প্রথমবাৰৰ বাবে ষ্টুডিঅ’ত বৰপেটাৰ সম্ভাৱ্য তিনিগৰাকী প্রাৰ্থী, ‘অভিমত’

লোকসভা নিৰ্বাচনৰ এইবাৰৰ চৰ্চিত অন্যতম সমষ্টি বৰপেটা
বৰপেটাৰ লোকসভা আসনে বিভিন্ন কাৰণত এইবাৰ পাইছে গুৰুত্ব
কি শাসক, কি বিৰোধী সকলোৰে অংক জংক-পংক হৈছে বৰপেটাত
শাসক পক্ষৰ প্রাৰ্থী স্বয়ং নিজেই অনিচ্ছুক নিৰ্বাচন খেলিবলৈ
কান্দি-কাটি একপ্রকাৰ নিৰ্বাচনী ৰণত নামিছে তেওঁ
বিৰোধী ঐক্যমঞ্চৰো অনুৰূপ অৱস্থা
প্রথমে প্রাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্রেছে
কংগ্রেছৰ পিছত চিপিআই(এম)-য়েও ঘোষণা কৰিলে নিজা প্রাৰ্থী
অন্যতম সহযোগী অজাপৰ উপ-সভাপতিয়ে নিজেই নিজৰ প্রাৰ্থিত্ব ঘোষণা কৰিলে
প্রকৃততে এইবাৰ বৰপেটাত কি হ’বলৈ গৈ আছে?
প্রথমবাৰৰ বাবে ষ্টুডিঅ’ত বৰপেটাৰ সম্ভাৱ্য তিনিগৰাকী প্রাৰ্থী
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #abhimat #nitumonisaikia #barpeta

Пікірлер: 28

  • @bhupenbaruah1733
    @bhupenbaruah17332 ай бұрын

    অতি সুন্দৰ কথোপকথন, শুনি ভাল লাগিল।আনে নোৱাৰা কামৰ আশাৰ সঞ্চাৰ কৰিব পৰা এক অনুষ্ঠান 'অভিমত' ।

  • @user-mi9xk3js3e
    @user-mi9xk3js3e2 ай бұрын

    মনোৰঞ্জন আৰু দুলু মিলাই লৈ এজন খেলিলে ভাল হ'ব

  • @dipudas1526
    @dipudas15262 ай бұрын

    Nice talk show Monoranjan is best

  • @nababaishya9194
    @nababaishya91942 ай бұрын

    মনোৰঞ্জন তালুকদাৰ হলে বহুত ভাল হয়

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc2 ай бұрын

    টকচও এনেধৰনৰ হৱ লাগে ।জাতি আৰু ভাষাৰ মৰৰযদা ৰাখি ।

  • @bikibhai5241

    @bikibhai5241

    2 ай бұрын

    BJP r prarthi nai je

  • @rangsina4763
    @rangsina47632 ай бұрын

    ধন্যবাদ নিতুমনি।বহুত ভাল লাগিল।

  • @ashiniPatir-rb2mg
    @ashiniPatir-rb2mgАй бұрын

    অতি সুন্দৰ কথা

  • @MaddyEkka_Academy
    @MaddyEkka_Academy2 ай бұрын

    Deep bayan khelile aku problem nai, but CPI ru AJP r jikunu ata khelile aramse jikibo.

  • @abhijitsaikia6476
    @abhijitsaikia64762 ай бұрын

    আজিৰ godi mediar দিনত সঁচাকৈ বহুত দিন পাছত এটা ভাল show salu. I wish Manoronjan talukder deserves the seat so from deep and dulu bhupen bora r হাতত এটা easy decision ase, just deep r prathi otorai diok

  • @Nationlover43
    @Nationlover432 ай бұрын

    Good job❤..hantipurno tolk show ..bjp ahile kajiya pesal gali galaj okol ..nitu da next enekuai hanti show patibo ..10hour holeu sam

  • @kirandekaentertainmentshow2466
    @kirandekaentertainmentshow24662 ай бұрын

    দুলু নে লুলু এইটো কাম নাই নেকি…… বেলেগে যি কৰে তাকে কৰিব যায় নেকি…?

  • @ranobasumatary7206
    @ranobasumatary72062 ай бұрын

    Good talk show

  • @user-qm5xu3ic2g
    @user-qm5xu3ic2g2 ай бұрын

    ভাল টকচ বহু দিনৰ মুৰতপালো। C. P. I. M good party.

  • @MaddyEkka_Academy
    @MaddyEkka_Academy2 ай бұрын

    Na foni bhushan ok chini pai, na deep bayan ok chini pai barpeta t basi vhag manuhe. Who ever can exploit it from CPIm or AJP, there is high chance to win in Barpeta.

  • @abhijitsaikia6044
    @abhijitsaikia60442 ай бұрын

    Assam khn ki hble goi ase gm ni pua nki gdi lge khli lj ni si

  • @Sjk0782
    @Sjk07822 ай бұрын

    Saikia sira jen Congress r agent lagise

  • @lyricistmilan3541
    @lyricistmilan35412 ай бұрын

    Hahaaa. Sobole power laage..

  • @mukundadas3942
    @mukundadas39422 ай бұрын

    Hahimne kandim

  • @WASIMAKRAM-cg1wf
    @WASIMAKRAM-cg1wf2 ай бұрын

    Dulu 5000 man vote pab Kintu Manoranjan val parthi

  • @user-xv6gt1xd1u
    @user-xv6gt1xd1u2 ай бұрын

    যদি বিজেপিক জিকাটো বিচৰা নাই তেন্তে দুলু আহমেদে নির্বাচন নেখেলিলে ভাল হব। যদি দুলু আহমেদে নির্বাচন খেলি তেন্তে ভোট বিভাজন কৰি বিজেপি জিকাটো খাটাং।

  • @UmeshBarman-tr5mv
    @UmeshBarman-tr5mvАй бұрын

    Bartaman samayat congrassk anuradh karim aea eara dhara kora to uasit haba.

  • @subratadey9156
    @subratadey91562 ай бұрын

    মই ভাবো ফণীভুষন চৌধুৰীয়ে পৰাজয়ৰ গ্লানি ল'ব বিচৰা নাই। সেয়ে তেওঁৰ চকুপানী।

  • @mridupabankonwar226
    @mridupabankonwar2262 ай бұрын

    Phonibhukhan selkhua tur kaam nai

  • @bikibhai5241
    @bikibhai52412 ай бұрын

    Dulu Ahmed Bibhishan hoi. Hoi Apunaluke thik bujise. BJP r logot gupon Mitirali

Келесі