মুনুহঁতৰ ঘৰখনক লৈ ইমান কথা😡/এইবাৰ সমালোচনাৰ অন্ত হব/ঘৰৰ কাম বহুখিনি হৈছেগৈ

মুনুহঁতৰ ঘৰখনক লৈ ইমান কথা😡/এইবাৰ সমালোচনাৰ অন্ত হব/ঘৰৰ কাম বহুখিনি হৈছেগৈ#rashmikonwar#assamisevlog

Пікірлер: 83

  • @r.hazarika9231
    @r.hazarika923114 күн бұрын

    সমাজত ভাল মানুহ যেনেকৈ আছে তেনেকৈ কিছুমান বেয়া মানুহো আছে।যি আনৰ দুখবোৰ খুচৰি ভাল পায়। তেওঁলোকে আনৰ উন্নতি সাধন কৰা সহ্য কৰিব নোৱাৰে। গতিকে তাৰ মাজতে আমি আমাৰ কৰ্ম কৰি আগুৱাই যাব লাগিব।অ এটা কথা বৰ্তমান শিক্ষাৰ দৰে পৱিত্ৰ আৰু সৎ কৰ্মত নিয়োজিত হৈ থকা ব্যক্তিৰ ছাত্ৰৰ হাতত মৃত্যু বৰণ কৰিব লগা ঘটনাই হৃদয় কপাই তুলিছে। ইয়াৰ বাবে ছাত্ৰ জনৰ অভিভাৱক বেছি জগৰীয়া কাৰণ এদিনতে ছাত্ৰ জনৰ মানসিক অৱস্থা ইমান বেয়া হ'ব নোৱাৰে। তেওঁৰ চালচলন, ব্যৱহাৰ, কথা বতৰা বোৰ অন্তত অভিভাৱকে মনোযোগ দিব লাগিছিল। বহুত দুখ লাগিছে। এনেকুৱা ঘটনা যেন পুনৰ কেতিয়াও শুনিবলৈ নাপাওঁ ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছোঁ আৰু দুৰ্ভগীয়া সেই পৰিয়ালৰ সমভাগী হোৱাৰ লগতে শিক্ষক গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ 🙏

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    @@r.hazarika9231 বা তোমাৰ চিন্তা ধাৰা সদায়ে পৃথক ❤️🙏

  • @DollyGogoi_15
    @DollyGogoi_1513 күн бұрын

    Sador mekhela jur pindhi jodi manuhk mukhere mat khar nidiye.. Tante uroni loi vodro dekhua artho tu ki😊মনৰ পৰা honman থকা tu he gurto দিব লাগে ❤

  • @MunmiBoro-yv5jc
    @MunmiBoro-yv5jc12 күн бұрын

    অভিভাৱকর মন্তব্যত একমত। মোৰ শাশু মোৰ মানুহজনক class ix ত ঘৰর পরা এলাগী করি আতৰাই দিছিল অন্যায়র বিৰোধিতা করার বাবে, সেই সময়ত অভিভাৱকে সন্তানক চকু দিব লাগে। কিন্তু এতিয়া সন্তান আত্মনিৰ্ভৰশীল হোৱাৰ বাবে কেৱল মাত্ৰ পইচার বাবে দাবী কৰে।

  • @RashmiKonwar

    @RashmiKonwar

    12 күн бұрын

    ভালে থাকক

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaon13 күн бұрын

    হয় অ সখী এইটো ঘৰৰ পৰিবেশৰ ওপৰত নিৰ্ভয় কৰে আৰু বহুত দুখজনক ঘটনা হৈ হল । ডাঙৰ আৰি মাছ আনিলা ❤

  • @asomiyabuwaripallobi3055
    @asomiyabuwaripallobi305513 күн бұрын

    Apunar kotha bur bor moromiyal,,val lage apunar video bur sai ❤

  • @tafzulahmed3967
    @tafzulahmed396713 күн бұрын

    Apunar video sai thako kinto prothom coment korilo bohut val lage sengnang ❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    13 күн бұрын

    ❤️❤️❤️

  • @bituponbora9367
    @bituponbora936713 күн бұрын

    O kolija . Tumi potka dangr hla o ❤❤❤❤ . বা apunr vidio bur atiya mul আকৰ্ষন hoisa amr kolijaaa . Taik olp hrka dakhabo sun day ❤❤❤❤❤

  • @mainagogoi699
    @mainagogoi69913 күн бұрын

    Munu Eman kihnaise

  • @BobiPhukan
    @BobiPhukan14 күн бұрын

    Aitu ake bare hosa kotha❤

  • @indranineog4335
    @indranineog433513 күн бұрын

    Tumer ei sintadhara bilak moi bht val pao.. Dhuniya ke tumi bujai diya amak.. Kio janu kisuman manuhe kotha bilak bohol bhabe bhabi nasai.. ..

  • @HoreshBoruah
    @HoreshBoruah14 күн бұрын

    Hundor🙏

  • @darpokgamer9547
    @darpokgamer954714 күн бұрын

    ❤❤❤❤❤❤❤

  • @bornaliborah8735
    @bornaliborah873514 күн бұрын

    ভাল কৈছে মা আপুনি ❤❤❤

  • @anjumanikalita3693
    @anjumanikalita369313 күн бұрын

    Aponar dress tu bohut dhunia lagise ❤

  • @pabitraphukon4647
    @pabitraphukon464714 күн бұрын

    ❤❤❤

  • @junmoniboruah5200
    @junmoniboruah520014 күн бұрын

    ❤❤❤❤

  • @user-hy3ys1ct8w
    @user-hy3ys1ct8w14 күн бұрын

  • @parismitachangmai3602
    @parismitachangmai360214 күн бұрын

    ভালে কৈছে মা

  • @barashakalita5425
    @barashakalita542514 күн бұрын

    আপুনি বহুত সহজ সৰল দেই ভাল লাগে❤

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    😊❤️

  • @user-vw4tf3bx4r
    @user-vw4tf3bx4r13 күн бұрын

    😘😘😘😘😘😘😘😘😘😘😘😘

  • @rumibaruah111
    @rumibaruah11114 күн бұрын

    Oo aai atiya apuni he axomiya shangskriti nosta karile🙄🙄 aikhite eman kotha eatke aru kot ki hoi ase axom khnat seibur dekhile ki karibo ki kabo o Baidow 😅😅kot jiyai ase o aneke comment kra manuh khini😢

  • @RashmiKonwar

    @RashmiKonwar

    13 күн бұрын

    তাকে অ 😊❤️❤️

  • @mitaleechangkakoty-wx4su
    @mitaleechangkakoty-wx4su11 күн бұрын

    Munue keo mon mari ase

  • @user-qo7vi5vu4p
    @user-qo7vi5vu4p5 күн бұрын

    Ba apunar vediobur sai montu bhut besi Val lage❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    5 күн бұрын

    💞❤️😊

  • @ranidas6077
    @ranidas607713 күн бұрын

    আমিও খাম আৰি মাচ❤❤❤❤❤

  • @Riichindiaofficialvideos786
    @Riichindiaofficialvideos7865 күн бұрын

    Homalusona valor u thake aru beiya u thake diyok maam,apuni apunar kormo kori jaouk hdy🙏🙏Love from golaghat❤

  • @RashmiKonwar

    @RashmiKonwar

    5 күн бұрын

    হয় 💞🙏

  • @chinugogoi9922
    @chinugogoi992214 күн бұрын

    গাঁৱৰ মানুহবোৰ এতিয়াও আগৰ দৰেই হৈ আছে। মোৰ ছোৱালী ৩জনী । ডাঙৰ জনী ডিবুগৰ কানৈ কলেজ ত, মাজু জনী সোণাৰী sjc ত, সৰু জনী বৰহাট জাতীয় বিদ্যা লয়ত । কথা হল কেতিয়াবা সৰু জনীয়ে ফোন কৰিব মা মোৰ গা ভাল লগা নাই। ঘৰলৈ যাও। কেতিয়াবা ডাঙৰ জনী। ঘৰত গাড়ী আছে যদিও পাইলট নাই। দেউতাক কামত যায়। সেই সময়ত বাৰু কি গতি হব ভাৱকচোন। কত মেখেলা চাদৰ । মানুহবোৰ কিয় বুজি নাপায় কব নোৱাৰো আমাৰ গাঁৱৰ এগৰাকীৰ মোক কৈছিল।

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    নিজৰ সুবিধা মতে সব পিন্ধিব । কোৱা সকলে আপোনাক মোক সহায় কৰি নিদিয়ে ,কেৱল কবহে জানে । ভালে থাকক দেই

  • @TaraTanti-bs9do
    @TaraTanti-bs9do14 күн бұрын

    Hlw

  • @diptirealvlogster6804
    @diptirealvlogster680413 күн бұрын

    Hosai ki ja hoisa teacherok studenta marisa ki hoisa aibur baki val lagil🎉

  • @RashmiKonwar

    @RashmiKonwar

    13 күн бұрын

    ধন্যবাদ বাইদেউ

  • @user-zb5bd2lo9o
    @user-zb5bd2lo9o13 күн бұрын

    Hosake apunar sinta dhar kotha bur bohut val lage...

  • @pallabisonowal4604

    @pallabisonowal4604

    13 күн бұрын

    Apunar kothabur Val lage.....hokolu bwarie anekwa agoraki hahu pabo lage tetiyahe❤❤❤

  • @pallabisonowal4604

    @pallabisonowal4604

    13 күн бұрын

    Agninav mondirr pora ahile kunfale apunar ghor ? Moi mondir goisu

  • @jungogoi1875
    @jungogoi187514 күн бұрын

    School tu kurti pindhi jabole permission dile deri hole ami school loi kurti pindhi jau agote pindha nasilu j hetu permission nasile atia kintu pindhu.

  • @mitaleechangkakoty-wx4su
    @mitaleechangkakoty-wx4su11 күн бұрын

    Apunaluke ki saulor vat khai kobo sun..kg kimn

  • @RashmiKonwar

    @RashmiKonwar

    11 күн бұрын

    Ripuraj ...26 কেজিত 1750 লয়

  • @MonjitGogoi-fp8pk
    @MonjitGogoi-fp8pk14 күн бұрын

    Love you baa ❤ video bilak sai val Lage

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    ধন্যবাদ দেই

  • @user-id4br4ii7h
    @user-id4br4ii7h13 күн бұрын

    Munu bhiak kot thaka

  • @anjalienling
    @anjalienling14 күн бұрын

    Love you sengnang

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    ❤️

  • @user-fs2tz3pf8c
    @user-fs2tz3pf8c14 күн бұрын

    মোৰ সৰু ল'ৰাটো class xll ২ য় বৰ্ষৰ ছাএ সিহঁতৰ political science শিক্ষক জনক সি বহুত ভাল পায় বৰ্তমান তেখেত যোৱা কালি বদলি হৈ ধুবুৰীলৈ গ'ল সি কান্দি আছে আজিও মোৰ বহুত বেয়া লাগিছে তাক দেখি

  • @RashmiKonwar

    @RashmiKonwar

    13 күн бұрын

    ভাল লৰা হব । শিক্ষক,পিতৃ-মাতৃ আৰু ডাঙৰলৈ শ্ৰদ্ধা থকা ছাত্ৰই ভৱিষ্যতৰ সপোন ৰচিব পাৰে ❤️

  • @user-fs2tz3pf8c

    @user-fs2tz3pf8c

    13 күн бұрын

    আশিবাদ কৰিব বা দেউতাক নাইকীয়া লৰা

  • @ITS_SWEETY-s1k
    @ITS_SWEETY-s1k14 күн бұрын

    Ma tumalukor khkoluye bhut morom.ma juwakali tumar video moi cable napalu mur manuhjone chale video to chai manuh jnr makok dekhiwable koisema

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    তোমাৰ লগতে তেওঁলৈও বহুত মৰম পঠিয়ালোঁ❤️

  • @Sultanathakuria
    @Sultanathakuria13 күн бұрын

    ❤❤❤❤❤😂😂😂😂

  • @ParishmitaGogoi-ln3qj
    @ParishmitaGogoi-ln3qj14 күн бұрын

    Manuh nu ki ru vl krile bea dekhe manuhr mon he ru baki video tu val lagile Sai

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    বহুত বহুত ধন্যবাদ

  • @ritumonilahon1986
    @ritumonilahon198614 күн бұрын

    Manuhor kamei blgk beyake kwa so guruto ndibi njr Kam korok

  • @mamuchangmai8420
    @mamuchangmai842014 күн бұрын

    O bido apunk mur br mrm lagy mur gr betbart hoy day

  • @ranjitnaog2775
    @ranjitnaog277514 күн бұрын

    Aamar 3 thuk dangor hoise ma

  • @arohi9743
    @arohi974314 күн бұрын

    Munu vai k kot thake jonabosn.... nice vlog 😊😊

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    কোকৰাঝাৰ

  • @arohi9743

    @arohi9743

    14 күн бұрын

    Oo

  • @sarjinayasmin3519

    @sarjinayasmin3519

    12 күн бұрын

    Kokrajhar kokorajhar nahoi

  • @RashmiKonwar

    @RashmiKonwar

    12 күн бұрын

    @@sarjinayasmin3519 ভুল ধৰা মানুহে সম্পূৰ্ণ অসমীয়াত লিখিব পাৰিব লাগে 😃।।লিখোঁতে যে কিছুমান শব্দ নিজেই হৈ যায় সেইটোও জনা উচিত

  • @TutumoniBorah-vy9uu
    @TutumoniBorah-vy9uu14 күн бұрын

    চাবি standà এদাল বনাই দিম বা ওলৰ মই নগাঁও puranigudam ৰ হয়।

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    আই অ ,মৰম দিলোঁ দেই

  • @TaraTanti-bs9do
    @TaraTanti-bs9do14 күн бұрын

    Borma val na

  • @renukarayrenukaray1278
    @renukarayrenukaray127814 күн бұрын

    Akle namghorrle golehe akhomiya hy neki baki hmy t westrn xikhito xomvranto xokole xomajor brrivanti sristi kore

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    মোৰ কাম খিনি আপুনি আহি কৰি নিদিয়ে । পাৰিব কেৱল সমালোচনা কৰিবলৈ । মোৰ দৰে দিনটো ব্যস্ত থাকি ৰাতি 12/1 বজালৈ বৰষুণ বোকা গছকি গাহৰি অপডাল কৰি পাইছে ? তেতিয়া কব তালৈ মেখেলা-চাদৰ পিন্ধি সংস্কাৰী হৈ যাব পাৰি নে নোৱাৰি ।

  • @renukarayrenukaray1278

    @renukarayrenukaray1278

    14 күн бұрын

    Sagoli goru kheti amaru ase logote sakori logote banpani thopai nijor songskritik ajio ap9man kora nai

  • @porikhataniarvlogsparilife7610
    @porikhataniarvlogsparilife761014 күн бұрын

    এচাম মানুহৰ কামে খুড়ীমা আনৰ সমালোচনা কৰা । মই মোৰ মা ঘৰত আছিলোঁ মোৰ শাহু শহু একো আপত্তি নাই তেওঁ লোকে কৈছে থাকা বুলি মোৰ অলপ বিশেষ অসুবিধা বাবে আছিলোঁ ।‌কিন্ত এচামে ইমান কয় মোৰ মানুহজনে দিছে মা পা পায়ে দিয়ে আনে কেৱল আলোচনা কৰা ্ইয়াৰ আৰু মানুহ

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    তাকে অ

  • @Nilakshi16
    @Nilakshi1614 күн бұрын

    Ajir dinot okl mekhelaa sador jur pindhilei manuh mohaan hoi najaai.... Nijor jitu pindhi comfortable lage hai pindhibo lage.... Kisuman manuh okl mekhela sador, uroni, mota maiki, suali lora difference kori kori mori jabo..beleg aku sinta nai haiburr...

  • @RashmiKonwar

    @RashmiKonwar

    14 күн бұрын

    @@Nilakshi16 সঁচা অ । আজিৰ ভিডিওটোতো এগৰাকীয়ে দি থৈছে তেনে কমেণ্ট । এইবোৰক বুজাই লাভ নাই

  • @Nilakshi16

    @Nilakshi16

    14 күн бұрын

    Thek mogojr manuh khuri haibur,, sador mekhelat k... Kurti selwer jur bohut aabur.. Sob dhak khai thake...sador mekhela pindhile pithi.. Pet sob ulaai...

  • @ranjitnaog2775
    @ranjitnaog277514 күн бұрын

    ❤❤❤

  • @kongkonadutta1269
    @kongkonadutta126914 күн бұрын

    ❤❤❤

Келесі