পিতৃয়ে ঠেলা চলায়, নিজে কৰে দিন হাজিৰা। এগৰাকী সাধাৰণ যুৱকক বিহু মঞ্চত গীত গাবলৈ দিলে ভৃগু কাশ্যপে।

পিতৃয়ে ঠেলা চলায়, পৰিয়াল চলাবলৈ নিজে কৰে দিন হাজিৰা। প্ৰতিভাসম্পন্ন লালুকৰ যুৱক ইয়াছিনক মোৰ অনুৰোধত বিহু মঞ্চত গীত গোৱাৰ সুযোগ দিয়াৰ বাবে বন্ধু ভৃগুক ধন্যবাদ। আনুষ্ঠানিকভাৱে সংগীতৰ কোনে পাঠ নিশিকা সু-মধুৰ কণ্ঠৰ অধিকাৰী এইগৰাকী ইয়াছিনক আগবঢ়াই নিবলৈ আপোনালোকৰ মৰম আৰু সহযোগিতাৰ অতিকৈ প্ৰয়োজন।
#vreegu_kashyap #vreegu_kashyap_stageshow #yasin_vreegu_stage #yasin_lakhimpur #yasin_official

Пікірлер

    Келесі