পিটিকা আৰু নিৰামিষ আঞ্জাৰে আজি দুপৰীয়া । জিলিমিলি শাকৰ ডাইল ।
Фильм және анимация
আজিৰ video টোত আছে .
বিন বিলাহী বেঙেনা ভাজি.
জিলিমিলি মচুৰ ডাইল.
বাৰী সুন্দৰী আলু পিটিকা.
লাই থৰুৱা আলু পিটিকা..
আৰু বহুতো....
We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- amargaon20?utm_...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle
#villagecooking
#ethnicfood
#amargaon
#assam
Пікірлер: 131
❤️👍
❤
HAPPY NEW YEAR
@amargaon3296
6 ай бұрын
Happy new year 💐🙏
Notun video dile nai sai thaku 😅😅 ...KZread channel2 apunar video keitar karne suar dore hoi 😊😊khub priyo khaidyo ❤❤
@amargaon3296
7 ай бұрын
বহুত বহুত ধন্যবাদ ইমান মৰম দি অহাৰ বাবে 👍👍👍🙏🙏🙏🙏
ধুনীয়া
Apunar naam tu plese jonabosun. eman mojjakoi video kora baa gorakir naamtu nojonakoi thakile hobone. ne ki koi ? 😊❤️
Baidor ghor kot beya napai jodi kobo neki, moi adin furibo jabo bisaru mur suali jonik loi. Aru apunar babe kisu gift ba upohar loi jbo bisaru. 🙏🏻
Barikhon dekhi montu Bohut Bhal lagi gol
Apunar video sai khub val lage
Kokaideu manuh jonok bohut val lage
@amargaon3296
7 ай бұрын
👍👍🙏🙏
Bor dhuniya hoise...hakor bari khn bor dhuniya o...
@amargaon3296
7 ай бұрын
👍👍👍🙏🙏🙏🙏
ছাগলী মাংস বনাব দেই
@amargaon3296
7 ай бұрын
👍👍👍👍
Bor dhunia lagil baideu...
এইটো বাৰু আপোনাৰ সঁচা ঘৰ নে ভিদিও কাৰণে বনাই লোৱা ঘৰ
@amargaon3296
7 ай бұрын
Video ৰ বাবে
Apunar vedio sabo nuwari dai😮😮😮emn jivar Pani pore,,pitika lover moi😂😂😂😂😂gd job..god bless you
@amargaon3296
7 ай бұрын
Thankyou so much 💕🙏🧡
Moxa lagil
Bari hundori buli kua tu ki nu..khaboloi mon goise...
@amargaon3296
7 ай бұрын
এবিধ তিতা সোৱাদ ৰ গুটি হয়
Hunddor
Nice 🎉 thanks from andharpradesh nellore district.
@amargaon3296
7 ай бұрын
So nice 👍 thankyou 🧡
বহুত ভাল লাগিল বাইদেউ ধন্যবাদ
ইমান লোভ লগা কৈ বনাই এদিন আমাকো মাতিব খাবলৈ বাইদেউ। দেখি খাওঁ খাও লাগে
Awesome villege name....?❤
Apunalukr video bur sai bht besi val lage❤
Dhunia ❤
Nice recipe ❤
💚
Boriyah hundar.👌👍
Emn dangr dangr lai , Amer fale dekhiboloi napae a 😢❤😊
আমি গুটিটো ভাত তিতা বুলি কও। কলপাতত মেৰিয়াই ভাপত দি খাও। ভাজিলেও ধুনীয়া লাগে। বাৰী সুন্দৰী এবিধ শাক আছে।খাবলৈ বৰ ভাল। বৰ ধুনীয়া তোমাৰ আঞ্জা।❤️❤️👌
প্ৰথমৰ পটভূমি সংগীতটোৰ নাম কি বাইদেউ ❤🍂 গাঁৱলীয়া পৰিবেশৰ আমেজই সুকীয়া 🥺❤️
Very very nice
বাহ ১নং থলুৱা নিৰামিষ আহাৰ 😋👌👍❤❤❤
Dibrugarh pora bhut morom apunalukoloi❤
@amargaon3296
7 ай бұрын
বহুত বহুত বহুত ধন্যবাদ 🙏🙏🙏🙏
❤❤❤❤❤❤❤❤❤
Mar hator pora khuwa Jilimili aru dhulikona masor anja monot pori gol 😢 mis u maa.......
Bhut dhunia
Nice recipe
বাৰীৰ সুন্দৰী মানে ভেকুৰী নেকী ??
@amargaon3296
7 ай бұрын
নহয়, ভেকুৰী টো বেলেগ হয় , দুয়োবিধ তিতা সোৱাদ হয়
😋
Aaponalokr home tour dexabsun aagateo comt krisilu
যোৱা কালি চাবৰ সময় নাপালোঁ আজিহে সাইছো ধুনিয়া হৈছে।❤❤
🤔🤔🤔🤔👍👍
Testy khana 😋
এনে শাক-পাত খাই থাকিলে নব্বৈ পঞ্চান্নবৈ শতাংশ নিৰোগী হৈ থাকিব পৰা হ'ব। কণমানিজনীৰ সুন্দৰ কথা।
@reenaborah2423
7 ай бұрын
👌👌👌❤️❤️❤️
@amargaon3296
7 ай бұрын
🧡🧡🧡❤️🙏🙏🙏
Apunr video bht agr pa sai ahsu moi kiba eta vl lge apunr vdo br sai mr..btw mr ghr tezpur t hoi apunr kt ghr tu pise
Vl lgile baa video2 sai☺
😢 jiva pani ulai jai ❤
❤👌
কি গুটি ছিঙিলে সেয়া ,কি কৰে
@amargaon3296
7 ай бұрын
ইয়াক আমি বাৰী সুন্দৰী বুলি কওঁ , তিতা সোৱাদৰ হয় ।
❤️❤️❤️❤️❤️❤️👌👌👌👌👌👌👌👏👏👏👏👏👏👍👍👍👍😊
bohut dhunia hoise ❤❤❤
Bohut dhunia lagil tumar video 👌♥️ logote niramikh recipekaita
Mojja test ❤
❤❤❤❤
Nice🎉🎉
Bohut Val Lagise 👍👌
গমেই পোৱা নাছিলো ভিডিঅ দিছে বুলি এতিয়া হে চাইছো। আপোনাৰ ভিডিঅ বোৰ চাই সদাই ভাল লাগে❤❤
@amargaon3296
7 ай бұрын
বহুত বহুত ধন্যবাদ সদায় এইদৰে মৰম দি অহাৰ বাবে 👍👍👍👍🙏🙏🙏🙏🥰🥰🥰🧡🧡
Bohut val lagila video to sai nuhujone bohut moram laga hoisa day ba ❤
Niramikh hole o benjon tu dhuniya hoise o Baa😋😋😋❤❤❤
@amargaon3296
7 ай бұрын
🥰🥰🧡🙏🙏🙏
You should Collab an episode with Master chef Santa
@himanichakravarty1618
7 ай бұрын
Right 🙏
@amargaon3296
7 ай бұрын
আমাৰ সকলোৰে গৌৰৱ শান্তা বাইদেউ এবাৰ লগ পোৱাটো আমাৰ বাবে বৰ সৌভাগ্য বিষয় হব ।
Apunar video bur sai bhut vl lge baideu gaolia poribekh tu dekhuai die j
@amargaon3296
7 ай бұрын
❤️❤️👍🧡🧡🙏🙏🙏
Khutura keijupiu bor dhuina koi ulai ase pay dekhi a kiba montu vll lgi gol. Butoli Anu Jen lagil
@protimadutta2890
7 ай бұрын
শুতৰা শাক কণবিলাহী আৰু বৰালি মাছ বৰ মজা আঞ্জা হয়---নতুন চাউলৰ ভাতৰ লগত খাই বৰ ভাল লাগে ।
@amargaon3296
7 ай бұрын
Thankyou so much 🧡🧡🙏🧡🙏
@sidharthborgohain4398
7 ай бұрын
Hoi pai❤ apunar likhoni but bor bhal lagile
আজিও সকলোখিনিয়েই বৰ ভাল লাগিল আৰু পানীলাওৰ পকৰীটুও 😋🥰
@amargaon3296
7 ай бұрын
Lots of thanks 🙏👍❤️❤️
Apunar video sabor babe apekha kori thaku khuri❤
@amargaon3296
7 ай бұрын
❤️❤️🧡🥰🥰🥰👍👍🙏🙏
Bhut bhal lagil thanks 👍
Mojjah lagel😊
সকলো বোৰ সুন্দৰ হৈছে😘😘 শিৱসাগৰ পৰা। ভাল নে সকলোৰে। নোহো ক দেখাবা
@amargaon3296
7 ай бұрын
অশেষ ধন্যবাদ জনাইছোঁ
বহুত ভাল লাগিল 🎉
শাক পাত বোৰ দেখি বৰ ভাল লাগিছে
Tasty
Panilau pokori pise khai pua nai bonai sabo lagibo......... Eman dhunia ganor hur nobojabo dei.... Akebare Hapekhati... Borhat pamgoi.. Odvud dhunia lagise music ...
Khabo mon goise
খুবেই সুন্দৰ
Very Nice
Bohut val lagil baa❤
Very nice ❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉
@amargaon3296
7 ай бұрын
Thanks 🤗
Jilimili .. Votua hak moor bor priya ...
@amargaon3296
7 ай бұрын
👌👌👌🙏🥰👍👍👍
Nice baa
Nice
বাৰী সুন্দৰী টো কি হয়? আজি প্ৰথম দেখিছোঁ, তিতা নেকি
@amargaon3296
7 ай бұрын
ইয়াৰ সোৱাদ তিতা হয় , যি সকলে তিতা ভাল পায় তেওঁলোকে নিশ্চয় ভাল পাব
বঢ়িয়া!
Moja❤.
বাৰী সুনদ্ ৰী বুলি ক'লে কি বুজি নাপালো । হাতী ভেকুৰী নেকি ?
@amargaon3296
7 ай бұрын
হাতী ভেঁকুৰী নহয় , পিছে ইও তিতা এ হয় , যি সকলে তিতা ভাল পায় তেওঁলোকে নিশ্চয় ভাল পাব
Moja ❤❤❤❤
Khub borhia
সৰু গুটিটো কি চিনি নাপালো
Hundori mne ki hoi nu baa ...1st dakhilu
@amargaon3296
7 ай бұрын
ইয়াৰ সোৱাদ তিতা হয় , তিতা খায় ভাল পোৱা সকলে নিশ্চয় ভাল পাব
@user-tf5yo1zh9t
7 ай бұрын
Vakuri guti nki baru hundori mne
@amargaon3296
7 ай бұрын
ভেঁকোৰী গুটি নহয় , দেখিবলৈ অলপ একে কিন্তু গছ জোপা দেখিবলৈ বেলেগ হয়
0:13 0:15
NUHU KOTA KUA BILAK BUT VAL LAG BA❤❤❤❤❤❤❤❤
পিঠা গুৰি হে দেই। বনান টো ভুল হৈ আছে বেয়া নাপাব।বাকী ৰন্ধন শৈলী অপূৰ্ব।
@amargaon3296
7 ай бұрын
Right 👍 যুক্তাক্ষৰ স্পেলিং বিলাক autometic editing software ত তেনেকুৱা হয় যায় ,
Pork Bona deikhale val nalage
😢Val. Lagil 🎉🎉pasli. Bari. Khan. Bar hundar. Lagise.
এনেকুৱা নিৰামিষ আৰু চিকেন ৰ ৰেচিপিৰ ভিডিঅ বোৰ চাই ভাল লাগে কিন্তু এই গাহৰি মাংসৰ ৰেচিপি বোৰ পাৰিলে নবনাব views ইমান নাহে চাইও ভাল নালাগে, বাকী হাঁহ, ছাগলী, কুকুৰা মাংসৰ ৰেচিপি বোৰ বনাব । 🙏🙏🙏🙏🙏🙏
Tita guti neki
Olop video bor suti ke bonaba baidio
❤
Nice