konaw,bole,noware,dharamraj r,agot,hokolo,porajeet,hobo,lagebo,👏

  • @bikysharma4601

    @bikysharma4601

    Жыл бұрын

    l0

  • @priyabarmosorong
    @priyabarmosorong Жыл бұрын

    Krishna bapjon apunar video tu saye bor vall palu

  • @binitabarman4661
    @binitabarman46613 жыл бұрын

    Ati sundar voice

  • @nitumanimalakar8081
    @nitumanimalakar8081 Жыл бұрын

    Val lagise moja

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    Жыл бұрын

    ধন্যবাদ

  • @pradiphazarika8898
    @pradiphazarika8898 Жыл бұрын

    Bohutvalagisy

  • @pulen8078
    @pulen80783 жыл бұрын

    khub dhuni ya dev

  • @birendutta6306
    @birendutta6306 Жыл бұрын

    Ramcharan Bharali is our Diomond of Nagaranam in Assam

  • @bikashchoudhury1053

    @bikashchoudhury1053

    Жыл бұрын

    Not diamond all over from this, Jay shree Krishna

  • @sunitadeka3189
    @sunitadeka31899 ай бұрын

    Ramkrishna

  • @nipanpulu5607
    @nipanpulu56072 жыл бұрын

    Xundar

  • @d.kalita4418
    @d.kalita4418 Жыл бұрын

    ৰামচৰণ ভৰালী ককাৰ নাম ভাল লাগে মোৰ ।

  • @anilbarman9044
    @anilbarman9044 Жыл бұрын

    Mojha dada

  • @dwipendas3091
    @dwipendas30912 жыл бұрын

    সুন্দৰ

  • @minatimech4993
    @minatimech49932 жыл бұрын

    Porikit raja ovisap.dibo.asa.korilu.krishna.bap

  • @gitanjalidutta9318
    @gitanjalidutta93183 жыл бұрын

    Ram ram Ram

  • @banjitramnamchanel9518
    @banjitramnamchanel95182 жыл бұрын

    বহুত ধুনীয়া লাগিছে দেই কৃষ্ণ 🙏

  • @nitulduttanituldutta3077
    @nitulduttanituldutta3077 Жыл бұрын

    সুন্দৰ 🙏🙏

  • @bikashchoudhury1053
    @bikashchoudhury1053 Жыл бұрын

    Hare Krishna

  • @manikaroy276
    @manikaroy276 Жыл бұрын

    Oti sundar

  • @anilbarman9044
    @anilbarman9044 Жыл бұрын

    Super nice pic

  • @brajendra_deka
    @brajendra_deka2 жыл бұрын

    বৰ সুন্দৰ ৷

  • @BabiDeka-tb7zw

    @BabiDeka-tb7zw

    Жыл бұрын

    Sundor

  • @pradiphazarika8898
    @pradiphazarika8898 Жыл бұрын

    Bohutvalsy

  • @mintubaishya4144
    @mintubaishya41445 ай бұрын

    ❤He said he😢kre😂😢🎉😅😊.

  • @RanjeetSharma-mz6xz
    @RanjeetSharma-mz6xz Жыл бұрын

    Talukdar and ramcharan bharali Assam r Idol hoi

  • @jayantadeka1734
    @jayantadeka17342 жыл бұрын

    অতি সুন্দৰ

  • @bhanitadeka1525
    @bhanitadeka15252 жыл бұрын

    Mojja

  • @anilbarman9044
    @anilbarman9044 Жыл бұрын

    Hi dada

  • @Minakakati-nu5hp
    @Minakakati-nu5hp3 жыл бұрын

    সুন্দৰ ।

  • @mamitadas321

    @mamitadas321

    3 жыл бұрын

    2szwezz @12=

  • @mamitadas321

    @mamitadas321

    3 жыл бұрын

    .

  • @kankanpathak3115
    @kankanpathak31152 жыл бұрын

    প্ৰনাম জনালো ।

  • @RanjeetSharma-mz6xz
    @RanjeetSharma-mz6xz Жыл бұрын

    Amamaro axomiya bilakor

  • @pranabdas8958
    @pranabdas8958 Жыл бұрын

    🙏🙏🙏 অতি সুন্দৰ

  • @sanjibjyotimalakar3116
    @sanjibjyotimalakar311625 күн бұрын

    সাতদলা দধিয়াল চুপাৰ হয় কুশল পাঠক ডাঙৰীয়া

  • @umeshboro1982
    @umeshboro1982 Жыл бұрын

    Jhkg

  • @birendranathsarma9921
    @birendranathsarma99214 жыл бұрын

    প্ৰকৃত নামৰ সুৰ শুনিবলৈ পালো কিন্তু বৰ্তমান এই স্থিতি ত নাই যেন পাও

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    4 жыл бұрын

    ধন্যবাদ।ভাল লাগিল মতামত জানি। চেনেলটো subscribe কৰিব।

  • @sritapandekadeka5492

    @sritapandekadeka5492

    3 жыл бұрын

    @@assameseculturenagaranaam5555 lp

  • @dharmakantadas1286

    @dharmakantadas1286

    Жыл бұрын

    Kitchens Reg

  • @pinkudas2508
    @pinkudas25083 жыл бұрын

    E

  • @KrishnaDas-rw3ow
    @KrishnaDas-rw3ow2 ай бұрын

    হাজো বাগটাৰ হয় ভিডিউতো বহুত পুৰণি কুশল পাঠক আৰু ৰামচৰণ ভৰালি দেৱ

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    2 ай бұрын

    হৰগৌৰী মন্দিৰ ত ৰেকৰ্ড কৰা হৈছিল।

  • @kuldeepkalita9769
    @kuldeepkalita97693 жыл бұрын

    সোমদেৱ ৰজা আৰু চাৰি পক্ষীৰ নাগাৰা নামটো upload কৰিব চোন🙏🙏

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    3 жыл бұрын

    বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব। নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @kuldeepkalita9769

    @kuldeepkalita9769

    3 жыл бұрын

    @@assameseculturenagaranaam5555 ৱাহ! বৰ ভাল কথা। জড়ভৰতৰ কথা ভাগৱতত শুনিছিলো। এতিয়া নাগাৰা নাম ৰূপে শুনিবলৈ পালে আৰু ভাল লাগিব। ধন্যবাদ 🙏

  • @akhilkalita3562

    @akhilkalita3562

    12 күн бұрын

    Somdabraganagaranaam

  • @jintukalita6714
    @jintukalita67142 жыл бұрын

    এনেকুৱা নাম কতো শুনা নাছিলো ভালকৈ পদ বিলাক বুজি পালো

  • @kabitadas5950
    @kabitadas59502 жыл бұрын

    🙄🙄

  • @pranjitdeka3059
    @pranjitdeka30592 жыл бұрын

    Vl lagil kintu tal ghurowa manuh Jon kon

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    2 жыл бұрын

    তাল ঘূৰোৱা জন , আমাৰ প্ৰতিজন নামপ্ৰেমীৰ বাবে শ্ৰদ্ধাৰ পাঠক, নামৰ গুৰু হাজোৰ কুশল মালাকৰ ।

  • @northeastmixer5612
    @northeastmixer56123 жыл бұрын

    thanks

  • @RanjeetSharma-mz6xz
    @RanjeetSharma-mz6xz Жыл бұрын

    Moi najano ki hol

  • @dharmasarma8708
    @dharmasarma87082 жыл бұрын

    Apoonak 100 basor ayus hoqk

  • @rohitraimedhi8651

    @rohitraimedhi8651

    2 жыл бұрын

    dImpPp

  • @kridipjunuthakuria5004
    @kridipjunuthakuria50042 жыл бұрын

    krisnoi je norohori biprok mohima dekhuwa maan ata ase xei naam tu upload koribo sun

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    2 жыл бұрын

    নমো হৰি বিপ্ৰৰ নামটো you tube আছে।

  • @chintukalita5570
    @chintukalita55704 жыл бұрын

    জড় ভৰত নাগাৰাৰ নাম টো দিব চোন

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    4 жыл бұрын

    আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    3 жыл бұрын

    অচ্যুত ডেকা ৰচিত জড়ভৰত নামটো যোৱাকালি ৰেকৰ্ডিং হৈ গ'ল।অতি সোনকালেই ৰাইজৰ বাবে মুকলি কৰা হব।নামটো চাবলৈ চেনেলটোত জৰিত থাকক। ধন্যবাদ।👍👍

  • @RanjeetSharma-mz6xz
    @RanjeetSharma-mz6xz Жыл бұрын

    Kintu ajikali per pee posond like kore

  • @jontidutta721
    @jontidutta7213 жыл бұрын

    ओम नमः शिवाय

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    3 жыл бұрын

    নামটো চাই নিশ্চয় ভাল পাইছে। কাহিনীৰ গাঠনি কেনে লাগিছে জনাব।

  • @bhupendas9581
    @bhupendas95814 жыл бұрын

    nam ti khuniso agte video to sowa nasilo val lagile sai

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    4 жыл бұрын

    pl. channel tu subscribe karak.

  • @ranadas4955
    @ranadas49552 жыл бұрын

    Bad

  • @assameseculturenagaranaam5555

    @assameseculturenagaranaam5555

    2 жыл бұрын

    আপোনাৰ মতামতৰ অৰ্থ নুবুজিলো।

  • @gitanjalirajbongshi3962
    @gitanjalirajbongshi39623 жыл бұрын

    Ram Ram Ram

Келесі