নাগাৰা নাম||মহেশ ডেকা||Nagara Nam||Mohesh Deka||Horinam||Namghor Hamaruh ,Auniati Satra||
Музыка
"নাগাৰা নাম"
কণ্ঠ-মহেশ ডেকা আৰু সংগীবৃন্দ
হালধা, দৰং জিলা।
স্থান-নামঘৰ সমাৰোহ, আউনীআটী সত্ৰ, উত্তৰ গুৱাহাটী।
সমূহ শিল্পীবৃন্দলৈ আমাৰ চেনেলৰ তৰফৰ পৰা অফুৰন্ত মৰম জনোৱাৰ লগতে শুভাশীষ জ্ঞাপন কৰিলো, কৃষ্ণ🙏🙏🙏
#NagaraNam#SumitSaikia_Official
Please Share&Subscribe Sumit Saikia Official.
Пікірлер: 40
Sundar🙏
মহেশ দা আপোনাক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। মাজুলীৰ আউনীআটী সত্ৰত যি নাগাৰা নাম পৰিবেশন কৰিলে , সচাকৈ অপূৰ্ব। সত্ৰাধিকাৰ প্ৰভু , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, দুলীয়াজানৰ গৌৰৱ বিশিষ্ট সমাজকৰ্মী তথা সত্ৰাধিকাৰ প্ৰভুৰ ভাতৃ আদিত্য গোস্বামীৰ ওচৰত নাগাৰা নাম পৰিবেশন কৰিবলৈ পোৱাতো অতি গৌৰৱৰ কথা। আপুনি আৰু আগবাঢ়ি যাওঁক, দুলীয়াজানৰ পৰা আমি আশীষ নিৰ্মালি প্ৰেৰণ কৰিছোঁ। নকুল চন্দ্ৰ ডেকা দুলীয়াজান , কমলাবাৰী ভ্ৰাম্যভাষ নং-৯১০১৬৭২০০৫
@sumitsaikiaofficial2991
Жыл бұрын
কৃষ্ণ🙏🙏🙏ধন্যবাদ
❤❤❤কৃষ্ণ
নাম তো সম্পূৰ্ণ ভাবে পালে আৰু ভাল লাগিল হয়
@sumitsaikiaofficial2991
4 ай бұрын
🙏
ইমান সুন্দৰ পাঠক পিঠীকা বিলাক থাকাতে কিছুমান নতঙ্গি বিলাকক কিয় বিচাৰে কৱ নৱাৰু।
বহুত ভাল লাগিল, সুন্দৰ উপস্থাপন।।
@sumitsaikiaofficial2991
Жыл бұрын
ধন্যবাদ
সুন্দৰ হৈছে গুৰুদেৱ।
@sumitsaikiaofficial2991
Жыл бұрын
ধন্যবাদ
Dhuniya
খুব সুন্দৰ 🙏
@sumitsaikiaofficial2991
11 ай бұрын
ধন্যবাদ
ভাল লাগিল মহেশ দা।🙏🙏🙏
@sumitsaikiaofficial2991
Жыл бұрын
ধন্যবাদ
Wow
Mor Guru hoi Val ligil sir
Ram ram
❤❤❤
Xundor
@sumitsaikiaofficial2991
Жыл бұрын
ধন্যবাদ
Dada sampurna naamti paale nothoi anandita ham
🙏🙏
Moja
@sumitsaikiaofficial2991
Жыл бұрын
ধন্যবাদ
Sundar kontha aru upasthapan. Aponar nam sale boikuntha dham at thka Jen lge.
@sumitsaikiaofficial2991
Жыл бұрын
কৃষ্ণ🙏🙏🙏
Man.suiGol
বহুতো ভাল পাওঁ আপোনাৰ নাম শুনি।
@sumitsaikiaofficial2991
10 ай бұрын
ধন্যবাদ
❤ যোগাযোগ ৰ নম্বৰ দিয়ক
নামটো সম্পূৰ্ণ পালি ভাল আছিল
এই নামটোৰ সম্পূৰ্ণ ৰেকৰ্ডিং পাম নেকি
@sumitsaikiaofficial2991
Жыл бұрын
Amar logat nai
Aponar number to pam nki
Phokr. Phone number dib neki
Dhuniya
@sumitsaikiaofficial2991
11 ай бұрын
ধন্যবাদ
Wow