পুত্ৰই মুছলমান ছোৱালী বিয়া পতাৰ বাবেই এঘৰীয়া কৰিলে ১৩টা পৰিয়ালক

▶️ কেতিয়া সলনি হ'ব মানসিকতা? কাষৰ ঘৰৰ বিয়ালৈ কোনো যাব নোৱাৰে, কণ কণ ল'ৰা-ছোৱালীক বান্ধি ৰাখিব লগা হৈছে। কোনো নাহেও, নাচায়...দেউতাৰ শ্ৰাদ্ধৰ নিজে প্ৰসাদ গোটাই নিজে খাব লগা হৈছে। এইখন অসমৰ এখন অচিনাকী ছবি। পুত্ৰই মুছলমান ছোৱালী বিয়া পতাৰ বাবেই এঘৰীয়া কৰিলে মৰিগাঁৱৰ বৰচলাৰ কাঢ়িবাৰীৰ ১৩টা পৰিয়ালক।

Пікірлер: 715

  • @abcd--abcd
    @abcd--abcd Жыл бұрын

    তেজ কিনিব যাওঁতে কোনোবাই বাট বিচাৰ কৰে নে তেজখিনি হিন্দুৰ নে মুছলিমৰ । দুখ পালো এইখন সমাজ দেখি ।

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @alyasrf8390

    @alyasrf8390

    Жыл бұрын

    Thik kola

  • @moonboro5119

    @moonboro5119

    Жыл бұрын

    Moi muslim sowali hindur lrar lgt bia hoisu anekua nhoi Mr husband boro

  • @murchanaswargiary3173

    @murchanaswargiary3173

    3 ай бұрын

    Thik koisa

  • @sabitakalita7096
    @sabitakalita7096 Жыл бұрын

    দাদা জনৰ কাৰনে বহুত দুখ লাগিছে দাদা জনৰ চকুত চকু পানী দেখি মোৰে চকুৰ পানী ওলাই গৈছে।দাদা জনে বহুত দুখত জীয়াই আছে।

  • @sangrambangthai2938
    @sangrambangthai2938 Жыл бұрын

    কিমান মুছলমানে হিন্দু ছোৱালী নি আছে,আমাৰ হিন্দু লৰাই মুছলমানৰ ছোৱালী আনিলে কি ক্ষতি হয়,উদ্ধাৰ কৰা নিয়ম আছেই দেখোন আমাৰ সমাজত.....কষ্ট দিব নাপায় কিন্তু এনেদৰে এটা পৰিয়ালক......

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @pallabrvlogs9422

    @pallabrvlogs9422

    Жыл бұрын

    pap lagibo xhomaj khonor napai dei

  • @alyasrf8390

    @alyasrf8390

    Жыл бұрын

    Ki bhul korile poriyaltue buja nai nijor niyomot kori lowk suali jonik kinu dagor kotha

  • @pragyarsadhana4028
    @pragyarsadhana4028 Жыл бұрын

    সমাজৰ মুৰব্বী কেইজনক এৰেষ্ট কৰব লাগে |পৰিয়ালটোক মানসিক মানসিক নিৰ্যাতন চলোৱা বাবে গাওঁৰ মুৰব্বীকেইজনক এৰেষ্ট্ কৰিব লাগে |গাওঁবোৰত থকা এনে ধুৰন্ধৰ মুৰব্বীসকলৰ বাবে বহুত নিৰ্দশী লোক মানসিক যন্ত্ৰনাত চত্পতাই থাকিবলগীয়া হয় |

  • @te-pranay-gameing3010

    @te-pranay-gameing3010

    Жыл бұрын

    Suwali to minor Hindu dharmo Lori ani Luna joy

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @babugogoiofficial6644
    @babugogoiofficial6644 Жыл бұрын

    অসমৰ মানুহৰ মগজুবোৰ কেতিয়া বদলি হব??? ধিক্কাৰ এই সমাজ?????

  • @sujaychakraborty3925
    @sujaychakraborty3925 Жыл бұрын

    জয় কৃষ্ণগুৰু 🙏। মই আপোনালোকৰ ওচৰলৈ একান্ত অনুৰোধ কৰিলোঁ আপোনালোকে আই প্ৰভূ সোকোলোৱে প্ৰভূ ঈশ্বৰ শ্ৰী কৃষ্ণগুৰু দেবৰ সৰণ ল'বলৈ। আমাৰ শ্ৰী কৃষ্ণগুৰু সমাজে কোনো জাতি ধৰ্ম ভেদাভেদ বিচাৰ নকৰাকৈ সকলোকে আকুৱালী লয় । কিয়নো প্ৰভূ ঈশ্বৰৰ বানী সোকোলো জাতি ধৰ্মৰ মানুহৰ অন্তৰত একেই ঈশ্বৰ অবস্থান কৰে। আহক সকলো পৰিয়ালে প্ৰভূ ঈশ্বৰ শ্ৰী কৃষ্ণগুৰু দেবৰ সৰণাপন্ন হক। জয় কৃষ্ণগুৰু 🙏🙏🙏

  • @rahulbasutary1005
    @rahulbasutary1005 Жыл бұрын

    এনেকুৱা সমাজক অসমৰ পৰাই এঘৰীয়া কৰিব লগে ।।।

  • @boyassamff7513

    @boyassamff7513

    Жыл бұрын

    Bon kora musolmane Kapur bason dhule suwa nelage

  • @dth3876
    @dth3876 Жыл бұрын

    গাহৰি এটা মাৰি খানা দিলে তেতুগুৰিলৈকে খাবহি । খাবলে দিলেই সমাজে ভাল বুলি কব। সিহতে বা ৰাতি আন্ধাৰত কত কি কৰে ঠিক নাই ।ঘন্টা সমাজ চুতাব আহিছে।

  • @Sahoozg

    @Sahoozg

    Жыл бұрын

    Thik koisa

  • @hriday8894

    @hriday8894

    Жыл бұрын

    Oh dada lora tok sawali joni ai muslim bonaboloi loi goise, hoi tho lora tho muslim drama gohon kora pisote tai biya hoise karon islam dhramot beleg dharam logout biya nohoi amak sihote kafir buli koy,islam dharma kafir bikhoye ki likh ase kobo tho nalage, somaj khone ai lokok lortok islam dharam lohar babe ai ghoreya korese,muslim bor kom nohoi tai je lora tok islam dharam ghon korba neje tai kiya nohoi, muslim bor kom nhoi ata ata jahadi

  • @AbulHussain-dl6og

    @AbulHussain-dl6og

    Жыл бұрын

    @@hriday8894 Sutmarani Zehadir xopun dexi thako ha ? Xei xon gao r bapre hote Muslim suwal biya korar babe loratuk ghorot xumabo diya nasil , aanki gaote xumabo diya nasil....gutei bongxo tuk xomaje tyag korise....21 xotikar bandor bapre hot....Manuh nohoy....xidina Pathsalat Hindu suwali ejoniye mak bapek aru xei their xomajok dom di Muslim lorar logot biya hoi gol , xobor raxiso ? Taai ki Zehadi neki ? Pagol korbar , kebol zehadi , Zehadi , zehadirei xopun dexi thako....Suprim Court r Raai tu porhibi olop.....

  • @user-cq1ws8jw2k

    @user-cq1ws8jw2k

    Жыл бұрын

    আপুনি ঠিক কথাই কৈছে ককাই…

  • @rubiaahmed2510

    @rubiaahmed2510

    Жыл бұрын

    Correct

  • @mithundeka8606
    @mithundeka8606 Жыл бұрын

    আজিৰ পৰা ৫৭৩ বছৰ আগতেই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সকলো জাতি - জনগোষ্ঠী ধৰ্মৰ লোক সকলক লৈ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ গুৰু দুজনাৰ আদৰ্শ যেতিয়ালৈকে আমি লব নোৱাৰিম! যেতিয়ালৈকে ব্ৰাহ্মন্যবাদ চলি থাকিব তেতিয়ালৈকে এইবিলাক ঘটনা ঘটিয়ে থাকিব।

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @buddhadevdas6369

    @buddhadevdas6369

    Жыл бұрын

    Hoi

  • @chowlengdonahom1105

    @chowlengdonahom1105

    Жыл бұрын

    জাত-পাতৰ বিচাৰ কৰিবলৈ শিকালে বিদেশী শংকৰদেৱে।।

  • @ddekabangthai2520

    @ddekabangthai2520

    Жыл бұрын

    Thik koise

  • @prantimda3061

    @prantimda3061

    Жыл бұрын

    @@chowlengdonahom1105 Tur mathat ki gu ase nki...

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 Жыл бұрын

    "শুদ্ধি কৰি ললে নৰকৰ কন্যাকো বিয়া পাতিব পাৰি "

  • @x3hell324

    @x3hell324

    Жыл бұрын

    Ki hudho ki vul? Ai vul hudhore proti fol aibilak

  • @prabhatkrgogoi8153

    @prabhatkrgogoi8153

    Жыл бұрын

    @@x3hell324 শুদ্ধ আৰু শুদ্ধি শব্দৰ অৰ্থৰ পাৰ্থক্য আছে , যেনে - " মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-আমোলাৰ বিবেকক ‘শুদ্ধি’ কৰিলে ৰবিশংকৰে কাজিৰঙাত চিন্তন শিবিৰ আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰৰ দেওবাৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবি শংকৰে শুদ্ধিকৰণ কৰিলে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যৰ মন্ত্ৰী, আমোলা বিষয়াক৷ সদগুৰুৱে কয় যে এজন নেতা হ’বলৈ হ’লে কেইবাটাও গুণৰ অধিকাৰী হ’ব লাগিব৷ "

  • @satyajitmoran6015
    @satyajitmoran6015 Жыл бұрын

    আপুনি মায়ামৰা সত্ৰ এখনলৈ যাওক গুৰুৱে আপোনাক তুলি লব । চিন্তা কৰিব নালাগে ।

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Right

  • @myvlogwithmyrecipe6136

    @myvlogwithmyrecipe6136

    Жыл бұрын

    Mayamara xatra bht keikhn ase neki? Kot kot ase jnb plz.

  • @user-gx2bn2oc5c

    @user-gx2bn2oc5c

    Жыл бұрын

    হয় মহাপুৰুষীয়া ধৰ্ম সংস্কৃতি বৰ্তাই ৰাখি সমস্ত জাতি জনজাতিক একত্ৰিত কৰা কালসংহতিৰ প্ৰতিখন সত্ৰ ই সমস্ত মানৱকে সমজ্ঞান কৰে। শঙ্কৰ মাধৱ গোপাল অনিৰুদ্ধৰ আদৰ্শৰে গঠিত মায়ামৰা বা কালসংহতিৰ অন্যান্য সত্ৰত লেই লেই চেই চেই নিয়ম নাই। সমস্ত প্ৰাণীক দেখিবেক আত্মসম।

  • @satyajitmoran6015

    @satyajitmoran6015

    Жыл бұрын

    @@myvlogwithmyrecipe6136 apuni tinsukia district aru dibrugarh district r chabua anchal ot pabo

  • @user-jr1oe9tg2p
    @user-jr1oe9tg2p Жыл бұрын

    আজিৰ দিনটো এনে সমাজ আছে যিয়েই মানবতাক পাহৰি পেলাইছে। ধিক্কাৰ এনে সমাজক।

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Right

  • @jamsslalka6504
    @jamsslalka6504 Жыл бұрын

    কিছুমান মানুহৰ চিন্তাৰ ধাৰা কিমান নিম্ন খাপৰ যে আৰু আজি এয়া ভবাৰ সময় জীৱনত কেনেকৈ আগবাঢ়ি জাবপাৰি ।

  • @hriday8894

    @hriday8894

    Жыл бұрын

    Dada apuni hoi tho buje poya nai, suwali joniye lora jonok muslim banai loi se, somajor manuhe sai babe anekuya korese ,tai kiu hindu lora logout jodi tai biya hoise tai kiyoo hindu nhoi, muslim jati thoi enukuya jahade khale cholere beleg dharam manuhok muslim bonai, lora ke suwali ke ako ako tai jahade

  • @jamsslalka6504

    @jamsslalka6504

    Жыл бұрын

    সমাজৰ উচ্চ বিষয়াৰ লগত মিলিত হয়, উচিত সিধানত্ন ল'ব পাৰি, আই ,বোৱাই আৰু ঘৰৰ পৰিয়ালটোক সমাজৰ পৰা আঁতৰত ৰখাটো জানো উচিত , 🙏 ।

  • @assamesefunni7522
    @assamesefunni7522 Жыл бұрын

    শংকৰ আজানৰ দেশ বুলি এনেয়েকয়

  • @jintupator5545

    @jintupator5545

    Жыл бұрын

    Eibur xokolu misa. Amar xomaj khon pujibadi. Xomajbadi nohoi.

  • @AbulHussain-dl6og
    @AbulHussain-dl6og Жыл бұрын

    Aponaluk 13 ta poriyal ase....ki tel mari ase....putro buwarik ghorot loi ahok....13 ghor manuhere xomaj pati vogwanok sinti xuxere soli thakok....vogwane xohai koribo aponalukok.

  • @jyotiprakashdas8973

    @jyotiprakashdas8973

    Жыл бұрын

    তাকেই বুজি পোৱা নাই মই, কিহৰ ইমান খাতিৰ কৰি আছে ইহঁতে।।

  • @parthamohan5891

    @parthamohan5891

    Жыл бұрын

    Best comment👌👌👌👌👌

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    DURGA pujar murty kune besi koi bonai HINDU ne MUSLIM....? ANSWER:.......kune dibo paribo.

  • @bablukalitaofficialblog6079

    @bablukalitaofficialblog6079

    Жыл бұрын

    Ryt8

  • @basisthaacharya6590
    @basisthaacharya6590 Жыл бұрын

    এক বিশ্বজনীন সমীক্ষাত প্ৰকাশ পাইছে যে ২০৪০ খৃষ্টাব্দলৈ পৃথিবীত কোনো ধৰণৰ ধৰ্ম আৰু জাতি নাথাকিব। গতিকে এইবিলাক বাদ বিবাদ এৰি সকলোৱে একেলগে মানুহ হিচাপে জীয়াই থাকিবলৈ যত্ন কৰিব লাগে।

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @kritworld9838
    @kritworld9838 Жыл бұрын

    সহায় কৰিলে মানুহে পাহৰি যায়

  • @sibaprasadbora01
    @sibaprasadbora01 Жыл бұрын

    যিজনে ভূল কৰিছে তেওঁক ৰাইজে এঘৰিয়া কৰক , পৰিয়ালটোক কিবা এটা উপায় উদ্ধাৰ কৰক। কৃষ্ণ।

  • @banjitchangmai4047
    @banjitchangmai4047 Жыл бұрын

    অসমীয়া সেইকাৰণে আজি পিচ পৰি আছে.. এই বোৰ খোৱা কামোৰা কাৰণে.... নিজৰ মাজতে মিল নাই.. তই মিছিং তই কছাৰী তই বড়ো. তই ৰাভা তই আহোঁম... এই বোৰ ন.... সকলো এ মিলি থাকিব নোৱাৰোঁ......... আনে সুবিধা লৈছে বাহিৰৰ মানুহে......

  • @nurekharashmi9741
    @nurekharashmi9741 Жыл бұрын

    আকৌ বুলে ছোৱালী ৰ জাতি নাই। এইখন সমাজক অসম চৰকাৰে চৰকাৰি একো সুবিধা দিবই নালাগে।

  • @monuranjangogoi6276
    @monuranjangogoi6276 Жыл бұрын

    এনে সুন্দৰ পদক্ষেপ লোৱাৰ বাবে এইখন সমাজক ধন্যবাদ দিছো. জহৰা সমাজ, চুতমাৰনি , কুট্টা ,জহন্নামে যোৱা , আৰু বাকী সন্মান ৰাইজে কমেন্টত দিব কুট্টসঁত তৰতৰ হেৰিত ভূত জলকিয়া লগায় লেংটা কৰি পিটন দিব লাগিছিলে 🙏🙏🙏🙏😎

  • @morjinabegum6509

    @morjinabegum6509

    Жыл бұрын

    Thikei.koisa.😏

  • @zikragreenfarm
    @zikragreenfarm Жыл бұрын

    Society mane United rights for human.... reality on ground dark side....

  • @thenatureofyoutubecreativi2176
    @thenatureofyoutubecreativi2176 Жыл бұрын

    Useless society..

  • @krknowledgeeduassam5344
    @krknowledgeeduassam5344 Жыл бұрын

    তেওঁলোক সকুলতকৈ নিম্ন জাতি। ,,,,dont worry,god with you

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Right

  • @nabajitdeka9357
    @nabajitdeka9357 Жыл бұрын

    এনে সমাজ থকাত কে নথকাই ভাল।

  • @jaypritamray1222
    @jaypritamray1222 Жыл бұрын

    Ai bur kotha bhuta beya ..manuh bur sage pagola hoise

  • @dipakdoley6968
    @dipakdoley6968 Жыл бұрын

    কৃষ্ণ এইবোৰ মানুহ নহয় ।

  • @hridayrabha8706

    @hridayrabha8706

    Жыл бұрын

    Krishna he aru dei .... Manuhghor je sangkari nhol ......nhole keitar mukhot je sangkari keitar gahori mod khowa bani hunibo palu hoi

  • @abhirun847
    @abhirun847 Жыл бұрын

    দুখ লাগে এইবোৰ দেখিলেই ।

  • @gks2331
    @gks2331 Жыл бұрын

    ধাৰ্মিক হবলৈ হিন্দু,ইছলাম,খৃষ্টান টেগৰ প্ৰয়ুজন নাই ,, ⚛️⚛️⚛️

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @pp_wonderer9269
    @pp_wonderer9269 Жыл бұрын

    We support you 🙏 don't worry about uneducated PPL.

  • @user-cq1ws8jw2k
    @user-cq1ws8jw2k Жыл бұрын

    বাহিৰৰ সমাজখন আৰু পৃথিৱীখন সিহঁতে চাগে দেখাই নাই…মানুহ হিচাপে জীয়াই থাকিব শিকক ককাই হঁত…

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Right

  • @ROCK-sh6ng
    @ROCK-sh6ng Жыл бұрын

    দুখীয়াৰ কাৰণেহে এই বিলাক নিয়ম,ধনী হোৱা হলে চেলেকি চেলেকি খালেহেতেন সভ্য মূখা পিন্ধা কেইটা

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @rajshreemadahi4944
    @rajshreemadahi4944 Жыл бұрын

    Baya lagil xuni

  • @clashingworld2829
    @clashingworld2829 Жыл бұрын

    সমাজত শিক্ষিত মানুহৰ অভাৱ হ'লেই সমাজখন ধ্বংস হয়

  • @assamesefunni7522
    @assamesefunni7522 Жыл бұрын

    এইবোৰ মানুহ নহয়

  • @hriday8894

    @hriday8894

    Жыл бұрын

    Suwali joneye lora thok muslim bonai loise, tai jhodi hindu logout biya hoi se tai kiya hindu nohoi, muslim jati tho anekuya cholere khale muslims bonai belag drama r manuhok, lora ke suwali ke sokoloi jahadi ,muslim lorai fasai belegor drama or suwali muslim bonaboloi, iora tho muslim drama gohon kora babe ak ghoreya korese

  • @sunqueen6545
    @sunqueen6545 Жыл бұрын

    ভুল কৰিছিল এটা পৰিয়ালে,,কিন্তু লগতে এটা বংশৰ বাকি 12 টা পৰিয়ালক এ সমাজৰ পৰা বঞ্চিত কৰি ৰাখিছে ।। আমাৰ গাঁৱৰ সমাজত সেইটো নকৰে।। আৰু এটিয়াটো ভুল কৰা মানুহজন এ নাই,, গতিকে এতিয়া সমাজে আদৰি লব পাৰে,,কিমান যে কষ্ট পাই আছে মিছতে তেওঁলোকে,নকৰা ভুলৰ শাস্তি পাই আছে।। ভুল কৰাজনো কমটি নহই,নিজৰ সন্তানৰ মুখলৈ নাচালে,নিজৰ ধৰ্ম এৰি আনৰ ধৰ্ম লবলৈ গল গে,,, তেনেকুৱা এজনৰ শাস্তি বাকি পৰিয়ালে ভুগিব লগা হৈছে।।।

  • @dhanjitaray7826
    @dhanjitaray7826 Жыл бұрын

    Nisthur xomaj,.. manuh anekoi jat pator kotha sinta kori thakile amr Axom khon ketiyao unnoti koribo noware....aitu hosa kotha😒

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Жыл бұрын

    সেই বিলাক 3rd ক্লাছ মানুহৰ শাৰীত পৰে মুছলমান সম্প্ৰদায়ৰ ছোৱালীজনী নিজৰ জাতত তুলি ললে হৈ গল কিয় এঘৰীয়া কৰিব লাগে উজনি নামঘৰত মুছলমান লৰাই আমাৰ লগত কংস বচন গাই আমাৰ ফালে এই ভেদ ভাব নাই

  • @donikonwar3799
    @donikonwar3799 Жыл бұрын

    Our Assam still in darkness.

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @mukutkalita5145
    @mukutkalita5145 Жыл бұрын

    জদি এজনি নাৰিক ধৰখন কৰিবৰ সময়ত জাত পাত নিবিছাৰে বিয়া পাতিবৰ সময়ত জাত পাত কিয়

  • @morjinabegum6509

    @morjinabegum6509

    Жыл бұрын

    Your.right.dada👏👏👏

  • @bkp9774

    @bkp9774

    3 ай бұрын

    এইবোৰ বামুনিয়া নীতি,

  • @naliniroygoyary1828
    @naliniroygoyary1828 Жыл бұрын

    Salute to our culture 🫡🤣🤣🤣aru nu ki kom……… 🤐🤐

  • @jugendersaikia4176
    @jugendersaikia4176 Жыл бұрын

    দোষী জনক সমাজৰ পৰা এঘৰীয়া কৰক কোনো কথা নাই। মানুহ সমাজ খেল পাতি কিয় থাকে সুখ দুখৰ সমভাগী হৈয় সহায়ৰ হাত আবঢ়াবলৈয়হে। সমাজৰ বৰমুৰীয়া কীতাক লাংটা কৰি পিতিব লাগে আইন উলিয়াইছে।ঘৰ খনৰ বাকী সকলক এঘৰীয়া কৰাতো অনুচিত কোনো যুক্তি নাই।

  • @Miduldutta

    @Miduldutta

    Жыл бұрын

    শুদ্ধ কথা

  • @dlocalboy4892
    @dlocalboy4892 Жыл бұрын

    Suwali joniye swamir Hindu dharma grohon nakore kiyo??? Loratuk Muslim dharma grohon koraboloi loi goise... Kiyo ???? Hihote tu Hindu suwali phusulai ni ratitur bhitarot Muslim bonai diye.. (bhuwa porisoi di holeu) Aru kisuman NETWORK.ye usotai ase karone amar 'matha naikiya' keitamane pagol boki ase...

  • @kelvinvlogs6507
    @kelvinvlogs6507 Жыл бұрын

    মানুহৰ মন শুদ্ধ হলেই হল, বাকী চব মানুহ একেই। এনেকৈ এঘৰীয়া কৰি বা: বা: লব নেলাগে, যদি সঁচাকৈয়ে নিজকে ধাৰ্মিক মানুহ বুলি ভাবিচাহক, এনে অমানৱীয় কাম নকৰিব🙏🙏 প্ৰথমে আমি মানুহ হিচাপে জীয়াই থাকিবলৈ শিকিব লাগে, তাৰপাছতহে ধৰ্ম হব লাগে।

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @chandandutta3186
    @chandandutta3186 Жыл бұрын

    Govt. Should take steps

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Right

  • @jaimassi5959
    @jaimassi5959 Жыл бұрын

    forgiveness must there....community should adopt a tolerance policy. some punishment or penalty must be there n forgive the wrong

  • @user-jb8jf1br3f
    @user-jb8jf1br3f Жыл бұрын

    জীয়াই থকাত কৈ মৰি থকাই ভাল 💔💔💔😭😭😭😭

  • @koushikarjya6301
    @koushikarjya6301 Жыл бұрын

    As Ram Nath kovind addressed in his farewell speech "We must make our political democracy a social democracy as well. Political democracy cannot last unless there lies at the base of it, social democracy." We have achieved political democracy,but far from social democracy.

  • @digantadeka7201
    @digantadeka7201 Жыл бұрын

    গাৱৰ কিছুমান বৰমূৰীয়াই এই নিয়ম বোৰ প্ৰবৰ্তন কৰে! সেইসমূহ বৰমূৰীয়াৰ বাবেই সমাজখন থান বান হয়।

  • @jintupator5545

    @jintupator5545

    Жыл бұрын

    Apuni xosa kothai koise. Ei bormuria keijon akou dhuwa tuloxir pat. Xei xokole nijor swartho puron huwakoi he rule bur bonai, aru jetiai proyujon hoi tetiai change kore. Enekuwa bor muria bodmas burok pitibo lage.

  • @dilipborah2849
    @dilipborah2849 Жыл бұрын

    গাওঁ ৰ মানুহ বোৰ এনেকুৱা ই একো ঘণ্টা নাজানে এনেই মানুহৰ ঘৰত বহি বহি লোকৰ কথা পাতি থাকে ছাহ পানি জুতি লৈ লৈ । মুছলিম বোৰ কি মানুহ nohoi নেকি । প্ৰেম ত কোনো হিন্দু মুছলিম নাথাকে ।hihoti বিয়া হৈছে hihoti খাব তাত মাত matibo কোনো দৰকাৰ নাই । এইবোৰ ভকত nohoi ।

  • @morjinabegum6509

    @morjinabegum6509

    Жыл бұрын

    Your.right.dada

  • @dilipborah2849

    @dilipborah2849

    Жыл бұрын

    @@morjinabegum6509 🥰

  • @morjinabegum6509

    @morjinabegum6509

    Жыл бұрын

    Thanks.dada😊😊

  • @sarifulsk8117

    @sarifulsk8117

    Жыл бұрын

    You are Right

  • @Miduldutta

    @Miduldutta

    Жыл бұрын

    ধৰ্ম বাদ দিয়া তেনেহলে ,,, এনেই সময় নষ্ট কৰি লাভ নাই ,,,

  • @dasgc3133
    @dasgc3133 Жыл бұрын

    Oxmiya jati anekoi gol Dhankho hooi goll

  • @swapnahaloi141
    @swapnahaloi141 Жыл бұрын

    যিবিলাক সমাজত এতিয়াও এঘৰীয়া কৰাৰ দৰে লেতেৰা প্ৰথা প্ৰচলিত হৈ আছে তেনে সমাজক নিজে বৰ্জন কৰক ।অাইনৰ আগত সমাজ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে ।

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @hubonboruah6526
    @hubonboruah6526 Жыл бұрын

    Eman thek aaru horu sinta kora manuh aamar Assamot aasebuli Aajijanilu henekua homaajk Val hihkar prowjonase

  • @manojbora2244
    @manojbora2244 Жыл бұрын

    নিন্দনীয়

  • @jayantipayeng619
    @jayantipayeng619 Жыл бұрын

    🙏🙏🙏🙏

  • @kaustuvvlog3934
    @kaustuvvlog3934 Жыл бұрын

    যিয়ে ভুল কৰিচে তেওঁক সাস্তি দিব লাগে, বাকি পৰিয়ালেতো হিকায় দিয়া নাই | কিয় ইমান কথোৰ শাস্তি দিব লাগেনো |সকলো ভুলৰে সমাধান আছে , যি ভুল কৰিচে তেওঁ বাহিৰে বাকিসকলক নিতি নিয়মৰ মাজেৰে যেন দয়ালু সমাজে আকুৱালি লওক | পবিএ ভাদ মাহতোট ককা আইতাক নাম লোৱাৰ পৰা ব্ঞ্চীত নকৰিব |

  • @rahulbasutary1005
    @rahulbasutary1005 Жыл бұрын

    এনেকুৱা সমাজৰ মুখত মূতি দিম কেলা ,

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @jantihira9223
    @jantihira9223 Жыл бұрын

    সমাজ আৰু ৰাইজ কাক কয় তেওঁলোকৰ কাম কি তেওলোকৰ চিন্তা চৰ্চা কেনেকুৱা ধৰণৰ হব লাগে সেই খিনি মানুহে নাজানে তাৰমানে জংঘলীয়া ।

  • @uttamgogoi1128
    @uttamgogoi11283 ай бұрын

    Val Kam koresa

  • @babatubhaskar6683
    @babatubhaskar6683 Жыл бұрын

    Aibilak manuh nohoi guhalit bandhi thua aku akuta goru...manuhok anakua koribo napai.

  • @sashibhatta5198
    @sashibhatta5198 Жыл бұрын

    পৰিয়াল 13 টাই মন মাৰি বহি থকাৰ প্ৰয়োজন নাই ৷ এটা পৰিয়ালৰহে এজন ল'ৰাই সমাজৰ দৃষ্টিত নকৰিবলগীয়া কাম এটা কৰিলে, যিটোৰ বাবে পৰিয়ালটোক কিছু দিনৰ বাবে এঘৰীয়া কৰিব পাৰিলেহেঁতেন ৷ পৰিয়ালটোৰ পৰা ল'ৰাটো ঘৰ এৰিও গুছি গৈছে ৷ যোগাযোগো ৰখা নাই ৷ বাকী 12 টা পৰিয়ালো লগতে এঘৰীয়া হ'ল ৷ বৰ দুখৰ কথা ৷ পাবত গজা কিছুমান নপতা ফুকনে হূলস্থূল লগায়ে এনে পৰিস্থিতিত ৷ এদিন দেখিব, দিনৰ পোহৰত নহয়, নিশাৰ এন্ধাৰত যিসকলে এঘৰীয়া কৰিছিল তেওঁলোকৰ দুই-এজনকৈ মনে মনে আপোনালোকৰ ঘৰলৈ অহা-যোৱা কৰিব ৷ তেতিয়াই ডাঙৰকৈ ভোজ এটা দিলে এঘৰীয়াকৰণ বাতিল কৰি দিব ৷ সেই দিনটোলৈ ধৈৰ্যৰে অপেক্ষা কৰক ৷ এতিয়া দূৰৰ পৰা হলেও ঘৰত নথকা দৰকাৰী সামগ্ৰী, শাক-পাচলি আদি বজাৰ কৰি আনি সংসাৰ চলাই যাওক ৷ সময়ত বুজিব যে, অদৰকাৰী কিছুমান সংগঠন, বাতৰি চেনেল আদিৰ উৎপাততহে আপোনালোকক বিনাদোষত এঘৰীয়া কৰা হৈছিল ৷ অসমৰে আন এখন জিলাত বিগত সপ্তাহত অদৰকাৰী সংগঠন, চেনেলৰ কিছুমান স্বয়ম্ভু নেতাই এখন গাৱঁৰ নামকে বিকৃত কৰাকে ধৰি (হেয় প্ৰতিপন্ন কৰাৰ মানসেৰে) অপ্ৰচলিত নাম দি কেইটামান পৰিয়ালকো নানা ককৰ্থনা আৰু অভিযোগেৰে ব্যতিব্যস্ত কৰি তুলিছিল ৷ পৰিয়াল কেইটাৰ অধিক সংখ্যকেই দোষ নকৰাকৈয়ো ক্ষমা খুজি বিষময় পৰিস্থিতিৰ পৰা সাময়িক ভাৱে ৰক্ষা লভিবলগীয়া হ'ল ৷ জানি থব যে, সোণ পুৰিলে উজ্বলহে হয় ৷

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely

  • @BOSS-vf3yt
    @BOSS-vf3yt Жыл бұрын

    Gahori pohile aghoria,Murgi Pohile aghoriaa....kla...lukai sur kori sooroot bonai khale khub mojaa lage

  • @sabitakalita7096
    @sabitakalita7096 Жыл бұрын

    মোৰ লগৰ ছোৱালী কেইজনী মুছলিম হয় মোৰ ঘৰত আহে বহুত দিন থাকে মোৰ ঘৰত একেলগে খাও একেলগে ৰাতি এখন বিচনাতে থাকো আমাৰ মনত কোনো ধৰনৰ ভেদা ভেদ নাই।বহুত দিন যদি মোৰ ঘৰত নাহে মই ফোন কৰি কৰি মাতি আনো।মোৰ মনত বেয়া ভাব একেবাৰে নাহে মই জানো আমি সকলোৱে মানুহে হয়।জীয়াই থকা দিন কেইটা সকলোৰে লগত থাকি মিলি জুলি ভালকৈ থাকি এই দুনিয়াৰ পৰা যাব বিচাৰো। পঢ়ি থকা দিন কেইটাত আমাৰ লগৰ বোৰ মুছলিমে আছিল সকলোৰে লগত কিমান ধুনীয়াকৈ আছিলো।মোৰ এটা লগৰ ছোৱালী আছিল তাইৰ নাম ফাতেমা আছিল তাই শিলিখা বা বগৰী খাই থাকিলে মই তাইৰ মুখৰ পৰা টানি আনি খাইছিলো।মই কিবা খাই থাকিলে তায়ো মোৰ মুখৰ পৰা টানি নি খাইছে।পঢ়ি থকা দিন বোৰৰ কথা মনত পৰি যায় সকলোৰে লগতে মিলি জুলি আছিলো।

  • @chao943
    @chao943 Жыл бұрын

    Xomaj bad diok...nijei income korok xaok...ki xomaj xomaj ...grow up

  • @ratulsaikia7540
    @ratulsaikia7540 Жыл бұрын

    Plz Action Assam police

  • @pikubora9865
    @pikubora9865 Жыл бұрын

    এনেকুৱা গাৱৰ ৰাইজক চৰকাৰে সকলো চৰকাৰি সা সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে লগতে আইন প্রনয়ন কৰিব লাগে

  • @benudharpatir1239
    @benudharpatir1239 Жыл бұрын

    এগৰীয়াকৈ ৰখা ব্যক্তিৰ নিজৰ পৰিয়ালে তাক লৈ গৌৰৱ কৰক। কাৰন সিহঁতৰ ছোৱালী দিবলৈ ইশ্ছা আছিল নেকি? উত্তৰ দিয়ক একো নাজানি ....

  • @nikhileshbhorali4252
    @nikhileshbhorali4252 Жыл бұрын

    vaal korise xomaje! nijor dhormor baahirot juwaa buror lgt enekuwai hobo laage...

  • @jintupator5545

    @jintupator5545

    Жыл бұрын

    Apuniu ajon dunuh. Apuni manuh nohoi. Apunar lora mod khuwa mane apuni mod khuwa nubujai. Kotha vabi sinti kobo. Bapek make ketiau nijor lora suwalir ohit sinta nokore.

  • @dasdas449

    @dasdas449

    Жыл бұрын

    @@jintupator5545 lora suwali bore ghoror kotha bhabibo lage kiba ata korar agot

  • @romonbasumatary6297
    @romonbasumatary6297 Жыл бұрын

    ওহ বৰ দূখ লগা

  • @dipenloyingassam
    @dipenloyingassam Жыл бұрын

    আচৰিত

  • @yourvedio7293
    @yourvedio7293 Жыл бұрын

    Aibur manhu hoi niki muk gaonor nalagy aibur manhu hoi buli.. Dukhor khomot jodi kam nahai...mohut beya thinking punchayat should do something for this kind behaviour ..the man and it is so emotional ..it's heart breaking 😢💔

  • @manujkoch6783
    @manujkoch6783 Жыл бұрын

    এনেকুৱা কাৰণেই অসমীয়া জাতিতো, ধূলি ছাত হ'বলৈ আৰম্ভ হয়। বেলেগ জাতিৰ ভিতৰত এনেকুৱা নাই।হেই কাৰনে আগবাঢ়ি আছে তেওঁলোকৰ।

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely right

  • @champakindianfoujiboy6510
    @champakindianfoujiboy6510 Жыл бұрын

    Dada jonor kotha huni bhut dukh lagil 😓ki je hb amr mnuh buro olopu morom doya ni kiya hol

  • @umeshkardong6116
    @umeshkardong6116 Жыл бұрын

    ঘৃননীয় মানৱতা ।

  • @apurbadutta4261
    @apurbadutta4261 Жыл бұрын

    Vogawan ase manuhe aku kribo nuware... Tumi tumar kam kri juwa

  • @khetykinny7959
    @khetykinny795911 ай бұрын

    Aiyai amar gaon r vokot na..!! Mukhot Hari/ krishna naam.. Aru kamot ki nokoleo hobo..!!!!

  • @AchiniBoruah
    @AchiniBoruah Жыл бұрын

    এনেকুৱা কাম কৰা যাতে যি ৰাইজে আজি এনে অৱস্থা কৰিছে এদিন তেওঁলোক তোমাৰ ওচৰলে আহে

  • @soonmoni6746
    @soonmoni6746 Жыл бұрын

    Bhut dhukh lagise ,moro ketra ane hoi ase

  • @rekibjuyel
    @rekibjuyel Жыл бұрын

    বাবাহত কমেন্টত ভাল দেখাই লাভ নাই

  • @danieldefoe2179

    @danieldefoe2179

    Жыл бұрын

    Really koisa

  • @assambhai5277
    @assambhai5277 Жыл бұрын

    Aibor oprt CM sir.. Mat matib lgy.. Sb gaoty aibor pblm hoi asaaa....

  • @monimonsterofficial7112
    @monimonsterofficial7112 Жыл бұрын

    ২০২২ পালেহি এতিয়াও কিছুমান গাধই ১৯৬০ চনৰ নিয়ম পালন কৰি আছে ধুই, সেইকেইটাই বৈকুণ্ঠত স্হান পাব দিয়া,,,,,, আপোনালোকে দুখ নকৰিব যি হয় ভালৰ বাবে হয়,,,,,,,,,,, ( মোৰো কাহিনী এটা আছে শুনিবলৈ বিচাৰিলে reply কৰিব)

  • @user-jw7ef7df5c

    @user-jw7ef7df5c

    Жыл бұрын

    Kuwa sun moi hunim

  • @tutumonibhumij4118
    @tutumonibhumij4118 Жыл бұрын

    Ekebre dukh loga bhakha Dada ..bohut dukh lgse Dada apunar baiko khini huni ..Amar assamiya r gaat enkua tej oboishe hobo nalagisil

  • @abhijitroy4006
    @abhijitroy4006 Жыл бұрын

    মুৰ্খৰ জাত কেইটা (এইখন গাওঁৰ লোকসকল) তহতৰ জীয়াৰী বোৱাৰী লৈ আছে আৰু মুছলমান বনাই আছে আৰু তহতে আমাৰ ভাইকোকাই যদি মুছলমান বিয়া কৰাত ত্যাগ কৰা মুৰ্খকেইটা হিন্দুলোৰা মুছলমান ছোৱালী লৈ আনিলে হিন্দু বনাই দিয়া নাকি ঘৃণাৰ পাত্ৰ বনাই থকা ।

  • @ringkhangbasumatary4906
    @ringkhangbasumatary4906 Жыл бұрын

    Oh sad.

  • @niranjandoley7266
    @niranjandoley7266 Жыл бұрын

    বৰ দুখ লাগিল এনে হব নালাগে

  • @mridulray5166
    @mridulray5166 Жыл бұрын

    Sob gaonre kaita man manu boro ostat dhake xhai kaita manuhor krone anekuya hoy anekuya gaonr manuhok dhikker disu anekuya manuhok axom or pora bohiskar dibo lage jay aay axom

  • @sureshsonowal7764
    @sureshsonowal7764 Жыл бұрын

    Open celegeche kara .God 🙏🙏🙏🙏🙏 is God

  • @kailashdeka8605
    @kailashdeka8605 Жыл бұрын

    Amar samajot atiao prakreet shikhyar abhab

  • @mithunrabha8383
    @mithunrabha8383 Жыл бұрын

    Sei karone asomor manuh lei lei sei kore eman nij manukhi kota dhui.

  • @taybur8221
    @taybur8221 Жыл бұрын

    13 ta poriyale dehun akhon homajei hoi jai

  • @Danirojasfc6

    @Danirojasfc6

    Жыл бұрын

    Absolutely right

  • @handwork5438
    @handwork5438 Жыл бұрын

    Napai dai anekua koribo

  • @samudrajyotisaikia5929
    @samudrajyotisaikia5929 Жыл бұрын

    Amr axomotha anakua asa

  • @kayumk2761
    @kayumk2761 Жыл бұрын

    Don't worry. Ame logat asu

  • @pranitabordoloi1918
    @pranitabordoloi1918 Жыл бұрын

    Ai manuh burra ghorot lora suali. Nai neki xihotor ghorr lora sualia bamun.. Bia patib . Gerenti dib parib

  • @dasdas449

    @dasdas449

    Жыл бұрын

    Nij vale jogot val buli akhar kotha ase nohoi. Lora suwali bore kiba ata korar agot ghor khor kotha olp bhabibo lage desun

  • @jitulkalita4455
    @jitulkalita4455 Жыл бұрын

    গাওঁৰ কিছুমান এনেকুৱাই মূখা পিন্ধা ব্যক্তি আছে যিয়েই ৰাতি চুৰ কৰি আৰু কাৰ তিৰোতাৰ লগত ৰাতি থাকে আৰু বা ক'ত কি বেয়া কাম কৰে হিচাপ নাই, আৰু সমাজত ডাঙৰ ডাঙৰ ভাষণ দি নিজকেই ভদ্ৰ দেখুৱাই , আৰু তেনেকুৱা এঘৰীয়া কৰা ব্যক্তিক অকল পালে তামাম পটিব লাগে ,

  • @dipankerdihingia6743
    @dipankerdihingia6743 Жыл бұрын

    😥

  • @rintukalita3182
    @rintukalita3182 Жыл бұрын

    Anekua xomajak moi tibra garihana janaisu... Karan ajir dinot tenekua manaxikota manuh thakibo nalage,ji jatirei nohouk kio tuli lole hokolu thik hoi jai,,,asolote aibur manuhe namghart anei jai ,,,bhagowat gyan aibur homajat ni...

  • @halloassam7597
    @halloassam7597 Жыл бұрын

    Krishna amar Shankardev shangha loi ahak amar eyat hokolur babe duwar khula krishan

  • @gaoliazerostar2362
    @gaoliazerostar2362 Жыл бұрын

    আমাৰ গাঁওত এনেকুৱা পৰিবেশ আমি কৃষ্ণগুৰু আমাৰ কাছ কৰ্ম হলে সিহঁতে নাহে তামাৰ কাছ কৰ্ম হলে আমাক নামাতে কিন্তু এনে অহা যোৱা হৈ থাকে

  • @lulalu6707
    @lulalu6707 Жыл бұрын

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 আপোনাক

Келесі