ড্রাইভিং লাইচেঞ্চৰ বাবে এতিয়া আৰু যাব নালাগে DTOলৈ, কিন্তু কেনেদৰে লাভ কৰিব ড্ৰাইভিং লাইচেন্স?

ড্ৰাইভিং লাইচেন্স বিচাৰি এতিয়া আৰু তাঁত বাটি কৰিব নালাগে DTO কার্যালয়লৈ। ড্ৰাইভিং লাইচেন্সৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে নতুন নিয়ম। অহা ১ জুনৰ পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম। কিন্তু কেনেদৰে লাভ কৰিব ড্ৰাইভিং লাইচেন্স? চাওক এই প্ৰতিবেদন।
#pratidintime #assam #drivinglicence

Пікірлер: 3

  • @parashmonibhuyan9760
    @parashmonibhuyan9760Ай бұрын

    Moja

  • @rurallifene4766
    @rurallifene4766Ай бұрын

    Bhal hol.

  • @KudratPainting
    @KudratPaintingАй бұрын

    Boria

Келесі