Negera Lesson, Basics of Negera, How to play Negera, Kishalay Class, Tutorial Video, Pankaj Bora .

Музыка

How to play Negera, Theory of Negera, Indian Drum,
Basics of Negera
Best size DHOL LESSON by Pankaj Bora, Fingering Tips, Buloni, Rogor, How to Develop Rogor, Rogor
exercise, • DHOL LESSON by Pankaj ...
ঢোলৰ মুখ্য আৰু আনুসংগীক স্বৰ বা ধ্বনি সমূহ জানিবলৈ এই ভডিঅ’টো চাওক
• Dhol Lesson by Pankaj ...
ঢোলৰ অ আ ক খ
• Dhol Lesson by Pankaj ...
ঢোলৰ আকাৰ আৰু গঠন কেনে হোৱা উচিত
• Best size of dhol , Ho...
এখন নতুন খৰচনা শিকক
• Oja Dhol Lesson #KHORS...
হস্ত সাধনা
• হস্ত সাধনা ॥Hand Pract...
অনলাইন ঢোল শিকিবলৈ যোগাযোগ কৰক
• Online Dhol class From...
ঢোসৰ ৫ ৰত্ন
• PANCHA RATNA OF DHOL ,...
ঢোলৰ মাৰি আৰু টেমেকা
• Dhol Lesson By Pankaj ...
চাৰি যুগে চাৰি ঢোল
• Dhol Lesson . চাৰি যুগ...
দীঘলিয়া ছেও
• Online Bihu Dhol Class...
ঢোলৰ ভাঙনি
• Dhol Lesson by Pankaj ...
ছেও আৰু চাপৰ কি
• Dhol Lesson by Pankaj ...
৫১ টা সহজ বোল শিকক
• Dhol Lesson by Pankaj ...
ঢোলৰ অলংকাৰ
• Dhol Lesson by Pankaj ...
তালিত বজোৱা বোল
• Dhol Lesson by Pankaj ...
জানিলওক এই ৬ টা কথা
• Bihu Dhol Lesson by Pa...
কম শব্দত কেনেকৈ ঢোল অনুশীলন কৰিব
• Dhol Lesson by Pankaj ...
ঢোলৰ উৰুলি আৰু কুৰুলি
• Dhol Lesson by Pankaj ...
দিগিৰিখি তাখিৰিখি বজাবলৈ শিকক
• Bihu Dhol Lesson by Pa...
ঢোলৰ অংশ সমূহ আৰু তাৰ কাম
• Bihu Dhol Lesson by Pa...
ঘৰতে কেনেকৈ নেগেৰা শিকিব
• Negera Lessons by Pank...
নেগেৰাৰ ২৫ টা সহজ বোল
• Negera Lesson by Panka...
নেগেৰাৰ ভাঙনি আৰু অলংকাৰ
• Negera Lesson (3), Bha...
দিহানামত নকৰিব এই ভুল
• Online Negera Class (4...
নেগেৰাৰ ৰগৰ বজাবলৈ শিকক
• Negera Lesson by Panka...
খোল পাঠ- পৰিতাল
• Khol lesson (3) পৰিতাল...
খোল পাঠ- ৰূপক তাল
• Khol Lesson 2, ৰূপক তা...
facebook - / pankajboraofficial
Instagram- pankajbora204

Пікірлер: 126

  • @user-gb1dq2tj6o
    @user-gb1dq2tj6o9 ай бұрын

    very nice p,,dada,moiu tray kori asu

  • @binita2452
    @binita2452Ай бұрын

    বহুত ভাল লাগিল ভাইটি ,,মোৰ শিকিবলৈ বৰ ইচ্ছা আছে ,চেষ্টা কৰিম তোমাৰ videor পৰা।

  • @jaansaikia9308
    @jaansaikia930810 ай бұрын

    Val lagise lorak xikam dei

  • @binitamili
    @binitamili8 ай бұрын

    Nice 🥰🥰

  • @chandanaroychandana9385
    @chandanaroychandana938510 ай бұрын

    Nice

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    Thanks

  • @nabajyotidas3670
    @nabajyotidas367010 ай бұрын

    আপোনাৰ এই বোৰ ভিডিওৰ পৰা ময়ো নেগেৰা বজাবলৈ শিকিলো

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    সুন্দৰ 👌👌

  • @anjuduttachetia5507
    @anjuduttachetia55075 ай бұрын

    Moi prothom hikibaloi aarambha karisuhe kripaa kariba

  • @deepsarma071
    @deepsarma0716 ай бұрын

    Best teaching quality...ধন্যবাদ ছাৰ🙏

  • @ramendas9866
    @ramendas986610 ай бұрын

    🙏🙏🙏

  • @lukumoni6134
    @lukumoni613410 ай бұрын

    Oti hundor vabe bujai dise apuni 🙏

  • @jitusarmah7668
    @jitusarmah766811 ай бұрын

    উপকৃত হ'লো

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    ধন্যবাদ🙏🙏

  • @himanshumusical1119
    @himanshumusical11193 жыл бұрын

    সুন্দৰ

  • @rahulgogoi204
    @rahulgogoi2045 ай бұрын

    Dhuniya lagise dada moi bohutor video sailu kintu Karu video buji nepalu apunar video tu moi valkoi buji paisu❤

  • @nayanmonidutta9768
    @nayanmonidutta9768 Жыл бұрын

    বৰ সুন্দৰকৈ শিকাইছে | মই শিকিবলৈ যত্ন কৰিছো...

  • @PankajBora.Official

    @PankajBora.Official

    Жыл бұрын

    🙏🙏

  • @pallabivlogs426
    @pallabivlogs426 Жыл бұрын

    Aji pora dubosor man agot olop xikai di sil vayti ajon ne,,,vado mahor nam guwa logote negera xiki silu Bor mon ase xikibo apunar video bur sai xikim buli vabisu xohoje buji puya ke video bur pam buli Axa korilu 🙏vl lagil video tu,,,,,

  • @rimpiborah4618
    @rimpiborah46182 жыл бұрын

    Nagara bojabola bisora hokolor beba Important video . Tnq. Apunar video sai sai moi mur lorak heki asu.

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Dhonyabad

  • @parineetapari2645
    @parineetapari26452 жыл бұрын

    আপোনাৰ ভিদিঅ পৰা মই শিকিবলৈ আৰম্ভ কৰিছো, বহুত উপকৃত হৈছো,অশেষ ধন্যবাদ 🙏

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    🙏🙏

  • @mamonichetia3612

    @mamonichetia3612

    Жыл бұрын

    শিকিবলৈ ভাল লাগে

  • @gitarthabhatta3085
    @gitarthabhatta30853 жыл бұрын

    ❤️🔥❤️

  • @guneswarilahkar3877
    @guneswarilahkar387711 ай бұрын

    উপকৃত হলোঁ

  • @PankajBora.Official

    @PankajBora.Official

    11 ай бұрын

    Dhonyabad ❤️❤️❤️

  • @sashibaruah8868
    @sashibaruah886811 ай бұрын

    😊

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    😊😊

  • @user-ck1hj7tc2w
    @user-ck1hj7tc2w2 жыл бұрын

    সুন্দৰ দাদা

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Dhonyabad ❤️❤️

  • @hirakjutivlog2661
    @hirakjutivlog2661 Жыл бұрын

    Dada diha namor khar sapori negera badon tu dekhabo sun

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    Nissoy

  • @bishalbharali3101
    @bishalbharali31013 жыл бұрын

    ❤️🙏🙏❤️

  • @sangitagogoi2891
    @sangitagogoi2891 Жыл бұрын

    👍👍

  • @robinmohan9667
    @robinmohan96672 жыл бұрын

    বৰা ডাঙৰীয়া লৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি বৰ সুন্দৰ কৈ নেগেৰা বজাবলৈ শিক্ষা প্ৰদান কৰিছে।সোণকালে শিক্ষাৰ্থীয়ে আয়ত্ত ক ৰিব পাৰিব। ধন্যবাদ।

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Dhonyabad 🙏🙏

  • @girijakakati2666

    @girijakakati2666

    Жыл бұрын

    Thank you

  • @khireswarkachari9255
    @khireswarkachari92553 ай бұрын

    Hi❤

  • @ankitaborah3072
    @ankitaborah30722 жыл бұрын

    অশেষ ধন্যবাদ ছাৰ

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    🙏🙏

  • @BivaDevi-wd7kx
    @BivaDevi-wd7kx10 ай бұрын

    ময়ো আপোনাৰ তাত চাই শিকি আছো ৷

  • @sumotigogoi243
    @sumotigogoi2433 жыл бұрын

    আপোনাৰ প্ৰয়াসৰ পৰা উপকৃত হৈছোঁ বুলি ভাবিছোঁ , এনেদৰেই সকলো বুজি পোৱাকৈ , পৰবৰ্তী খণ্ড পাম বুলি আশা কৰিলোঁ ।

  • @PankajBora.Official

    @PankajBora.Official

    3 жыл бұрын

    Nissoy. Dhonyabad 🙏

  • @paporiborahpaporiborah2758

    @paporiborahpaporiborah2758

    10 ай бұрын

    🎉❤❤❤

  • @user-sx5tk5hw6r
    @user-sx5tk5hw6r23 күн бұрын

    মই নাগাৰা বজাব বিছাৰিছো

  • @julihazarika5845
    @julihazarika5845 Жыл бұрын

    Akebare new bojabo bohut mon

  • @PankajBora.Official

    @PankajBora.Official

    Жыл бұрын

    Nissoy, bojai jaouksun. Sestar oxadhya eku nai 👍

  • @alpanaray8547
    @alpanaray85472 жыл бұрын

    সুন্দৰ মই শিকিবলৈ ইচ্ছা কৰিছ

  • @rinaburagohain126
    @rinaburagohain1262 жыл бұрын

    মইও একেবাৰে নতুন আপোনাৰ পৰা শিকিম।বহুত উপকৃত হব পাৰিম বুলি আশা কৰিছো।

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Dhonyabad. Nissoy mur falor pora jiman paru hohai korim

  • @rajat3563
    @rajat3563 Жыл бұрын

    Very very thanks

  • @PankajBora.Official

    @PankajBora.Official

    Жыл бұрын

    Thank you❤️❤️

  • @PriyankaKumari-zz4xy
    @PriyankaKumari-zz4xy Жыл бұрын

    Moi akebare notun hoi apuner vedio tu sai val lagise🙏

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    ধন্যবাদ🙏🙏

  • @dilipdas9924
    @dilipdas99242 жыл бұрын

    মজা

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Dhonyabad 🙏🙏

  • @srimanta__
    @srimanta__3 жыл бұрын

    val lagil sir

  • @PankajBora.Official

    @PankajBora.Official

    3 жыл бұрын

    Dhonyabad

  • @bidyut644
    @bidyut6442 жыл бұрын

    Bhal lagil

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Dhonyabad ❤️

  • @dipshrithengal2178
    @dipshrithengal2178 Жыл бұрын

    পহ

  • @PankajBora.Official

    @PankajBora.Official

    Жыл бұрын

    😲

  • @kalyanithakuriya1942
    @kalyanithakuriya19422 ай бұрын

    মই শিকিবলৈ আৰম্ভ কৰিছো কিন্তু ধৰিব নোৱাৰো অলপ লাহে লাহে বজাই দিলে ভাল হব |

  • @mamonibora2837
    @mamonibora2837 Жыл бұрын

    মই নতুনকৈ শিকিছো । ৰগৰ দিব পৰা হোৱা নাই । শিকিছোহে মাত্ৰ । এচাপৰিটো ভাল দৰে এবাৰ দেখুৱাব লৈ অনুৰোধ কৰিছো । শিকিবলৈ পাই ধন্যবাদ ।

  • @gokugamers1829
    @gokugamers18293 жыл бұрын

    Pankaj daa plz dhulor kochari seu tu tutorial dibo

  • @kalyankrnath4606
    @kalyankrnath46063 жыл бұрын

    nice sri

  • @PankajBora.Official

    @PankajBora.Official

    3 жыл бұрын

    Thank you

  • @nikidas049
    @nikidas049 Жыл бұрын

    দাদা আপুনি শিকাবলৈ আহে নেকি

  • @PankajBora.Official

    @PankajBora.Official

    Жыл бұрын

    ঘৰলৈ নাযাওঁ ।

  • @respectme3669
    @respectme366910 ай бұрын

    আপোনাকে গুৰু মানি আপোনাৰ ভিডিও চাই শিকিব লৈছো আশীৰ্বাদ কৰিব

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    🙏🙏🙏

  • @sumitgoswamibittugoswami4784
    @sumitgoswamibittugoswami47842 жыл бұрын

    Namaskar dada

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Namaskar..

  • @apurbasaikia9622
    @apurbasaikia96223 жыл бұрын

    Bhut dinor past negera video pai hukhi hlu sir

  • @anjanhazarika5339
    @anjanhazarika53392 жыл бұрын

    নমস্কাৰ দাদা , আপোনাৰ পৰা চাই চাই নেগেৰা শিকি আছো।দাদা দিহা নামৰ সহজ বুলনি আৰু ভাঙনি কিছু লিখি দিব বুলি আশা কৰিলো। আপোনাৰ প্ৰেৰণা পাই শিকিবলৈ আগ্ৰহ কৰিছোঁ।

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Nissoy, Dhonyabad.

  • @talukdarchinmay
    @talukdarchinmay2 жыл бұрын

    মই দক্ষিণ কামৰূপীয়া নাগাৰা বজাও। দক্ষিণ কামৰূপৰ নাগাৰাৰ বজোৱাৰ শৈলী সম্পূৰ্ণ পৃথক। আমাৰ এইফালে নাগাৰা বজোৱাৰ 14 খন‌ বাজানা বা বোল‌ আছে বাবে আমাৰ নামক চৈতেলী নাম বোলা‌‌হয়। চৈতেলী নাম উত্তৰ কামৰূপৰ ঘোষা নামতকৈ পৃথক।

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    ধন্যবাদ 🙏। জানিব পাৰি ভাল লাগিল , মোৰও শিকাৰ ইচ্ছা আছে । সময় সুবিধা মিলাব লাগিব ।

  • @talukdarchinmay

    @talukdarchinmay

    2 жыл бұрын

    @@PankajBora.Official ধন্যবাদ। মই দুটামান ভিডিও আপলোড কৰিছিলো।চৈতেলি‌ নাম বুলি। আপুনি চালে আভাষ পাব। Watsup number দিলে দক্ষিণ কামৰূপীয়া চৈতেলী নামৰ ভিডিঅ'পঠাব পাৰিম।

  • @mrinalsaikia6246
    @mrinalsaikia62462 жыл бұрын

    Val lagela

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    🙏🙏

  • @gayitrinath6466
    @gayitrinath6466 Жыл бұрын

    মই ও নতুন কৈ শিকিছো তাল বোৰ দিব পৰা হোৱা নাই এক চাপৰি টো ৰোগৰ বোৰ লিখি ল'ব পৰাকৈ দিব ছোনছাৰ

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    নিশ্চয় 🙏🙏

  • @gitalisaikia639
    @gitalisaikia639 Жыл бұрын

    তাখি ধিনা তাখি ধিনা ধেই বজাই দিয়ক চোন অলপ মইও পাৰু

  • @PankajBora.Official

    @PankajBora.Official

    Жыл бұрын

    বঢিয়া । ভিডিঅ’ দিয়া আছে চাওকচোন🙏

  • @rijumonidas443
    @rijumonidas443 Жыл бұрын

    ছাৰ ভাঙণিটো অলপ আকৌ বুজাই দিয়ক‌ছোন

  • @PankajBora.Official

    @PankajBora.Official

    Жыл бұрын

    ভাঙনিৰ স্পেচিয়েল ভিডিঅ’ এটা দিছো। চাওকচোন

  • @a.cgamaing7178
    @a.cgamaing717810 ай бұрын

    নমস্কাৰ দাদা, মোৰো শিকিবলৈ বহুত ইচ্ছা আছে। আপোনাৰ পৰা চাই চাই এচাপৰিটো পাৰিছো। বাকীবোৰ শিকিব পাৰিম বুলি ভাবিছো।আমি শিকিবলৈ সুবিধা হৈৱাকৈ ভিদিঅ বোৰ দিব বুলি আশা ৰাখিলোঁ । আপোনাৰ প্ৰেৰণা পাই আৰু শিকিবলৈ আগ্ৰহ কৰিছোঁ।

  • @padmeswarmili7366
    @padmeswarmili7366 Жыл бұрын

    ❤❤❤❤❤🎉🎉🎉🎉🎉🎉❤❤❤❤🎉🎉🎉🎉❤

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    ❤️❤️❤️

  • @user-yp6wk4op1o
    @user-yp6wk4op1o3 жыл бұрын

    মইয়ো শিকিবলৈ যত্ন কৰি আছোঁ৷ আপোনাৰ ভিদিঅ সমূহে বহুত উপকৃত কৰিছে৷আপোনালৈ বহুত বহুত ধন্যবাদ৷

  • @PankajBora.Official

    @PankajBora.Official

    3 жыл бұрын

    🙏🙏

  • @dipanditarabha3941

    @dipanditarabha3941

    Жыл бұрын

    ​@@PankajBora.Officialbann😮

  • @SashimaiGayan-mm9uu
    @SashimaiGayan-mm9uu Жыл бұрын

    Moi bojabo pora nai

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    Paribo. Sesta neribosun 🙏🙏

  • @MDeka-qm9iv
    @MDeka-qm9iv10 ай бұрын

    Moio notun osrt kono nai xikai dib bhut mn asil nagara bojab

  • @PankajBora.Official

    @PankajBora.Official

    10 ай бұрын

    Nissoy.9854067631 contact koribosun

  • @sutradhardigitalservicecsc2280
    @sutradhardigitalservicecsc22802 жыл бұрын

    শিকিবলৈ খুব ইচ্ছা আছে। নাগেৰা এযোৰ কিমান দাম হ'ব আৰু কেনেকুৱা ধৰনৰ কিনিব লাগিব জনালে উপকৃত হম।

  • @ddcreation89

    @ddcreation89

    2 жыл бұрын

    মাটিৰ লব। ৬০০ ৰ পৰা ৮০০ ৰ ভিতৰত হব।

  • @jayantakumardas6710
    @jayantakumardas67102 жыл бұрын

    Moi bura haisu kintu শিকিব বহুত মন সহায় কৰিব pls,lara sowaliko shikan mon asil bahut

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Nissoy, jiman paru korim. Hikibor karone boyokhor kunu kotha nai dada, montuhe main

  • @apurbasaikia9622
    @apurbasaikia96223 жыл бұрын

    Notun styles bul dib sun

  • @user-gb1dq2tj6o
    @user-gb1dq2tj6o9 ай бұрын

    pongkaj dada apuni aro new grugat vedeo dib soon

  • @ApurbaBaruah-ku7fm
    @ApurbaBaruah-ku7fmАй бұрын

    Apunar phone number to pale hukhi hom

  • @rupalisharma4024
    @rupalisharma4024 Жыл бұрын

    মোৰ নেগেৰা আছে বজাব নাজানো। আপোনাৰ ফোন নম্বৰ দিব কথা পাতি লম এজন গুৰু লাগে.

  • @PankajBora.Official

    @PankajBora.Official

    Жыл бұрын

    9854057631

  • @sumitgoswamibittugoswami4784
    @sumitgoswamibittugoswami47842 жыл бұрын

    Moy police ror Manu hoi

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    👍👍❤️

  • @kimherijennyofficial4315
    @kimherijennyofficial43152 жыл бұрын

    👌👌

  • @girijakakati2666

    @girijakakati2666

    Жыл бұрын

    ধন্যবাদ

  • @dipoksaikia2469
    @dipoksaikia24692 жыл бұрын

    Muru hikibo mon ase Val koi porai nai

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    ❤️❤️

  • @dipaliray5259
    @dipaliray52592 жыл бұрын

    ইমাম চেষ্টা কৰো নোৱাৰোঁ দেখুন। লিখনি খিনি এখন কাগজ লিখি দিবচোন।

  • @PankajBora.Official

    @PankajBora.Official

    2 жыл бұрын

    Mahita Kitap khon loi lobo

  • @dipaliray5259

    @dipaliray5259

    2 жыл бұрын

    Dhanyavaad

  • @munmikalita7450

    @munmikalita7450

    8 ай бұрын

    Dada mahita kitap khon kot pay jonab son barpeta road r fale pamne nejanu

  • @jibontorigogoi8645
    @jibontorigogoi86452 жыл бұрын

    Moi negera jur ana 3 ,4 boror holhi. Keiba gorakiku tamul pan aru arihona dilu alop din hikai ari dile . Kinto moi ajiu hikibo pora nai . Apunar pori hikibo bisarisu . Moi negera jur bojabo janile namgharot ajur negera dim bulihu aag bohai thoisu . Ki korubaru porai nai bojabo . Aapunar porai hiking buli bhabilu . 🙏🙏🙏

  • @user-ko1hc1vh8w
    @user-ko1hc1vh8wАй бұрын

    😂 মোৰ কোনো লগ নাই শিকাৰ

  • @premadasahariah4447
    @premadasahariah44473 жыл бұрын

    ভালকৈ বুজি পোৱা নাই

  • @PankajBora.Official

    @PankajBora.Official

    3 жыл бұрын

    Headphone use kori saoksun. Room r vitorot babe sound tu olop problem hoise baru !

  • @sewalimohonnath4882
    @sewalimohonnath48823 жыл бұрын

    ভাল লাগিছে ছাৰ

  • @PankajBora.Official

    @PankajBora.Official

    3 жыл бұрын

    Dhonyabad

  • @user-ph1xz8hh4j
    @user-ph1xz8hh4j Жыл бұрын

    Nice

Келесі