এটা ৰেডিঅ' আছিল 🤔, Assamese Comedy Video by Black And White 2022
Ойын-сауық
এইটো এটা ধেমেলীয়া ভিডিও। ইয়াৰ কাহিনী সম্পূৰ্ণ কাল্পনিক। ভিডিও টো চাই কেনে পালে কমেন্ট বক্সত জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলি ক্ষমা কৰি দিব।
#blackandwhite
যদি আপুনি আমাৰ লগত Connect হৈ থাকিব বিছাৰে, তেন্তে আমাৰ Facebook Page "Black_and_white" Follow কৰি লওক।
Camera: Lucky
Story + Direction: Bikash Das
Пікірлер: 677
মোৰ সচাকৈ মনত পৰে প্ৰথম গাঁওত TV থাকোঁতে মই আনৰ ঘৰত কাম কৰি হাকিম আৰু শক্তিমান চাইছিলো । আনৰ সৰি চাং ত থৈ আৰু গৰু লাৰি দি ,,আনৰ গালি মাত শুনি চাইছিলো। মই কেতিয়াও পাহৰিবলৈ নোৱাৰো কথাতো যদি মোৰ নিছিনা কাৰোবাৰ হৈছে like 👍 কৰিব
সঁচাকৈয়ে আগৰ কথা মনত পৰি গল,, সেই তাহানিৰ দিনবোৰৰ সুকীয়া মাদকতায়ে বেলেগ আছিল,, কিন্তু সেই বস্তু বোৰ এতিয়া পৃথিৱীৰ পৰা নোহোৱাৰ দিশে গৈছে,, সৰু কালত আমি ও এনেকৈ ৰেডিঅ টিভি চাবলৈ গাঁওত দৌৰি দৌৰি গৈছিলো 🙏
বিকাশ দাই কিন্তু একদম অতীতক ৰোমন্থন কৰি কাহিনী বনালে। খুব ধুনীয়া হৈছে। মনত পৰে সেই দিনবোৰৰ কথা। ৰেডিঅ' ত সন্ধিয়া এটা সুমধুৰ কণ্ঠ ভাঁহি আহিছিল। এয়া আকাশবাণী, আঞ্চলিক বাতৰি পঢ়িছোঁ প্ৰিয়ব্ৰত হাজৰিকাই।
@arupbarman6508
Жыл бұрын
তেখেত আজিকালি নাই ভাৰত চৰকাৰে আনান্দৰাম নিকোবৰলৈ তেখেতক বদলি কৰিছে।
@baloramdas9626
Жыл бұрын
@@arupbarman6508 আনন্দৰাম নহয় আন্দামান
ভিদিওটো চাই বহুত ভাল লাগি গল ।আগৰ চিদিত চিনেমা চা মনত পৰিল । বহুত বহুত ভাল লাগিল । মহন্ত দাদা আৰু বিহাৰি দাদা বহুত বহুত ধন্যবাদ আপোনলোকে এনেকুৱা এটা ভিদিও আমাৰ মাজৰ বিলাই দিয়া বাবে । সকলোবোৰ বিলুপ্ত পথত গৈ আছে।
অতীত ৰোমন্থন.... মনত পৰি গৈছে অতীত.....❤❤❤❤🔥🔥🔥🔥
@SurprisedBeetle-dc8bs
24 күн бұрын
Hihi❤❤❤❤🎉🎉🎉😂😂😂😢😢😮😮😅😊😅😅😊😊😢😂😮❤😅❤😮😮😂😢🎉😢🎉😮😂😅😅😂😅❤😅😂😮😂😮🎉🎉😢😂😅😂😅😂😮🎉😮😢🎉😢😂🎉🎉😂🎉😂😂🎉😂🎉😂😢😮😂😅😂😅😂😅
বুঢ়া মানুহৰ চৰিত্ৰটোৱে মনত কিবা এক সুকীয়া মধুৰতাৰ আলোৰণ কৰিছে।।video টো চাই সঁচাকৈ বহুত বেছি ভাল লাগিল।অশেষ অশেষ মৰম আৰু ভালপোৱা জ্ঞাপন কৰিলো দুইওজনলৈ
চালোঁ ।বহুত ভাল লাগিছে দে বিকাশ।তোমালোকৰ আটাইৰে মঙ্গল কামনা কৰিলোঁ।
Hosake agote tv sabar karone gorur karone gha katisilu soktiman.juniyor.g sawar karone aro 2taka Kori loisil amar gaot aru goru pani khuwaba lagisil kije din asil na hosa ghotana bilak monat pelai dili aji Bikash da ❤️❤️❤️❤️ lovely dhuniya lagise video2 sai 🙏🙏 dhoinyobad
@s.ibhuyan3333
Жыл бұрын
Miss koru dinbur
@serialupdates8764
Жыл бұрын
Atiya , tv , mobile Pori ase ki din ahil
@user-cm4ed5hw7j
Жыл бұрын
Xsake..😌❤️
@bitupangogoi441
Жыл бұрын
ট্টট
@bitupangogoi441
Жыл бұрын
***
Super mahanta bohut besi bhal hoise mirza kamrup r pora dipabolir suvessya zonalu dei dear mahanta and bihari vai
Mojha lagise dada agorvkotha bilak anekuwae asil
দাদাহত দুখ লগাই দিলে হে😭, ইমান nostalogic হৈ পৰিলোঁ,বহুত ভাল হৈছে
Bohut val lagil xosakoi ♥️♥️
Bohut val lagil video tu sai.... mojjja lagise....👍👍👍 Love from tamulpur #kripal vlog
সচাই কি দিন আছিল কি হৈ গল ,, পুৰণা কথাবোৰ মনত পৰি গল ও ,,আগৰ দিন বোৰে ভাল আছিল ,,খুব সুন্দৰ হৈছে mojja mojja mojja
মানিছো দেই মহন্ত দা and তৃদিপ দা অসমত আৰু আপোনালোকৰ দৰে funny videor channel নাই সেইটো সঁচা.. কিন্তু আজিৰ video tu আপোনালোকে আগতে যিমান video দিছে তাতকৈ আজিৰ টো আৰু legent হৈছে... আজিৰ concept টোত মই 100ৰ ভিতৰত 100 দিম😘😘😘😘😘 মজা দেই মজা..
Mojja lagisay
Super hitt 👍👍👍
Dhuniya hoise part 2 lage
সচা ই অতীত ৰ কথা বোৰ মনত পেলাই দিলে বিকাশ দা ❤️❤️
Bikas da ki je km bhut bhut bhut vl lgise
Dada aponr ghr go video Bnai bhout bhout val lagil aponr video mojje 🙏
Legendary acting by mahanta and tridip.......and i missed my childhood everyday ...... Shaktimaan , junior g, Mahabharat, ramayan,shri krishna,. Etc...........old is gold.......love you brother and thank u for this....love from pathsala....keep it up
Moja
Dhuwadhar concept..... June likhise teok pranam......
সচাকৈ আগৰ কথা মনত পৰি গল অতি সুন্দৰ লাগিল ভিডিঅটো ছাই
Boom moza
Mjaaa lgise de atitor kahani bur
📺📺📺। বহুত বহুত ভাল লাগিল।
Dhuniya lagise video tu sai 👌👌 agor kotha monot pori gol
Mojjjaaa lagil sai video to
mojja lagise video tu
Amazing bro..... superb concept...👌👌👌
Mozza video ai2.. Nostalgic hoi golu..
Ah Mozza Bhai
Old is gold 😀😀
Hundor
Mojja hoise bikash da & tridip da ... Love from Barbila ( Nalbari ) 💞💞💞
ভাল লাগিল একেবাৰে সত্য কাহিনীৰ ওপৰত বনাইছে দে। টিভিক প্ৰথম অৱস্থাত টেলিভিচনহে কৈছিল মানুহে।আমি খিৰিকীৰে চাইছিলো । পুৰনি কথা মনত পেলাই দিলি দে ভাই।
Ekdom fata fati👌
Mojjaaa
Ultimate moza hoise
বহুত দিনৰ মূৰত ভাল ভিডিঅ' পালোঁ। Black and white দাদা আপোনালোকে অতীতৰ কথা মনত পেলাই দিছে। আগতে আমিও টিভি আশাত কতো যি কি কৰিছিলো ,,,,,,,,। ধন্যবাদ দাদা আকৌ এনেকুৱা ভিডিঅ'পাম বুলি আশা থাকিল।❤️❤️❤️❤️❤️❤️❤️
@mrrajuscrazyexperiment3672
Жыл бұрын
1
Bohut vall video2 bhut bohut vall lagel
Biratei unique video black and white aaru aaguwai juwa
Bohut bhal lagil video tu sai Bikash da agor kotha bur monot poril 🤗💗❤️👍
Mja
Boria Bikash da🤣🤣🤣
Mojja bikash aru tridip da tumi 🔥🔥🔥🔥🔥🔥
ভাল লাগিল দাইদে এই দিনকেইটায়ে বহুত ভাল দিন আছিল ইতাও মনত পৰে😒
বহুত বহুত ধুনীয়া লাগিছে ভিডিউ টো
Mojja bikash da aru tridip da........
Khub dhuniya hoise
Moza hoisi vai
Video to Sai val lagil deyak
Lovely ❤️❤️❤️ moja lagise Bikash da 🙏🙏🙏🙏 dhoinyobad
কবলৈ আৰু ভাষা নাই বহুত ধুনীয়া হৈছে।
Jiman vedio salu atu a best ekdom love you both❤️❤️
আগৰ কথা মনত পৰি গল 👌😍
Sosake ei video tu bahut vaal lagil
old is gold❤
mojja
Vall lagil bahut
🤣🤣moja
ধুনিয়া লাগিচে video টু চাই আগোৰ দিনোৰ video আৰো লাগে মহন্ত দা
Hahi Hahi kandi a dilu🤣🤣🤣 Bohut val lagil video 2 sai 🤍❤️😊
Black and whiter sob video a super hit.. Sai bohut vl lage. Sale sai thakibo a mon jai .. 40mint man hle aru bohut vl lagil hoi...
বহুত বহুত ভাল লাগিল।
বিকাশ দা তৃদিৱ দা দুয়োকে ধন্যবাদ! বহুত ভাল লাগিছ চাই
Moja 👍👍👍
Dhunia lgise
Mojjaa🔥🔥🔥🔥👍👍
Bahut dhuniya
Mojja vai 2nd part lage
Moja🥰
মজা লাগিল চাই
Mojja ❤️❤️🥰🥰💫
Mojja Hoisi 😘❤️♥️❣️♥️❤️😘
Guli concept
Xosake bohut vl lagil olp xomoi karone amio otitor pora ghuri ahilu
Mojja lagil theame tu. 😂😂👍👍
Moja 👌👌👌
Val lagil sai :-)
Bohut val lagil
Mojja video bonaise se aito
ৰেডিঅ তো কাঠৰ বাকছা থাকা হবা লাগছিল আৰু ভাল লাগিল হয়।আৰু Tvৰ এনতেনাৰ ডাল দেখাবা লাগছিল।মা মানছেলে মাথা মুনদূ।মজা story'
মজা হৈছে
Mojja hoise.
Dhuniya lagise dei
Mojja lagil de sai
Tammmmm.mazzzza
Mjh
Vidio tu sai sai bhut val lagil..otitor ktha mnt poril..bhut bhut val lgil
Bikas moza
Next level ⚡
Moja lagil
😀😀😀😀mojja
Mjaa
Mojah video bonaisa dei montu bht val lagi gol 🙏🙏🙏❤️❤️❤️❤️
সঁচা কৈ আগৰ দিন বোৰ বহুত ভাল লাগিছিল , আগতে গাওঁ এটা বা দুটা টিভি আছিল , সকলোৱে লগ লাগি চাই মজা বেলেগ আছিল , এতিয়া গাওঁত কাকো মাতিব সোমাই নাই , কাৰো ঘৰত যাব সোমাই নাই মোৱাইল শেষ কৰি দিলে , আজিৰ ভিডিঅ চাই বহুত ভাল লাগিল বিকাশ,
Mojaa