মুনু কাৰ ছোৱালী😘 //সংসাৰৰ দায়িত্ব লোৱা ইমান সহজ নহয়/জীৱনটো নিজৰ মতেই চলাম
মুনু কাৰ ছোৱালী //সংসাৰৰ দায়িত্ব লোৱা ইমান সহজ নহয়।
*জন্ম সূত্ৰে পোৱা মাকক এৰি এজনী ছোৱালী বোৱাৰী হৈ শাহুক নিজৰ মা বুলি ভাবিবলৈ লয় । জন্ম গোত্ৰ কোনেও ছিঙিব নোৱাৰে । কিন্তু সমাজৰ নিয়ম মানি এৰি আহিব লাগিবয়ে । সেয়ে শাহু বোৰে বোৱাৰীক নিজৰ ছোৱালী বুলি কলে সিঁহতৰ মনটো ভাল লাগে । সেই অকণমান সুখ আমি দিব নোৱাৰো নে?#rashmikonwar#assamisevlog
Пікірлер: 33
সুন্দৰ ভিডিঅ' আগবঢ়ালে বাইদেউ ভাল লাগিল ❤❤❤
Bohut dhunia vlog
Moi apnar video sy bohut vall paw..bohut dinor parye saw..moiu ata notunkoi channel ata start korisu najanu kenekua py video sy jihetu moi akebare notun past vll hb ru.mur channel tu agbohay niyat jen hokolue hohari jnay..
মুনুক চুব নিদিয়ে চেংনাঙে ধুনীয়া জনী হৈ গলা দেই সখী তোমি মুনু দোয়োজনীয়ে ❤❤
@RashmiKonwar
22 күн бұрын
❤️❤️❤️
Maa❤
Bor dhunia lagise munu aru borma sunu goni bohut val lage❤❤❤
@RashmiKonwar
22 күн бұрын
❤️
Sepa poter avyahk muru asil Baidew, video tu Sai Vaal lagil 👍🏻
আপোনাৰ ভিডিঅ' আৰম্ভনীৰ কথাকেইষাৰে মন চুই গল😊😊
@RashmiKonwar
22 күн бұрын
অন্তৰৰ মৰম পঠিয়ালোঁ ❤️❤️
❤❤❤❤
❤❤❤
মুনু আৰু আপুনি এনেও ধূনিয়া ❤❤❤❤❤
@RashmiKonwar
22 күн бұрын
❤️
❤❤❤❤❤❤❤❤
সচাই ভাল লাগিল খুড়ী ভিডিও টো। ভিডিও দিয়াৰ ১০ মিনিট পাছতে চালোঁ কিন্তু cmnt off আছিল।।মই আপোনাৰ ভিডিও দীঘল হলে ভাল পাওঁ।কামৰ মাজতো ভিডিও চামেই। কালি ৰিচাৰ্জ কাটিলে,আজি আকৌ ৰিচাৰ্জ কৰি ভিডিও চাই ললোঁ ।ইমান দাম বঢ়াইছে পাই ৰিচাৰ্জ ৰ।।আই অ,কণমানিয়ে শেষত by by দিবই😂😂।মৰম সকলোলৈ❤❤❤
@RashmiKonwar
22 күн бұрын
❤️❤️❤️
Khosakoi apuni eman khula monor kiba ata apun apun lage konmani joniloi bohut morom
@RashmiKonwar
22 күн бұрын
❤️❤️❤️
Good night anti ji
ভিডিঅ' টো চালোঁ ভাল লাগিল । বহুত দিনৰ মোৰত নমিক দেখিলোঁ তোমাৰ ভিদিঅ ত । নমিক মই সৰুৰ পৰা চিনি পাওঁ ।বৰ ভাল ছোৱালীজনী । ভালে থাকা মৰম❤❤❤ আকৌ কঠাঁল খাইছা নি আক কেনেবাকৈ 😂😂😂 বতৰৰ ফল বুলি 😊😊
@RashmiKonwar
22 күн бұрын
নমিতাক কম মই ❤️❤️❤️।।। নাই নাই ,,,কঁঠাল নাখাও আৰু 😃
@porinitaburagohain982
22 күн бұрын
@@RashmiKonwar ওম নমিক কবা পানীবিলৰ ভৰত দাইৰ খুড়ীয়ে চিনি পাওঁ বুলি কৈছে।
Amar okomani Tu gatu prothom ronga okman hoise.tar pasot kola hoi goise. Guti hoiw utha nai.najanu ki hoise.doctor usort goi ahibo lagibo.hat vori mukhot nai.petot hoise etia pothit hoise okon okon ke
@RashmiKonwar
22 күн бұрын
দেখুৱাই লবা
Mainu htr suali keijni hy baideu.. Namto sai lora bli vbi rply nkora koi nathakibo.. Daily viewrs hoi moi aponr.. Kintu account to husbndr namot thakil j😊
@RashmiKonwar
22 күн бұрын
@@bipulbaruah8719 3 জনী
mur loraru hoisl sengnang lgre hoi .....nje nje vl hl tarw ..dr. usrt goislu aku nhoi bli kole
@RashmiKonwar
22 күн бұрын
বহুত ধন্যবাদ কথাটো জনোৱাৰ বাবে ❤️🙏
Baideu mainu bia baru sinta korise ni, logote val pua kunuba ase ni plzz jonabo sun.
@RashmiKonwar
22 күн бұрын
😊