প্ৰথমবাৰলৈ বাৰ্তালাপত এগৰাকী APS বিষয়া...
APS Rank 31 প্ৰাপ্ত প্ৰণামী ভৰদ্বাজ...
প্ৰথম চেষ্টাতেই কেনেকৈ উত্তীৰ্ণ হ'ল APSC ত ?
প্ৰথমবাৰলৈ বাৰ্তালাপত এগৰাকী APS বিষয়া...
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #chakrapaniparashar #apsc #aps #preperation #tezpur
Пікірлер: 161
আপোনালৈ বহুত বেছি অভিনন্দন জনাঁলো....💐 এনেধৰণৰ আৰু আমাক অনুপ্ৰেৰণা দিবলৈ, উৎসাহিত কৰিবলৈ Defencer লগত জড়িত হৈ থকা মহিলাক আমন্ত্ৰণ কৰিব চোন 🙏 যাৰ দ্বাৰা নিজকে অলপ হ'লেও শক্তিশালী যেন লাগে বা তেখেতৰ পৰামৰ্শই আমাক অনুপ্ৰেৰণা কৰিব। পুণৰ বাৰ অনুৰোধ থাকিল 🤗
অনুষ্ঠানটি চাই বহুত ভাল লাগিল। প্ৰেৰণাদায়ক অনুষ্ঠান।দেৰিকৈ হ'লেও তেখেতলৈ অন্তৰৰপৰা অভিনন্দন জনাইছোঁ।💙🙏
মই মোৰ অন্তৰৰ পৰা শুদ্ধ ভাৱে আশীৰ্বাদ কৰিছোঁ দুয়ো গৰাকী আৰু বহুত বহুত বহুত দুৰলৈকে আগোৱাই যাওক।
অনুষ্ঠানটি চাই বহুত ভাল লাগিল। যথেষ্ট অনুপ্ৰেৰণামূলক। তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিলো।
Expression and your Confident , excelent, your encouragement totally benifited to the next generation. I proud of you, "Pranami". Congras, keep it up.
বৰ সুন্দৰ আৰু অনুপ্ৰেৰণামূলক বাৰ্তালাপ । ধন্যবাদ ।
প্ৰতিটো কথা ইমান সাৱলীল ভাৱে বুজাই দিছে খুব ভাল লাগিল অভিনন্দন জনালো আপোনাক❤️love from ধেমাজী
Aps বিষয়া গৰাকীয়ে ইমান ধুনীয়াকৈ চুলি খিনি বান্ধি লৈছে তুমি ও বান্ধি লবা ভাল লাগিব।
Inspirational episode ❤️
Very well explained ...congratulation and best of luck sis..👍
অনুষ্ঠানটি চাই বহুত ভাল লাগিল। তেওঁৰ কথাবোৰে যথেষ্ট অনুপ্ৰেৰণা দিছে। তেখেতলৈ বহুত বেছি শুভকামনা জনালোঁ🙏
Congratulations to her❤️❤️
Very wonderful presentation both of you.
Very very impressive personality Miss Bharadwaj ma'am..and interviewr s personality is also good
Congratulations ❤️🎉 to her
অভিন্দন জনালোঁ। 1 no suklai.. ওদালগুৰি জিলাৰ পৰা
অনুপ্ৰাণিত হ'লো❤️❤️ অনুষ্ঠানটিয়ে মনটোক যথেষ্ট পজিটিভ শক্তি দিলে।
Tekhetor kothabur bht positive... Val lagil xuni😇❤️
এনেধৰণৰ episode ৰ পৰা inspire হ'বলৈ সুবিধা হয়, ভাল লাগিল ❤️
@hasanurrahman3249
Жыл бұрын
Baideu open r pora B.A pass korile exam dibo pari ne nai
Proud of you munu😘❤️aru aguwai Jaa
Congratulations to u baaa🎉❤️
Very inspiring and motivating . Thankyou 😊
Bohut kathaa janibo pariluuu.. Dhoinyowaad❤❤🙏🙏
Really a inspiring video ❤️
Bht vl lagil xuni asilu pranami baa r relativr pora pranibar kotha hosa koi bht vl lagil bht nojona kotha janilu pranami baa thank you 🙏 amar tezpur swali aguwa juwa anekoi vl koi kam bor kori juwa 🥰
অনুস্থানটো বৰ ভাল লাগিল আৰু দুয়োলৈ শুভকামনা জনালো।
Congratulations 🌹🌹♥️♥️
Congratulations to her 💐💐🌹🌹
অতি সুন্দৰ অনুস্থান ।❤
নম্ৰতা প্ৰিয়ম আৰু প্ৰণামীকা ভৰদ্বাজ যাৰ নামৰ গভীৰ অৰ্থ বহন কৰে ।দুয়োগৰাকীৰে কথা কোৱাৰ যি শৈলি সঁচা অৰ্থত অতি সুন্দৰ । মই এই ভিডিঅ'টো চাৰি পাঁচবাৰমান শুনিছোঁ।যথেষ্ট প্ৰেৰণাদায়ক এটি অনুষ্ঠান ।ভৰদ্বাজ বাইদেউ গৰাকীলৈ আন্তৰিক অভিনন্দন ও শুভ কামনা জনালোঁ । আপুনি আগুৱাই যাওঁক লগতে আপোনাক ক'ৰবাত কেনেবাকৈ ল'গ পোৱাৰ আশাৰে মই কাৰ্বি আংলং জিলাৰ বকলীয়াৰ পৰা কলোঁ ।ধন্যবাদ
@namratapriyam428
Жыл бұрын
ধন্যবাদ😊
ধন্যবাদ । আশা কৰিম এগৰাকী অসমৰ দক্ষ পুলিচ প্ৰশাসনীক বিষয়া হৈ নাম উজলোও তাৰে কামনা থাকিল । সকলো দিশতে নিস্বাৰ্থ ভাৱে কাম কৰি গ'লে কেতিয়াও সমস্যা সন্মূখীন হ'ব লগা নহয় । Concentration must be applicable in police journey.
Thnks for motivating
Bohut val lagil tuma katha khini suni
We are proud of you😘
Congratulations Baa ☺️
বহুত Positive feel korilo
ভাল লাগিল চাই 😊✨✨অলপ হলেও সাহস পালোঁ।❤️
Congratulations my dear baaa
Congratulations 🎉 bohut val lagil🥺❤️
ইমান সুন্দৰ অনুষ্ঠান !!
সুন্দৰ অনুষ্ঠান
Congratulations baa
Bohut discipline hoy baidewjoni. Heyehe ebarote clear korise.
Pranami😚 Proud proud
congratulations ma'am... Her talking style is beautiful.. very simple and honest
Congratulations❤️❤️
Mur junior asile..ekdam proud feel krisu ..aru aaguai jua 😊
A great interview❤
Need this type of episode
Congratulations 🎉
Congratulations mam🙏
অনুষ্ঠানটো চাই ভাল পালো। পৰৱৰ্তী সময়ত এনেকুৱা অনুষ্ঠান আৰু চাব পাম বুলি আশা কৰিলো।
Love from Sapekhati ❤️
Katha bur iman dhuna pranami tumar
Bhal lagil. 👌
বহুত ভাল লাগিলে video টো চাই আৰু আপোনাৰ মই প্ৰতিটো video চাও
Iman xundor onusthan.. Kotha botora bur Iman morom loga.. Aru aguai jua tumi, pranami... Bohut bohut xubhessa...
@TzP015
Жыл бұрын
tai jibonot aru unnoti houk
@TzP015
Жыл бұрын
tumaru bhal houk@archita
@architadeka2622
Жыл бұрын
Ayo dehi. Thank you dei jama...
ভাল লাগিল দুয়োগৰাকী NBDian ক একেখন মঞ্চতে দেখি। নিজৰ নিজৰ ক্ষেত্ৰখনত আগুৱাই যোৱা ।
@shaherina4130
Жыл бұрын
বৰ্তমান ময়ো এগৰাকী NBDian😌😊
Very inspirational
অতি সুন্দৰ
Inspirational
অভিনন্দন জনালোঁ ❤️
Bohut val lagile dai
খুব ভাল ইন্টাৰভিউ এটা চালোঁ৷❤
Thnk u mam......
Congratulations
টংলাৰ পৰা শুভেচ্ছা জনালো💐
অন্তৰ চুই গ'ল যেতিয়া বাইদেউৱে ক'লে গাইদেঞ্চৰ বাবে আছোঁ!!! কাৰণ সেই কথাষাৰে বহুত সাহস দিয়ে
We are very proud of you😍😍😍
মেইন গৰাকীক মই বাদেই দিছো। আমাৰ লগৰে হ'ব, APS হৈ গল 😬 কিন্তু নম্ৰতা...... 🥰 ইমান সহজ সৰল কথা। মৰমলগা। ❤️ ভাল লাগে শুনি, চাই।
@namratapriyam428
Жыл бұрын
ধন্যবাদ থাকিল😊
@pallabmoran2850
Жыл бұрын
@@namratapriyam428 😍 ৰিপ্লাই পালো চোন.....😱😱 ভালে থাকা সদায়। আগবাঢ়ি যোৱা।
Bor hundor
Dhunia lagil ba♥️♥️
ভাল লাগিল❤❤
❤️❤️❤️
Bartalaap a enekua dhoronr interview loi ahok.... ❤️
Dhunia
Anekuwa bur sai vl lge
Proud to be a NBDian🥰🥰as a hstl senior nd wallmate😃😃
@TzP015
Жыл бұрын
proud Cottonian
❤❤❤❤
এনেকুৱা বিষয়া সকলক অনুষ্ঠান মাজে সময়ে পাতিলে ভাল লাগিব ।❣️🙏🌼🙏 অনুষ্ঠানটো চাই ভাল লাগিল, সকলোকে বহুত ধন্যবাদ 🙏🙏
@canberaopa4563
Жыл бұрын
Ahongkari type. junbur already DSP hoi service di ase heiburok Matibo lge.eijonie just appointment tu paisehe.journey start huwai nai. Kotha dekhun 20bosor maan police t service dya type.
ভাল লগা অনুষ্ঠান এটা পালো
এখেতৰ লগতে মই তোমাকো অলেখ অভিনন্দন জনাইছোঁ। কাৰণ তুমি একেবাৰে চেইম টু চেইম চক্ৰ দাৰ নকল কপি কৰিব পাৰিছা।
Val lagil❤️
Val episode eta palu
Nomrotapriyom hosakoi tumk bohut val lagyy..... 👍💥❤ keep it up 👍
@namratapriyam428
Жыл бұрын
Thank-you 😊
❣️❣️❣️❣️
Apsc exam clear kora besi tan nohoi jodi tmi process mote kam kori jowa so time olp lagibo
👍
Val lagil.
❤️❤️❤️❤️❤️❤️❤️
Xundar anusthan
❤️
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
নম্ৰতা আমাৰ বুলি নকবা ধোঁৱা ওলোৱা বুলি আমাৰ বুলি কলে বহুতকে বুজা হয় মই বুলি কবা মোৰ এটা subject পঢ়িলে ধোঁৱা ওলাই যায় বুলি , চক্ৰ দা আপুনি কিছুমান গুৰুত্বপূৰ্ণ ইণ্টাৰভিউ বোৰ আপুনি লব সুধিব লগা বহুত থাকে কিছুমান ৰৈ যায় এইটো ইণ্টাৰভিউ আপুনি লব লাগিছিল চক্ৰ দা পাৰিলে আৰু এনেকুৱা কে মাতিব দুই এজনক সুধিব লগা বহুত প্ৰশ্ন থাকি যিবোৰে প্ৰথম দিব বা দিম বুলি ভাবি আছে যিবোৰে coaching কৰিব টকা নাথাকে বহুত সহায় হলে হৈ চুলি খিনি লাৰী থাকিলে বেয়া দেখে নম্ৰতা
@namratapriyam428
Жыл бұрын
যিহেতু অনুষ্ঠানটো one to one নহয়। গতিকে তাত মই বা মোৰ বুলি মই ক'ব নোৱাৰোঁ😊 আমি বাৰ্তালাপ শ্ৰেণীকোঠাত সকলো কথা "আমি" বুলিয়ে কওঁ। কাৰণ বাৰ্তালাপৰ ছাত্ৰ-ছাত্ৰীসকলক সাঙুৰি অনুষ্ঠান কৰোঁ আৰু তাৰে প্ৰতিজন student ৰ বিষয়ে মই জ্ঞাত। গতিকে সেইখিনি জানিহে মই কথাবোৰ কওঁ। বাৰ্তালাপত show ৰ কোনো rules/formalities নাই বাবেই এই অনুষ্ঠান আনতকৈ পৃথক। আৰু অনুষ্ঠান কৰা দায়িত্ব চক্ৰপাণি ছাৰে দিছে মোক 😊 নতুনকৈ আগবাঢ়িছো যিহেতু ভুল হোৱাটো স্বাভাৱিক। অভ্যাসেহে শিকাব। আৰু প্ৰণামী বা যিহেতু মোৰ চিনিয়ৰ, তেখেতক মই আমন্ত্ৰণ কৰিছিলো । আৰু এগৰাকী APS ক আমন্ত্ৰণ কৰিম। আপোনাৰ প্ৰশ্ন থাকিলে দিব মোক । নিশ্চয় সুধিম।
First viewers first like
Congratulations Pranami& Namrata 2mr interview sai val lage xosake
@canberaopa4563
Жыл бұрын
UPSC pass kri dekha.ips hoi dekha. APS eibar hoi e lebel eman. Eibar appointment paisehe. Asol journey etaihe start hbo.ahongkari type lgise
Namrata priyam tumar kotha kua style tu bor val lagixe...
@namratapriyam428
Жыл бұрын
Thank-you😊
বহুত কথা জানিব পাৰিলো
pranami tumar khobor pai bht bhal lagise...tumar pora ami ji akha kri asilu....tumi thik tenekuai krisa....tumar bhal houk...aru khub aguwai jua
@pilygoswami9414
Жыл бұрын
প্ৰথমে এঙ্কৰিং কৰা নম্ৰতা প্ৰিয়মক ধন্যবাদ জনালোঁ ।নম্ৰতা প্ৰিয়ম আৰু প্ৰণামী ভৰদ্বাজৰ মাজত যি বাৰ্তালাপ অনুষ্ঠানটো অনুষ্ঠিত হৈছে সঁচা অৰ্থত মন প্ৰাণ ভৰি যোৱা এটি হৃদয় স্পৰ্শী অনুষ্ঠান । প্ৰণামী ভৰদ্বাজৰ কথাবিলাক শুনিলে শুনি থাকিবৰ মন যায় । অতি অমায়িক ।ভৰদ্বাজলৈ আন্তৰিক অভিনন্দন ও মৰম জনালোঁ আগন্তুক দিনবোৰ সুখৰ ও মধুময় হওক । কথনশৈলি অতিকে সুন্দৰ ।ওচৰৰ পৰা লগ পাবলৈ বহু আশাৰে মই কাৰ্বি পাহৰৰ বকলীয়া ঘাটৰ পৰা কলো ।
@namratapriyam428
Жыл бұрын
@Pily Goswami অশেষ ধন্যবাদ 😊
First viewers