নৰেন্দ্ৰ মোদী ভগৱান নহয়,নৰেন্দ্ৰ মোদী সাধাৰণ মানুহেইঃগৌৰৱ গগৈ

নৰেন্দ্ৰ মোদী ভগৱান নহয়,নৰেন্দ্ৰ মোদী সাধাৰণ মানুহেই।প্ৰধানমন্ত্ৰীৰ হাতত দুটা সাৰথি আছে- এক ভয়, দুই ভ্ৰম।ধর্মৰ নামত বিভাজন অনাসকলক এইবাৰ শিক্ষা দিলে জনতাই।সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত গৰজিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

Пікірлер: 6

  • @mahendradas1610
    @mahendradas16102 күн бұрын

    বহুত বহুত ধন্যবাদ । অসমৰ সমস্যা ৰ কথা সদনত দাঙি ধৰাৰ বাবে ।

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx3 күн бұрын

    Gaurav Gogoi bahut bhabi - sinti kothabur koi, Gaurav Gogoi ejon hero hoi.

  • @user-sp3if5bx9p
    @user-sp3if5bx9p3 күн бұрын

    Good 👍❤❤

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs2 күн бұрын

    👌🙏 Gaurav sir

  • @user-wj1ul5lf2x
    @user-wj1ul5lf2x2 күн бұрын

    Good ❤❤

  • @RGdoley
    @RGdoley2 күн бұрын

    Next c m gaurav gogoi

Келесі