ড্ৰাইভাৰ হলেও শিক্ষিত হওক: ৰূপম দত্ত

ড্ৰাইভাৰ হলেও শিক্ষিত হওক: ৰূপম দত্ত
কেবিনৰ সিপাৰে নিশা কি হয় ?
নিশা ৰাজপথত ভূত প্ৰেত সচাকৈ ওলাই নেকি?
LIFE OF A DRIVERৰ লেখক ৰূপম দত্তৰ সৈতে বাৰ্তালাপ
#rupamdutta #lifeofadriver #chakrapaniparashar #baartalaap
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 457

  • @prasantkasyap3922
    @prasantkasyap39224 ай бұрын

    যেতিয়ালৈকে মানুহে হৃদয়ত খুচ নাখাই তেতিয়ালৈ শব্দ আৰু কবিতাৰ সৃষ্টি নহয়।... Ultimate line...🙏

  • @user-yi2ts5xl7i
    @user-yi2ts5xl7i15 күн бұрын

    পৰাশৰ ডাঙৰীয়া আপোনাক ধন্যবাদ দিবলৈ ভাষা নাই ।ৰুপমদৰ দৰে মানুহ আপোনাৰ বাৰ্তালাপ ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিবলৈ সুযোগ দিয়াৰ বাবে।আপোনাৰ অনুষ্ঠান মোৰ বোৰ প্ৰিয়। দিৰ্ঘায়ো কামনা কৰিছোঁ।হাহিমৰ পৰা m rabha

  • @devidk7991
    @devidk7991 Жыл бұрын

    আশা কৰোঁ সকলো ড্ৰাইভাৰেই ৰূপম দত্ত ডাঙৰীয়াৰ দৰে গুনী হওক। তেখেতৰ ভৱিষ্যত আৰু সুখী আৰু আনন্দময় হওক।

  • @manojkalitajanemon6166
    @manojkalitajanemon61662 жыл бұрын

    ময়ো এজন চালক কিন্তু গুৱাহাটী মহানগৰীত মিনি বাছৰ পৰিৱহণ বিভাগ হৈছে সবাতোকৈ জগৰীয়া মোৰ দিষ্টিত !

  • @debajit2106
    @debajit21062 жыл бұрын

    ৰূপ দা আপোনাক ল’গ পাবলৈ বহুত ইচ্ছা আছে৷লখিমপুৰ ধলপুৰৰ পৰা আপোনাক সেৱা জনালোঁ৷

  • @gstarchannel1073
    @gstarchannel10732 жыл бұрын

    ড্ৰাইভাৰৰ লৰা ড্ৰাইভাৰৰ জীৱন কাহিনী বুজি পাওঁ।ভাল লাগিল বহুত বহুত ভাল লাগিল।ড্ৰাইভাৰৰ হাতত বহুতৰ জীৱন থাকে। আপুনী আগুৱাই যোৱা।

  • @_sajid1274
    @_sajid12742 жыл бұрын

    জোৱা কালি ৰাতি , মানে ১৮ তাৰিখৰ দিনা ৰাতি ঠিক ২বাজি ২০ মিনিত ৰোপম দা বাছ (TANUJ TRAVEL) শিৱসাগৰ A.S.T.C সন্মুখত দেখিছিলো Thanks দিম বুলি আগবাঢি গৈছিলো কিন্তু ৰোপম দা গল গৈ।

  • @paragsway
    @paragsway2 жыл бұрын

    চক্ৰপাণি পৰাশৰ দা.... প্ৰিয় সাংবাদিক জনৰ অনুষ্ঠানটো মোৰ খুবেই প্ৰিয়....

  • @nabakachari6303
    @nabakachari63032 жыл бұрын

    নেজানো কিয়? ৰূপম দাৰ কথা শুনিলে শুনি থাকিবলে মন যায়! 🥀❣️

  • @debasishgogoi9314
    @debasishgogoi93142 жыл бұрын

    কমেন্ট নিদিয়াকৈ থাকিব নোৱাৰিলো. সচাঁই দাদাৰ কথা কেইটাই হৃদয় চুই গ'ল.

  • @dipabhuyan3684

    @dipabhuyan3684

    2 жыл бұрын

    ৰোপম ভাইতি দুলীয়াজানৰ পৰা কলো তোমাৰ কথাবিলাক শোনি থাকিবলৈ মন যাই ভিদিয়ি বিলাক চাই থাকো

  • @romenjit7549

    @romenjit7549

    2 жыл бұрын

    God bless you rupom

  • @mrinmoystudio4247
    @mrinmoystudio42472 жыл бұрын

    লাইফ অফ এ ড্ৰাইভাৰ ৰূপম দাৰ নাই অকণো অহংকাৰ নগাঁওৰ পৰা বহুতো মৰম ভালপোৱা ❤️🤩👍

  • @idulakhtar6736
    @idulakhtar6736 Жыл бұрын

    মানবতাৰ সুন্দৰ নিদৰ্শন। এনে ধৰণৰ ব্যক্তিৰ সাক্ষাৎকাৰৰ জৰিয়তে দৰ্শক সকল যথেষ্ঠ উপকৃত হ'ব বুলি মই ভাবো।

  • @manashisvlogs2609
    @manashisvlogs2609 Жыл бұрын

    অন্তৰ চুই যোৱা এটি বাৰ্তালাপ ভালে থাকক ৰূপম দা অলপমানো আমনি নলগা এটি কথোপকথন। দুয়োজনেই ভালে থাকক সদায় দুয়োজনেই আমাৰ সমাজৰ বাবে মূল্যৱান ❤

  • @parbatinayak7359
    @parbatinayak73592 жыл бұрын

    কি বুলি কমেণট কৰিম ...বুজাব নোৱাৰা অনুভূতি ৰূপম দা ...........

  • @sabinaahmed9894
    @sabinaahmed98942 жыл бұрын

    ৰূপম দাৰ কথাবিলাক শুনি থাকিব মন দাদা বহুত মৰম আপোনালৈ❤️❤️😘😘😘

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen26792 жыл бұрын

    100% right speace, Rupam , you will forward successfuly. মই মানি লৈছো, driver এটা মহান পদ,, । So thanks for GOD . Thanks all of. you..

  • @bikibharali5240
    @bikibharali52407 ай бұрын

    হৃদয়স্পৰ্শী এটি বাৰ্তালাপ। মন চুই গ'ল ৰূপম দা❤😊

  • @pijushsaikia8685
    @pijushsaikia86852 жыл бұрын

    এজন সহজ মনৰ মানু্হ ❤️

  • @mintugogoi7031
    @mintugogoi70312 жыл бұрын

    ইমান কষ্ট হয় যদিও আপুনি বহুত ভাল কিতাপ এখন উপহাৰ দিলে ভাল লাগিল

  • @RekhamoniSaikia-gx6uw
    @RekhamoniSaikia-gx6uw4 ай бұрын

    সকলো চালক ৰূপমদা দৰে হ'ব লাগে

  • @biswajittamuli4074
    @biswajittamuli40742 жыл бұрын

    প্ৰিয় ব্যক্তিজন Love From Gohpur ।

  • @KALYAN_RAY
    @KALYAN_RAY2 жыл бұрын

    মোৰ দেউতা এজন ড্ৰাইভাৰ আছিলে, মই সকলো ড্ৰাইভাৰক সন্মান জনাওঁ। ❤️🙏

  • @darpondutta2981

    @darpondutta2981

    2 жыл бұрын

    Kokai aponak personally sini nepao kinto aponi jito kotha koise bahut vl lagil huni........ Kisoman a nijor maak deotak r porisoy dibole laaz kore kinto aponar haito nai bahut vl lagil kokai

  • @bctem8910

    @bctem8910

    2 жыл бұрын

    @@darpondutta2981 q1q

  • @bitupandeka1719

    @bitupandeka1719

    2 жыл бұрын

    Same

  • @kandarpadeka864

    @kandarpadeka864

    2 жыл бұрын

    Muru Deota driver

  • @ainulhaque9047

    @ainulhaque9047

    Жыл бұрын

    Iiiiiiiiiiiuii it uoiiiiiiiiiiiiiiiiiiiii iiiiiiiiiiii in iiiiiiiiiiii iiip ii ii III ii iiiiiiiii iiiiiiiiiiii I iiip ii iii ii iii iiiiiiiiiiii Iiii ii iiiiiiiiiiii if iuiiuiuuiuiiuiuiuiuiiiuuu iuiiiiio iiiiiiiiiiiiiiiiiiiiiiiiiiiioi

  • @deeshadutta4556
    @deeshadutta45562 жыл бұрын

    বহুত কথাই শিকিবলৈ পালোঁ তাৰ বাবে দুয়োজন দাদা লৈ ধন্যবাদ জনাইছোঁ 🙏 ভগৱানৰ চৰণত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ 🙏

  • @ankurjyotidas7085
    @ankurjyotidas70852 жыл бұрын

    Episode2 চাই খুব ভাল লাগিল....ইমান সুন্দৰভাৱে কথাবোৰ তেওঁ কয়...

  • @harjeetzg3646
    @harjeetzg36462 жыл бұрын

    বহুত শিকিলোঁ দাদা,,,শেষৰ কথাখিনি এ অন্তৰ চুই গৈছে। মোবাইলৰ পৰা কিছু আঁতৰত থকাৰ যৎপৰনাস্তি চেষ্টা চলাম।

  • @tiloksonowal460
    @tiloksonowal4602 жыл бұрын

    সঁচাকৈ বহুত ভাল লাগিল ৰূপম দাৰ কিছু নজনা কথা বোৰ জানিবলৈ পায় .............♥️♥️♥️♥️♥️🙏🙏🙏🙏

  • @neelimdas7746
    @neelimdas77468 ай бұрын

    অতি শেষত জীৱনক লৈ কোৱা কথা কেইটাই মন চুই গল ❤❤

  • @mamitasaikia6194
    @mamitasaikia61949 ай бұрын

    সকলো ড্ৰাইভাৰ একে নহয়।কোনোবা এজন দুজনৰ বাবেই সকলোৰে বদনাম হয়। আমিও সন্মান কৰো আৰু বুজি পাওঁ তেওঁলোকৰ কষ্ট বোৰ। তেখেতৰ আদৰ্শ আন ড্ৰাইভাৰ সকলেও ল'ব বুলি আশা কৰিলো

  • @littlesneha458
    @littlesneha4582 жыл бұрын

    অন্তৰ চুই গল..আপোনালৈ বহুত শুভ কামনা থাকিল দাদা..

  • @bablubhuyan9067
    @bablubhuyan90672 жыл бұрын

    ৰূপম দাৰ কথাবোৰ বৰ ভাল লাগিল শুনিলে শুনি থাকিবলৈ মন যায় , দাদাৰ কিতাপ খন পঢ়া নাই যদিও পঢ়িবলৈ বহুত আগ্ৰহ আছে । মই তেজপুৰৰ পৰা দাদালৈ মৰম ❤❤❤যাছিলো আৰু আগবাঢ়ি যোৱাৰ কামনা কৰিলো 🙏🙏

  • @kamaleswermoran6034

    @kamaleswermoran6034

    2 жыл бұрын

    Bohut val lage apunar .kothabur👍👍👍

  • @nabajyotiproduction6876
    @nabajyotiproduction68762 жыл бұрын

    ভাল লাগিল……💚💙 ৰূপম ককাইদেউৰ দুয়োখন গ্ৰন্থই পঢ়িছো খুবেই ভাল লাগিছে😊

  • @rajibborah7777
    @rajibborah77772 жыл бұрын

    মানুহ জন মোৰ বৰ প্ৰিয়🌹❤️

  • @pronotibaruah9219
    @pronotibaruah92192 жыл бұрын

    খুব ভাল লাগিল।কিতাপখন পঢ়ি লৰাজন চাবলৈ মন গৈ আছিল।লগতে চক্ৰপাণি পৰাশৰৰ কথাবোৰো খুব ভাল পা‌ওঁ।

  • @rintu7930
    @rintu79302 жыл бұрын

    ৰূপম দাৰ কথাবোৰ ইমানেই সুমধুৰ শুনিলে শুনি থাকিব য়ে থাকিব মন যায়। নাহৰকটিয়াৰ পৰা মৰম যাছিলোঁ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @mitaligogoi8635

    @mitaligogoi8635

    2 жыл бұрын

    @@npdefanceassam2850 assamesenews

  • @panitadeka8975
    @panitadeka89754 ай бұрын

    ৰূপম দাৰ গুৱাহাটী পৰা আপোনি কোন থাইলৈ যোৱা ❤❤

  • @dibyajyotiborahvlogs
    @dibyajyotiborahvlogs2 жыл бұрын

    ৰূপম দা। আপোনাৰ সংস্পৰ্শই মানুহক ভাবিবলৈ শিকাব পাৰে।

  • @crazygamer4661
    @crazygamer4661 Жыл бұрын

    পৰাশৰ দাদাই আজি বৰ সুন্দৰ প্রগেম দেখুৱালে 💚💚💚💚ধন্যবাদ জনালো😍😂😘😍😂😘😍😂😘

  • @rashmiboruah3762
    @rashmiboruah37622 жыл бұрын

    ইমান সহজ ভাৱে কলে কথাবোৰ বহুত বেছি ভাল লাগিল ককাইদেউ,,,,

  • @travelingkhati5586
    @travelingkhati55862 жыл бұрын

    Comment nokorakoi thakibo nuari... Koduai u palale kisumn koithai Rupam dar. Kothabur huni bohut val lage Rupam dar 💟 aru Rupam dar ai vedio tua bohut hahokh, inspiration dile. Thank you Sakro da apunar vedio bur sai val lage... 💟

  • @intazali2116
    @intazali21162 жыл бұрын

    ৰূপম দাৰ কথাবোৰ বৰ ভাল লাগে

  • @Gsaikia000
    @Gsaikia0002 жыл бұрын

    এটা কথা সচা দিনৰ পৰা যেতিয়া ৰাতি হয় সেইটো সময়ত গাড়ী চলাবলৈ বহুত কষ্ট। আৰু বৰষুণ দিলেটো হৈছে আৰু, মইও গাড়ী চলোৱা সময়ত এইটো ভাবো যে মোৰ ওপৰতে সকলো মানুহৰ আশা । সেইবাবে যিমান পাৰোঁ ভালকৈ চলাবলৈ চেষ্টা কৰো।

  • @sabinaahmed9894
    @sabinaahmed98942 жыл бұрын

    বহুত বেছি ভাল লাগিল দুয়ো জন দাদাক❤️❤️❤️❤️ বহুত কথা শিকিলোঁ

  • @purabiboruah4993
    @purabiboruah49932 жыл бұрын

    ইমান সুন্দৰকৈ কথা বোৰ কয়। শুনি থাকিব মন যায়।

  • @purnimagogoi5415
    @purnimagogoi54152 жыл бұрын

    ৰুপমদাৰ বাৰ্তালাপ শুনি ভাল লাগিল৷ঈশ্বৰে আপোনাক ভালে কুশলে ৰাখক৷

  • @bssrider9233
    @bssrider92332 жыл бұрын

    Love from Guwahati Rupam Da সদায় ভালে থাকক।

  • @ghanakantadas8289
    @ghanakantadas82894 ай бұрын

    ৰুপম দত্ত ৰ সকআদৰ্শ সকলোৱে গ্ৰহণ কৰিব গ্ৰহন কৰিব লাগে।

  • @mkmk9949
    @mkmk99494 ай бұрын

    ৰূপম দা , আপুনি অনন্য । you are talented

  • @RamChandra-ks1wf
    @RamChandra-ks1wf Жыл бұрын

    Rupom da bor hundor lagel moi ajon driver hoi thank you. Sakoropani da

  • @satyabittuuu6720
    @satyabittuuu67202 жыл бұрын

    Rupam da aapunr kotha bor akdm Right 👌👌👌❣️❣️❣️

  • @bhaskarbora6991
    @bhaskarbora69912 жыл бұрын

    Hosakoi dada apunar life story huni bohut val lgil....aru notun notun jate huni thakible pauu.. THANK U chakrapani parasar dada for giving a platform to hear rupam da life story🙏❣️🙏👍

  • @pkdutta7953
    @pkdutta79532 жыл бұрын

    ৰূপম দত্তৰ কথাবোৰ শুনি থাকিলেও আমনি নালাগে তেখেতৰ লাইফ অৱ দ্ৰাইভাৰ কিতাপ খন্ দুবাৰ পঢ়িও আমনি নালাগে এতিয়া সপোনৰ শেষত কিতাপ খন্ পঢ়ি আছো শেষ হও হও নতুনকৈ কিতাপ কেতিয়া কৈ পাম। মই মৰাণত থাকো মৰাণতে লগ পোৱাৰ আশা থাকিল।মৰাণ কিমান সময়ত পাই জনাব।

  • @ankurjyoti533
    @ankurjyoti5332 жыл бұрын

    ৰূপম দাদাৰ বাৰ্তালাপ শুনি বহুত বহুত আপ্লুত হ'লো, ইমান ধুনীয়াকৈ সকলো কথা ক'লে 🙏🙏

  • @probikervlogs2105
    @probikervlogs21052 жыл бұрын

    খাতি মানুহ ৰুপম দা

  • @goalporiyaloramoi9981
    @goalporiyaloramoi99812 жыл бұрын

    আপোনালোক দুয়োজনকে এদিন লগ কৰিব খুৱ ইচ্ছা আছে

  • @priyampratibha2178
    @priyampratibha21782 жыл бұрын

    দুয়োজন প্ৰিয় ব্যক্তিৰ প্ৰতিটো কথাই হৃদয় জিনি গ'ল

  • @nabajitbezbaruah1832
    @nabajitbezbaruah18322 жыл бұрын

    আপোনাৰ কথা শুনিলে এৰিব মন নাযায়, ইমান ধুনীয়া কৈ আমাৰ আগত জীবনৰ কথা বোৰ উপস্থাপন কৰিলেই, আপোনাক ভগবানে দীৰ্ঘায়ুখ কৰক, ভাল্ ভাল্ আমাক এনেকুৱা জ্ঞান দি যাওঁক l

  • @mamonipatar2791
    @mamonipatar27912 жыл бұрын

    প্ৰথমতে আপোনাক ধন্যবাদ কাৰণ ৰূপম দাক বাৰ্তালাপলৈ মতাৰ বাবে

  • @jinaborgohain1909
    @jinaborgohain19099 ай бұрын

    সচাঁ অন্তৰত সাচঁ বহুৱাব পৰা এজন শিক্ষিত যুবক । প্ৰতিটো কথাই ৰসাল আৰু সৰল মনৰ । কুশলে আগবাঢ়ি যাওক জীৱনৰ প্ৰতিটো দিন । বাৰ্তালাপলৈ শুভেচ্ছা জনালোঁ 🙏🙏

  • @usharanisaikia6912
    @usharanisaikia69124 ай бұрын

    মোৰ স্বামী আৰু মোৰ দুজন লৰা ড্ৰাইভাৰ। গতিকে ড্ৰাইভাৰ ক অসন্মান কৰিলে বহুতো দুখ লাগে।

  • @manikasom3552
    @manikasom35522 жыл бұрын

    ভাল লাগিল।ভগৱানে আপোনাক শক্তি প্ৰদান কৰিছে।আগুৱাই যাওক।

  • @tteach5866
    @tteach58662 жыл бұрын

    ধন্যবাদ আপোনালোকলৈ আজি বহুতখিনি ভাল কথা শিকিলো |

  • @prakashdeka3446
    @prakashdeka34462 жыл бұрын

    খুবেই ভাল লাগিল interview ললে এনেকুৱা ব্যক্তিৰ লব লাগে

  • @jeetbaruah2964
    @jeetbaruah29642 жыл бұрын

    কৰ্ম ব্যস্ততাৰ মাজত পঢ়িবলৈ সময় নাপাওঁ , অৱশেষত কিতাপ খনৰ ফটো উঠাই ৰাতি ৰাতি পঢ়িবলৈ আৰম্ভ কৰিলো । অংকিতাৰ এক্সিদেন্টৰ কাহিনীটোত বহুত কান্দিলো ৰাতি ২:৩০ বজাত । আজি পুৱা ৪ বজালৈ পঢ়িলো । আপোনালৈ বহুত বহুত ধন্যবাদ দাদা ।

  • @madhumitasarma3845
    @madhumitasarma38454 ай бұрын

    চক্ৰপাণি বৰ ভাল তোমালোকৰ বাৰ্তালাপ খিনি শুনি

  • @dhanjitdas4235
    @dhanjitdas42352 жыл бұрын

    Uffffff ki kom vakha ni mnuh ne apuni vogoban😭💕🥺

  • @dutta22
    @dutta222 жыл бұрын

    *সুন্দৰ🙏❤️ককাইদেউ👌ধেমাজিৰ পৰা মৰম যাছিলোঁ*

  • @gangulymili783

    @gangulymili783

    2 жыл бұрын

    Apuni cricket player neki?

  • @upperassamboy
    @upperassamboy2 жыл бұрын

    সচাকৈ বহুত ভাল লাগিল,,,,❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @g._it_.u
    @g._it_.u2 жыл бұрын

    মই কিতাপ খন পঢ়িছিলো বহুত ভাল লাগিল। Love from Tinsukia 🥰

  • @Gaiagirl_silka
    @Gaiagirl_silka2 жыл бұрын

    ড্রাইভাৰ বুলি নহয় এজন সৰু দোকানীৰ পৰা ৰিক্সাচালকৈলে সকলো লোকলকে সন্মান কৰিব লাগে,তাৰ পৰা ঘৰখনৰ সংস্কাৰ দেখা পোৱা যায়৷

  • @Banditaskibakibi
    @Banditaskibakibi2 жыл бұрын

    এইটো ঠিক কথা কৈছে যে প্ৰতিটো ল'ৰাৰ ড্ৰাইভাৰ হ'ব মন থাকে । মুখত কথা ফুটাৰ পৰাই গাড়ীয়ে চলায় । মোৰ হাজবেণ্ডে কৈ থাকে, আগতে বাছত গ'লে কেবিনত হে বহে আৰু গাড়ী চলোৱা চাই যায় । কোনেও নিশিকোৱাকৈ নিজে গাড়ী চলাব পাৰা হ'ল এনেকৈ চাই চাই । 😀😀

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi4 ай бұрын

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে। গৰীচাল সকলক আপুনী আপোনাৰ দৰে কৰক।

  • @bijitsaikia1491
    @bijitsaikia14912 жыл бұрын

    মৰমৰ ৰূপম দাৰ কথাবিলাক বৰ মৰমলগা। আপোনাৰ কথাবিলাক সকলো চালকে আদৰ্শ হিচাপে লওক তাৰ কামনা কৰিলো।

  • @meow-hg8dy
    @meow-hg8dy2 жыл бұрын

    মই এতিয়ালৈকে চোৱা শ্ৰেষ্ঠ interview ❤️❤️

  • @rintu7930
    @rintu79302 жыл бұрын

    ৰূপম দাৰ কথা শুনিলৈ শুনি থাকিব য়ে থাকিব মন যায়। নাহৰকটিয়াৰ পৰা মৰম যাছিলো❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @dipankardekaofficial862

    @dipankardekaofficial862

    2 жыл бұрын

    Kthabor huni bhut vl lgil❤️❤️

  • @sunuborah880
    @sunuborah8802 жыл бұрын

    Kthabur bohut Sundar xunie thakibo mon ji...emn ejon vl manuh...

  • @rupaiiiasom3971
    @rupaiiiasom39712 жыл бұрын

    Love from sivasagar ম‌ই এজন driver হয় Love you rupom da

  • @jayantajitu307
    @jayantajitu3072 жыл бұрын

    মজ্জা লাগিছে ভিডিঅ'টো, বহুত বেছি শুভকামনা জনালোঁ। আৰু আগুৱাই যাওক, আমাৰ support সদায় পাই থাকিব 👍

  • @emonbhuyan5659
    @emonbhuyan56594 ай бұрын

    রূপম দাইটি ❤❤

  • @NEshorts6185
    @NEshorts61852 жыл бұрын

    ৰূপ দা আৰু লিছা ৰ প্ৰেম কাহিনী য়ে মোক‌ চকু পানী নিগৰায় দিলে। 😭 ভগৱানে লিছাই আশা কৰা 'প্ৰেম' ৰ সপোন পূৰ্ণ কৰি দিয়ে যেন 🙏🙏🙏🙏

  • @debojittalukdar6626
    @debojittalukdar66262 жыл бұрын

    বহুত ধুনীয়া লাগিল।

  • @JIRI138
    @JIRI1382 жыл бұрын

    চক্ৰপানি তোমাৰ আনুস্থানবোৰ চাই বৰ ভাল লাগে চাই থাকিলে চাই থাকিবয়ে মন যায় ...

  • @kamalkalita2640
    @kamalkalita26404 ай бұрын

    বহুত ভাল লাগিল।

  • @munmiscreationmunmi23
    @munmiscreationmunmi232 жыл бұрын

    আপোনাৰ কথাবোৰে অন্তৰ চুই গল দাদা, সুস্থ শৰীৰে সদায় ভালে থাকক। Thank you so much bartalap ♥️♥️♥️

  • @padmaramdas-wx5cr

    @padmaramdas-wx5cr

    4 ай бұрын

    ৰূপাম দা very good

  • @biratonsingha5209
    @biratonsingha52094 ай бұрын

    Rupomda bhal lagil apunak pai ❤❤

  • @parashmonibaruah9846
    @parashmonibaruah98462 жыл бұрын

    Hundor dada 😍😍😍😍😍😍আমাৰ প্রেৰণা হৈ ৰব আপোনালোক 😍😍

  • @Scrollingentertainment96
    @Scrollingentertainment962 жыл бұрын

    বহুত বহুত অনুপ্ৰেৰণা পালো

  • @hareswarroy4426
    @hareswarroy44262 жыл бұрын

    ৰূপম দাৰ কথা শুনিলে শুনি থাকিব মন যায়।

  • @bhakhikas.gofficial9616
    @bhakhikas.gofficial96162 жыл бұрын

    আপুনি সদায় বিশেষ আৰু সদায় প্ৰিয়

  • @chitraranjandas828
    @chitraranjandas8282 жыл бұрын

    ৰূপম দত্ত ছাৰক মই🙏সন্মান জনাইছোঁ❤।

  • @dipenphukan4575
    @dipenphukan45752 жыл бұрын

    কিতাপ খন পঢ়ি বহুত ভাল লাগিলে

  • @sSongs-uc6cu
    @sSongs-uc6cu2 жыл бұрын

    সচাই বহুত ভাল লাগিল ♥️

  • @abhinabboro001
    @abhinabboro00110 ай бұрын

    Bohout val kotha kola mon val lage gol ❣️ moyou ata driver

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k2 ай бұрын

    Rupom da apuni aru agbahi juk vagaban apunr uprot asa🎉🎉🎉❤❤🎉🎉🎉

  • @porivlog4063
    @porivlog40632 жыл бұрын

    Rupam DA kotha bur huni thakile huniai thakibo Mon jai. Apunar huswaithoi kamona korilu Rupam da.apunar sistire Ako natun pravat anibo.

  • @mintugogoi7031
    @mintugogoi70312 жыл бұрын

    ইমান সুন্দৰ আপোনাৰ কথা বোৰ কিতাপ খন পঢ়ি ধন্যবাদ

  • @sahilislam3212
    @sahilislam3212 Жыл бұрын

    ভাল লাগে মানুহজন কিবা এটা❤️💐

  • @user-tt3bd2mo1m
    @user-tt3bd2mo1m4 ай бұрын

    Rupom dadar kothabur xuni bohut val lge xunile xuni thakibo r mon jai

  • @dipaligohain3788
    @dipaligohain37882 жыл бұрын

    সচাকৈ ৰূপমদা কথাবোৰ শুনি বহুত ভাল লাগিল ।

  • @nabajyotichetiaofficial5636
    @nabajyotichetiaofficial56362 жыл бұрын

    আপোনাৰ কথাবিলাক শুনি বহুত ভাল লাগে ৰূপম দা

  • @ARMYLOVER-fl4tb
    @ARMYLOVER-fl4tb2 жыл бұрын

    ৰূপম দাৰ কথা শুনিলে শুনি থাকিবলৈ মন যায়

Келесі