পিতৃ-কন্যাৰ এই অৱস্থাই শিকাই গল টকাৰ মূল্য কিমান😥/অচিনাকি জনলৈ মোৰ অলপ সহায়

পিতৃ-কন্যাৰ এই অৱস্থাই শিকাই গল টকাৰ মূল্য কিমান/আত্মীয়জনক কোনেও হেৰুৱাব নিবিচাৰে😥#assamisevlog
পিতৃ-কন্যাৰ এই অৱস্থাই শিকাই গল টকাৰ মূল্য কিমান😥/অচিনাকি জনলৈ মোৰ অলপ সহায়#assamisevlograshmikonwar

Пікірлер: 116

  • @porinitaburagohain982
    @porinitaburagohain982Ай бұрын

    ভাল লাগিল ভিদিঅটো চাই । সঁচাকৈয়ে তুমি আমাৰ আদৰ্শ তোমাৰ নিচিনা মানুহ থকাৰ কাৰণে পৃথিৱীখন আজি যান্ত্ৰিক যুগতো ইমান সুন্দৰ হৈ আছে। ঈশ্বৰে তোমাক আশীৰ্বাদ কৰক আৰু সকলো ৰোগৰ পৰা সুস্থ কৰক । তোমাক কথা এটা কম ‌বেয়া নাপাবা দেই তোমাক ভালপাও কাৰণে কৈছোঁ। তুমি পাৰিলে চিকিৎসাটো বেলেগ ক'ৰবাত কৰা । চুকাফাত মোৰ আপা এগৰাকী হাতৰ অপাৰেশ্যন কৰিছিল। একেটা অপাৰেশ্যন দুবাৰ কৰিলে ভাল নহল আকৌ ডিব্ৰুগড়ত কৰিব লাগা হল । প্ৰথমে অপাৰেশ্যন কৰোঁতে ভূল হ'ল আজিও মোৰ আপাৰ হাতখন পোন নহল সেইকাৰণে কৈছোঁ বেয়া নাপায় আক দেই । ধেইৰ মৰম তোমালোকৰ সকলোলৈকে ❤❤❤❤❤❤❤❤ ভালে থাকা সদায়।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত মৰম আমাৰ ফালৰ পৰাও । টেষ্ট গোটেই কেইটা ইয়াতে দিলোঁ যে ,কৰি লওঁ । তাৰ পিছত সকলোৰে পৰামৰ্শ মতে অন্য হস্পিটেল যাব লাগিব

  • @user-mv1uw4pv7e
    @user-mv1uw4pv7eАй бұрын

    বহুত ভাল লাগিল ধন্যবাদ ❤

  • @DollyGogoi_15
    @DollyGogoi_15Ай бұрын

    তেওঁলোকৰ লগতে আপুনিও সুস্হ হৈ উঠক ❤বহুত বহুত মৰম ❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @pdchannel8869
    @pdchannel8869Ай бұрын

    ❤bohut vl lagil baideu apunaru hunkale vl houk .

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @manjitsutradhar-sl1dn
    @manjitsutradhar-sl1dnАй бұрын

    Vl lagil manobota loga jen video vl lagil ♥️

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    @@manjitsutradhar-sl1dn ধন্যবাদ জনালোঁ

  • @junmoni5841
    @junmoni5841Ай бұрын

    Bohut val lagil sai

  • @gitimonilahon7242
    @gitimonilahon7242Ай бұрын

    Val lagile video tu mon sui gol

  • @N.B2844

    @N.B2844

    Ай бұрын

    New subscriber. Nice❤

  • @anilgogoi-h6p
    @anilgogoi-h6pАй бұрын

    বাইদেউ আপোনাক ভগবানে মংগল কৰক

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    💞

  • @user-tb6cc7sr2e
    @user-tb6cc7sr2eАй бұрын

    Val lagil baa

  • @lokhimibora1947
    @lokhimibora1947Ай бұрын

    আপোনাক ভগৱানে মঙ্গল কৰক।

  • @DimpiCartoons
    @DimpiCartoonsАй бұрын

    Dhuniya❤

  • @barbiebaruah5485
    @barbiebaruah5485Ай бұрын

    Vl lagila sai video to

  • @pompidas219
    @pompidas219Ай бұрын

    আপুনি সঁচাকৈয়ে মহান সদায় ভালে ৰাখক আপোনাক।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    @@pompidas219 অশেষ ধন্যবাদ

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaonАй бұрын

    এতিয়াহে চাব পাইছো সখী ইমান নেট বেয়া ধুনীয়া বনালা বাহৰ গাজ মোৰ বহুত প্ৰিয় ভিলেই কৰিলা সখী সহায কৰিলা যে ছোৱালী জনীৰ মাকক ভগৱানে ভাল কৰক লগতে তোমাকো মৰম ❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @bornaliborah8735
    @bornaliborah8735Ай бұрын

    ভাল লাগিল মা আপুনি বৰ ভাল আপোনাৰ ভাল হ'ব দিয়ক❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @tutumonidevi8636
    @tutumonidevi8636Ай бұрын

    Val hoise

  • @ProxGaming240
    @ProxGaming240Ай бұрын

    Apunar video sai bohut val paw❤❤❤ hodai video sabo roi thaku❤❤❤

  • @jimehandiq828
    @jimehandiq828Ай бұрын

    Ma Tumi hosa koi Mohan Manuh hola tumar Dora hobo Laga ma Tumi hodai vale thaka hokolu Loi ka bohut bohut moram ❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @JYOTIKAMIXYT
    @JYOTIKAMIXYTАй бұрын

    বৰ লোভনীয়কৈ মাংস বনালে খৰিছাৰ লগত।আপুনি বহুত উদাৰ মৰমিয়াল।ভগৱানে কুশলে ৰাখক।take care ba❤❤🎉🎉🎉🎉

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ভালে থাকা জ্যোতিকা 💞

  • @mamubharali6382
    @mamubharali6382Ай бұрын

    আপোনাক ভগবানে ভালে ৰাখক বা

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    💞

  • @user-ub1pr8jt3v
    @user-ub1pr8jt3vАй бұрын

    TQ u Rashmi ba apuna video bilag Sai vl lge anekoi apuni aag bahi jao

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @nimasrandhanihal
    @nimasrandhanihalАй бұрын

    Ktha 2 huni bor dukh lgil . Teu maa jate hunkale vl hoi 🙏🏻🙏🏻

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️🙏

  • @jungogoi1875
    @jungogoi1875Ай бұрын

    Good job

  • @Rekhasvlog1515
    @Rekhasvlog1515Ай бұрын

    আমাৰ অসমত Wrong treatment বেছি হয় ।😮 মই নিজেই wrong treatment ভোগিছিলো । মই লৰালৰিকৈ অসমৰ বাহিৰত গলো । এটিয়া ভগৱান আশীৰ্বাদত মই সুস্থ ।❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    হয় ,এবাৰ মোৰ মানুহ জনৰ হৈছিল

  • @Rekhasvlog1515

    @Rekhasvlog1515

    Ай бұрын

    ​@@RashmiKonwar❤❤

  • @rangmaliray4029
    @rangmaliray4029Ай бұрын

    Thank you for 275 Subscribe💗❤💗❤💗❤💗❤💗❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️❤️❤️

  • @user-eq9yu1qh5k
    @user-eq9yu1qh5kАй бұрын

    ❤❤❤❤❤

  • @NikiTamuly-nz8lb
    @NikiTamuly-nz8lbАй бұрын

    Ba apunak bht Val paw...log pabo parem ne apunak..jonabo dei..new subscriber hoi apunar

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    নিশ্চয় লগ পাম দেই

  • @sumkowar2200
    @sumkowar2200Ай бұрын

    Val lagile ba video tu Sai , hokolu loi bohut bohut morom ❤ from Lakhimpur

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️

  • @Ranjita4507
    @Ranjita4507Ай бұрын

    বা আপুনি যে সেই ৰোগী গৰাকী ক সহায় কৰি লে আপুনক হতকোটিবাৰ সেৱা জনালোঁ।❤😂

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    🙏❤️❤️❤️

  • @sonjibgogoi3283
    @sonjibgogoi3283Ай бұрын

    ❤❤❤❤

  • @anjalienling
    @anjalienlingАй бұрын

    God bless you always baideo lots of love frm me

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @user-vj6ky8ew4b
    @user-vj6ky8ew4bАй бұрын

    Apunar nisina jdi hokolu mnuhor mnbur akei hl htn hsak. Bhut vl lge sai borma apunak😘

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @bornaligogoi68
    @bornaligogoi68Ай бұрын

    Good morning ma

  • @BobiPhukan
    @BobiPhukanАй бұрын

    God bless you with all

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @nirmalikalita7376
    @nirmalikalita7376Ай бұрын

    বহুত ভাল লাগিল খুড়ী ভিডিও টো। গাজ ৰ লগত মাংস নাই খোৱা আগতে।ৰেচিপি টো পালো যেতিয়া খাই চাম বনাই❤❤❤❤মৰম সকলোলৈ❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    মৰম💞❤️

  • @Rekhasvlog1515
    @Rekhasvlog1515Ай бұрын

    সাধাৰণ অকণমান বেমাৰ হ'লেই আমি বহুত ভোগি থাকিবলগীয়া হয় । পাৰিলে আপুনি অকণমান অসমৰ বাহিৰত Doctor দেখাই আহক গৈ । আপোনি বহুত সোনকালেই সুস্থ হৈ যাব।❤ আপোনাক মোৰ মনৰ কথাখিনি কোৱাৰ বাবে বেয়া নাপাব । 🙏God bless you 🙏

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    একেবাৰে বেয়া নাপাওঁ 💞। কেৱল টেষ্ট কেইটা কৰি লওঁ

  • @Rekhasvlog1515

    @Rekhasvlog1515

    Ай бұрын

    ​@@RashmiKonwarধন্যবাদ 🙏

  • @MaijanBoruah
    @MaijanBoruahАй бұрын

    Apunar video bilak sai bohut val lage

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @upamadeka6750
    @upamadeka6750Ай бұрын

    ❤❤❤

  • @mantuhirahira9188
    @mantuhirahira9188Ай бұрын

    ❤❤

  • @nargisahmed2323
    @nargisahmed2323Ай бұрын

    ❤❤❤❤❤❤❤❤❤

  • @user-rv6mg4wv9w
    @user-rv6mg4wv9wАй бұрын

    Ba Apuni hosakoi vogoban .apunar hohai hohanuvoti dekhi bohut val lagile.derike holo video to salu .karon muru gatu val nai ba .

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ভালে থাকা দেই ❤️

  • @kakumonikachari4175
    @kakumonikachari4175Ай бұрын

    Apuniu manuhor karone vogban maa

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️🙏

  • @user-kt9ew6wt1z
    @user-kt9ew6wt1zАй бұрын

    ❤❤❤❤❤❤

  • @madhabidevi9585
    @madhabidevi9585Ай бұрын

    Aazi like karilo

  • @pompidas219
    @pompidas219Ай бұрын

    পাৰিলে অসমৰ বাহিৰত দেখুৱাই ল'বো খুৰী মা ।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    টেষ্ট কেইটা কৰি লওঁ দেই

  • @user-ti3su6yf3c
    @user-ti3su6yf3cАй бұрын

    🥺🙏

  • @sikhachetia2829
    @sikhachetia2829Ай бұрын

    💞💞💞

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @user-xo2dm2lh2y
    @user-xo2dm2lh2yАй бұрын

    আমিও এইদৰে খাও❤❤❤❤❤

  • @renuteli3818
    @renuteli3818Ай бұрын

    অ বাইদেউ আপোনাৰ চুগাৰ হৈছে যদি ব্ৰয়লাৰ একেবাৰে নাখাব ।ই চুগাৰ বেছি কৰে ।গাজঁৰ ভাজি বনাই খাই বৰ ভাল লাগে । দেহাতো ভাল পাইছে নে ? মোৰ বোৱাৰী জনীৰো তেনেকুৱা অসুখ হৈছিল ।শিবসাগৰত দেখুৱাই ভাল পালে ।পৰিয়ালৰ সকলোটিলৈ মংগল কামনাকৰিলো ।মুনুলৈ বহুত মৰম থাকিল ।মুনুক মোৰ সৰু বেটী জনীৰ দৰে লাগে । মোৰ নাতিনী জনীয়ে মুনুৰ খুৰীয়েকৰ ঘৰতো মুনুৰ মাকৰ ঘৰতো দেখুৱাই ।বৰ বেছিকৈ ঘৰকিটা চিনি পালে ।ভি ডি অত দেখিয়েই মনত থৈছে ।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ বাইদেউ 💞🙏। বহুত মৰম আপোনাৰ লগতে নাতি-পুতি ,পু-বোৱাৰী সকলোলৈ 💞

  • @NayanjyotiNath-tr5by

    @NayanjyotiNath-tr5by

    Ай бұрын

    ৰেণু বাইদেউ মোক অলপ বুজাই দিব নেকি ব্ৰয়লাৰ মাংসত কি এনেকুৱা বস্তু আছে যিয়ে চুগাৰটো বঢ়াই দিয়ে ? মই জনাত ব্ৰয়লাৰ মাংসত কাৰ্বহাইড্ৰেড আৰু Glycemic index 0% থাকে । অনুগ্ৰহ কৰি জনাব চোন ডক্তৰে কৈছে নেকি আপোনাক ?

  • @Jornavlog6226
    @Jornavlog6226Ай бұрын

    Ma apunar montu bhut Val n amar aku mur nijor manuhr ghrt gole hahu ma beya pai moi dukia ghr r suwali je hey babe

  • @bijayaburagohain8108
    @bijayaburagohain8108Ай бұрын

    বৰ ভাল লাগিল Video টো চাই আপোনাৰ সহজ সৰল মৰমিয়াল কথাবোৰ ৷কিছুমানৰ video বোৰ চাই বৰ বিৰক্তি লাগে সদায়ে টকা পইচা আৰু সম্পতিবোৰ দেখুৱাতে ব্যস্ত !!

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত মৰম আৰু ধন্যবাদ

  • @army-bf7ms
    @army-bf7msАй бұрын

    খুৰিমা ভিডিওটি মনচুই গল আপোনাক ভগবাননে ভালে ৰাখক খুৰিমা এটা কথা সুধু কবনে খৰিচা কি গছৰ বনাই আমাৰ নামনি অসমত খৰিচা নামটি সুনা নাই মই সংগীতা নলবাৰী পৰা❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ভালুকা বাঁহৰ খৰিচা 😊 । পাহাৰত হলে কাকবাঁহ।

  • @army-bf7ms

    @army-bf7ms

    Ай бұрын

    বাহৰ জি আচাৰ বনাই তাকে কৈ খৰিচা কোৱাৰ বাবে ধন্যবাদ

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    @@army-bf7ms সকলো বাঁহৰ নবনাই । ভাল হয় খাবলৈ কেৱল ভলুকা বাঁহ আৰু কাকবাঁহৰ । ধন্যবাদ

  • @sachinboro5688
    @sachinboro5688Ай бұрын

    Nice vedo mom j&k asso o mom

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @kakalibarmanroy6
    @kakalibarmanroy6Ай бұрын

    Baidu nomoskar...nmbr2 dbo nki ..bht besi vl pao apunk ..ma nisina lgee

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    🙏💞

  • @user-dq9po8bn8f
    @user-dq9po8bn8fАй бұрын

    Apunar mon tu khub vl ...ma ..moi apunak maa buli koisu de ..beya napabo...bhogobane apunak vl koribo

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    মৰম❤️

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8seАй бұрын

    Rosmi aneakua kotha de thakeba manuh buror monbur okoman tumar nesena hoi ba tumi valea thaka. amer teulukor nesena bohut hoisea 1 toka dia manuh nai asea dui ajon baru

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ জনালোঁ

  • @PranitaBharaliPranitaBharali
    @PranitaBharaliPranitaBharaliАй бұрын

    Aapuni iman maram loga

  • @rafikulrahman4835
    @rafikulrahman4835Ай бұрын

    Boishnob beta hot gol nki maa❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ভিডিও পাই থাকিবা 😊❤️

  • @ranjitnaog2775
    @ranjitnaog2775Ай бұрын

    Ma aapuni mohan

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    মৰম দিলোঁ

  • @lakhimiborahvlogs9524
    @lakhimiborahvlogs9524Ай бұрын

    Sugart khharisa nakhabo baideu .

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    খৰিচা নহয় গাজ এইটো । গাজ বেয়া নেকি বাৰু

  • @dimpikakaty6132
    @dimpikakaty6132Ай бұрын

    Moi u lastot a die

  • @ITS_SWEETY-s1k
    @ITS_SWEETY-s1kАй бұрын

    Good morning ma

  • @Neha-zq1jh
    @Neha-zq1jhАй бұрын

    ❤❤❤

  • @digantahazarika1631
    @digantahazarika1631Ай бұрын

    ❤❤❤❤❤

  • @kasturichangmai2590
    @kasturichangmai2590Ай бұрын

    ❤❤❤❤

  • @kongkonadutta1269
    @kongkonadutta1269Ай бұрын

    ❤❤❤

  • @sumitaraborah5763
    @sumitaraborah5763Ай бұрын

    ❤❤❤

  • @Sultanathakuria
    @SultanathakuriaАй бұрын

    ❤❤❤❤❤

  • @user-fs2tz3pf8c
    @user-fs2tz3pf8cАй бұрын

    ❤❤❤

  • @user-nr9nn3xp2w
    @user-nr9nn3xp2wАй бұрын

    ❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @junbora8927
    @junbora8927Ай бұрын

    ❤❤❤❤❤

  • @pabitraphukon4647
    @pabitraphukon4647Ай бұрын

    ❤❤❤

Келесі