নাচনীয়ে কিয় পালে কংসৰ ভাও? || 'বিহুৱতী বোৱাৰী'ৰ প্ৰথম ৰাউণ্ডৰ ৩য় খণ্ডৰ ২য় অংশ || Bihuwati Buwari
আগতে দৈৱকীৰ ভাও লোৱা নাচনীয়ে কিয় পালে কংসৰ ভাও?
NB NEWSৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ প্ৰথম ৰাউণ্ডৰ ৩য় খণ্ডৰ ২য় অংশ
#nbnews #nbnewsdigital #bihuwatibuwari #RealityShow #bihu #bihudance
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Пікірлер: 174
সঁচাই চাই বহুত ভাল লাগিল দেই খুব খোলা মনৰ গৰাকী তেওঁ । তেওঁৰ স্বামী,শাহু-শহুৰো নিশ্চয়কৈ বহুত মুকলি মনৰ যাৰবাবে তেওঁ এইদৰে বিহু নাচিবলৈ ওলাই আহিব পাৰিছে ,ইমান ফুৰ্ত্তিবাজ কৈ কথা কয়। কংসৰ ভাও ইমান ধুনীয়াকৈ কৰে অ'অঅ 😊 বহুত বহুত শুভেচ্ছা যাচিলোঁ ❤❤
বৰ মৰমলগা বাজনী৷শাহু যিজনী লক্ষ্মী বোৱাৰী পাইছে আজি দিনত৷কপাল ভাল৷❤❤❤
বহুত বাৰ চালোঁ। সঁচাকৈ বহুমুখী প্ৰতিভাৰ অধিকাৰী। হাঁহিমুখীয়া আৰু খোলা মনৰ। শুভেচ্ছা থাকিল।
সচাই বা জনী কথা বোৰে অন্তৰ চুই গ'ল 😍
তবি লৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল ❤❤❤। কেইবা বাৰু চালো। আমনিয়ে নালাগে চাই
বহুত ধুনীয়া হৈছে দেই ‘বোৱাৰী’❤
আশাৰে ৰৈ আছিলো তবী বাইদেউক চাবলৈ💗💗বৰ ভাল লাগিল খোলা মনৰ মানুহ😍
বহুত ভাল লাগিল ❤❤❤❤আগুৱাই যোৱা টাৰে কামনা কৰিলো
❤❤তবি বৌ আপোনাৰ বিহু নাচ আৰু অভিনয় চাই বহুত ভাল লাগিলে , আন্তৰিক শুভেচ্ছা জাছিলো ❤❤
এইসকল নাচনী বিহুৰ সম্ৰাজ্ঞীকৈ কোনো গুণে কম নহয় ।
বহুত ভাল লাগিল, খোলা অন্তৰৰ গৰাকী 🎉🎉🎉
তবি সঁচাকৈয়ে তুমি বেলেগ, বিহুৰ শুভেচ্ছা থাকিল লগতে বহুতো শুভ কামনা।
সচায়েই বৰ ধুনীয়া ভগৱানে তাইক আটাইকেইটা গুনেই দিলে । ৷
তবি বা এইবাৰ নিব টফি।।। বা বহুত ভাল লাগিল, বহুত বাৰ চালোঁ ভাল লাগিল।
নাচ চাবলৈ বিচাৰি আছিলোঁ , পালোঁ বহুত ভাল লাগিল দেই ৷
@KrishnaRaidehingia
2 ай бұрын
❤❤❤
বৰ ভাল নাচিছে। ছোৱালী জনীৰ আৰু ভাল হওক।
Nas tu saboboi bohut mon goi asil Val lagil. Congratulations ag bahi jawok❤
বহু ত বেছি ভাল লাগিল।বা জনীৰ কথাখিনি ভাল লাগিল।❤
বহুত ভাল সমাজৰ এজনীআদৰ্শ বোৱাৰী তুমি❤
প্ৰকৃত শিল্পী
অতি মোহনীয় বিহুনাচ আৰু বিহুনাম,মধুৰ লাগিল।
Bht khula onotr hoi manuh graki bht besi val lagil teur bihu nas sai
Lakhimpur jindabad...bisari bisari just paisu ❤️❤️❤️❤️❤️
নাচে-মাতে, কথা-বতৰা, দেখাই-শুনাই ইমান সুন্দৰ 😍❤️🔥
Tobee 2k enekoi dekha pai bor vl lgil... ru agbahi ja...
Ba joni bohut vl ..bohut dhuniya nasise..aru katha pota bibohar emn vl ...ba tumi vle thka
বৰ ভাল লাগিল 🎉🎉🎉
Bhut bisarislo etia he plo sb.. Dhunia ❤🥰🥰🥰
একেবাৰে খোলা অন্তৰৰ ।মোৰ নাচৰ উপৰিও কথা কেইটাই বেছি আকৰ্ষণ কৰিছে। তুমি সদায় এনেকৈ থাকা। তোমাৰ মুখৰ মৌসনা কথা-বাৰ্ওাই তোমাক বহুত আগুব়াই নিয়ক ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
Bahot Val hoise . Aguwai jowa
বৰ ভাল লাগিল দেই ❤️🥰।
অতি সুন্দৰ ।
ধুনীয়া ধুনীয়া বা
বহুত ভাল লাগিল বা
ধুনীয়া হৈছে
Bohut dhunia lagixe baa love you ❤️😘❤️
ধুনীয়া
Bohut val lagil❤❤
❤❤❤ vl lagil
Bhut xundor❤
Ekute kom nohoi ...nas aru vauna..god bless you
Ufff hxk bhut dhuniya lgil xai agg bahi jawk ❤️☺️🙏
Love from golaghat ❤
ইমান ভাল লাগিল ।
Mozza ba best of luck
Nas tu sabole bohut kusorilu you tube atia ha paisu. Bor dhunia hoise
Bohut val lagile aguwajuwa🙏🙏🙏
Bohut dhuniya❤
সুন্দৰ
Val lagil nas saboli ❤❤
Bht val lagil❤
Oti hundor
ভাল লাগিল
Bohut dhunia lagile de bow
Love ❤❤❤ from dhakuakhana
Bahut bar saisu dei ,ai goraki protibhaban nasoni.bahut val lagise
Bhut val lagil
Vall lagil
Bohut val lagil
A mojaaaaaaaaaa
Tobee baa moja... ❤❤❤😘😘😘
Mja ❤❤❤
Finally nas Tu sabo plu.. Vl lgil
bor val lagil sai..
অতি সুন্দৰ
dhuniya nasise❤
Bohut dhunia lagise
Hsai br val lagile
Dhuniya ❤️🙏
লক্ষীমপুৰ ❤
Bahut dhunia. Lagise
Tobi kothabur karone bohut bar salu dy huniu aamoni nologa❤
অতি মোহনীয়া বিহুনাচ আৰু বিহু নামে দেহা-মন শাত পেলাই গ'ল ।
বহুতবাৰ চালোঁ । আমনি লগা নাই । সুন্দৰ প্ৰতিভা । আৰু আগলৈ গৈ থাকক .... আকাশ চুব পৰাকৈ ।
bhuniya❤❤
Vl lgil❤️❤️
বৰ সুন্দৰ লাগিছে তোমাক।
Very nice
Nice❤❤
i love you Tobi baaaa tumi hodai agbahi jowa❤❤❤❤❤❤❤
তবি ❤🔥
Mazzza......
Ba mojj
Bohut dinor murt dekha pai bohut val palu
Heavy nas
Nice
Bohut bisarilu atiya paisu val lagil
Mojja
Tumak bahut bar salu ajiu saisu Amani nalage eman dhuniya lagise hakalu God bless you 🙏🙏❤️❤️👍
Adorable
Mojaaa ..
Tobee tumar ujjwal bhabishyat kamona korisu
@user-nq5ok6et5x
2 ай бұрын
Mojja 🎉🎉🎉❤❤❤
Very Nice
Nics❤❤❤ ba
Tobber kothabur bor morom loga .tobbe bohu protibhar goraki .agbarhi jua akhirbad thakiltumaloi
❤❤❤❤
Keibar salu nijor re hisap nai.val lagil
lakhimpuror grouv❤
Bye Really Good 👍❤️❤️❤️bye I like you
❤