'ৰাতি দুপেগ খাই ল'লেহে মোলৈ মনত পৰে তাইৰ!' ভিনদেউ বুলি মাতিলে কিয় খং উঠে জুবিন গাৰ্গৰ?

'যেতিয়া দুপেগ খাই লয়, তেতিয়া মোলৈ মনত পৰে তাইৰ! আই লাভ ইউ জুবিন দা... পুৰা মাল খায়।' লখিমপুৰৰ বিহু মঞ্চত অভিনেত্ৰী নিশিতা গোস্বামীক কি ক'লে জুবিনে?
#zubeen_garg #zubeengarg #ZubeenGarg_stage #ZubeenGarg_Nishita Goswami #ZubeenGargmonjai #ZubeenGarg_lakhimpur

Пікірлер: 1

  • @haquechaudhury2399
    @haquechaudhury239916 күн бұрын

    বৰ ফটোৱা কথাবোৰ কৈ যুৱ সমাজক উশৃংখল কৰাত উদগনি যোগায়

Келесі