Public detained A Policeman In Digboi | গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ডিগবৈত আৰক্ষীক আটক N18V

Public detained A Policeman In Digboi | গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ডিগবৈত আৰক্ষীক আটক N18V
ডিগবৈ ১নং বৰবিলৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত এজন ডিগবৈ আৰক্ষীক আটক। স্থানীয় লোক আৰু দল - সংগঠনৰ সহযোগত আটক কৰে আৰক্ষী জোৱান জনক। আৰক্ষী জন হৈছে চুকাফা চেতিয়া। ঘটনা স্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ অভিযুক্ত আৰক্ষী চুকাফা চেতিয়া আৰু তেওঁৰ বাহনখন থানালৈ যায়। পূৰ্বতে চুকাফা চেতিয়াৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ উৎত্থাপিত হৈছিল।
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#digboinews #assampolice #digboi
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 429

  • @selenghatborah4042
    @selenghatborah404215 күн бұрын

    অসমৰ কিছুমান পুলিচ কৰ্মী ৮০ % চুৰ হয়,ইহঁতে সাধাৰণতে চুৰ ডকাইত কৰিবলৈ চাকৰি কৰি আছে, অসমৰ কিছুমান মানুহক লুণ্ঠন কৰা এটা বিশেষ বিভাগ

  • @purnenduchanda2712

    @purnenduchanda2712

    13 күн бұрын

    😂😂😂😂

  • @SiddikHussain-do2pe

    @SiddikHussain-do2pe

    11 күн бұрын

  • @RishNarzary-gb2yb

    @RishNarzary-gb2yb

    8 күн бұрын

    Right kota

  • @bkp9774
    @bkp977415 күн бұрын

    দে দে, টকা বোৰ অকল তাৰ হাততেই নেথাকে, ওপৰলৈ ও যাই ।

  • @rahulgoswami6913

    @rahulgoswami6913

    12 күн бұрын

    Right 👍🏾👍🏾

  • @muned6442
    @muned644215 күн бұрын

    চৰকাৰী টকাই পেট নভৰে অসম পুলিচৰ ঘোচ খোৰ গৰু পিতন দিব লাগে ইয়াক

  • @ima-mara-6011
    @ima-mara-601115 күн бұрын

    মই কেনেবাকৈ এদিন হলেও অসমৰ মুখ্যমন্ত্ৰী হ’ব পালে প্ৰথম কামেই হ’ব অসমৰ পৰা পুলিচ বিভাগটো আটৰাই পেলোৱা❤❤

  • @ChendorKuli-zl5dg

    @ChendorKuli-zl5dg

    15 күн бұрын

    Police natakile ki hbo heitu babhi luwa...blg bibosta lombbuli ko

  • @NohateOnlyFans

    @NohateOnlyFans

    11 күн бұрын

    Very Intelligent 🧠, That's why you're not even Night Chokidar 😂

  • @dasgc3133
    @dasgc313315 күн бұрын

    অসম পুলিচ কি হব পইছাৰ ললাছ

  • @basantaborgohain5372
    @basantaborgohain537215 күн бұрын

    নিলাজ পুলিচ, সৱজি বজাৰ অলপ কৰি পঠাই দে, ডকাইত তোক।

  • @ima-mara-6011
    @ima-mara-601115 күн бұрын

    অসম পুলিচ আৰু কি কৰিবলৈ বাকি নাই 😅😅বিক্ষাৰীৰ জুলুঙাটো খুচুৰিব এদিন😅😅😅

  • @rajenrabha1914
    @rajenrabha191415 күн бұрын

    টকা খোৱা পুলিচ

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j15 күн бұрын

    ৪০০ কোটি মাৰি ফচিলেও ভাল লাগে ৷ কেলা এই পুলিচবোৰৰ উৎপাতত মানুহে ব্যৱসায় কৰিব নোৱাৰা হৈছে ৷ খাহী মাংসৰ ১ কেজি দাম ও ওলিয়াব নোৱাৰিলে হা হা হা ৷

  • @user-ey1cl2gf8m
    @user-ey1cl2gf8m15 күн бұрын

    ৰাইজ এনে ধৰনে সজাগ হোৱাৰ প্ৰয়োজন। ধন্যবাদ ব্যক্তি জনক ।

  • @DebrajBose-zv6wd

    @DebrajBose-zv6wd

    10 күн бұрын

    ছুডমাৰ্ছন তই লৈছা .

  • @DebrajBose-zv6wd

    @DebrajBose-zv6wd

    10 күн бұрын

    মামাই ইমাণ power.দিছে নে.

  • @AmarjyotiRabha4657
    @AmarjyotiRabha465715 күн бұрын

    G P... Singh r Smart police....

  • @krishnaphukan6834
    @krishnaphukan683415 күн бұрын

    নতুনকৈ চাকৰিত যোগদান কৰিছে হপাই....সেইকাৰণে অলপ তেল ফাটিছে.....কিন্তু যি হলেও আমাৰ মহাশয় গৰাকীক দুটামান পূৰ্ণহতিয়া চৰৰ প্ৰয়োজন আছিল

  • @vfs9685

    @vfs9685

    11 күн бұрын

    20 বছৰ বেছি হল ইয়াৰ চাকৰিৰ,, PSO ASIL বিভিন্ন ৰাজনৈতিক লোকৰ,, মহা ফালটো ইহ দুনিয়াৰ ছোৱালীৰ লগত খেল কৰি ফুৰা ৰেকৰ্ড আছে ইয়াৰ

  • @nilimborah1978
    @nilimborah197815 күн бұрын

    গৰু চোৰ আৰু কিছুমান পুলিচৰ মাজত ভাল এটা সম্পৰ্ক আছে

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw15 күн бұрын

    নিজৰ নামটো এনেদৰেই বিখ্যাত কৰিছে। নহ'লেনো কেনেকৈ কৰিব ?

  • @asvolgs7221
    @asvolgs722115 күн бұрын

    Dhet tri 400 tokate fosile 😂😂😂..moja moja raij Ankoi dohrok hubidah palai dhork

  • @user-zg3ps5ez3h

    @user-zg3ps5ez3h

    15 күн бұрын

    😂😂

  • @jobforassam10
    @jobforassam1015 күн бұрын

    ইয়াক ধৰি কা‌ণতলীয়া এটা দিব লাগিছিল

  • @chakradharboro6308
    @chakradharboro630815 күн бұрын

    পইচা লোৱা চাকৰি- অৰ্থাত এটা শব্দত পুলিচ।

  • @GamingFamily-vr2un
    @GamingFamily-vr2un15 күн бұрын

    Mojjjja mojjjja amr yar Dibrugarh district or nahorkoteya homostir joypura thana ahupa policesea pat gari pora poisa loi gari kagos pati ok thoka folotu poisa loi zode nedeyea kiba ajuhat Dekhi salaln katea বিয়লি ৩ ta pora ৭ta loikea poisa tulea

  • @digbijoyneog4950

    @digbijoyneog4950

    15 күн бұрын

    Jetia leke ei prithibi khon thakibo ..tetia leke police poisa khaboi

  • @bhabendoley6151
    @bhabendoley61519 күн бұрын

    যিমান নিয়ম চৰকাৰে বনাব, ইমান পুলিচৰ লাভ। বিনা কাৰণত জৰিমনা মই দি পাইছোঁ ডিব্ৰু ত।

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho15 күн бұрын

    এই বোৰ হে অৰজিনেল দিন দকাইত

  • @jehirulhuda3147
    @jehirulhuda314715 күн бұрын

    মিঞাই উজনি অসমৰ পৰা যে অহৰহ truck এ truck গৰু যে নি আছে সেইবোৰ নধৰে কিয়? ইয়াৰ লগত কোন কোন ৰাজনৈতিক দলৰ মানুহ জড়িত হৈ আছে? (এইবাৰ ৰাজমাই বজাৰত কোৰবানীৰ গৰু কিনিবলৈ যাওঁতে মানুহে পাতি থকা শুনা মতে )নগাঁৱৰ বেপাৰীৰ লগত মিলি নগাঁৱৰ পৰা বাংলাদেশলৈকে গৰু supply (অবৈধ ভাবে) হয়। এই বেপাৰীবোৰৰ প্ৰতি চৰকাৰ ইমান নৰম কিয়? গৰু বজাৰ বোৰত মিঞা বেপাৰী আৰু নগাঁৱলৈ গৰু কঢ়িওৱা গাড়ীৰ সংখ্যা দেখিলেই বহু কথা অনুমান কৰিব পাৰি। হাঁয় মিঞা বেয়া পোৱা চৰকাৰ।

  • @mathurarabha7029

    @mathurarabha7029

    14 күн бұрын

    Mur mate police darkar nai assamt. Police keita eman beya kam kore je.

  • @user-od7ik8bt2c

    @user-od7ik8bt2c

    13 күн бұрын

    Tor nijor naam tu a dexun miya sala nam sur 😂

  • @arunkumarbrahma2090

    @arunkumarbrahma2090

    11 күн бұрын

    Gupon buja buji

  • @buddhadev4032
    @buddhadev403213 күн бұрын

    কাষত থকা পুলিচবোৰ নিমাতী কইনা দেখুন তাৰমানে অংক বুজিবলৈ ৰাইজৰ বাকী নাই আৰু

  • @jayadass2681
    @jayadass268115 күн бұрын

    আৰক্ষীয়ে কালিলৈ বজাৰ থাকিলে আজি‌ গৰু চেক গেট লগাই এই টো সত্য।

  • @trishnabaruah
    @trishnabaruah15 күн бұрын

    আৰু কি দিন আহিব বাকি আছে ঐ

  • @junbora3558
    @junbora355815 күн бұрын

    আমাৰ ঘৰটো পুলিচ আছে, নেম্ প্লেট নথকা পুলিচ নহয় ।ইয়াক কাণত ধৰাই ৰাস্তাৰ মাজত ৮ ঘন্টা থিয় কৰাই থব লাগে।

  • @jayantadas463
    @jayantadas46315 күн бұрын

    Police jon aibar sutit ghorot gole gao r manuhe 😂😂😂

  • @ima-mara-6011
    @ima-mara-601115 күн бұрын

    সাধাৰণ জনতাক দকাইত কৰিবলৈ অসম চৰকাৰে কোটি কোটি ৰাজহৰ পইছা দৰমহা দি পুহি ৰাখিচে

  • @asmigomgaming7960
    @asmigomgaming796015 күн бұрын

    DGP Sir চাকৰি পৰা বৰ্খাস্ত কৰক এজন পুলিচৰ খৰনে অসম পুলিচৰ ভনদাম তেওঁ চাকৰি পৰা বৰ্খাস্ত কৰক এতিয়া এৰিনিদিবি DGP sir

  • @RejekAli-ux7gj
    @RejekAli-ux7gj10 күн бұрын

    পুলিচৰ অৱস্থা ।লাজ লাগিল।

  • @jaiaiakhom3926
    @jaiaiakhom392613 күн бұрын

    Ehetok suspended koribole lage cm sir k mur falor pora aanurudh

  • @vfs9685
    @vfs968511 күн бұрын

    ইয়াৰ এখন baleno আছে, এখন new model Scorpio ase, ekhon bolero ase,,ghy t mati kinise, Margherita t tu asei baru নিজৰ ঘৰ, bike tu change kori a thake,,, kun jon police constable r eman দৰমহা আছে j eman k সম্পত্তি গোটাব পাৰে??

  • @zrchandanBakti
    @zrchandanBakti14 күн бұрын

    অসম পুলিচ এইয়া কাৰ-কাৰখানা😡

  • @inglishvlogs1015
    @inglishvlogs101514 күн бұрын

    তাক বান্ধি থৈ এচ পিক খবৰ দিব লাগে,

  • @vfs9685
    @vfs968511 күн бұрын

    ই এটা মস্ত লেবেল মাষ্টাৰ,,, খুব ভাল পাইছোঁ ধৰা পৰা দেখি,,, চাকৰি পুলিচ ৰ কৰে কিন্তু fashion show পাতি লেভেল মাৰি ফুৰে, তাৰ চাগে fashion show পাতিবলৈ পইছাৰ দৰকাৰ পৰিছিল সেয়েহে গৰু গাৰি পৰা পইচা তুলিছিল

  • @anjugogoi6536
    @anjugogoi653614 күн бұрын

    হায় হিমন্ত চৰকাৰ 🤔 আপোনি কিমান টকা পালে গৰু গাঢ়ীৰৰ পৰা ? ? ? 😂😂😂😂😂

  • @BinudaDihingia-rl6we
    @BinudaDihingia-rl6we14 күн бұрын

    লবয়ে কাৰন ৰাইজে গঠন কৰা চৰকাৰ মানুহ তেও

  • @RKtraders24
    @RKtraders2415 күн бұрын

    বেলেগ ৰাজ্যৰ পুলিচ ধৰ ধৰ চুৰ আহিছে , আৰু আমাৰ ধৰ ধৰ বাইক আহিছে 😂😂

  • @jyotishbaro933
    @jyotishbaro93313 күн бұрын

    অসম পুলিচ চুৰ ওপৰত চুৰ পুলিচ মামা😂😂😂😂😂

  • @jayaborah2926
    @jayaborah292614 күн бұрын

    কয় মৰিল এই পুলিচটৌ , দেখাত লুটূকণৰ সতে একে। হাতৰ কোঠাৰ মাৰিলি নিজৰ ভৰিত।

  • @kushalpegu9530
    @kushalpegu953015 күн бұрын

    লোভে‌ পাপ পাপে মৃত্যু।

  • @gaganbasu9286
    @gaganbasu928615 күн бұрын

    Smart Assam police

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl15 күн бұрын

    আজৱ অসম বুলি এনেই নকওঁ তু

  • @ranjeetnewpane8914
    @ranjeetnewpane891414 күн бұрын

    Poisa😢 Upai tu nai duniya khone enekuwa. Eku nokou aru sob interconnected

  • @kalamali8883
    @kalamali888315 күн бұрын

    ঈদৰ আগত সকলো ঠাইতে পয়ছা লৈছে 😂

  • @rebulali1210
    @rebulali121012 күн бұрын

    এই চব জাগাত গৰু গাড়ী ৰ পইছা ল ই পুলিচে।এনে গৰু গাড়ী বিলাক তিনিচুকীয়া শদিয়াৰ ডুমডুমা পৰা নগাও কেনেকৈ যাব পাৰে।পইছা নিদিলে কেনেকৈ যাব পাৰিব। পাবিলিকে ও চাই থাকে গম পাই নাই আপোনালোকে। আজিকালি পাবলিক সজাগ হল

  • @RahulDutta-qp1od
    @RahulDutta-qp1od15 күн бұрын

    False case registar Kori poisa lua Assam police

  • @AnimekhLahon-mp5pe
    @AnimekhLahon-mp5pe8 күн бұрын

    ই আহোমৰ প্রথম ৰজা, চ্যুকাফা হয় ,এৰি দিয়ক।

  • @raniphukan3538
    @raniphukan353815 күн бұрын

    Police ook salary dia nai naki sarkar ea

  • @prabhatkrgogoi8153
    @prabhatkrgogoi81539 күн бұрын

    গৰু গাড়ী নধৰিব হাত লেতেৰা হব ৷

  • @amardeep7414
    @amardeep741415 күн бұрын

    Poisa lua dexilei raije dhorok karon amaku jote tote fine kate ...jago raij jago

  • @KamalSharma-iu7bn
    @KamalSharma-iu7bn15 күн бұрын

    Options 1.sakori loute ghus di loisile tare loan ami public bure bhori asu finer namot. 2.Nijor uporor officer jonok poisa dibo logiya ho every day. 3.poisa lua police jonor duty kori amoni lagise..furibo jabo poisa gutai ase. 4 corruption ketiyau hekh nhoi ami hadharon jonota hojak hbo hol.

  • @jintuboruah7242
    @jintuboruah724214 күн бұрын

    Salute to that Dada who take his bike key Balor police besi ktha nokobi kla

  • @Lalit-ug3yn
    @Lalit-ug3yn11 күн бұрын

    মাছুলৰ নামত এইবোৰ কৰিব নোৱাৰিবা আৰু দেই। কেবিনেটট সিদ্ধান্ত হয় গল।

  • @AXOM_BT_Gaming_AS03
    @AXOM_BT_Gaming_AS0315 күн бұрын

    Up t hobo lagisil ❤

  • @ramanblast5061
    @ramanblast506115 күн бұрын

    কি হল...তাক থানাত যায় বহি ঠাকপু

  • @user-wq2tv2zr5z
    @user-wq2tv2zr5z15 күн бұрын

    কেতিয়া যে মানুহবোৰৰ মন ভাল হব

  • @dipunath6651
    @dipunath665115 күн бұрын

    ধিন বোলা বস্তু এটা আছে যে সেইটো হল অসম পুলিচ

  • @North-East869
    @North-East86915 күн бұрын

    A mahor salary a nohoi ge oo shah pani okonman khabole lage diyok sun 😂😂

  • @manashsvlogs8194
    @manashsvlogs819415 күн бұрын

    Ram peton d ayak police or Namot dokait

  • @bimalboro401
    @bimalboro40112 күн бұрын

    ই নিশ্চিত ভাবে ঘোচ দি চাকৰি লৈছে ।

  • @vfs9685

    @vfs9685

    11 күн бұрын

    প্ৰদ্যুৎ বৰদলৈ marghritar MLA থাকোতে তেল মাৰি মাৰি চাকৰি পোৱা

  • @budheswarnath6516
    @budheswarnath651615 күн бұрын

    হায় হায়... লাজেই নাই ইহতঁবোৰৰ 😊😊😅

  • @tapanchandrakalita6420
    @tapanchandrakalita642010 күн бұрын

    হায় হায় অসমৰ আৰক্ষী বিভাগ

  • @dilipsaikia718
    @dilipsaikia71814 күн бұрын

    All India ka police Sur he

  • @miksiabung6978
    @miksiabung697815 күн бұрын

    Ram Ram

  • @test-ix9im
    @test-ix9im15 күн бұрын

    Sure poisa khaisa..... history t jona asa ehotor attitude n nature

  • @ramendas972
    @ramendas97215 күн бұрын

    Good

  • @Misingtopics
    @Misingtopics15 күн бұрын

    Ki aibur manuhoru name plate lagibo adin

  • @popstylen
    @popstylen11 күн бұрын

    Good public 🙏

  • @rantuali6074
    @rantuali607411 күн бұрын

    😢😢😢 ইহঁতক একো নকব সুবিধা পালে ভৰাই থব 😢😢

  • @studyzone641
    @studyzone64115 күн бұрын

    Police kaku 1% respect nokoru bss dress jur pindi ase buli ako nokou without dress t pale police ko bojam val jagat pale

  • @padmadharboruah8589
    @padmadharboruah858915 күн бұрын

    কিন্তু,,,ডিগবৈ আশে-পাশে বালিজান,মামৰণী গাঁওৰ আদি গাঁওত গৰু চুৰি কৰি শেষ কৰিলে,সেয়ে গৰু ভৰ্তি গাড়ী দেখিলে খং দুখ বহুত লাগে।

  • @hiteshwardeuri4890

    @hiteshwardeuri4890

    15 күн бұрын

    Hoi amar Lakhimpur Narayanpurt 100 taru adik goru heral ajiloike kunu sure dora pelabo nuwarile assme police se eyat hompurna police jorito ase buli anuman koru....

  • @user-lh6rn8wi1w

    @user-lh6rn8wi1w

    15 күн бұрын

    Jonai t bohut besi aibur tu bohut hadharon kotha

  • @utpalbdas
    @utpalbdas15 күн бұрын

    কাণতলীয়া চৰ দিব লাগে এইটোক, কিমান যে ইহঁতে হাৰাশাস্তি কৰে।।।

  • @bipuldeka3364
    @bipuldeka336415 күн бұрын

    এই পুলিচৰ নিজৰ নামটু লিখা নাই কি দিউতি কৰিব মালৰ দাম বেছি হৈছে বাবে মাল খাৱ পইচা লৈচে

  • @Lachit24
    @Lachit2415 күн бұрын

    Collection

  • @manabdey5254
    @manabdey525412 күн бұрын

    Sabaas Asom police!

  • @nakibali4475
    @nakibali447511 күн бұрын

    পুলিচ ওঁ জে চুৰ আছে আজিহে গম পাইছো দেই 😮

  • @mridupawanborpatragohain5808
    @mridupawanborpatragohain580815 күн бұрын

    Police = goru suror friend

  • @namalchbasumatary577
    @namalchbasumatary57713 күн бұрын

    Upai nai Mamar order ase Collection lagibo. Nohole sakorir kota ase.

  • @busylife1235
    @busylife123514 күн бұрын

    Suspend him...

  • @digbijoyneog4950
    @digbijoyneog495015 күн бұрын

    Poisa police e khaboi....universal truth

  • @chintumodi2672
    @chintumodi267215 күн бұрын

    Name plate kot

  • @debojit2016official
    @debojit2016official12 күн бұрын

    Action right now immediately

  • @thelifestruggle1328
    @thelifestruggle132815 күн бұрын

    Hai hai assam police 🚨

  • @mrinaldas2755
    @mrinaldas275515 күн бұрын

    Val korise anekuwa hbo lage

  • @dilipgogoi8921
    @dilipgogoi892115 күн бұрын

    😮

  • @Naturelife229
    @Naturelife2294 күн бұрын

    Police মানেই পইছা নেকি ? জনসাধাৰণ ক আৰু কিমান problam দিব ?

  • @biplabmodakmodak986
    @biplabmodakmodak98612 күн бұрын

    Axom police r full meaning hoise Ghosh khuwa police 🚨🚓

  • @user-dn9ky8fj4q
    @user-dn9ky8fj4q13 күн бұрын

    Moi iman bipodot porisilu pulise okamano help nokarile

  • @mrAkashr1999
    @mrAkashr199911 күн бұрын

    Very sad

  • @aakashboom
    @aakashboom14 күн бұрын

    Vdo bonabo laage

  • @monuprovadas8301
    @monuprovadas830115 күн бұрын

    Right 👍 Amar raij

  • @babulbaruah2845
    @babulbaruah284511 күн бұрын

    Limit paar কৰিছে .

  • @dipff9667
    @dipff96674 күн бұрын

    দাদা ঘোৰা ঘাচ কটা সময় আহিগল

  • @GarimaChoudhury-ii9uw
    @GarimaChoudhury-ii9uw15 күн бұрын

    Sir koise Toka day

  • @YuritheBoyka
    @YuritheBoyka15 күн бұрын

    Aru bohut ulaise eneka police

  • @user-vo6yv5py2f
    @user-vo6yv5py2f11 күн бұрын

    ইহতে ওপৰবালা মেনেজ কৰিব লাগে‌ দুখ অকল ইহতৰ নহয়

  • @mustaquealamchoudhury3657
    @mustaquealamchoudhury365710 күн бұрын

    Please write a latter to DGP sir

  • @kamallochandeka420
    @kamallochandeka42015 күн бұрын

    Aasam police r অৱস্থা😂😂

  • @ranjankrray8275
    @ranjankrray827515 күн бұрын

    টোকা হে লৈছে গাখীৰ ,পোৱালী গৰু গাই চোৰ কৰা নাইটো

  • @sirhomdelhisolegassamsedek3549
    @sirhomdelhisolegassamsedek354915 күн бұрын

    ABR koi poisa Loisu ABR koi ni Luwa ki kotha Buji napali

Келесі