NAMGHOSA * DR. ANIMA CHOWDHURY.

Album ~ PUWA GODHULI
Singer ~ Dr. Anima Chowdhury.
Music ~ Zoon Bora
Copyright reserved by the producer

Пікірлер: 534

  • @bipulhazarika8127
    @bipulhazarika81272 жыл бұрын

    আজিকালি কিছুমান নতুন শিল্পীয়ে ঘোষাৰ প্ৰকৃত সুৰ বিকৃত কৰি পৰিবেষণ কৰা দেখা যায় ৷ অনিমা বাইদেউয়ে আমি সৰুৰে পৰা শুণি অহা ঘোষা কেইটি সুন্দৰকৈ পৰিবেষণ কৰাত তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ ৷

  • @rohitdeka210

    @rohitdeka210

    Жыл бұрын

    , un in

  • @lakhyajyotihazarika5799

    @lakhyajyotihazarika5799

    Ай бұрын

  • @KanakchBorah-sb1is

    @KanakchBorah-sb1is

    19 күн бұрын

    Ok

  • @ajitsaikia2459

    @ajitsaikia2459

    6 күн бұрын

    Bor. Hoondar.

  • @chandrasekharsaikia
    @chandrasekharsaikia3 ай бұрын

    শ্ৰদ্ধাৰ ডঃ অনিমা বাইদেউৰ কন্ঠত নামঘোষা কেইভাগি বৰ সুন্দৰ হৈছে। সকলো খিনি সংৰক্ষণ কৰিবলৈ অনুৰোধ থাকিল।

  • @amiyabaruah3534
    @amiyabaruah35342 жыл бұрын

    মই অনিমা চৌধৰিৰ ভত্তি মুলক গীত সমূহ সদায় শুনি বৰ আমনি নলাগে ।অতি সূন্দৰ ।

  • @munmihazarika779
    @munmihazarika7793 жыл бұрын

    বহুত ভাল লাগে বাইদেউ কণ্ঠ ত গীত শুনি। আৰু শুনিয়ে ই থাকিবৰ মন ষাট কৃঞ্চ ।

  • @bhaskarmahanta6933
    @bhaskarmahanta69332 жыл бұрын

    মাধৱ গুৰু জনাৰ সুন্দৰ ৰচনা আৰু বাইদেউৰ সুমধুৰ মাতেৰে ভক্তি ভাৱৰ সুচনা হৈচে।মধুৰ।জয় গুৰু শঙ্কৰ।।

  • @user-um3ke2sp3q
    @user-um3ke2sp3q9 ай бұрын

    কৃষ্ণ কৃষ্ণ

  • @sabitrikalita6417
    @sabitrikalita64178 ай бұрын

    🌹🌹🙏🏻🙏🏻Krishna Heart touching voice "May my almighty keep you in good & sound health " 🙏🏻🙏🏻🙏🏻🙏🏻🌹🌹ma'm

  • @jollydutta1250
    @jollydutta1250 Жыл бұрын

    সুন্দৰ সুপ্ৰভাত ।। ভাল লাগিল শুনি প্ৰভাঞতিৰ গীত।।

  • @padmeswarborah6319

    @padmeswarborah6319

    Жыл бұрын

    ণঞঞ সুন্দৰ কণ্ঠ।

  • @padmakumariburagohain6490
    @padmakumariburagohain64903 жыл бұрын

    Namghosa path huniboloi mor bhut vl lage.aponer konthot huniboloi pai mon pran aahladit hoi porose.Ishware aaponak dirgha aayu diyak! Krishna🙏

  • @dulalmahanta4409
    @dulalmahanta44092 жыл бұрын

    অতি সুন্দৰ ৷ ভঃ অনিমা চৌধুৰীক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ ৷

  • @durgeswarphukan8498

    @durgeswarphukan8498

    Жыл бұрын

    আমিঅতিসুখী ।ভগৱন্তুে কুশল কৰক।

  • @user-oc3ui5xl9v
    @user-oc3ui5xl9v2 жыл бұрын

    ৰাতি পুৱা শুনিলে দিনতো লৈ পবিত্ৰ হয় মোৰ ৷

  • @lilylahon3746
    @lilylahon3746 Жыл бұрын

    শুনি শুনি আমনি নলগা প্ৰাথনাৰ লগতে আপোনাৰ সুমধুৰ কন্ঠ আৰু সুৰে আবেগিক কৰি তুলিছে মন প্ৰাণ।🙏🙏🙏🙏🙏

  • @padmeswarborah6319

    @padmeswarborah6319

    Жыл бұрын

  • @bitulkonwar1397

    @bitulkonwar1397

    Жыл бұрын

    Qq

  • @sikhadutta2482
    @sikhadutta24823 жыл бұрын

    অতি সুন্দৰ হৈছে

  • @mohanchandrakalita362

    @mohanchandrakalita362

    2 жыл бұрын

    VeryI nice, excellent.

  • @anjubezbaruah9999
    @anjubezbaruah99992 жыл бұрын

    বাইদেউ, গোটেই বৰগীতখিনি পাৰিলে কৰি থওকচোন ।নহলে ইয়াৰ মৰ্যাদাখিনি নাথাকিবগৈ ।বহুত সুন্দৰ ।প্ৰাণ ঢালি গাইছে ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41199 ай бұрын

    ❤❤❤krisha Krishna Krishna. O heart touching tune and voice.. always evergreen and unique female singer of Assam. God bless to him.❤🎉❤

  • @nirusaikia7631
    @nirusaikia76312 жыл бұрын

    কৃষ্ণ কৃষ্ণ , আপোনাৰ ঘোষা শুনি নিজকে ধন্য মানিলো ।

  • @asamkumardas9539
    @asamkumardas95392 жыл бұрын

    এনে ধৰণৰ ভক্তি গীত প্ৰচাৰ কৰিলে মানুহৰ মন প্ৰাণ আনন্দ ৰে ভৰি উঠে । ধৰ্মৰ প্ৰতি মানুহৰ আস্থা বাঢ়িব । ধন্যবাদ ।।

  • @pranjitkonwar8321

    @pranjitkonwar8321

    2 жыл бұрын

    P

  • @sanatantalukdar9361

    @sanatantalukdar9361

    2 жыл бұрын

    By

  • @krishnasaikia9789
    @krishnasaikia97893 жыл бұрын

    🙏🙏🙏🙏🙏🙏 সুন্দৰ কণ্ঠগৰাকীৰ সুৰত পুৱাতে নামঘোষা ভাগ শুনিবলৈ পায় ভাল লাগিল💕💕💕💕💕💕💕

  • @dulalkrishnabordoloi6397
    @dulalkrishnabordoloi63972 жыл бұрын

    কণ্ঠশিল্পী গৰাকীৰ সুমধুৰ মিঠা কণ্ঠত পৰিবেশন কৰা, সুন্দৰ ভক্তিগীত ভাগি শুনি মনজোৰ পৰি যায়।

  • @anamikakalita-ho5sq
    @anamikakalita-ho5sq7 ай бұрын

    Om krishna very heart touching tune never forget god gift wish you long live

  • @jayantachetia4488
    @jayantachetia44889 ай бұрын

    সুন্দৰ অতি সুন্দৰ বাইদেউ কণ্ঠ ভগৱন্তয় কৃপা কৰক ধণ্যবাদ।

  • @mrinalinichangmai5878
    @mrinalinichangmai587829 күн бұрын

    সুপ্ৰভাত 🎉 সুন্দৰ 💐🎉 কৃষ্ণ কৃষ্ণ 🙏🙏

  • @pradipgogoi3182
    @pradipgogoi31822 жыл бұрын

    সুন্দৰ বহুতো ভাল লাগিল।

  • @ranjanbhuyan8601
    @ranjanbhuyan86019 ай бұрын

    আপোনাৰ ৰাৰ্থনাই আমাক শক্তি প্ৰদান কৰক এইযেঁ ভগৱানৰ ওচৰত নিবেদন,অপৰাধ ক্ষমা কৰিব কৃঞ ❤ কৃঞ ❤ কৃঞ

  • @jitenmedhi6006
    @jitenmedhi600610 ай бұрын

    Best prayer for evry person. Request for more collection. Thanks

  • @gaganchandrahazarika4605
    @gaganchandrahazarika46052 жыл бұрын

    সুন্দৰ কণ্ঠত ভকতি গীত পৰিৱেশন।

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika1673 жыл бұрын

    Krishana 🙏🙏🙏🙏🙏🙏

  • @mkphookan
    @mkphookan3 жыл бұрын

    বৰ সুন্দৰ হৈছে। মন প্ৰাণ প্ৰশান্তিৰে ভৰি পৰিছে।

  • @birenpdas5347
    @birenpdas53479 ай бұрын

    অতি সুন্দৰ গাইছে শুনি বৰ ভাল লাগিছে আপোনালৈ আমাৰ শুভেচ্ছা জনালো

  • @minadevi1188
    @minadevi11883 жыл бұрын

    Montu puwate Pabitra hoi gol aapunar konthot naam ghuxa bhag xuni thankyou baideo🙏🙏🙏🙏

  • @uttamkumarroy2583
    @uttamkumarroy25832 жыл бұрын

    অতি সুন্দৰ কৈ পৰিবেশন কৰা ভক্তি মূলক গীতটিয়ে হীয়া শাঁত পেলাই দিলে। ৰাতিপুৱা শুই উঠিয়েই এনে এটি চিৰসেউজ গীত শুনিব পাৰিলে গোটেই দিনটো মনটো শুপ্ৰসন্ন হৈ থাকে।

  • @nomaldoley5216
    @nomaldoley52163 жыл бұрын

    Dr.mai,your tune is the best devotional song one'.May god Bless you madam.

  • @sumudas4948
    @sumudas49482 жыл бұрын

    Joi sir kisna radhe radhe radhe

  • @khagendeka1012
    @khagendeka10123 ай бұрын

    Imman dhunia haise abhibhuta haiso.bahut bahut sradha thakil baideuloi

  • @himakakati6190
    @himakakati61902 жыл бұрын

    সুন্দৰ কণ্ঠ

  • @binandadas9675
    @binandadas96753 жыл бұрын

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম ।শুনি ভাল লাগিল আগলৈ আৰু কিছু ভালহেবা আশা কৰিলো । ঈশ্বৰে মঙ্গল কৰক তাৰে প্ৰথনা জনালোঁ কৃষ্ণ কৃষ্ণ ।।

  • @uddhabkalita7040

    @uddhabkalita7040

    3 жыл бұрын

    Bahut Bahut bhal

  • @ranjanbhuyan8601
    @ranjanbhuyan86012 жыл бұрын

    Hundar kanth.krisna krisna krisna....

  • @pabinkalita1730
    @pabinkalita17302 жыл бұрын

    শনি বৰ ভাল লাগিল এনেকুৱা ভক্তি মলক গীত শুনিবলৈ মন যায়

  • @rambhuyan4062
    @rambhuyan4062 Жыл бұрын

    ঈশ্বৰ আপোনালোকৰ সহায় হওঁক ।

  • @mantudas392
    @mantudas392 Жыл бұрын

    Good attempt to promote Namghosha among the devotees. Joy Guru Madhavdev.

  • @ashimhazarika2798
    @ashimhazarika2798 Жыл бұрын

    ৰাম কৃষ্ণ🙏🙏🙏🙏🙏 সুন্দ হৈছে।

  • @maheshbaroowa1974
    @maheshbaroowa19743 жыл бұрын

    অনিমা চৌধুৰীৰ কন্ঠ ইমান শুৱলা, মে শুনিলেই হিয়া মন জুৰ পৰি যায়। অশেষ ধন্যবাদ জনাইছোঁ। মহেশ বৰুৱা। কেদাৰ ৰোড। গুৱাহাটী। 🙏🙏

  • @gobindakalita8886

    @gobindakalita8886

    3 жыл бұрын

    Aadhyatmika bhabsampanna jeebar karone aisa paramrtha

  • @jadovgogoi1774
    @jadovgogoi17742 жыл бұрын

    ডঃ অমিয়া মেদেমৰ কন্ঠ অতি সুন্দৰ সুনিলে সুনি থাকিবলৈ মনজোৱা।

  • @manojkalita4515
    @manojkalita45155 ай бұрын

    Khub bhal lagil, Iman mitha maat, tate aru ghosha prarthona, Oti hundar Krishna🙏🙏🙏

  • @sarojinikalita6631
    @sarojinikalita66313 жыл бұрын

    বাইদেৱৰ কণ্ঠ এনেয়ে ভাল পাওঁ তাতে আকৌ নামঘোষা। কৃষ্ণ 🙏🙏🙏

  • @rinkymoniboruah5659

    @rinkymoniboruah5659

    3 жыл бұрын

    .

  • @bharatbaruah2130
    @bharatbaruah21303 жыл бұрын

    ভাল লাগিল নাম ঘোষাশু শুনি

  • @debajitborah1643
    @debajitborah16439 ай бұрын

    জয় গুৰু শংকৰ দেব জয় গুৰু মাধৱ দেৱ 🙏🙏🙏🙏

  • @rajumedhi2535
    @rajumedhi25352 жыл бұрын

    Xundor hoise Baa ...Bohut Bhal Lagise huni

  • @SDSongeet
    @SDSongeet Жыл бұрын

    Vary.nice Mam .You are My favorite Singer ❤❤❤

  • @ritubhuyan6622
    @ritubhuyan66223 жыл бұрын

    মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষা অনিমা বাইদেউৰ কণ্ঠত সোণত সুৱগা চৰাইচে। কৃষ্ণ।।।

  • @suladharhazarika7326

    @suladharhazarika7326

    3 жыл бұрын

    বৰ ভাল লাগিল

  • @Minubayan1
    @Minubayan1Ай бұрын

    সুন্দৰ হৈছে।❤

  • @durgeswarphukan8498
    @durgeswarphukan8498 Жыл бұрын

    অতি সুমধুৰ হৈছে ।কৃষ্ণ

  • @gitanjalipathak1375
    @gitanjalipathak13755 күн бұрын

    কৃষ্ণ কৃষ্ণ 🙏 সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏

  • @bhumitadevi8891
    @bhumitadevi88913 жыл бұрын

    বাইদেউ প্ৰনাম🙏🙏🙏

  • @subheswarisonowal5159

    @subheswarisonowal5159

    3 жыл бұрын

    🙏🙏❤

  • @subheswarisonowal5159

    @subheswarisonowal5159

    3 жыл бұрын

    Pranam

  • @PubgGamer-wy5rt
    @PubgGamer-wy5rt3 жыл бұрын

    Morning Zuni. Val lage

  • @gouripravadas7435
    @gouripravadas7435 Жыл бұрын

    Bahut bhal lagil baidew manto shat pai gal Krishna 🙏🙏🙏🙏

  • @somnathsaikia7515
    @somnathsaikia751511 ай бұрын

    বৰগীত ফাকী ভগৱানক অৰ্পন তেওঁক সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🕉️🕉️

  • @ranjitchaliha5708
    @ranjitchaliha57083 жыл бұрын

    Tumi sarba sakhi parthanati sunila bhaktira gad gad hai jai.bhaktir sakulo olai. Baki parthana sakalo ati uttam haisa.

  • @pradipgogoi3182
    @pradipgogoi31822 жыл бұрын

    কৃষ্ণ, কৃষ্ণ,ৰাম, ৰাম। ঈশ্বৰক ধন্যবাদ জনাইছো।

  • @maheshtalukdar4820
    @maheshtalukdar48209 ай бұрын

    bohut bhal lage enekua prarthona suni.

  • @nirupomabora3413
    @nirupomabora34133 жыл бұрын

    কৃষ্ণ কৃষ্ণ ৰাম কুশলে ৰাখক ।

  • @leenadowarah3319
    @leenadowarah33195 күн бұрын

    আপোনাৰ মৌ বৰষা কণ্ঠত সোপাল গোবিন্দ যদু নন্দন শুনিবলৈ আশা কৰিলো । লগতে এটি প্ৰসঙ্গ । কুশল কামনা কৰিলো। কৃষ্ণ! কৃষ্ণ-!!

  • @leenadowarah3319

    @leenadowarah3319

    5 күн бұрын

    গোপাল গোবিন্দ য়যদু নন্দন

  • @krishnaborah8618
    @krishnaborah86182 жыл бұрын

    সুন্দৰ আপোনাৰ সুৰ সচা সুমধুৰ মই সদায় শুনো ।

  • @mayuriborkataky1393
    @mayuriborkataky13933 жыл бұрын

    অতি সুমধুৰ কণ্ঠ আৰু কন্ঠস্বৰ অনন্য ‌, প্ৰতিটো শব্দৰ উঢ্চৰণৰ শৈলী আকৰ্ষনীয় । হিয়া চুই য়ায় ।

  • @tikendrakrnath6953

    @tikendrakrnath6953

    3 жыл бұрын

    Otisay rhidoysporshi hoiche,Krishna.

  • @ajoykalita7918
    @ajoykalita79182 жыл бұрын

    Bhal lagil 🌸🌸🌸

  • @pabitranath9434
    @pabitranath94343 жыл бұрын

    Sai Val lagil .bohut Val hoise. Aru jate Ane video pau

  • @assamcultureltune8443

    @assamcultureltune8443

    3 жыл бұрын

    কৃষ্ণ বাপ

  • @ranjitkumargogoi1275
    @ranjitkumargogoi12752 жыл бұрын

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ বাইদেউ ।

  • @ajitdas9889
    @ajitdas9889Күн бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @kamruptourism4992
    @kamruptourism4992 Жыл бұрын

    ।। ৰাগঃ শ্যাম।। তালঃ পৰি।। ধ্ৰুং।। পৰভাতে সুমৰোঁ গোৱিন্দ হৃষীকেশ। চিদানন্দ মূৰুতি কপট গোপবেশ।। পদ।। সত্য-সনাতন নিত্য নিৰঞ্জন দেৱা। অনাদি অনন্ত যোহি বিনে নাহি কেৱা।। সোহি প্ৰভু নাম ধৰে নন্দকু-নন্দন। কৰোঁ পৰভাতে তযু চৰণ বন্দন।। সনক সনন্দ যোগী যাহাকু ধিয়ায়। সকল নিগমে যাকু বিচাৰি নাপায়।। চতুৰ বয়ন, ভৱ, কৰু যাক সেৱা। গোপ-নন্দ ভৱনে বেকত সোহি দেৱা।। অৰুণ নয়ন নখ অৰুণ বৰণ। অৰুণ অধৰ চাৰু অৰুণ চৰণ।। নীলমণি নিভ তনু এ জগ-জীৱন। কহয় মাধৱ গতি নন্দকু নন্দন।।

  • @kalpanabordoloi2707
    @kalpanabordoloi2707 Жыл бұрын

    Joi sri krishna. Joi krishna gur

  • @kalpanabhuyansaikianlp8709
    @kalpanabhuyansaikianlp87093 жыл бұрын

    বৰ ভাল লাগিল বাইদেউ 🙏🙏🙏

  • @babulhazarika5192

    @babulhazarika5192

    2 жыл бұрын

    ৰাতিপুৱাটো সুন্দৰ লাগিল

  • @MitaliHazarika-xj3pc
    @MitaliHazarika-xj3pc7 күн бұрын

    Krishno krishno krishno❤

  • @purnimagogoi5807
    @purnimagogoi58078 ай бұрын

    Apunar voice bor hundor

  • @gobindasaikia9028
    @gobindasaikia9028 Жыл бұрын

    Jai shree krishna

  • @gajenborah-ee8yl
    @gajenborah-ee8ylАй бұрын

    Krishna Baidu Nam ghoshya Bhaug borval lageel ❤

  • @rumibora1051
    @rumibora10513 жыл бұрын

    বহুতো সৰল সূনদৰ ৰসাল হৈছে। ভাল লাগিল।

  • @aikankalita6733

    @aikankalita6733

    3 жыл бұрын

    Baahhut madhur hoiisee. Krishna krishna

  • @naniborah2089
    @naniborah20895 ай бұрын

    বৰ সুন্দৰ, ভাল লাগিল🙏 কৃষ্ণ🙏

  • @atulkalita3030
    @atulkalita30303 жыл бұрын

    Good morning Dr. Anima Chowdhuri Baidew.

  • @krishnaborah8618
    @krishnaborah86182 жыл бұрын

    কৃষ্ণ আই প্ৰভাতী সেৱা নিবেদিছো কৃষ্ণ

  • @bichitrabhuyan1745
    @bichitrabhuyan17453 жыл бұрын

    Ati madhur baidewr chiraparichita kantha

  • @4zover16
    @4zover163 жыл бұрын

    Sundar hoise, Joi Shri Krishna

  • @dipalidevi507
    @dipalidevi5073 жыл бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু । পূৱাতে আপোনাৰ নামঘোষা ভাগ শুনি মন প্ৰাণ শান্ত হৈ পৰিল । কৃষ্ণ কৃষ্ণ ঈশ্বৰ ৰ শ্ৰী চৰণত সেৱা জনাই আপোনাৰ চৰণতো দাসীয়ে সেৱা নিবেদিছো । কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @jotinborahnorthlakhimpur4212

    @jotinborahnorthlakhimpur4212

    2 жыл бұрын

    Nice

  • @amulyakumarpathak7617
    @amulyakumarpathak76177 ай бұрын

    সুন্দৰ অতি সুন্দৰ

  • @Jyotishman_borah_869
    @Jyotishman_borah_8699 ай бұрын

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @himanibanikya8168
    @himanibanikya8168 Жыл бұрын

    VERY2 nice Godbless u

  • @ledipboruah7301
    @ledipboruah73013 жыл бұрын

    SuModhur gan ,sunile mon prabitra hoi jai.

  • @anushkaentertainment5464
    @anushkaentertainment5464 Жыл бұрын

    সুন্দৰ বাইদেউ

  • @meghalibaruah9618
    @meghalibaruah96183 жыл бұрын

    বহুত ভাল লাগিল মাধবদেৱৰ নামঘোষাই আপোনাৰ সুৰ তালত নতুন কৈ প্রাণ পোৱাৰ বাবে আগলৈ আৰু শুনিব পাম বুলি আশাৰে বাট চালো

  • @daisyrabha2343
    @daisyrabha23433 жыл бұрын

    Oti xundor🙏🙏 Krishna

  • @ajitsaloi5253
    @ajitsaloi52533 жыл бұрын

    এনেকুৱা কণ্ঠ আৰু নপাম নেকি ।বাইদেউৰ দীৰ্ঘ য়ু কামনা কৰিলোঁ ।

  • @anjugogoi3419
    @anjugogoi34193 жыл бұрын

    Val lagil baidow

  • @bvlogs3655
    @bvlogs36553 жыл бұрын

    Khub khundor.. Krishna.Ram

  • @umeshchandradutta9187
    @umeshchandradutta91872 жыл бұрын

    Anima baideo r bhaktimulak geet bur xuni bor bhaal lage.xuni thakibor man jai.Oti bitupon.

  • @pradipgogoi3182
    @pradipgogoi3182 Жыл бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @pujahajarika9687
    @pujahajarika9687 Жыл бұрын

    Kishno prabhu 🙏🙏💗

  • @robinchandrakalita6271
    @robinchandrakalita62713 жыл бұрын

    অনিমা চৌধুৰী বাইদেউৰ কণ্ঠৰ তুলনা নাই । বাইদেউ আপোনালৈ অশেষ ধন্যবাদ থাকিল ।

  • @ratulnath5498
    @ratulnath5498 Жыл бұрын

    Very good song and voice 👏

  • @nipakshimahanta9848
    @nipakshimahanta98483 жыл бұрын

    ভাল লাগিল বাইদেউ🙏🙏🙏

  • @diliptalukdar5810
    @diliptalukdar5810 Жыл бұрын

    It is amazing, there is nothing any comments,

  • @bhubanranjanmalimali118
    @bhubanranjanmalimali1182 жыл бұрын

    Baideo long live,Assamese folk cultur let be flowerised by you. Bhuban Ranjan

Келесі