নিজৰ আত্মীয় হ'ল বুলিয়ে মন গ'লেই বিয়া খাব নোৱাৰিব।

📌নিজৰ আত্মীয় হ'ল বুলিয়ে মন গ'লেই বিয়া খাব নোৱাৰিব।
📌সমাজে আগতেই সৃষ্টি কৰি থৈছে বিভেদৰ নিয়ম।
📌মঙলদৈৰ ১ নং মেধিপাৰা গাঁৱত আত্মীয়ৰ বিয়া খাই এঘৰীয়া,ঘৰুৱা 'খানা' খাই এঘৰীয়া ১৩ টা পৰিয়াল।
📌কি ক'লে গাঁৱৰ মুখিয়াল বলৰাম ডেকাই?
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews

Пікірлер: 26

  • @bishwadeepgogoi5436
    @bishwadeepgogoi543622 күн бұрын

    কথাটো এনেকুৱা হ'লে কেনে হয় বাৰু....ব্ৰাহ্মণ‍্যবাদী কৰ্মবোৰ কিমান যুক্তি সংগত...এবাৰ ৰাইজে অনুধাৱন কৰকছোন

  • @jayantasahariah6994
    @jayantasahariah699422 күн бұрын

    আপোনাক অনেক ধন্যবাদ ১০০ /- সচা

  • @ranjitdutta3411
    @ranjitdutta341122 күн бұрын

    অন্য দেৱী দেৱ নকৰিবা সেৱ গৃহে নপসিবা প্ৰসাদো নাখাইবা ভক্তি হৈব্য ব্যভিচাৰ ।

  • @bkp9774
    @bkp977422 күн бұрын

    ভালেই হৈছে এনেকুৱা ই হব লাগে। অতীতত কৰি অহা ভুল ৰ প্ৰাইছিত্ত হৈছে অসমিয়া ৰ ।

  • @surensarmah541
    @surensarmah54123 күн бұрын

    আত্ম সন্মান বোলা কিবা এটা কিন্তু সকলোৰে থকা উচিত,লাগিলে নামৰে হওক নাইবা বামুনীয়াই হওক, সেইবুলি ধৰ্ম বা সমাজৰ নামত গোড়ামী ভাল নালাগে।

  • @atanuphukon228
    @atanuphukon22822 күн бұрын

    এই ভকতীয়া বোৰৰ অহংকাৰ বহু বাঢ়িছে আৰু আজিকালি ইহঁতৰ demand বহু বঢ়া দেখা যায় । শ্ৰীমন্ত শংকৰদেৱে নিচ্ছয় এনেকুৱা কৰা নাছিল । বামুণ পুৰুহিত লগোৱা ঘৰলৈ নাযায় কিন্তু আকৌ মুছলমানৰ ঘৰলৈ যাবলৈ সঙ্কোচ নাই । এনে কিয়, কিবা নিয়ম আছে যদি সকলোৰে লগত একেই হব লাগে । সমাজত খেলিমেলি লগোৱাই কি ইহঁতৰ কাম ? আমাৰ ঘৰত দেউতাৰ ফালৰ পৰিয়াল শংকৰীয়া আৰু মা ফালৰ শাক্ত, সেইবাবে আমাৰ ঘৰত দুয়োটা প্ৰথাৰে কাজ কৰ্ম হৈ থাকে । অৱশ্যে দুয়ো পক্ষেই বেছিকৈ নিয়ম কানুন দেখোৱালে মই মানিবলৈ অস্বীকাৰ কৰোঁ । সেই ভাবেই চলি আছোঁ । এইটো অৱশ্যে চহৰত থাকো বাবে হে কিজানিবা সম্ভৱ, গাঁৱৰ কথাটো নিশ্চয় বেলেগ হব ।

  • @pranabgogoi6283

    @pranabgogoi6283

    21 күн бұрын

    Ami u bhokot , kintu enekuwa bhokot nohoy .

  • @rupamchoudhury4050
    @rupamchoudhury405022 күн бұрын

    ভকতৰ দুটা গুটি চৰিও পিনে বাল ভকতৰ বাৰিদেলদি সান্দহ খুনবা ভাল😂😂😂😂😂

  • @pratapborthakur8015
    @pratapborthakur801520 күн бұрын

    Ha Ram

  • @jugalbaruah6541
    @jugalbaruah654121 күн бұрын

    Manuhbur dine dine asamajic hoi ase. Milapritire thakok.

  • @rafikulali4396
    @rafikulali439621 күн бұрын

    এইয়া অসমীয়া সংস্কৃতি নেকি

  • @user-bc2dl6xo9f
    @user-bc2dl6xo9f22 күн бұрын

    ভালেই কৰিছে

  • @pradipkalita6363
    @pradipkalita636323 күн бұрын

    Joi Aai Axom😢

  • @SD-ff1wc
    @SD-ff1wc23 күн бұрын

    একেলগে থাকেই ভাই কিনো আৰু

  • @budheswarsaikia3103
    @budheswarsaikia310322 күн бұрын

    Moha purukh Madhab Dev Brahmin hoiu Shankar Dev t shoron loi Krishna k vojiboloi loisil,apuni baru gom paine kenebakoi?

  • @technicalaxom424
    @technicalaxom42423 күн бұрын

    Akhomiya yai akhomiyar tez khuwa dhormo namot leura suda niyom Kori asolote homaj khon udhar nohoi Dubai thoi jbo bisara hoise Mk suda keitai norokotu than napabo 😂😂😂 Amar gaot duta khel Kori gol bura suda dutamane atiyau dukhone homaj hoi ase kintu atiya mila piti sai jbihi tohote jodi najano keneke mili meli thake

  • @digantajyotibordoloi5528
    @digantajyotibordoloi552821 күн бұрын

    গাওঁত ডেকা লৰা নাই নেকি ভোজ ভাত বনাই ৰাষ্টাৰ পৰা টানি আনি ভাত ৰ পাতত বহুৱাই ঘোচা কেইটামান মাৰি খোৱাই দিব লাগে কিহৰ আৰ ঘৰত নাখও তাৰ ঘৰত নোখোৱা এই বোৰ কি নিয়ম

  • @nabaroyriju1559

    @nabaroyriju1559

    21 күн бұрын

    ভকতে উল্টা ঘোচা মাৰিব নাজানে নেকি।বামুণৰ পকৰ চুহি থাক

  • @user-pn9jo6ym5v
    @user-pn9jo6ym5v22 күн бұрын

    Mind should be abroad.

  • @arupbora2442
    @arupbora244223 күн бұрын

    Km ni aru dhur sb sash krisa

  • @nabaroyriju1559
    @nabaroyriju155921 күн бұрын

    ভকত তহঁতৰ নিচিনা খকুৱা নহয় । বামুণৰ বহতিয়া নহয় ।

  • @himangshu7448

    @himangshu7448

    21 күн бұрын

    Bhokotiya bur nijor lora suwali biat suwali tuloni hole rati rati bamunor usorle jai. Dinot najai.

  • @dipankarsaikia8272
    @dipankarsaikia827222 күн бұрын

    Aji kali ustadd bur besi ulaise

Келесі