আপোনাৰ আপোনেই আপোনাৰ শত্ৰু, কাৰণ ? BEST ASSAMESE HEART TOUCHING QUOTES | MOTIVATIONAL VIDEO |

আপোনাৰ আপোনেই আপোনাৰ শত্ৰু, কাৰণ ? BEST ASSAMESE HEART TOUCHING QUOTES | MOTIVATIONAL VIDEO |
About this video:
Motivational quotes.
KZread Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
ধন্যবাদেৰে
নিৰঞ্জন
Thanks for Watching
Contact for:
Content Writing
Motivational Speech
Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#assamesemotivationalvideo
#assamesehearttouchingquotes
#motivationalvideo
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani

Пікірлер: 176

  • @ankurray9705
    @ankurray97055 ай бұрын

    বহূত ভাল লাগিল

  • @rumaboro6685
    @rumaboro66859 ай бұрын

    👍

  • @renuphukanbaruah463
    @renuphukanbaruah4634 ай бұрын

    সুন্দৰ বক্তব্য আগবঢ়ায়ছে ভাল লাগিল। ধন্যবাদ

  • @jaykrishnasarma1333
    @jaykrishnasarma13336 күн бұрын

    Good

  • @user-xy8rk3ml9s
    @user-xy8rk3ml9s10 ай бұрын

    ❤❤❤❤

  • @anjudevisaikia8538
    @anjudevisaikia85389 ай бұрын

  • @JunmoniBaruah-vv5oj
    @JunmoniBaruah-vv5ojАй бұрын

    আপুনি বহুত বহুত ভাল কথা কৈছে

  • @user-jf6vg9yc7k
    @user-jf6vg9yc7k3 ай бұрын

    It can hear who is so lucky.

  • @amiokachari4375
    @amiokachari43755 ай бұрын

    🙏🙏! সুন্দৰ ।

  • @user-sp7ec1fb4s
    @user-sp7ec1fb4s3 ай бұрын

    কৃষ্ণ

  • @ringkuali8833
    @ringkuali88335 ай бұрын

    ❤❤❤❤❤❤❤

  • @MotivatorNiranjan

    @MotivatorNiranjan

    5 ай бұрын

    অশেষ ধন্যবাদ 🙏🙏🙏

  • @plabondutta1084
    @plabondutta108410 ай бұрын

    ভাল লাগিল

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @babuldutta377
    @babuldutta3773 ай бұрын

    Good Evening pov so very Happy sir

  • @hemantasaikia5853
    @hemantasaikia585310 ай бұрын

    অতি সুন্দৰ।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    Thank you so much

  • @hemborah7037
    @hemborah703710 ай бұрын

    Yes

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @gokulsarma9239
    @gokulsarma923910 ай бұрын

    সুন্দৰ নীতি বচন ।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @apurbathakuria6457
    @apurbathakuria645710 ай бұрын

    God bless you.jai Sri Ram.

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @manuarabegum527
    @manuarabegum5279 ай бұрын

    Bohut bohut bhal lagil

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

  • @habibarrahman3401
    @habibarrahman34012 ай бұрын

    Val lagil❤

  • @lalitadas9990
    @lalitadas99904 ай бұрын

    Sundar...Thank you sir...🎉🎉🎉

  • @manabdas7255
    @manabdas725510 ай бұрын

    💖💖

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @keshabsaikia9723
    @keshabsaikia97239 ай бұрын

    Sar bohut val lagil

  • @anuboruah4928
    @anuboruah49289 ай бұрын

    শুনি ইমান ভাল লাগিল ।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

  • @jagatpatwari5177
    @jagatpatwari517710 ай бұрын

    Bohut bohut.val.lagil🙏

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

  • @sovanakakati2340
    @sovanakakati234010 ай бұрын

    সুন্দৰ।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @lal9969
    @lal99699 ай бұрын

    Love you DaDa

  • @triggeredtipu
    @triggeredtipu4 ай бұрын

    Bhal lagil🙏

  • @MotivatorNiranjan

    @MotivatorNiranjan

    4 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো🙏

  • @runuborah2470
    @runuborah24709 ай бұрын

    GOD BLESS YOU

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

  • @dhiranath321
    @dhiranath3219 ай бұрын

    সুন্দৰ লিখনি ----ধন্যবাদ ।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

  • @budheswarsaikia3103
    @budheswarsaikia310310 ай бұрын

    Excellent, thanks.

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

  • @dwipendas6063
    @dwipendas606310 ай бұрын

    val lagil

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

  • @rupabhuyan330
    @rupabhuyan3309 ай бұрын

    Bohut val lagil.

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

  • @debenborah2905
    @debenborah29059 ай бұрын

    ধন্যবাদ, ভাল লাগিল 🙏

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

  • @nikunjalatabora9290
    @nikunjalatabora92905 ай бұрын

    Apunar kathabure jen sokolue valdore xuni gyan loi

  • @chandrakumarnath9648
    @chandrakumarnath964810 ай бұрын

    Ythanks

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @phuloprabhahazarika6144
    @phuloprabhahazarika614410 ай бұрын

    Bahut val lagil Thanks

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @abanidas6895
    @abanidas689510 ай бұрын

    আপোনাক বহুত বহুত ধন্যবাদ।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জনালো

  • @user-qb4mz8pe8j
    @user-qb4mz8pe8j10 ай бұрын

    Bhohut bhal lagil log pam

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @bijoybora7530
    @bijoybora753010 ай бұрын

    BOHUT BHAL LAGIL.... THANKS.

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @jyotsnadevi7370
    @jyotsnadevi737010 ай бұрын

    Dubar xunilo val lagil

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @user-up8hl7ff9t
    @user-up8hl7ff9t8 ай бұрын

    ❤❤❤ Beutiful ❤❤❤ Hosakoiye Dadaa Bohut val lagil aru 1000/ Hosa kothar .

  • @prabhatbezbaruah2941
    @prabhatbezbaruah294110 ай бұрын

    Thanks

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @umanandasutradhar7580
    @umanandasutradhar758010 ай бұрын

    ধন্যবাদ

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @dipokguwala2281
    @dipokguwala228110 ай бұрын

    ভাল লাগিল দেই

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @rinakutumpegu1427
    @rinakutumpegu142710 ай бұрын

    🙏 Jay shree Krishna.

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @prodipborah1782
    @prodipborah178210 ай бұрын

    Hosa

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @rekhadas7669
    @rekhadas766910 ай бұрын

    Bahut sundar hoise sir

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @upenchandranath4684
    @upenchandranath468410 ай бұрын

    Thank you

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @dinabaruah1039
    @dinabaruah103910 ай бұрын

    Thank u

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @user-rf6zq4df5e
    @user-rf6zq4df5e9 ай бұрын

    Thañk you .I am hàppy enough of your speech .

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Many many thanks to you

  • @djelectricals34
    @djelectricals348 ай бұрын

    Very beautiful ❤️❤️❤️

  • @BuluSaikia-wb8jk
    @BuluSaikia-wb8jk5 ай бұрын

    Bahut dhu nia lagisea ❤😅❤

  • @barnalideka2260
    @barnalideka226010 ай бұрын

    ছাৰ বহুত সুন্দৰ কৈ বুজাই দিয়াৰ বাবে ধন্যবাদ আপোনালৈ

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @user-zg6yl4jq2l
    @user-zg6yl4jq2l10 ай бұрын

    Bor hundor😊😊

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @pranatibora4166
    @pranatibora41665 ай бұрын

    সুন্দৰ , সকলোৱে এবাৰ শুনক উপকাৰ হ'ব।

  • @dulumanikalita843
    @dulumanikalita84310 ай бұрын

    Apuni eman xundarkoi khatabor xunile xunye thakibr man

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @bontisaikia9604
    @bontisaikia960410 ай бұрын

    Bohut val lagil sir

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @JanmoniGogoi-ww7xz
    @JanmoniGogoi-ww7xz10 ай бұрын

    Hoi bhout val lagil ❤️❤️👍🏻👍🏻

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @tantiadesh45
    @tantiadesh4510 ай бұрын

    Bouhut dhuniya sir ❤❤ great

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @Biraj_Bajracharjya
    @Biraj_Bajracharjya10 ай бұрын

    বৰ ভাল গ্যানৰ কথা .

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @ajaywhaappstatus6476
    @ajaywhaappstatus647610 ай бұрын

    Dada apuni bondhur video bonab son 🙏🙏🙏

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @manabrazsharma5653
    @manabrazsharma56539 ай бұрын

    এইবোৰ ডেকা বয়সত ব’ৰিং ৷ কিন্তু বৃদ্ধ বয়সত হে ? টকা নাথাকিলে আজিৰ দুনিয়াত এইবোৰ ডাইলগ ব’ৰিং কিন্তু টকা থাকিলে ? ডেকা বয়সৰ দুখীয়াৰ মুখৰ কথা এয়া নহয় ৷ বাস্তৱ যি চিনি পায় তেওঁৰ জীভাত এনে কথা নোলায় ৷

  • @dulumanikalita843
    @dulumanikalita84310 ай бұрын

    Salute aponar video bor xunile jiyae thakar prerana pau

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @numolisaikia4826
    @numolisaikia482610 ай бұрын

    আপোনাৰ, চৰনতকৌটিকৌটি প্ৰনাম জনালো, আপুনি চিৰসট্য,কঠাকৈছে,আমিশুনি,পৰমসন্তোপালো।ধণ্যবাদ।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @rijumonidas443
    @rijumonidas44310 ай бұрын

    আপোনাক ভালে ৰাখক।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @anjaliborah4614
    @anjaliborah461410 ай бұрын

    Hodai sow

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @rijumonidas443
    @rijumonidas44310 ай бұрын

    বৰ সুন্দৰ হৈছে ছাৰ। আপোনাৰ ভগৱানে আ

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @gouridaimary4940
    @gouridaimary494010 ай бұрын

    🙏❤️❤️❤️❤️❤️❤️❤️

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @tikenbora8642
    @tikenbora864210 ай бұрын

    Very very thanks

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @karanrajbangshi9188
    @karanrajbangshi918810 ай бұрын

    বাপু নিৰঞ্জন , এইবিলাক কথা প্ৰেৰণা নামৰ আৰু কিছুমান হিন্দী চেনেলৰ পৰা অনুবাদ কৰি জনপ্ৰিয় হৱ বিচৰাতকৈ , শংকৰ মাধৱৰ দৰে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কিছুমান বিশেষ বৈশিষ্ট দাঙি ধৰাহে ।

  • @srishitv

    @srishitv

    10 ай бұрын

    Dangaria, apuni sage bhakti bisayak videobor nischay sua nai... Dhanyavaad

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জনালো

  • @jogendranathborah843
    @jogendranathborah84310 ай бұрын

    একেবাৰেই সত্য কথা ।ধন্যবাদ থাকিল। ❤❤❤❤

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জনালো

  • @pinkunath6668
    @pinkunath66688 ай бұрын

    সচাকৈয়ে দাদা আপোনাৰ কথা বোৰৰ পৰা বহুত কথা শিকিব পাৰি।। ❤❤❤

  • @sakhinabora9589
    @sakhinabora958910 ай бұрын

    ❤🙏🙏🙏🙏🙏❤

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @Animesh1230
    @Animesh123010 ай бұрын

    Ata kotha t moi apunar agree akdm kribo nuwarilu, apuni j kole akmatro patni a apunar xokolot koi dangr subhakangkhi, xunok Dada jnmo diya maa r nisina selfless vabe val pabo pora khemata ajir din t karu a ni, bipad r xomoi t ba bya xomoi t nij patni a o husband r hat ari blgr taat gusi jabo pare kintu jnmo diya maa I kunudin jikunu situation t nijor xantan k ari najai so kotha bilk olp vabi chinti kole vl hoi

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    Dangariya.... Moi eta beleg drristibhngithe kathakhini likhiso...

  • @kumarsaikia644
    @kumarsaikia64410 ай бұрын

    Apunar soronot kuti kuti pronam jonaysu

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @milanroy291
    @milanroy29110 ай бұрын

    Bohut baal lagil Thank You. ❤

  • @bharotidas8955
    @bharotidas895510 ай бұрын

    Vaxa nai kimn Val lgise kothalhini jani. Vale thakok.Dhoinobad.

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @kamalsangma3455
    @kamalsangma345510 ай бұрын

    Good Knowledge

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @chalehabegum8712
    @chalehabegum871210 ай бұрын

    Bohut bhal lagil hosa kothabur manuhe bhal napai

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @dipalidutta6735
    @dipalidutta673510 ай бұрын

    Bhal lagil muru ana abhigata haisse Dhainyabad,

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @dulumanikalita843
    @dulumanikalita84310 ай бұрын

    Aponak ketiyaba log pamne abar sab mon jay

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @janmonidevi3192
    @janmonidevi319210 ай бұрын

    Very nice

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @pdpranabdas7237
    @pdpranabdas723710 ай бұрын

    বহুত সুন্দৰ কথা কৈছে দাদা❤❤❤😊😊 আৰু আপোনাৰ ভিদিও বোৰ চায় বহুত কথা শিকিব পাৰিছো‌ 👍👍🏼👍🏼

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    Thank you so much

  • @goutamsharmah5073
    @goutamsharmah507310 ай бұрын

    নমস্কাৰ ,মই সদায় আপোনাৰ এই video বোৰ চাও ভাল লাগে, । 🙏🙏🙏🙏🙏

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @boysakash2973
    @boysakash297310 ай бұрын

    ধন্যবাদ মোই কি শক্তি পালো মই নিজেই মনি লৈছো

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @nitishpegu849
    @nitishpegu8492 ай бұрын

    Uni bout bal lagel ❤❤❤

  • @SumuSaikia-kd4xz
    @SumuSaikia-kd4xz10 ай бұрын

    Huni bohut val lagil😥🤝

  • @phanindradevagoswami4635

    @phanindradevagoswami4635

    10 ай бұрын

    কিয় ভাল পালি সিংহ? মগজে পৃথিৱীৰ বাবে ভাবিব নোৱাৰাকৈ জীয়াই থাকোঁবূলি ভাব'??

  • @uttampegu1551

    @uttampegu1551

    10 ай бұрын

    ​@@phanindradevagoswami4635❤❤❤😂

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @padumkakati2938
    @padumkakati293810 ай бұрын

    কি কৰোঁ আপনেই কৰিছে বাণ মাৰি কি কৰো উদাহৰণ বাদ দি সঠিক কথা কোৱা।

  • @phanindradevagoswami4635
    @phanindradevagoswami463510 ай бұрын

    পিতৃ-মাতৃ বহতে অতপালিৰে হোৱাটো কোনেও মানি নলয় কিয়??? সেই সন্তাৰ বোজা কোন দূৰ্বলীৰ পিঠিত দিব???

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @maheshrajbongshi5220
    @maheshrajbongshi522010 ай бұрын

    দাদা সঁচাকৈ মোৰ চকুৰ পানী ওলাই গৈছে 😭

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @anuragdeka8145
    @anuragdeka814510 ай бұрын

    Bohut dangor kotha kole khokolure jibonot hoi thoka kotha

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @Bidbeast
    @Bidbeast10 ай бұрын

    মদ খাই কোৱা কথা স চা।হয় যদি মই কওঁ মদ খোৱাৰ আগমূহুৰ্তৰ আলোচনা খিনি কোনো সাৰ্থপৰ দুষ্ট লোকৰ দুষ্ট অভিসন্ধি হয় ।কাৰণ মদ খোৱাৰ আগৰ কথা খিনি মদ খাই থকা সময়ত সেই কথা খিনি অবতৰণ।কথা খিনি লিখিলোঁ বেয়া যাতে নাপায়।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @nareswardeka5792
    @nareswardeka579210 ай бұрын

    "Apunar apunei apunar xatru" ei sentence tu kiyo likhile ? Lukor Porialot ei sentence tue ki beya probhab pelabo pare janene

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @lilimasahariah8438
    @lilimasahariah843810 ай бұрын

    খুউব ভাল লাগিল

  • @MotivatorNiranjan

    @MotivatorNiranjan

    10 ай бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @nibeditasaikia3790
    @nibeditasaikia379010 ай бұрын

    সুন্দৰ।

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so

  • @MotivatorNiranjan

    @MotivatorNiranjan

    9 ай бұрын

    Thank you so much

Келесі