পুৰণিশৈলীৰ সূত্ৰধাৰী নৃত্য | দৰ্শকৰ বিপুল হাতচাপৰি | নাট-একলব্যৰ গুৰু দক্ষিণা | Sutradhar | Vauna

Ойын-сауық

পুৰণিশৈলীৰ সূত্ৰধাৰী নৃত্য | দৰ্শকৰ বিপুল হাতচাপৰি | নাট-একলব্যৰ গুৰু দক্ষিণা | Sutradhar | Vauna
#sutradhar #vauna #bhauna

Пікірлер: 29

  • @user-vg9zi9fn1k
    @user-vg9zi9fn1kАй бұрын

    মৰম লগা ভন্তিজনি ইমান ধুনীয়া সূত্ৰ নাচিছা ভৱিষ্যতে আৰু আগুৱাই যোৱা ❤❤❤🎉🎉

  • @durlavkachari1354
    @durlavkachari135411 күн бұрын

    সুন্দৰ হৈছে

  • @GourikaBoruah_99.
    @GourikaBoruah_99.Ай бұрын

    ❤❤

  • @nayansaikia9113
    @nayansaikia9113Ай бұрын

    Very nice

  • @AnjuriXaikia
    @AnjuriXaikiaАй бұрын

    Hunjoni ❤❤❤❤

  • @subhashborboruah6895
    @subhashborboruah6895Ай бұрын

    এনেকুৱাকৈ ডাঙৰেই নাচিব নোৱাৰিব ভাল লাগিল চাই। গোটেই কেইখন ভাওঁনা চালো সূত্ৰনৃত্য এই মাইনাজনীৰ হে ভাল লাগিল। সুন্দৰ কণ্ঠ❤️ভালহওঁক আগলৈ

  • @sunilborah4343
    @sunilborah4343Ай бұрын

    অতি সুন্দৰ ❤❤❤ আগুৱাই যোৱা 🙏🙏🙏

  • @tanujborah878
    @tanujborah878Ай бұрын

    Hunjoni tumi aru aguai jua vogobane tumak hdai kukhole rakhok

  • @sagarh446
    @sagarh446Ай бұрын

    Val lagil sai ❤

  • @mukulpallabichutia622
    @mukulpallabichutia622Ай бұрын

    সঁচাই ধুনীয়া..

  • @abhijitchetia4619
    @abhijitchetia4619Ай бұрын

    Dhunya lagixe dei.... Vontijoni 👏

  • @dilipbaruah1655
    @dilipbaruah1655Ай бұрын

    কৃষ্ণ কৃষ্ণ🙏🙏 অতি সুন্দৰ

  • @Priyakhi-wf9du
    @Priyakhi-wf9duАй бұрын

    Agbahi jua dehi

  • @SubhashJ-fl8nl
    @SubhashJ-fl8nlАй бұрын

    Waww,,, super......বৰ ৰস দিলে মনত । ধন্যবাদ আপোনাসকললৈ ইমান সুন্দৰ ভিডিঅ'টি সংৰক্ষন কৰি আমাক পুনশ্ৰ নিবেদন কৰাৰ বাবে।❤❤🌍

  • @user-dy4vs6xi9d
    @user-dy4vs6xi9dАй бұрын

    জয় অব্জনাভ সাংষ্কৃতিক গোষ্ঠীৰ ❤

  • @pallabborah5535
    @pallabborah5535Ай бұрын

    Nice,,video

  • @DuljitGogoi-wh5sv
    @DuljitGogoi-wh5svАй бұрын

    ❤❤❤ Niche

  • @anujborah1946
    @anujborah1946Ай бұрын

    Nice

  • @munugogoi2696
    @munugogoi2696Ай бұрын

    সম্পূৰ্ণ ভাওনা খন দিয়ক 🙏🏼🙏🏼🙏🏼🙏🏼

  • @SunilSaikia-pn9jv
    @SunilSaikia-pn9jvАй бұрын

    Ay konmani joni ujal hoy thakibaly jen vogabany shakti-vokti diay

  • @supratim....8937
    @supratim....8937Ай бұрын

    ককাইদেউ দলটোৰ নাম উল্লেখ কৰি দিলে আমি সাহস পাওঁ 🙏

  • @PMBMix

    @PMBMix

    Ай бұрын

    ভাওনাভাগীত দিয়া আছে

  • @user-tf1jm8mp8o
    @user-tf1jm8mp8oАй бұрын

    Bhogbane kusale rakhok

  • @user-tf1jm8mp8o

    @user-tf1jm8mp8o

    Ай бұрын

    12:24❤

  • @jayantakakati9640
    @jayantakakati9640Ай бұрын

    বহুত ভাল লাগিল। কোন ঠাইৰ ভাওনা হয়?

  • @PMBMix

    @PMBMix

    Ай бұрын

    শিৱসাগৰ কাঠপাৰ...

  • @user-dy4vs6xi9d

    @user-dy4vs6xi9d

    Ай бұрын

    শিৱসাগৰ , কাঠপাৰ

  • @SamiranNeog-jl4id
    @SamiranNeog-jl4idАй бұрын

    ❤❤

Келесі