Nahiba Ubhoti - Tanmoy Saikia & STANNiUM | OLONGKAAR (Official Music Video)

Музыка

নাহিবা উভতি আকৌ এবাৰ
কান্দিব নোৱাৰোঁ প্ৰতিবাৰ
তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই |
□ Audio Credits :
Lyrics/ Composition/ Vocals :- Tanmoy Saikia
Music/ Mixing & Mastering :- STANNiUM
Guitars:- Subha Das
□ Video Credits
Direction and Concept by Aniruddha Barua
Cast: Tanmoy Saikia and Queen Bharali
Production house - Bapukon Films
Cinematography: Aniruddha Barua
Editing: Amlan Jyoti Rajkhowa
Colour Grading: Mionwang
Art Direction: Chandan Deka
Drone: Krishanku Bidyarthy
Camera AC: Krishanku Bidyarthy
Executive Producer: Rony Borborah
Production: Chandan Deka
Cover Art - Kavyashree Gogoi
MUA: Akash gogoi
Lights: Abul da/Ritu
Light boy: Pulak Nath/Rubul da
Camera Attendent: Abhi/Bichitra
Spot Boy : Sofique
Special Thanks - Pankaj Dhekialphukan
Dhritishman Saikia
Neel Akash Borah
Roma Paul
Guwahati Heights
Riddhi's little cookhouse
□ Connect with artists :
Tanmoy Saikia : / _tanmoy.saikia_. .
STANNiUM : stanniummusic?u...
#NahibaUbhoti #Olongkaar #TanmoySaikia #STANNiUM

Пікірлер: 7 000

  • @officialsumkikachari
    @officialsumkikachari4 ай бұрын

    নাহিবা উভতি আকৌ এবাৰ কান্দিব নোৱাৰোঁ প্ৰতিবাৰ তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই 🥺

  • @gimeabhi46

    @gimeabhi46

    4 ай бұрын

    Bakoli

  • @Deep__jyoti

    @Deep__jyoti

    4 ай бұрын

    Beharbari t jaol ba

  • @RashmiAlchiary-22

    @RashmiAlchiary-22

    4 ай бұрын

  • @RanaDeka830

    @RanaDeka830

    4 ай бұрын

    😲 wow Bakoli 👌

  • @user-nk9te9no1u

    @user-nk9te9no1u

    4 ай бұрын

    নাহিবা উভতি আকৌ এবাৰ ☺️ কন্দিব নোৱাৰোঁ প্ৰতিবাৰ 😫😭 তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই 😔💔😫

  • @savageharpal
    @savageharpal4 ай бұрын

    Damnnnn .. the best team here!

  • @nogapk5004

    @nogapk5004

    4 ай бұрын

    Harpal da ki khobor

  • @isntavailable8538

    @isntavailable8538

    4 ай бұрын

    Um bhal bhal tur ko🙄🙄

  • @lawyersonowal9704

    @lawyersonowal9704

    4 ай бұрын

    Lol

  • @Rajj496

    @Rajj496

    3 ай бұрын

    Kla tur video lge tur fanny video sabo loi asu joldi daa❤

  • @antarikhhandique2599

    @antarikhhandique2599

    3 ай бұрын

    Fota English Mari nijoke bor gyani buli bhabo nijor matri bhakha tuk dhori thakibo nuaru

  • @Dip444-ro5cf
    @Dip444-ro5cf2 ай бұрын

    Bht bht vl lagil gaan tu....aru xokolua tonmoy dar babe ata like kori jua 😍

  • @its_arradhyaa_07
    @its_arradhyaa_072 ай бұрын

    Kune Kune tanmoy Saikia r big fan Jodi big fan like ata kori dibo❤️

  • @chayamonivlogar

    @chayamonivlogar

    Ай бұрын

    Moi

  • @user-nh4kn1fh6f

    @user-nh4kn1fh6f

    Ай бұрын

    Moiii

  • @its_arradhyaa_07

    @its_arradhyaa_07

    Ай бұрын

    @@user-nh4kn1fh6f osm😘

  • @Yell.__.313

    @Yell.__.313

    15 күн бұрын

    Moi❤

  • @nayanikabordoloi1770
    @nayanikabordoloi17704 ай бұрын

    শব্দবোৰৰ মহত্ব সেইসকলে বুজিছে যিসকলৰ প্ৰেম আধৰুৱা হয় ৰল 🍀

  • @saratsut6175

    @saratsut6175

    3 ай бұрын

    Right

  • @DC-mk5wf

    @DC-mk5wf

    3 ай бұрын

    Thik dada bukukhon sui goise o hobdobure

  • @jitumonikonwar2526

    @jitumonikonwar2526

    3 ай бұрын

    Hosa kotha dada😢

  • @kailyan3905

    @kailyan3905

    3 ай бұрын

    Right Brother 💔

  • @user-qn8xw9et3b

    @user-qn8xw9et3b

    3 ай бұрын

    💔

  • @dhunphukan3990
    @dhunphukan39903 ай бұрын

    3:47 গানটো লিখাজনে ভালদৰে বুজে যে এবাৰ হেৰুৱা ভালপোৱাক আকৌ এবাৰ হেৰুৱালে কেনে অনুভৱ হয় । Lot's of love ❤

  • @SunnySingha_0

    @SunnySingha_0

    3 ай бұрын

    🥲

  • @manashsaikia9926

    @manashsaikia9926

    3 ай бұрын

    Same condition kali Mur lgt hol oo 1 years relationship moi Kun ki hoy Buji napalu oo 💔😭🥀

  • @rimjhimdutta1722

    @rimjhimdutta1722

    3 ай бұрын

    😢

  • @ankitachangmai5293

    @ankitachangmai5293

    3 ай бұрын

    🥺😫

  • @januuu2266

    @januuu2266

    3 ай бұрын

    Oh thik koise

  • @monujko7820
    @monujko7820Ай бұрын

    Jihokolr breakup huwa nai tothapiu aii gan tu huni ase...tahati like kori juwa 😅😅

  • @SibaniBorah-yw8rs
    @SibaniBorah-yw8rsАй бұрын

    হিয়াই উচুপি উঠিল 🥺 ....... হৃদয় স্পৰ্শ কৰি গৈছে💔🥺

  • @PompiPriyaYogi
    @PompiPriyaYogi4 ай бұрын

    উফ্ কি কম!! মাথোঁ শব্দবোৰে হৃদয় চুই গৈছে।।। 🙂🥀❤

  • @dipakkormokar7528
    @dipakkormokar75282 ай бұрын

    নাহিবা উভতি আকৌ এবাৰ কান্দিব নোৱাৰোঁ প্ৰতিবাৰ তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই। Best motivational line

  • @user-vr5ok2sm3w

    @user-vr5ok2sm3w

    2 ай бұрын

    Bro nit it's motivational

  • @deepamoninath2003
    @deepamoninath20032 ай бұрын

    একুৰা জ্বলন্ত জুই বুকুত জ্বলি উঠিছে পুৰি নিলে তোমাৰ প্ৰতি থকা মৰম সান্তনা হীন বুকুত আজি ৰণৰ অনুৰণ আৰু নো কিমান খহিম আজি হেৰাও নিজক Uff eii line keita hridoy sui jai❤️❤️

  • @bikashphokon2333
    @bikashphokon23332 ай бұрын

    Kona Kona vol pow tonmoy saika like kora❤❤❤❤

  • @nandini2684
    @nandini26843 ай бұрын

    গানটো উলিওৱা দিনৰ পৰা আজিলৈকে ৫০০ বাৰতকৈ অধিক শুনিছো । সচাঁকৈ মনত জ্বলি থকা জুইকুৰাৰ লগত মিলা প্ৰত্যেকটো শব্দ।হৃদয় চুই গৈছে । তোমাৰ কণ্ঠত যাদু আছে তন্ময় ❤ এনেকৈ আগুৱাই যোৱা।❤❤❤

  • @Trishna...999

    @Trishna...999

    3 ай бұрын

    Hoine

  • @user-nj2tc2ct6v

    @user-nj2tc2ct6v

    3 ай бұрын

    moi u bht barr xunisu xsa koi😢 gan tu ye bht xanti diye

  • @user-nj2tc2ct6v

    @user-nj2tc2ct6v

    3 ай бұрын

    bhai ru sge Breckup hoisile xeitu karone emn bhuniya koi amr feelings bur bujise. jun jone bujib lgisil teu ye buji npale . teu k beleg ejon r lgt dekhi 😢mn tu ye bht kandise jun jon manuh gutei hibor lgt thakib bli koisile teu aji blg ejon lgt

  • @januuu2266

    @januuu2266

    3 ай бұрын

    অ সঁচা দেই গানটোৰ প্ৰতিটো শব্দই মন চুই গল । গানটো ওলোৱা পৰা 500বাৰ অৰ বেছি হল শুনা । যিমান সুনিলেও হেঁপাহ পলুৱাই নাযায় । বহুত ভাল পাওঁ গান2❤

  • @rekhaborgohain5527

    @rekhaborgohain5527

    3 ай бұрын

    same

  • @rupeducational4093
    @rupeducational40934 ай бұрын

    কোনোবাখিনিত নিজৰ মনৰ ভিতৰত অহৰহ চলি থকা কাহিনীটোকেই বিচাৰি পোৱা যেন লাগিল..দুচকু সেমেকি গ'ল..খুব ধুনীয়া সৃষ্টি❤

  • @pujadevi237

    @pujadevi237

    3 ай бұрын

    Sem bro 😢

  • @sidharthboruah1329

    @sidharthboruah1329

    3 ай бұрын

    Right😢❤

  • @Unpopular_gurll._
    @Unpopular_gurll._2 ай бұрын

    If in this song tanmoy da will like than i will always listen this song......🙃 Aru jetia moi like pam moi tetia a “nahiba ubhoti” gaan tu huunim..👍🏻 Lots of love from BNC.....💗🌷

  • @Tridisha_senapoti
    @Tridisha_senapoti2 ай бұрын

    "দিন পোহৰৰ নাই মোৰ খবৰ চাৰিওপিনে আছে এন্ধাৰ ৰখি.. একুৰা জ্বলন্ত জুই বুকুত জলি উঠিছে পুৰি নিলে তোমাৰ প্ৰতি থকা মৰম....।।"🥺🌷

  • @abhirajofficial1333
    @abhirajofficial13334 ай бұрын

    শব্দই ব্ৰহ্ম, শব্দই সৃষ্টি ❤। প্ৰতিটো শব্দই অন্তৰ চুই গ'ল 🥺❤️

  • @bidyutgogoi2094

    @bidyutgogoi2094

    2 күн бұрын

    Nh😊

  • @DhritikamalSarmah-dm3cg
    @DhritikamalSarmah-dm3cg4 ай бұрын

    🙂আজি তুমি কাষত নহ'লে বাৰে বাৰে হিয়াই উচুপে কিয় কৰি গ'লা কাহিনী "আধৰুৱা"!! নাহিবা উভতি আকৌ এবাৰ কান্দিব নোৱাৰো প্ৰতিবাৰ 🙂❤️ New Blockbuster of Tanmoy Saikia❤️

  • @arupsoh6719

    @arupsoh6719

    4 ай бұрын

  • @MainuMahanta-qb7yg
    @MainuMahanta-qb7yg14 күн бұрын

    সঁচাকৈ গানটো মোৰ বহুত প্ৰিয় হৈ গল .......নিজৰ মনৰ কথাখিনি গান টোৰ দ্বাৰা প্ৰকাশ হৈছে..... উফ্ কি সান্ত্বনা দিয়ে এই গানটো.... কব গলে এইটো এটা কেৱল গান নহয়,,,,,, এখন ভাঙি যোৱা হৃদয়ত চলি থকা কথা 😢😢😢😢💔💔

  • @KeshabLahkar
    @KeshabLahkar2 ай бұрын

    Tanmoy saikia superman❤️❤️Iam also his frinde❤❤

  • @shiddhartha_Gautam_
    @shiddhartha_Gautam_4 ай бұрын

    Tanmoy Saikia fan's assemble here 🙋❤️

  • @user-jf5wv5hq4u

    @user-jf5wv5hq4u

    4 ай бұрын

    Yes sir

  • @KESHABNGTE

    @KESHABNGTE

    4 ай бұрын

    Viral hobo itu gaan Tanmoy soikia is not only a singer He feeling

  • @S_32_gamer

    @S_32_gamer

    4 ай бұрын

    Yes bro

  • @jyotibikashbora9232

    @jyotibikashbora9232

    4 ай бұрын

    🎉

  • @user-upasana

    @user-upasana

    4 ай бұрын

    Yeah 👀

  • @shamarborgohain5138
    @shamarborgohain51384 ай бұрын

    কিছুমান গান মোবাইলত নহয় হৃদয়ত বাজে আজি তুমি কাষত নহ’লে বাৰে বাৰে হিয়াই উচুপে কিয় কৰি গ’লা কাহিনী আধৰুৱা ❤

  • @user-tp7xc5gp6k
    @user-tp7xc5gp6kАй бұрын

    , যেতিয়া ভাব ম‌‌ই অকলসৰিয়া 🥺তেতিয়া এই গীতটো এবাৰ সুন 😔

  • @prapsthetic
    @prapsthetic2 ай бұрын

    Mark my words, he's gonna create history one day. Assamese music industry is blessed to have you. ❤

  • @dhunu2529
    @dhunu25293 ай бұрын

    Ufff...... তোমাৰ কণ্ঠত যাদু আছে ❤️📌 হৃদয় চুই গৈছে প্ৰতিটো শব্দই 😌🔪

  • @bornalirabha7469

    @bornalirabha7469

    3 ай бұрын

    Hmmm

  • @Mukundaaxom5x
    @Mukundaaxom5x3 ай бұрын

    উফ্ কি কম ! মাথোঁ শব্দবোৰ হৃদয় চুই গৈছে ।।। 🙁❤️❤

  • @DipankshiKalita
    @DipankshiKalita3 сағат бұрын

    Heart touching song.......... ❤❤ nahiba ubhti aku abar tmi bine thakib parim moiu jiyai❤❤😢😢😢

  • @Lofi_musical05
    @Lofi_musical052 ай бұрын

    শীৰে শিৰে বৈ যোৱা গান বহুত ভাল লাগে আপোনাৰ গানটো শুনি । আপোনাৰ গান টো বাৰে বাৰে শুনি থাকিব মন যায়😊✨

  • @Runjun992
    @Runjun9924 ай бұрын

    সময়বোৰ পাৰ হৈ যায়... মাথো ৰখি যায় স্মৃতিবোৰ 🙂❤️

  • @musicborah65

    @musicborah65

    4 ай бұрын

    আৰু যদি তাইৰ নাম স্মৃতি হয়

  • @Runjun992

    @Runjun992

    4 ай бұрын

    @@musicborah65 তেতিয়া গোটেই কাহিনী স্মৃতিতেই বৈ যাব....

  • @lostvibeee

    @lostvibeee

    4 ай бұрын

    ​@@musicborah65 তেতিয়া, মোৰ স্মৃতিৰ মিউজিয়ামত তাইৰ নাম টো ডাঙৰ কৈ লিখি থ'ম!

  • @ulubarilittlestar2663

    @ulubarilittlestar2663

    4 ай бұрын

    ​@@Runjun992wow ❤

  • @jimikalitajimikalita3381
    @jimikalitajimikalita33814 ай бұрын

    হিয়াই সঁচাকৈ উচুপি উঠিল........ হৃদয় চুই গল ❤.... আজি তুমি কাষত নহলে....❤

  • @HiyamaniKalita-kz9oh
    @HiyamaniKalita-kz9ohАй бұрын

    15bar koi uport khunilo eto song 🥺♥️ love from goreswar

  • @danielcross1632
    @danielcross1632Ай бұрын

    Tanmoy,Sankhuraj, sannidhya the new era of Assamese music industry ❤

  • @user-cq3vj7nq9q
    @user-cq3vj7nq9q3 ай бұрын

    মনৰ দুখ বোৰ চকুপানী হৈ ওলাই যোৱাত এই গান টোৱে সহায় কৰিলে।❤❤

  • @Rajj496

    @Rajj496

    3 ай бұрын

  • @minivlogswithanaya

    @minivlogswithanaya

    3 ай бұрын

    😢

  • @manjitdutta9136

    @manjitdutta9136

    3 ай бұрын

    Ekdm Xosa

  • @Ronikavlogs-gp4ez

    @Ronikavlogs-gp4ez

    3 ай бұрын

    Right🥺💔

  • @Ronikavlogs-gp4ez

    @Ronikavlogs-gp4ez

    3 ай бұрын

    Umm right

  • @Kowshikgogoi.travel
    @Kowshikgogoi.travel4 ай бұрын

    Ufff❤❤❤এনেকুৱা লাগিলে যেন মোৰ মনৰ ভিতৰৰ কথাখনি a যেন গান আকাৰে প্ৰকাশ কৰিছে। প্রতিটো শব্দত এক অনুভূতি সোমাই আছে। Uff।।।।।

  • @Xrong355

    @Xrong355

    3 ай бұрын

    Sumukon trazadi hoisa ni 🥲🤣

  • @soniyasaha588
    @soniyasaha5882 ай бұрын

    গানটো শুনিব ভয় লাগে...... মনত সজোৱা হেজাৰ সপোন বোৰ ভাঙি পানী হৈ চকুৰে ওলাই আহে.....🙂💔

  • @biswajitbaruah2831
    @biswajitbaruah2831Ай бұрын

    এক সপ্তাহৰ পৰা এই গানটো দিনে ৰাতি শুনি আছো। মোৰ প্ৰিয় গানৰ ভিতৰত এটা। গান আৰু music বৰ বেলেগ হৈছে। Superb, outstanding, mind blowing.

  • @ajstatus1031
    @ajstatus10313 ай бұрын

    অসমৰ বহু নামী দামী গায়কৰ গানে এই গানৰ লগত ফেৰ মাৰিব নোৱাৰে । উফ কি সুন্দৰ এইবোৰ হে গান ❤❤।

  • @nipusaikia2938

    @nipusaikia2938

    3 ай бұрын

    🔥bro

  • @user-qj1tt8ce8n

    @user-qj1tt8ce8n

    3 ай бұрын

    Zubin da main❤

  • @ruminath5926

    @ruminath5926

    2 ай бұрын

    No

  • @pankajgamingpoint1528

    @pankajgamingpoint1528

    2 ай бұрын

    Zubeen Da bro

  • @user-sc8gh6io3g

    @user-sc8gh6io3g

    2 ай бұрын

    Balor gan moy nuhunoye eibilak gan.. pramot pora Manu bore eibilak gan khub besi Val pay..

  • @purabidutta1759
    @purabidutta17594 ай бұрын

    ক'বলৈ একো বিচাৰি পোৱা নাই, গীতটিৰ প্ৰতিটো শব্দ মাথোঁ অনুভৱ কৰিছো। বহুত বেছি ভাল লাগিল।তোমাৰ প্ৰতিটো গীত সদায় প্ৰিয়।♥️❣️♥️

  • @roopteramastana1744
    @roopteramastana174428 күн бұрын

    Mere pass koie shabd nhi hain explain krne ke liye...me sirf itna kahunga .. wow ! Wow! Adbhut...🔥🔥🔥🔥🔥🔥❤️❤️❤️❤️

  • @Toxic_Boy313
    @Toxic_Boy3132 ай бұрын

    Tonmoy Saikia is fire 🔥🔥

  • @Utpalofficial01
    @Utpalofficial013 ай бұрын

    Respect button for Tanmoy ✅✅✅✅✅

  • @2.0940
    @2.09404 ай бұрын

    ভালপোৱা ভাল লগা হৈ ৰৈ গ'ল 🥺💐 মাথোঁ ম্ম্ তি হৈ ৰৈ গল ।।।😭🙇🏿‍♀️

  • @Riyaaaaa486
    @Riyaaaaa48621 күн бұрын

    গানটোৰ প্ৰতিটো শব্দ মানুহৰ হৃদয় চুই গৈছে ❤❤

  • @haamimahmed5474
    @haamimahmed547421 күн бұрын

    আমাৰ দিনত এনে গান শুনা নাছিলোঁ। এনেকুৱা প্ৰতিভাৰ অভাৱ আছিল হয়তো। উঠি অহা প্ৰজন্মৰ এনে বোৰ প্ৰতিভা ওলাই আহিছে, ভাল লাগিছে। ব্যতিক্ৰম music, ব্যতিক্ৰম সুৰ, powerful music!!!! শুভেচ্ছা থাকিল তন্ময় আৰু সংগী বৃন্দক।

  • @Nityarabha2024
    @Nityarabha20243 ай бұрын

    আহিবা উভতি আকৌ এবাৰ থাকিব নোৱাৰোঁ এতিয়া জীয়াই তুমি বিনে নোৱাৰিম থাকিব জীয়াই🥺💝

  • @pronaychetia4634

    @pronaychetia4634

    2 ай бұрын

    I love you😘❤😘😘❤❤❤❤😊🥰🥰🥰

  • @RabiyaBegum-me5zo

    @RabiyaBegum-me5zo

    2 ай бұрын

    🎉❤😊​@@pronaychetia4634

  • @guddurock1883

    @guddurock1883

    2 ай бұрын

    Nice ❤❤

  • @SangitaKalita-rd2xx
    @SangitaKalita-rd2xx2 ай бұрын

    গানটিৰ প্ৰতিটো শব্দই হৃদয় চুই গৈছে 🥺

  • @Puspita524
    @Puspita5242 ай бұрын

    বহুত ভাল লাগিছে এই গানটো শুনি ❤️চিৰ জিৱনৰ কথা দিছিলা ❤ এই কন শুনি বেছি ভাল লাগে ❤❤nice song by happened ❤❤❤

  • @user-up6eb3bl5q
    @user-up6eb3bl5q21 күн бұрын

    গানটো শুনি ভাল লাগিল💯🥰। গানটোৰ প্রতিটো শব্দই হৃদয় চুই গৈছে🥺

  • @user-fj9kt9te4k
    @user-fj9kt9te4k4 ай бұрын

    After this he proved that he can do any genre, beyond that he can do legit acting. What a guy you’re Tanmoy. Words are less to describe this masterpiece, take a bow. ASSAMESE INDUSTRY IS HEALING ❤️‍🩹

  • @firozkhanr4173
    @firozkhanr41733 ай бұрын

    কোনোবাখিনিত নিজৰ মনৰ ভিতৰত অহৰহ চলি থকা কাহিনীটোকেই বিচাৰি পোৱা যেন লাগিল..দুচকু সেমেকি গ'ল.. প্রতিটো শব্দই হৃদয়ত চুই গৈছে শব্দবোৰৰ মহত্ব সেইসকলে বুজিছে যিসকলৰ প্ৰেম আধৰুৱা হয় ৰল | মনৰ দুখ বোৰ চকুপানী হৈ ওলাই যোৱাত এই গান টোৱে সহায় কৰিলে।

  • @pubaliGogoi-gr7wg

    @pubaliGogoi-gr7wg

    3 ай бұрын

    Exactly...

  • @user-gm1mk9vs3i
    @user-gm1mk9vs3iАй бұрын

    Uffff গানটির প্রতিটো শব্দ মোর হৃদয় চুইছে ।😔😔

  • @baspedoley7728
    @baspedoley77284 ай бұрын

    মিচা কথা দি আজুৰি আনিছিলা .. মোক প্রেমৰ মায়াত ... মন চুই গ'ল.... 🤍🫠

  • @uniqueassamesegirlfromuld5561
    @uniqueassamesegirlfromuld55613 ай бұрын

    যেতিয়াই মনটো বেয়া লাগে tonmoy dar গানটো শুনি ভাল লাগে।।। love you dada my fvrt singer ❤❤😊😊😊❤❤❤

  • @NTORQRIDE-jw5uq
    @NTORQRIDE-jw5uq2 ай бұрын

    Dil pe lag geya yar. .......... 100 bar se bhi upar suna a gana

  • @villianjjd
    @villianjjd5 күн бұрын

    Siro Jibonor Kotha disila Kotenu herala tumi😢 this line uff 😢hidoy khn sui gol 😢

  • @sanjivanigoswami4193
    @sanjivanigoswami41934 ай бұрын

    That little boy, dancing and singing between our circle of childhood, now became a Fabulous Artist. My teary eyes could feel you and i got goosebumps. Whatta video, whatta a lyrics. No words🥹🤍 You make us proud Sunny. Lots of love from Sikimiki Ba, Jumi Pehi & Peha❤ Love you & bless you🙌

  • @biplabroktim1210
    @biplabroktim12103 ай бұрын

    তন্ময় শইকীয়াৰ এইটো গান তেওঁৰ এতিয়া লৈকে শুনা সকলোতকৈ বেষ্ট অফ বেষ্ট গান হব ...... Vibes ..... Lyrics ..... Acting ..... Music ..... Next level❤❤🔥🔥😎😎

  • @GitanjaliSaharia-wr5xi

    @GitanjaliSaharia-wr5xi

    2 ай бұрын

    Yes,,

  • @SiddharthaSaikia1995
    @SiddharthaSaikia1995Ай бұрын

    Great adaptation of one sided love! Lead guitar was eargasm. I say bring back rock n roll.

  • @thebigcatlover
    @thebigcatlover2 ай бұрын

    This song is running on a loop in my playlist since last week, keep them coming ❤

  • @user-zj3qt5kr8m
    @user-zj3qt5kr8m3 ай бұрын

    তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই 😢🥺❤ বহুত ভাল লাগিল শুনি

  • @durlovsaikia25
    @durlovsaikia254 ай бұрын

    I am just leaving this comment so that whenever someone likes it I will hear this beautiful song once again. It will be in my memories forever , somethings just stays deep down this one like that only .💖💝

  • @Butterfly_7890

    @Butterfly_7890

    3 ай бұрын

    Can you please translate the song for me

  • @tulikaboruah2016

    @tulikaboruah2016

    3 ай бұрын

    Owww❤❤❤

  • @BiswaBhai-rd8zo
    @BiswaBhai-rd8zo2 күн бұрын

    নাহিবা উভতি আকৌ এবাৰ ..কান্দিব নোৱাৰোঁ প্ৰতিবাৰ তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই..…. Heart ❤️❤️❤️ touching love it ❤😢😂❤

  • @crimso549
    @crimso5492 ай бұрын

    Bor dhunia gaan, beautifully sung, natun axomia sound nice music arrangements, guitar harmonies are great Keep growing, keep shining⭐✨ 👍

  • @dhonff3844
    @dhonff38444 ай бұрын

    কান্দিবৰ কাৰনে সুবিধা কৰি দিলা আৰু অলপ 😭💔

  • @mainimohan1891
    @mainimohan1891Ай бұрын

    ভাইতি তোমাৰ প্ৰতিটো শব্দই অন্তৰ চুই গল দেই😭😭😭😭😭🥰😍

  • @dipanjalisingha5848
    @dipanjalisingha58482 ай бұрын

    Keidinman agot aitu gaan vl lga nsil atiya aitu gaan mur priyo hoi gol krn mr breakup hoi gol 😐😓saikrne sage gaan tu mr hridoy sui gol 🙂💔

  • @noobmasteryt7898

    @noobmasteryt7898

    Ай бұрын

    Same 🥺😥

  • @dipantorpatar-ig7kp

    @dipantorpatar-ig7kp

    Ай бұрын

    Moi asu nohoi

  • @dipantorpatar-ig7kp

    @dipantorpatar-ig7kp

    Ай бұрын

    Photo mur nohoi atu mur vaiti

  • @arnoldboro3262

    @arnoldboro3262

    Ай бұрын

    Oh

  • @sumanale913

    @sumanale913

    Ай бұрын

    Turu lov is not sucees everyone boy nd girl 🥺💔😊

  • @BuddiesProduction2017
    @BuddiesProduction20174 ай бұрын

    💥🤜🏻 Bro 💥🔥

  • @bavrogaming6104

    @bavrogaming6104

    4 ай бұрын

    Next short film ketiya ahi ase

  • @hungry_gamer__

    @hungry_gamer__

    3 ай бұрын

    Short film lage❤

  • @Purojyotivlog

    @Purojyotivlog

    3 ай бұрын

    Aaaqa​@@hungry_gamer__

  • @sadikahmed01

    @sadikahmed01

    3 ай бұрын

    ❤❤​@@hungry_gamer__

  • @Abiutofficial

    @Abiutofficial

    3 ай бұрын

  • @assamesepoem2038
    @assamesepoem20384 ай бұрын

    ইয়াকে কয় অসমীয়াগীৰি অতি সুন্দৰ। ❤❤❤

  • @AmarjitBoro-vi8uj

    @AmarjitBoro-vi8uj

    4 ай бұрын

    Hbo khei karone tanmoy or live program besi sabo napaw

  • @mexxff4711

    @mexxff4711

    3 ай бұрын

    😂😂😂😂😂😂😂😂

  • @hopunbastob598
    @hopunbastob5982 ай бұрын

    জীৱনত চবে এবাৰ সলেউ প্রেমত পৰে। ❤😘

  • @hrishikesh12341
    @hrishikesh123412 ай бұрын

    Pura jui hoise gaan tu! 🔥🔥🔥 Fali disa be...

  • @nirjukalita5139
    @nirjukalita51394 ай бұрын

    সময় যায় ৰাখে মাথোঁ স্মৃতি বোৰ আমনি কৰিছে মোৰে দেহা 🫠✨🤍 মন চুই গ'ল .... ❤ #মৰমবিলোৱা

  • @PranabjyotiMahanta-ys3pw
    @PranabjyotiMahanta-ys3pw3 ай бұрын

    Tonmoy Dak bhal Puwa hokole ata like.

  • @rupahirabha1286
    @rupahirabha12864 күн бұрын

    Kmn bar j xaisu gan2...holeu hepah npolai..❤

  • @arupbarman410
    @arupbarman4102 ай бұрын

    Tanmoy Saikia fan,s assembly here

  • @sumibaruah1208
    @sumibaruah12084 ай бұрын

    চিৰ জীৱনৰ কথা দিছিলা ক'তেনো হেৰালা তুমি🥺❤️

  • @po1cl
    @po1cl4 ай бұрын

    "নাহিবা উভতি আকৌ এবাৰ কান্দিব নোৱাৰোঁ প্ৰতিবাৰ" গানটোৰ প্ৰতিটো শব্দই হৃদয়ভগা মানুহৰ বুকুত শূল হৈ বিন্ধিছে💔 বুকুত সাঁচি থোৱা অতীতৰ ঘাঁডোখৰ আকৌ সজীৱ হৈ উঠিল 🥹 ভালপোৱা মানুহজন হেৰাই গʼলে কেনেকুৱা লাগে সেয়া একমাত্ৰ হেৰুৱাজনেহে বুজে। প্ৰতিটো ৰাতি উজাগৰে কটাবলগীয়া হয় এদিন সকলো ঠিক হোৱাৰ অপেক্ষাত🤍✨ গানটো খুব ধুনীয়া হৈছে ধন্যবাদ এনেকুৱা এটা গান আমাক উপহাৰ দিয়াৰ বাবে🫂

  • @lilangel7705
    @lilangel770522 күн бұрын

    Dhuniya gaan ..... really..... heart touching lyrics ❤

  • @TiluKonwar-bg1vj
    @TiluKonwar-bg1vj5 күн бұрын

    Ai gan tu a hridoi... sui jaii 😌..

  • @user-nr4or3nf2o
    @user-nr4or3nf2o4 ай бұрын

    প্ৰতিটো শব্দই অন্তৰ ❤চুই গৈছে

  • @jacobphukan7023
    @jacobphukan70233 ай бұрын

    Suwali pasot anekuwa bostha hobole aru bohut manuh ru kam ase jibonot..Jibon bohut dagor bostu..Anei pelai diboloi😊

  • @ratulhack657
    @ratulhack65710 күн бұрын

    Moi bht kandilu ai gan2 huni jetia moi manuh jonik ari thoi ahilsilu ...big fan tanmoy da

  • @bikashboruah1036
    @bikashboruah10362 ай бұрын

    সঁচাই তোমাৰ কনথত যাদু আছে❤❣❣

  • @shasanksvlogs97
    @shasanksvlogs972 ай бұрын

    একোৰা জ্বলন্ত জুই বুকুত জ্বলি উঠিছে । uff.. eii line tu heart touching😌 বহুত সুন্দৰ❤ Hats off brother..

  • @chayanikagogoi9012
    @chayanikagogoi90123 ай бұрын

    সি মোক এৰি যাওঁতেও সিমান দুখ লগা নাছিল যিমান এই গানটো শুনিলেই বুকুখন খুন্দা মাৰি ধৰে😢

  • @Rajlimofficial
    @Rajlimofficial2 ай бұрын

    Kune Kune April ot huni asa gaan tu😊😊

  • @pnath2897
    @pnath28972 ай бұрын

    Great persons of Assam , gf nethakiu mon bea lagi jai mane keep it up bro ❤❤❤❤❤❤❤❤❤❤

  • @itz_rahul_deka_13
    @itz_rahul_deka_133 ай бұрын

    Kune kune relationshipt thakiu ei gan tu xuni asa 😂

  • @SoneswarDas-bo8gd

    @SoneswarDas-bo8gd

    3 ай бұрын

    Moi 😂

  • @rjcrazyfun6868

    @rjcrazyfun6868

    3 ай бұрын

    Moi

  • @nurfreefireyt

    @nurfreefireyt

    3 ай бұрын

    Hobo de boka suda🤡

  • @umeshrajbongshi6194

    @umeshrajbongshi6194

    3 ай бұрын

    Tor relationship t moi moti diu o

  • @nurfreefireyt

    @nurfreefireyt

    3 ай бұрын

    @@umeshrajbongshi6194 moiu moti dim 👽

  • @n.lakhimpurjhandique1302
    @n.lakhimpurjhandique13024 ай бұрын

    নাহিবা উভতি আকৌ এবাৰ ....ufff এইটো গানত বহুত মনৰ অনুভৱ, অনুতপ্ত , মনৰ কিছুমান বেদনা সোমাই আছে ... 🥰😊‌lovely

  • @anidas1060
    @anidas10602 ай бұрын

    Great lyrics..... Composition.... ❤❤❤❤ love form Jalpaiguri....

  • @anuwarkhan7905
    @anuwarkhan79052 ай бұрын

    নাহিবা উভতি আকৌ এবাৰ কান্দিব নোৱাৰোঁ প্ৰতিবাৰ তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই😊😊

  • @pratukhakonwar7423
    @pratukhakonwar74234 ай бұрын

    প্ৰতিটো শব্দই হৃদ়য়ত চুই গৈছে ❤

  • @INJAOFFICIAL767

    @INJAOFFICIAL767

    3 ай бұрын

    😌👍

  • @SuksanAly
    @SuksanAly2 ай бұрын

    I'm proud to be Assamese ❤

  • @pujadas3435
    @pujadas34352 ай бұрын

    Love from nagaon bro ..amazing voice have u r..god bless u bro

  • @Tishanchhetrynepalikoxoro
    @Tishanchhetrynepalikoxoro2 ай бұрын

    Ki gan ase o ❤ay gan suni aneka feeling auhe hy pahoriba khujile o nowaru 🥺❤👍

  • @atau-boh1166
    @atau-boh11664 ай бұрын

    Wah..mjhhh...ankua gan ru ankua choreography ,cinematography lgeh wah.. Young generation music great love as a modern song jibur amih.. Hindi kisumn singer mukhot hunu.. Mjhhh .....❤❤❤❤❤❤

  • @PABITRA_NATH__
    @PABITRA_NATH__4 ай бұрын

    নাহিবা উভতি আকৌ এবাৰ কান্দিব নোৱাৰোঁ প্ৰতিবাৰ তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই 🫶🏻🥲

  • @Priyanka-sn2ou
    @Priyanka-sn2ouАй бұрын

    Last finishing ❤❤❤💛💛💛🔥🔥🔥🔥🔥🔥🔥🔥🔥....bhut vl hoise ❤️

  • @AnkitaDas-gw2zr
    @AnkitaDas-gw2zr2 ай бұрын

    Tonmoy da mur all time favorite 😍 hoi bhut vl lage mur tonmoy Dada r song bur ❤

  • @chandangogoi1930
    @chandangogoi19304 ай бұрын

    ইমান ধুনীয়া ।শুনি থাকিবৰ মন যায় ।সদায় এনেদৰেই আগবাঢ়ি যোৱা তন্ময় ❤️❤️

  • @lostvibeee
    @lostvibeee4 ай бұрын

    উফ!!! শব্দ বোৰে বৰকৈ আঘাত কৰিছে হৃদয়ৰ একোনত!❤ কোবাই গৈছে :)