নিমিষতেই তচনচ এখন চহৰ। এটা দিনৰ বাবেহে আছে পেট্ৰ'ল-ডিজেল।

নিমিষতেই তচনচ এখন চহৰ। এটা দিনৰ বাবেহে আছে পেট্ৰ'ল-ডিজেল। খোৱাপানীৰ অভাৱ। সাহয্য যোগানতো সৃষ্টি হৈছে বাধাৰ।

Пікірлер: 211

  • @rewatimali1007
    @rewatimali10072 жыл бұрын

    তথাপি মানুহে কাজিয়া পেছাল নেৰে । এতিয়া প্ৰকৃতিক কোনে বাধা দিব পাৰিছে । পৃথিৱীত অধৰ্ম বহুত হৈছে ।

  • @prahladbordoloi6884
    @prahladbordoloi68842 жыл бұрын

    দৃশ্য দেখি বুজিবলৈ একো বাকী নাই যে পৃথিৱীত আৰু কিমান দিন জীৱ-জন্তু জীয়াই থাকিব।হে প্ৰভু আপোনাৰেই কৃপা এই মহাপ্ৰলয় ইমানতে যাতে শেষ কৰে, নহ'লে আৰু জীয়াই থকাৰ কোনো উপায়েই নাই 🙏🙏🙏🙏

  • @ranjanbarua5644
    @ranjanbarua56442 жыл бұрын

    মানুহে প্ৰকৃতিৰ লগত খেলিলে।। আজি প্ৰকৃতি য়ে মানুহৰ লগত খেলিছে।।।

  • @momtazkhanam2448
    @momtazkhanam24482 жыл бұрын

    আল্লাহৰ শক্তিক বাধা দিয়াৰ ক্ষমতা কাৰো নাই।

  • @mridulborgohain4873
    @mridulborgohain48732 жыл бұрын

    40 দিন বৰষুণ দি থাকিলে গোটেই পৃথিৱীত ধ্বংস হৈ যাব

  • @memories434
    @memories4342 жыл бұрын

    ইমানতে ভগৱানে সকলো মংগল কৰক আৰু দেই 🙏🙏😢

  • @putulgayan648
    @putulgayan6482 жыл бұрын

    সোৱণশিরি নদীবান্ধ হলেও এনে পরিস্থিতিয়েই হবগৈ,,,,

  • @educationcompany.6793
    @educationcompany.67932 жыл бұрын

    মানুহে পৃথিৱীখনক প্ৰদূষিত কৰি ৰুগীয়া কৰি পেলাইছে । এইয়া হৈছে ৰুগীয়া পৃথিৱীৰ লক্ষণ।

  • @rajkumarpegu912
    @rajkumarpegu9122 жыл бұрын

    মানুহেই প্ৰকৃতিৰ কাল হৈছে সেয়েহে আমি নিজেই প্ৰকৃতিৰ নিষ্ঠুৰতা ভোগিছে ।

  • @sanjibkrbordoloi5207
    @sanjibkrbordoloi52072 жыл бұрын

    ইয়াক ৰুধ কৰাৰ কোনো উপায়েই নাই।যদি ঈশ্বৰে সহায় নকৰে। সেয়েহে ঈশ্বৰক প্ৰাৰ্থনা কৰিছো যাতে ইমানৰ পৰা সাম কাষতে।

  • @harekrishnadas1807
    @harekrishnadas1807 Жыл бұрын

    কৰ্মফল এয়া | অবাধ বন ধ্বংসৰ কাৰন পৰিনতি এইবোৰ |

  • @binoynath9605
    @binoynath96052 жыл бұрын

    এখন চহৰ যদি ভাঙি চিঙি নাইকিয়া হৈছে আৰু ৰাস্তা ঘাট ভাঙিছে তেতিয়া হ'লে পেট্ৰল ডিজেলৰ কিহৰ প্ৰয়োজন।বাৰে বাৰে পেট্ৰল ডিজেলৰ নাটনিৰ কথা কৈ আছে।।

  • @DhirajDeka-tz9le
    @DhirajDeka-tz9le21 күн бұрын

    আধুনিক সমাজ বেবস্তা আৰু ডিজিতেচন ইয়াৰ বাবে দায়ী।

  • @putalimudoi7952
    @putalimudoi79522 жыл бұрын

    নদীবোৰ বাম হোৱাৰ ফলত হোৱা দূৰ্যোগ আজিৰ পৰা বহুদিনৰ আগতে ব্ৰহ্মপুত্ৰৰ খননকাৰ্যৰ কথা শুনিছিলো।তাতেকিমান তে মতভেদ ফলত নহলগৈ।ঠাইতে গাপ লাগিল ।দেশৰ নেতাবোৰৰ সন্তান সকলো ইয়াত নপঢ়ায় বাহিৰতে ,গতিকে নিজৰ কথাই ভাবিব ।ৰাইজৰ কথা অন্তৰৰ পৰা ভাবিব লৈ সময় আছে জানো?

  • @pradiptalukdar2225
    @pradiptalukdar22252 жыл бұрын

    অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা বুলি চৰকাৰে মানি নলয় কিয়

  • @samir.assamwala488
    @samir.assamwala4882 жыл бұрын

    প্ৰভাৱ খালি লোক সকল,লৈ মোৰ অনুৰোধ সহায়ৰ হাত আগবঢ়াওক

  • @karishmasaikia5279
    @karishmasaikia52792 жыл бұрын

    Aru hobo.... Emn pap ..bivesar ..khinloga kajya homajot... Manobota manuhor majot ni... Provu Jisu ditiyo agoman.. Haibabe ami Bibel pohibo lage... Jisuye pormeshor hoy... Yes lord amen...... Provu hokoluke bless Kora pita..... Amen

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen26792 жыл бұрын

    Hi , My God. ভয়ঙকৰ দৃশ্য, ,, প্ৰকৃতিৰ লীলাৰ ওচৰত মানব জাতীয়ে surrender কৰিব লাগিব। God is Good.

  • @tilakkalita8793
    @tilakkalita87932 жыл бұрын

    Akhil gogoi jindabad

  • @nilkamalburagohainburagoha9656
    @nilkamalburagohainburagoha96562 жыл бұрын

    প্ৰকৃতি ক মানুহে নমনা হ'ল সেয়ে কাল ৰূপ ধাৰণ কৰিছে

Келесі