পুখুৰীতে মাছ আৰু মুকুতাৰ খেতিৰে স্বাৱলম্বী হৈছে ধিঙৰ দুই যুৱক

📌মাছ আৰু মুকুতাৰ খেতিৰে স্বাৱলম্বী হৈছে দুই যুৱক। ধিঙৰ বেচামাৰীৰ ৰুলেন হাজৰিকাই সন্ধান কৰিছে জীৱিকাৰ নতুন পথৰ। পুখুৰীতে মুকুতাৰ খেতি কৰিবলৈ ১৩ খন জিলাৰ যুৱক-যুৱতীক দিছে প্ৰশিক্ষণ। ইফালে, জুৰীয়াৰ আবু হানিফাই আলংকৰিক মাছৰ খেতিৰে হৈছে স্বাৱলম্বী।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер

    Келесі