Nagara naam সূধৰ্মা মুনিৰ বিয়া গৌতম ৰ জন্ম by Subhash Nath
Музыка
#Nagara naam
#subhashnathnagaranaam
#Assamesefolksong
Nagara Naam artist from Sipajhar, Darrang (Assam). Nagara Naam is a performing art which includes tales from vedas or upanishadas along with locamotive tales. Performers of this art can be found across some of the major cultural districts like Darrang, Barpeta, Kamrup etc. Please like and subscribe our channel and join us.
Pathak: Subhash Nath
sipajhar Darrang (Assam)
9859040335
Please Don't upload illegally.
recording studio kolaj
Anjan joyti
Пікірлер: 363
সুন্দৰ দাদা কবলৈ ভাষা নাই অতি সুন্দৰ
বহুত ভাল লগা নাম আপোনাৰ এবাৰ শুনিলেই শুনি থাকিবলৈ মন যায় কিয় কৱ নয়াৰো ধন্যবাদ ❤❤❤❤❤❤❤
Dhuniya hoisa 👌👌👌♥️♥️♥️❤️❤️❤️
কি কম সুভাষ দা ,কব ভাষা নাই ।।Super duper .. sageli genda
গৰু বিহুৰ সন্ধিয়াৰ সময়ত আপোনাৰ নতুন নাম শুনিব পাই দেহ মন প্ৰান ভৰি পৰিল ! একে উখাহতে শেষ কৰিলো যেন লাগিল নামটো শুনি । আপোনালৈ হেপাহৰ ৰঙালী গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো !
@hiranyabaishya7074
3 жыл бұрын
Muti kine ghumo 😂😂😂
Bht val lagise nice voice 👌👌🙏🙏🙏🙏
Khunila khuni thakibo mon jai dada bondona 2 🙏🙏
Krishna🙏🙏🙏🙏 moja hoise
আপোনাৰ মাততো সচাঁই মৌ মিঠা। আপোনাৰ নাম শুনিলে শুনি থাকিব মন । মই আপোনাৰ ইউটৱ ৰ বেছি কেইটা ই শুনিছোঁ। আপোনাৰ কণ্ঠত সচাই সৰস্বতী আছে। আপোনাৰ মংগল হওক আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আমাৰ দৰঙৰ (নিজ চিপাঝাৰ)গৌৰৱ আপুনি। আকৌ এবাৰ কৈছোঁ আপোনাৰ কণ্ঠত যাদু আছে।আপুনি নামৰ মাজত আমাৰ দাৰঙীয়া ভাষা কেইটা মান কৈ সেই কেইটাই আপোনাক বহুত মৰম দিছে দাদা। ভাল এ থাকক আপুনি। আপোনাৰ নাম এবাৰ চাইছোঁ । সচাই বহুত ভাল লাগিছিল। আকৌ কেতিয়াবা আপোনাৰ নাম দেখিব পাম বুলি আশা কৰিছোঁ। 🙏🙏 কৃষ্ণ
নাগাৰা বাদন ও বহুত সুন্দৰ হৈছে।
প্ৰথম দিহাটো কি ক'ম ভাষা নাই সুভাষ দা ৷মোৰ ভালপোৱা দিহাবোৰৰ ভিতৰত অন্যতম এটি দিহা...
পাতনিতে সুন্দৰ,ভিতৰতটো কবই নালাগে।তোমাৰ নাম সদায় শুনি থাকিবৰ মন।
আপোনাৰ voice, TU Bhut dhuniya dada... 💝💖💖
@manojbaruah363
Жыл бұрын
1
Dhuniya lagil naam tu suni ...moi bhut vl pau nam suni
সুন্দৰ❤
🙏🙏🙏🙏dhuniya lagil🙏🙏🙏love from jubin kalita. Dhupdhara
বহুত দিন অপেক্ষা অন্তাত এটা নতুন নাম পালো । ধন্যবাদ Subhas Daa
@queenmarylyngdoh4547
2 жыл бұрын
°
@parikalitavlogs5960
2 жыл бұрын
@@queenmarylyngdoh4547 l)lll)o)l
দাদা আপোনাৰ নাম বোৰ শুনিলে দেহ মন জুৰ পৰি যায় । নতুন নাম টো শুনি বহু ত ভাল লাগিল❤️❤️❤️❤️❤️❤️❤️❤️
@urmikalitamychannel4350
3 жыл бұрын
Happy rangali bihu nam sai khob val lagel
@pranitasaikia5320
2 жыл бұрын
@@urmikalitamychannel4350 plot Q
Very very nice👍 Happy bahag bihu
Xuni bhut vl lgil
আপোনাৰ কণ্ঠত যাদু আছে। বহুত ভাল পাওঁ আপোনাৰ নাম খুনি।I like you. I love your naam
@anamikamudiar8506
Жыл бұрын
❤️❤️❤️❤️❤️
ধুনীয়া হৈছে 🙏🙏🙏
@dipankardeka778
2 жыл бұрын
Hiii
@jintideka1846
2 жыл бұрын
Wow
Val lagil bohut...nam tu xuni
Very nice subhash dad's❤️❤️❤️❤️👌👌👌👌
Bht dhunia hoise nam tu 🙏
Naam 2 xuni bohut bohut vall lagel☺☺
love you Dada ❤️😘❣️❤️ dhuniya hoise Nam tu
অতি সুন্দৰ।
নতুন বছৰৰ সুন্দৰ উপহাৰ।
@dishanedutact8524
2 жыл бұрын
Hellooo
বহুত ধুনীয়া হৈছে দাদা❣️❣️❣️
Aponar nagara namm xuni Val pao bhut, aru aponk amr gaonr kasmirir swalir birthday t ahute log paislo xub vl lgisl aru mur vaitiye xub Val pai aponk ,
সচাই নামটো শুনি আপ্লুত হলো দাদা,,, সুন্দৰ কণ্ঠ👏
Xundor kantha apunar val lagil nam tu xuni aag barhi joys
দাদা আপোনাৰ নাম শুনাৰ মজাই সুকীয়া । ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।।
Dada aponar nam sai moi bohut val paw.
ভাল লাগিল🙏🙏🙏
Very nice
A moja🥰🥰🥰🥰😌
Hundor nath da 💟💟💟
Mojjaa lagisa Dada 🤩🤩🥰🥰😍🤩
ধুনীয়া দাদা। আপোনাৰ নতুন নামলৈ অপেক্ষা কৰি আছিলো।
অতি ধুনীয়া আহিবলগা চেনেটোৰ 100000 একলাখ হবলৈ গৈ আছে আগতিয়াকৈ শুভকামনা জনাইছো
🙏🙏 Moja lagil xuni❤️ 🙏🙏🙏🙏🙏🙏🙏🙏
Aponar matat jadu ase... Abar xonile nam bor xoniye thakib pari.. Tq Dada anekoi amar majt vakatir rakh bilai diyar babe
@pranjitkushwah3551
3 жыл бұрын
Pranjit
বহোতভালগাগিচে,,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏💕
Dhunia dada mai bht br xnico bht vl lagil
Mojja ❤❤👍👍
Oti xundor dada
মণ প্ৰাণ সাত পৰি গৈছে শ্ৰুতি মধুৰ
Nice music suvas da
বহুত ভাল লাগিল
Apunar voice to Aro apunar diha bor vl laga agoui jak aru good might bless you. Dada
Week t ebar prai hunubeiru janene dada... Bor val lage❤️.... Love from upper assam Moran ❤️
Xundar dada.
ৰঙালী বিহুৰ বহুত বহুত হিয়াভৰা শুভেচ্ছা জনালোঁ মৰমৰ সুভাষ দাদা লৈ ।।🙏 🙏 🙏
Mojja
বহুত ভাল লাগিছে দাদা 🙏🙏🙏🙏
সুন্দৰ উপস্থাপন দাদা
আপোনাৰ কণ্ঠত যাদু আছে।বহুত ভাল পাওঁ আপোনাৰ নাম শুনি।i like your voice
@ManashM.X
Жыл бұрын
Yes
ধুনীয়া
Voice is perfect da
bhut din pisot notun Nam 😘😍😍😍😍
Nice. Dada
Xundar bohut vl lagil 😍🙏🙏
তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো । নাম খুউব সুন্দৰ হৈছে ভাই ।
Nice dada
Nice subhash dada
Excellent. মন ভৰি গল
আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো।
@samirandas6275
3 жыл бұрын
আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।ভগবানে ভালে কুশলে ৰাখক।তাৰে কামনাৰে।আপোনাৰ নাম শুনি বহুত ভাল লাগে।
Dhuniya hoisa,,,nagara name tuu
Nam2 xuni bohut val lagil
love from lakhimpur
ধূনীয়া
Dhuniya lagise
দাদা আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল
বলিষ্ঠ কন্ঠত আপুনি গোৱা নামবোৰ বহুত ভাল লাগে।।আৰু আগুৱাই যাওক। এইয়ে কামনা কৰিলো।
👌👌👌👌 very nice 👍👍👍 val lagile shuni
Mojja lagil dei dada xuni
ৰাইজৰ মানুহে ঘৰত home theater ত বিহু লগাই থৈছে।আৰু আমাৰ ঘৰত মই আপোনাৰ নাম লগাই থৈছোঁ।।সুন্দৰ।।আগলৈ আৰু শুনিব পাম বুলি আশা থাকিল দাদা।🙏🙏
@dipaksarma9274
3 жыл бұрын
তোমাৰ নাম বোৰ সদায় স্পষ্ট,শুনি ভাল লাগে।
Moja
খুব ধুনীয়া হৈছে।
Val hoisi
Mojja Dada
অতি সুন্দৰ .....
Mojja. Excellent. Sir
Nice video
Happy rangali bihu nam xoni bhut val lagel
Val lagi suni
Thanks for coming to our village in pipolibari
Nice 🙏🙏🙏🙏🙏
Moja dada👌❤
Naamto bahut val lagil
গৰু বিহুৰ সুন্দৰ উপহাৰ দিলে দাদা 🙏
*শুভ ৰঙালী বিহু* dada,,,
Bohut val lagil de 🙏🙏🙏
Love you dada
Bhal lagise
E moja dada বহুত দিনৰ মুৰত তোমাৰ ৰেকৰদিং ৰ নাম শুনিবলৈ পালো
Xundar subhas daa
Dhoniya Subhash da moza voice
@drdharitriborah5330
2 жыл бұрын
Very nice.