ৰাতি কেম্প ত মই অকলে - night camping at Guwahati

lets camping in a beautiful place
NOW CAMP IN A BEAUTIFUL PLACE 5 MINS AWAY FROM GUWAHATI CITY
Check out ENCAMP ADVENTURES today
www.encampadventures.com
To book your camp call up 9643182259 / 8876428769
#nightcamping #camping

Пікірлер: 1 900

  • @Dasmridul7
    @Dasmridul74 жыл бұрын

    দিমপূৰ কথা কোৱাৰ style কাৰ কাৰ ভাল লাগে

  • @labinrabha7880
    @labinrabha78804 жыл бұрын

    জুবিন গাৰ্গ বৰ্তমান সুস্ত অৱস্থাত আছে জুবিন দাৰ কাৰণে এটা লাইক কৰা

  • @CR-vz3ql
    @CR-vz3ql

    😂😂😂😂😂😂😂😂

  • @Rahulsvlogsnextlevel
    @Rahulsvlogsnextlevel2 жыл бұрын

    নাজানো দিম্পু দা আপুনাৰ ভিডিও চাই সচাই কিবা এটা ভাল লাগে । কিয় এলাগ আপুনি এলাগ কব নেকি ।

  • @discussofallmatters3485
    @discussofallmatters34854 жыл бұрын

    সচাকৈয়ে তোমাৰ এই কথাটো বেছি ভাল লাগিছে কিবা টেনচনত থাকিলে সেই টেনচন গুচি যাব। যেনেকৈ দিনৰ সূৰ্য ডুবি গৈ আৰু নতুন সুৰ্যৰ উদয় হয়।

  • @chandanatalukdar159
    @chandanatalukdar159

    😂😂😂😂😂😂❤❤❤❤❤😊

  • @BTSARMY-qo9sd
    @BTSARMY-qo9sd4 жыл бұрын

    Jai Jai Dimpu Dak bhal Pai like Kori dibo

  • @authenticgaming696
    @authenticgaming6964 жыл бұрын

    মহন্তহঁতৰ ঘৰৰ পিছফালে 😂😂

  • @BKTLOCALGAMER
    @BKTLOCALGAMER4 жыл бұрын

    বহুত ভাল লাগিল দিমপু ভাইটি ।তোমাৰ ভাল বন্ধু মোৰ লৰাতো ।তোমাৰ ভিডিও চাই ভাল পাই ।সৰু লৰা বয়স সাত বছৰ।

  • @_dream_boy_
    @_dream_boy_4 жыл бұрын

    সচাকৈ দাদা এইষাৰ কথাই মনটো চুই গৈছে..যেনেকৈ দিনৰ সূৰ্য্য ডুবি গৈ আৰু পুৱা নতুন সূৰ্য্যৰ উদয় হয়..❤️

  • @johndeori7092
    @johndeori70923 жыл бұрын

    Bro please wear Helmet.. lots of young boys and girls are following you. So please don't mislead them. You are there role model bro

  • @ETC-gm7dc
    @ETC-gm7dc4 жыл бұрын

    দাদা সেই যে ভোত বাংলাটো তাত বাৰু এটা নিশা camera লগাই দেখাবনেকি

  • @bhanumatidalu7620
    @bhanumatidalu76204 жыл бұрын

    ধুনীয়া most places ভাল লাগিছে ❤💟💖💞

  • @gyandeephazarikahazarika1611
    @gyandeephazarikahazarika16114 жыл бұрын

    apunar nisina video bonuwa aru moi dekha ni apunar katha kwa style 2 bohut val...god bless dimpu da

  • @freetime9739
    @freetime97394 жыл бұрын

    Thank you so much dada iman dhuniya videor babe khub val lagise and very beautiful place👌👌👌 mind blowing khosa ke jabo mon goise

  • @paparirajbongshi3791
    @paparirajbongshi37914 жыл бұрын

    দিম্পু দা তুমি অসমৰ এটা সম্পদ😘😘

  • @dhuunu
    @dhuunu4 жыл бұрын

    Tmr videos sai BHT val lgee dada..u are just rocking bro..🤩🤩😍😍😍

  • @suarsuar747
    @suarsuar7474 жыл бұрын

    পাহাৰৰ ওপৰত সূৰ্য ডূবা যে চাবলৈ গৈছিলা ঠাই খন সচাঁকৈ বৰ ধুনীয়া।

  • @geetamonikalita370
    @geetamonikalita3702 жыл бұрын

    বহুত ধুনীয়া দিমপু😍😍😘😘

  • @user-nm4xe5og4w
    @user-nm4xe5og4w4 жыл бұрын

    দিমপু তোমাৰ ভিদিও চাই বহুত ভাল লাগে।

Келесі