প্ৰাৰ্থনা‌ || Assamese Prathona || Assamese Bhakti song|Assamese Prayers || NaamGhosa 2022

Ойын-сауық

Singer: Zublee boruah
Assamese Prayers🙌👏🙏🙇:
Nam Ghosa or Naam Ghosa is a Vaishnavite scripture written by Mahapurush Madhavdeva in Sixteenth century. This holy text is one of the most important books of Assamese Vaishnavism. Nam Ghosa contains one thousand (and one) verses and thus was initially known as “Hajari Ghosa”. Madhabdev was the chief disciple of Mahapurush Srimanta Sankardeva, the great social reformer and father of neo-vaishnavism in Assam. His crowning literary work is Naam Ghosa, which lays down the core philosophy of Mahapurushism.
নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম।অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী। নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।
আশা কৰিছোঁ আপুনি নিশ্চয় এই উপভোগ কৰি যদি ভাল লাগিল তেনে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা থাকিলে কমেণ্টত কওঁক । আৰু যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো Subscribed কৰি কাষৰ ঘন্টাটিত ক্লিক কৰিবলৈ নাপাহৰিব । আমাৰ লক্ষ্য পুৰণি কৃষ্টি সস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া । তাৰ বাবে আপোনালোকৰ সহায় ৰ প্ৰয়োজন । আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেণ্টত বক্সত জনাব । ধন্যবাদ ।
Disclaimer:-
We are not associated with the singers in any way. Making of this VIDEO is an honest and harmless attempt of creating something entertaining to the viewers using parts of this songs. We are not intended in doing harm or misuse of this content, this video is for entertainment purpose only. If in any case Content Owners Team feels that is something harmful and it should be removed, then we have no problem with it. please post a removal request on KZread. we will do that atleast. Thanks for watching "Fagun Fagun channel Assamese .
#tukarigeet #fagunfagun #Prathona

Пікірлер: 187

  • @deepakgogoi6891
    @deepakgogoi689111 күн бұрын

    Krishna provu mur gorvot thoka xontantik kripa koriba provu 🙏🙏 xusto xobol xontan ati jonmo dido paru jate provu doya koriba🙏🙏

  • @barnalikalita5179
    @barnalikalita517910 ай бұрын

    Eman dhuniya mat , moi aji bhut dine huni ahiso mrng uthi , Xuni Bhut Val lage mantu❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14114 ай бұрын

    পুৱাতে এই ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, আপোনাৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনি থাকিবলৈ মন যায় মোৰো

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14115 ай бұрын

    পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পাই মনতে খুব সুখ অনুভৱ কৰো, আৰু আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে, ভৱিষ্যতে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মই অতিকৈ আনন্দ পাম,,,

  • @kamalphukan1365
    @kamalphukan136510 ай бұрын

    কৃষ্ণ কৃষ্ণ 🙏 সৎ কৰ্ম ! ঈশ্বৰৰ কৃপা হ‌ওঁক!

  • @monoranuvutiandabegmukunda1677
    @monoranuvutiandabegmukunda16775 ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏 পুৱাতে ভক্তি মূলক প্ৰাৰ্থনা এফাঁকি গুনাৰ লগে লগে মনটো খুব ভাল লাগি যায় গোটেই দিনটো সুখী অনুভব কৰো 😊 কৃষ্ণ প্ৰভূ কৃষ্ণ কৃষ্ণ 🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14114 ай бұрын

    সুন্দৰ অতি সুন্দৰ হৈছে আৰু এই ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পাই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14115 ай бұрын

    পুৱা তে এই গীতটো শুনি মই খুব সুখ অনুভৱ কৰো,,, গোপাল গোবিন্দ যদু নন্দ ন,তোমাতে ললো শৰন,

  • @MonimaGogoi-py4if
    @MonimaGogoi-py4ifАй бұрын

    হে প্ৰভু বিপদৰ পৰা উদ্ধাৰ কৰা । কৃষ্ণ, কৃষ্ণ, কৃষ্ণ

  • @manabdas103
    @manabdas10311 ай бұрын

    Golden time of life.. সৰুতে তুলসীৰ তলত বহি নিতৌ সন্ধিয়া গাইছিলো কি সুমধুৰ দিন আছিল সেইবোৰ।। প্ৰভু নাৰায়ন

  • @kalpanakurmi6000
    @kalpanakurmi60006 ай бұрын

    ❤❤অন্তৰ চুই ❤❤যায় ❤❤❤মোৰ শুনি ❤❤bohut❤❤ bhal lage ❤❤

  • @NilChyblogs
    @NilChyblogs7 ай бұрын

    শুনি বহুত ভাল লাগিছে। মন প্ৰাণ শাত পৰি গৈছে । জয় শ্ৰী কৃষ্ণ । সকলোৰে মঙ্গল কামনা কৰিলোঁ ।

  • @user-nm8fu5gr7s
    @user-nm8fu5gr7s8 ай бұрын

    Jay Shri Krishna

  • @beautyborah9153
    @beautyborah91533 ай бұрын

    Moi khodai hunu bht val lage nam khini Krishna Prabhu

  • @bb-nq7gh
    @bb-nq7gh Жыл бұрын

    অন্তৰ চুই যায়৷

  • @hemlotadutta1832
    @hemlotadutta183210 ай бұрын

    Good song❤❤

  • @dulabhsaharia2876
    @dulabhsaharia2876 Жыл бұрын

    ইমান ধুনীয়া গাইছে ❤❤

  • @tulenkumartulenkumarnath5696
    @tulenkumartulenkumarnath56964 ай бұрын

    Krishna probhu 🙏🙏🙏🙏🙏

  • @dabejitdihingian8629
    @dabejitdihingian86297 ай бұрын

    Bahut val lagil huni

  • @borakha
    @borakha4 ай бұрын

    কৃষ্ণ ❤ কৃষ্ণ

  • @knowledgevally7051
    @knowledgevally705110 ай бұрын

    Krishna Krishna 🙏

  • @kusumbaruah2336
    @kusumbaruah23366 ай бұрын

    নমো ৰাম কৃষ্ণ হৰি ৰাম ৰাম কষ্ণ হৰি

  • @gokulsaikia4310
    @gokulsaikia43107 ай бұрын

    Krishna Prabhu bor Val lagise huni hodai hunu moi

  • @golapnath8800
    @golapnath88009 ай бұрын

    ভাল লাগিছে❤❤😂😢😢😢😮😮

  • @geetanjalibarua.8
    @geetanjalibarua.87 ай бұрын

    ইমান সুন্দৰ কণ্ঠই মনপ্ৰাণ বিশুদ্ধ কৰি তুলিলে ৷

  • @LakshmanKrRay
    @LakshmanKrRay5 ай бұрын

    Good morning . Krishna ৰাতি পুৱা শুনি খুৱ ভাল লাগিল ॥

  • @nitulborah754
    @nitulborah7548 ай бұрын

    ❤❤❤❤

  • @kalpanakurmi6000
    @kalpanakurmi60008 ай бұрын

    ❤❤❤❤❤ইমান ধুনীয়া কন্ঠ❤❤❤❤❤❤

  • @mamuboruah6457
    @mamuboruah64579 ай бұрын

    So beautiful😊

  • @bhaialli8924
    @bhaialli89248 ай бұрын

    Krishno krishno🙏🙏🙏

  • @user-wv6ep5vf3y
    @user-wv6ep5vf3y3 ай бұрын

    Krishna kripa koriba Prabhu

  • @satyajitgoswami9411
    @satyajitgoswami94119 ай бұрын

    ❤❤

  • @ritushmitakalita6373
    @ritushmitakalita63736 ай бұрын

    So nice

  • @sandeepbordoloi4288
    @sandeepbordoloi42888 ай бұрын

    Moja

  • @hritikabhuyan3505
    @hritikabhuyan35057 ай бұрын

    ❤❤❤❤❤❤

  • @arungogoi8768
    @arungogoi87689 ай бұрын

    Mojjjja🎉

  • @kartick1957
    @kartick195710 ай бұрын

    পুৱাই নাম ঘোষাৰ অমিয়া সুৰে মন-প্ৰাণ জুৰাই নিলে । এই শিতানতে নামঘোষাৰ বিভিন্ন নাম শুনিবলৈ আগ্ৰহী হৈ ৰ'লো ।

  • @gpb4852
    @gpb48526 ай бұрын

    সুন্দৰ কন্ঠ ধন্যবাদ ❤❤🙏🙏🙏

  • @himashridas1980
    @himashridas19803 ай бұрын

    Nice voice❤😊

  • @Dipankar_sarmah730
    @Dipankar_sarmah7304 ай бұрын

    ৰাতিপুৱাই এই ভক্তিমূলক গীত শুনিলে দিনটো ভালে ভালে যায়

  • @dipjyotiray7077
    @dipjyotiray70776 күн бұрын

    বৰ ভাল লাগিল 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @rangdhali7383
    @rangdhali73835 ай бұрын

    কৃষ্ণ

  • @malayadevi5955
    @malayadevi59552 күн бұрын

    জুবলিৰ‌ সুললিত কন্ঠৰে নিগৰি যোৱা ভক্তি মূলক গীত কেইটি সঁচাকৈয়ে শুনি থাকিলেও হেপাহ‌‌ নপলায়। কৃষ্ণ কৃষ্ণ

  • @vaskardas-cp3tb
    @vaskardas-cp3tb2 ай бұрын

    কৃষ্ণ 🙏👏

  • @sanjibhandique9283
    @sanjibhandique92835 ай бұрын

    কৃষ্ণ প্ৰভু❤🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon141123 күн бұрын

    কৃশণ্ জয় হওক আপোনাৰ আৰু মোক এই নতুন কৈ হোৱা বেমাৰ আজাৰ পৰা ৰক্ষা কৰক হে ভগৱান,,,,

  • @rupdhannath6894
    @rupdhannath68946 ай бұрын

    Bahut val lagil

  • @minaxipathak7425
    @minaxipathak74254 ай бұрын

    বৰ সুন্দৰ 🙏🙏🙏🙏🙏🙏

  • @bimalaburagohain9215
    @bimalaburagohain92158 ай бұрын

    Golden time of life

  • @violeenalaskar3742
    @violeenalaskar37427 ай бұрын

    কৃষ্ণ ,জয় গুৰু শঙ্কৰ , সুন্দৰ পৰিবেশন,মনতো ভাল লাগি যায়,বহুত বহুত ধন্যবাদ ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon141111 күн бұрын

    তুমি য়ে শৈতন্ তোমাতে লৈলো শৰণ সকলোতে কৰিবা উদধাৰঃ

  • @konchenggogoi8537
    @konchenggogoi85373 ай бұрын

    হিদয় স্পৰ্শ কৰে

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14115 күн бұрын

    যাদৱ যদু নন্দ ন তোমাতে লৈলো শৰণ, মানৱী জীৱন কৰোঁ সফল হে যদু নন্দ ন কৃশন্ চৰণতে লৈলো শৰণ সুন্দৰ আৰু শুনিও ভাল লাগে পুৱাতে এই পাৰথ্নাটো শুনি,

  • @lakhimaipegu5874
    @lakhimaipegu587410 ай бұрын

    Krishna❤

  • @sanatanhindu1970
    @sanatanhindu19702 ай бұрын

    কৃষ্ণ শংকৰ 🙏🙏

  • @vlogabhinab1208
    @vlogabhinab12087 ай бұрын

    ইমান সুন্দৰ কণ্ঠ ❤❤❤

  • @karishmasaikia1135
    @karishmasaikia11355 ай бұрын

    Khosai oti khundar mur lorai ei naam khunihe tuponi jai

  • @ukgamer3537
    @ukgamer35375 ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @RinjuSaikia-iy5yc
    @RinjuSaikia-iy5yc4 ай бұрын

    PRONAM

  • @adityakalita5560
    @adityakalita55602 ай бұрын

    কৃষ্ণ। জয় গুৰু শংকৰ।

  • @user-sb8yx6vn3y
    @user-sb8yx6vn3y5 ай бұрын

    Bhal lagil ❤❤❤😊😊😊

  • @handiquejyotishka3015
    @handiquejyotishka30155 ай бұрын

    Krisna krisna bar hunder antor sui jaya asibad houk

  • @runubarman3428
    @runubarman34286 ай бұрын

    Sound is good❤❤❤❤

  • @parashantabordoloi-fw7ls
    @parashantabordoloi-fw7ls4 ай бұрын

    জয় শ্রী কৃষ্ণ, জয় শ্রী কৃষ্ণ ,জয় শ্রী কৃষ্ণ ।

  • @junakilaskar6198
    @junakilaskar61982 ай бұрын

    কৃষ্ণ কৃষ্ণ আৰু 🙏🙏🙏

  • @JagotDehingia
    @JagotDehingia2 ай бұрын

    Jai shree Krishna 🎉 but full 🎉

  • @krishnaborah7049
    @krishnaborah704921 күн бұрын

    প্ৰভু দয়া কৰা আমাক

  • @pranabkalita1556
    @pranabkalita15562 ай бұрын

    কৃপা কৰিবা প্ৰভূ 🙏🙏🙏

  • @golapnath8800
    @golapnath88009 ай бұрын

    ❤❤❤❤❤❤❤মোৰ নাম পাহি তোমাৰ নাম কি

  • @mukutlukhurakhon1411
    @mukutlukhurakhon141117 күн бұрын

    যাদৱ যদুননদন কৃশন্ৰৰ চৰণে লৈলো শৰণ

  • @user-gj4yl2ft4r
    @user-gj4yl2ft4r5 ай бұрын

    ❤❤ কৃষ্ণ ❤❤ প্ৰভু❤❤🙏🙏❤❤🙏🙏❤️❤ৰাম❤❤

  • @DaduGohain-kg2vl
    @DaduGohain-kg2vl3 ай бұрын

    Joi guru Shankar

  • @dhunu_pu_wali777
    @dhunu_pu_wali77713 күн бұрын

    কৃষ্ণ ❤️

  • @mukutlukhurakhon1411
    @mukutlukhurakhon141116 күн бұрын

    যাদৱ যদু নন্দ তোমাতে লৈলো শৰণ, মানৱী জীৱন কৰোঁ, কৃশ্নৰ চৰণত লৈলো শৰণ, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল পালোঁ, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে আপুনি গাই যাওক,

  • @bitumoniborah4401
    @bitumoniborah44014 ай бұрын

    Krishna krishna krishna ❤❤❤❤❤

  • @babakakati9632
    @babakakati96323 ай бұрын

    Provu soku meli sua kripa kora

  • @mridusmitanath4320
    @mridusmitanath432015 күн бұрын

    মন শান্ত হৈ যায়...ৰাতিপুৱা গধুলি শুনিলে

  • @barashasaikia572
    @barashasaikia57225 күн бұрын

    ৰাতিপুৱা আৰু সন্ধিয়া শুনিলে এনে লাগে যে সকলো দুখ ভাগৰ পাহৰি গৈছো ।। কৃষ্ণ প্ৰভু🥺🙏

  • @user-nv4pl1kx5t
    @user-nv4pl1kx5t5 ай бұрын

    Krishna krishna

  • @mukutlukhurakhon1411
    @mukutlukhurakhon141111 күн бұрын

    যাদৱ যদু নন্দ ন,তোমাতে লৈলো শৰণ মানৱী জীৱন কৰোঁ সফল তোমাতে লৈলো শৰণ, কৃশন্ কৃশন্,

  • @shyamolimasenchuwa8473
    @shyamolimasenchuwa84735 ай бұрын

    Om Nomoh bhagobote vasudevaye 🙏🙏🙏🙏🙏🥀🌷💐

  • @ankurnath4049
    @ankurnath40492 ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🙏

  • @lizaboruahgogoi4278
    @lizaboruahgogoi4278Ай бұрын

    Ai parthana keita moi hodai hunu mur 2bosoriya lora ata ase he hua agt lgai dla huni huni tupni jai❤

  • @pakghorthefoodhub7059
    @pakghorthefoodhub70594 ай бұрын

    🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14112 ай бұрын

    কৃষন্এ জয় গুৰু শঙ্কৰ এ তোমাতে লৈলো শৰণ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি থাকিলেও আমনি নাপাওঁ দিয়ক ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ ভাষা নাই ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনি ভাল লাগিল হেতেন,,,,,,

  • @MirakshiSaikia
    @MirakshiSaikia2 күн бұрын

    Krishna Prabhu 💖💖

  • @jobamech3564
    @jobamech35642 ай бұрын

    Jai Shree Krishna ❤️❤️❤️❤️

  • @user-jk6qr5gl8b
    @user-jk6qr5gl8b3 күн бұрын

    Krishno 🙏

  • @dharitriborah3273
    @dharitriborah32733 күн бұрын

    🙏💕🙏💕🙏💕

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14116 ай бұрын

    পুৱাতে আপোনাৰ এই গীতটো শুনি মই অতিকৈ সুখ অনুভৱ কৰো,, আপুনি গাই যাওক, সেয়ে একে সুৰতে ক ও আপুনি গাই যাওক,,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14113 ай бұрын

    নমস্কাৰ গ্ৰহণ কৰিব পুৱা তে আপোনাৰ এই গীতটো শুনি ভাল লাগে,, সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয় আৰু আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক চোন, ঠিক অতিকৈ আনন্দ পাও সেয়ে আপুনি গাই যাওক চোন, ইমানেই,,,,

  • @kunjankonwar4636
    @kunjankonwar4636Ай бұрын

    Jai shree Krishna Jai maa radhey

  • @user-jb1pl2lp8b
    @user-jb1pl2lp8b4 ай бұрын

    Nice

  • @ranjanadutta1317
    @ranjanadutta131726 күн бұрын

    Krishna krishna 🙏🙏🙏

  • @karishmadas1173
    @karishmadas117318 күн бұрын

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @janmonis
    @janmonisАй бұрын

    Nice 🙏🙏🙏🙏🙏🙏

  • @tapankalita446
    @tapankalita4463 ай бұрын

    হৰী হৰী নাৰায়ণ নাৰায়ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏

  • @user-xi6gy2xv5c
    @user-xi6gy2xv5c13 күн бұрын

    Bhalhoise❤❤❤❤

  • @maniksarkar3562
    @maniksarkar3562Ай бұрын

    Krishan kripa❤❤

  • @SanjibBoris88O12-hh2oq
    @SanjibBoris88O12-hh2oq2 ай бұрын

    Naam😊😊😮😮jay a doRoo

Келесі