এটা পৰিয়ালৰ সংগ্ৰামৰ কাহিনী,কেনেকৈ সফল হ’ল শিপিনী লাৱণ্য বৰুৱা | Handloom Industry in Assam
এটা পৰিয়ালৰ সংগ্ৰামৰ কাহিনী,কেনেকৈ সফল হ’ল শিপিনী লাৱণ্য বৰুৱা , Handloom Industry in Assam
এগৰাকী শিপিনীৰ সপোন পূৰণ কৰিবলৈ পৰিয়ালটোৰ প্ৰতিজন সদস্যই কৰা মৰণ পণ যুঁজৰ এক সফল পৰিনীতি এয়া ...
আজি ১০ খন উৰণীয়া মাকোৰ শালেৰে ভৰি থকা এই“ অসম টেক্সটাইল “ নামৰ ইণ্ডাষ্ট্ৰীটো আজিৰ পৰা ১৯ বছৰৰ আগৰলৈকে আছিল মাথো এটা সপোন ৷ হয় ,ঢকুৱাখনাৰ বাটমাৰীৰ লাৱণ্য বৰুৱা নামৰ এই শিপিনী গৰাকীয়ে দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ ২০০২ চনত আৰম্ভ কৰিছিল এখন হাতশাল ৷ সেই তাঁতশালত উৎপাদন হোৱা কাপোৰ বিক্ৰীয়েই উচ্চ শিক্ষিত কৰিছিল নিজৰ দুই সন্তানক ৷
তেওঁৰ স্বামী বাবু হাজৰিকা আৰু দুই সন্তান কুশল আৰু য়ুগলে ঠিক কৰিলে যে লাৱণ্য বৰুৱাৰ সপোন পূৰণ কৰিব তেওঁলোকে ৷ গঢ় দিব এটি হেণ্ডলোম ইন্ডাষ্টী ৷ কঠোৰ পৰিশ্ৰম কৰি বহি:ৰাজ্যত কোম্পানীৰ চাকৰি কৰি গোটোৱা ধনে তেওঁলোকে ২০১৯ চনত স্হাপন কৰিলে “ অসম টেক্সটাইল“ নামৰ এই ইণ্ডাষ্ট্ৰীটো ৷
uparjan.in
Пікірлер: 99
সুন্দৰ হৈছে❤❤❤
কৃষ্ণ 🙏 সুন্দৰ পদক্ষেপ❤ বাইদেউ আপোনাক নমস্কাৰ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤❤❤
খুব সুন্দৰ পদক্ষেপ ।
Bht bht vallagise...aaguai jauk
Bohut Val lagise apunaluke Iman dhuniake kam Tu solai goise best of luck
Val lagil....
Bht bht bhal lagil
Val lagil Best of luck
good job for Assam
Bohut vl lagise...
Val lagill sai
Good job.. Salute
Aru aguwai jawok tare kamona korilu
Baido aapunak bohut bohut 🙏🙏
Salute korisu apunak..
Vl lagil sai .moiu ai kamor lgt jorito.vl lge kam to kri..
বাইদেউ খুবেই ভাল লাগিছে নিজকে অসমীয়া বুলি গৌৰব অনুভৱ কৰিছো
nice....
Very nice 👍👍👍👍
সঁচাই বহুত ভাল লাগে আপোনালোকৰ ভি ডি অ চাই । আপোনালোকৰ ভি ডি অ চাই এটিয়া বহুত ল'ৰা ছোৱালী আগুৱাই গৈছে
@uparjan1873
2 жыл бұрын
thank you
@mrignavtanmoygroup
2 жыл бұрын
@@uparjan1873 kindly give contact no. Very nice.
nice
বাইদেউ, আপুনি অসমীয়া জাতিৰ আদৰ্শ
@dipankerrajbongshi-pb9kz
11 ай бұрын
Dada aapuni baideu goraki thikona Jane neki Mur tat buwa kam korib essa aase
Vl lagil... Anakuwa video bure utkhahit kore.
@gitadas1637
2 жыл бұрын
Apuna namber pam neki
Amar jabo paribo ne dada
🙏hundor
বহুত ভাল লাগিল যোগাযোগ কি দৰে কৰিম জনাব 🙏🙏
@sonalitamuli1509
2 жыл бұрын
হয়,ভাল লাগিল,contect number pua hole Vaal aasil
Dada bus r business related video lagisal.
@uparjan1873
2 жыл бұрын
Ok coming soon
@arjumabegum1290
2 жыл бұрын
Thanks
Bohut val lagise.. Loboloi hole kenekoi contact koribo lagibo jonale val hol hoi
এনেকুৱা এটা সপোনত মোৰো আছে
ভাল লাগে কাপোৰত দাম কিমান
অ বাইদেউ আপোনাৰ কাম বোৰ ভাল কলা যোৰ ভাল লাগিছে দাম কব
Sal khon kiniba parine?
বহুতো ভাল লাগিল।
@rahulgogoiofficial5741
2 жыл бұрын
বহুতো ভাল লাগিছে
ইমান সুন্দৰ চেষ্টা বহুত বহুত ধন্যবাদ
কেনেকৈ আপোনাক যোগাযোগ কৰিব পাৰিম জনাবচোন ।কামবোৰ বৰ ভাল লাগিছে দেই ।
@mainaborah3212
2 жыл бұрын
ধুনীয়া লাগিছে
@millilahon9511
2 жыл бұрын
Nambr tu disk sun
Bahut Val lagil. Janaka contact Kariba parim
Muga jurar pricetu jonabo sun
মই নিজেও এই ব্যৱসায় ৰ লগত ,,,,, এওঁলোক ক চাই বহুত খিনি সাহস পাইছোঁ।। বহুত বহুত বহুত বহুত ধন্যবাদ ।।
@barakhabora8897
Жыл бұрын
Please muk jonab sun kenekoi ki korib lage
@barakhabora8897
Жыл бұрын
Moi korim buli vabisilu
বাইদেউ আপোনাৰ পৰা কাপোৰ লবলৈ কেনেকৈ যোগাযোগ কৰিব লাগিব জনাবছোন।
যোগাযোগ কেনেকৈ কৰিব পৰা যাব?
Khub val lagise. Phone number dile val.
যোগাযোগ কৰিব পাৰিম নেকি বাইদেউ
দাম কিমান বাৰু
যোগাযোগ কৰিব পৰা যাব নেকি
Bhut val lagise phoun numbrtu dibo pariboni baru
Address tu dbo nke dada
কত পাম বাৰু
মোৰও এই কামৰ প্ৰতি আগ্ৰহ আছে। শিকিবৰ ইচ্ছা আছে। পাৰিম নে?
বাইদেউ আপোনাৰ ফোন , নম্বৰ টো দিবনি
Moi kanakoi.jugajug Karim. Jogajug korim jonabo sun .
এজুৰত কিমান দাম
বাইদেও মুগাৰ মেখেলা ৰিহা ললো হয়
Kot pua jab apunalukr kapur.address tu jonabsun
@bulisaikia3643
2 жыл бұрын
Hundor . aag bahi juwa.
Kunubai muk jugajuk kori deb neki
প্ৰথমতে ধন্যবাদ জনালোঁ । আৰু এই কাপোৰত হে আমি অসমীয়াৰ গোন্ধ পাওঁ ।
teu lukok contact korar babe contact no. tu share kori dibo lagisil...
Moi tat bobo bisaru cantek nambar pam neki
Baidor nambrtu dibo nake paribo nake
Contact No Pam neki?
Phn number tu paam nki
Abar goi aahib parim ni baru
❤😘😘😘😘😘😘🙏🏽
Amak kamot lob naki
Dada manuh jnir phone number tu dib sn kapor ajur lb bisaru
Contact no tu dibo
Contect no pam neki
Dam.kiman.nu
Phone no tu dibosun
moy atu industry r reselling groupot join koribo bicharu
আপনি কোত পড়া
Pn nambar debo
Ph nambar2 diba
Keneke jugajug korim? Contact number tu pamne?
Mobile number tu pam naki
Phn number dibo xun
বাইদেউ আপোনাৰ ফোন নামবাৰ তো দিবচোন