মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু APCCৰ সভাপতি ভূপেন বৰাৰ বাকযুদ্ধই গৰম কৰিছে ৰাজনৈতিক পৰিৱেশ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু APCCৰ সভাপতি ভূপেন বৰাৰ বাকযুদ্ধই এতিয়া গৰম কৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। এফালে মুখ্যমন্ত্রীয়ে যদি ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি বাৰম্বাৰ দাবী কৰি আহিছে, তেন্তে আনফালে মুখ্যমন্ত্রীৰ আসন আৰু বেছি দিনলৈ নাথাকে বুলি ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি আহিছে APCCৰ সভাপতি গৰাকীয়ে। কিন্তু এইবাৰ যেন চৰম পৰ্যায় পাইছেগৈ দুই নেতাৰ ব্যক্তিগত আক্ৰমণ-প্রত্যাক্রমণ। মানৱেন্দ্র শৰ্মাৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি ছুপাৰি ছিণ্ডিকেটলৈ বহু প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রীৰ বিৰুদ্ধে সোচ্চাৰ হ’ল ভূপেন বৰা।
Пікірлер: 91
এই খিনি অভিযোগ ভূপেন বৰাই উত্থাপন কৰিছে। এতিয়া সাংবাদিক সকলে এই অভিযোগ খিনিৰ উত্তৰ মূখ্যমন্ত্ৰীক সুধিব পাৰিবনে? গোটেই খিনি সংবাদ দাতাই একগোট হৈ মূখ্যমন্ত্ৰীক সুধি নিজৰ সাহসৰ পৰিচয় দিয়ক।
দিলে আকৌ ধুই দিলে ভাল কৈ এই বিক্ৰী হোৱা সাংবাদিক সকলক।। সুন্দৰ এনেকুৱা কৰিব লাগে এই বিক্ৰী হোৱা বোৰক।।
B j p Goback
Bora sir zindabad
মানবেন্দ্ৰৰ। কেচফাইল কত হেৰাল, সকলোৱে জানে
Congress Zindabad
Congress Zindabad Bhupen Bora Zindabad
বঢ়িয়া ধুইচা কিন্তু মজা BJP নিউজ চেনেল কেইটাই খ্চা কথাটো দেখাবনা
এইটোক মুখ্যমন্ত্ৰী পৰা বহিস্কাৰ কৰি সম্পত্তিৰ তদন্ত কৰিব লাগে,গোটেই হিচাব কৰিব লাগে, কিমান নিকা মুখ্যমন্ত্ৰী উৰহি গছৰ ওৰ ওলাই পৰিব
Legand leader #Bhupen_Bora sir
Kothabur hosa.....
right
Bhupen Bora zindabat.
হিমন্ত বিশ্ব শৰ্মা ৰ কাম নাই l মাথো ফাঁকি আৰু মিছা কথা কোৱা ফটা ঢোল
Great speech Bhupen borah Sir
Good Bhupen Bora
Congress ❤❤
BJP go back
Free saul pisot dibi 1st salary tu da
200 bigha tea garden loisa... Mami and tat vivanta taj khuliba hska mama axom khai dila tme.... Sarbananda bht bhul krila tme cm seat to ari gusi gola
Hsia dormoha pua nai
❤❤❤ Bhupen Kumar Bora Zindabad ❤❤❤
Right
ভূপেন বৰাই সঁচা কথা কৈছে।
All lndia Congress zindabad. Mr Rahul Gandhi zindabad.
Really Journalist bilake Mama k kio questions xudhibo voi kore
Right 👍👍
Vl korise direct jukor mukhot soon dse
দৰমহাটো দিয়া আকৌ, কিমান বাকীত চলিম ? তলি উদং হৈছে আমাৰ !
😱😱😱😱😱
Right 👍
Hemanta Biswas Sharma ,, BJP nathake
Who is Gourav Gogoi
Aitu pratidin time ketybai bikri gol ..bjp r hatot😅
Salary hua nai kintu Govt. Employ Khokolr khosa k..😢
Fews live left this chat
তুহুন চব একে দে
Boycott News Live and Time8
এইবাৰ বিজেপিৰ মুঠ আসন হ'ব ,১৮০😅😅😅😅
BJP🔥🔥🔥🔥🔥🔥
Congress aha mne axom ses... Miya raaz start hbo.. Akou hei okhanti axom nlage jot ghr pora ulai gole ghuri ahibo paru ne nuwaru bhbibo lage..
Himontok bidai diok raij.bjp jikok lekin himonto nalage🙏kator anurudh
Modiji ❤
Cong r dinot sun payment 3 months lagisel paboloi Bhupen Borah e pahori gol kiyo
@AbulHussain-dl6og
Ай бұрын
Bhupen Borai pahorile o Himonta Sir A napahore , kiyonu xei xomoyot tumar mama Congress r montree xobhar Namzola Minister asil 🤠
@thedevogramstory7483
Ай бұрын
Hoi daii mami dibrugarh sah bagan loisa 200 bigha tata vivanta taj khuliba... Aibr khbr loi jonaba sun katia ka hoba 1500 ka bht paisu dudin thaki ahim 5star htlt and kom mami mai 1500 toka pau so free kri diba pra... Ujjoni axom khn apunalukr nisina mnuha khai dila
Mjja aya😂😂😂
During congress sarkaar, job for cash,per job 15/30 Lakh
১২০০ টকা বা ৫ কেজি চাউলত যদি জাতি নচলে কংগ্ৰেছৰ ইস্তাহাৰত প্ৰতিশ্ৰুতিৰ বণ্যা কিয়? কিয় কংগ্ৰেছে মহিলা, নিবনুৱাক মাহিলী ধন দিয়াৰ কথা কৈছে? ৰোজলীনা, গৌৰৱক পৰাস্ত কৰিবলৈ কিয় বিজেপিয়ে চেষ্টা নকৰিব! তেওঁলোক কি পৃথিৱীৰ শ্ৰেষ্ঠ কোনোবা নেকি?
@rawandreal99
Ай бұрын
গৌৰৱ বাকী কেইটাৰ নিচিনা ভৰি চেলেকা আৰু চোৱা চেলেকা নহয়, বাকী কেইটাৰ দম আছে তাৰ নিচিনা কথা কব সদনত ?????
@ChampakBarman1994
Ай бұрын
@@rawandreal99 গৌৰৱো গান্ধী পৰিয়ালৰ ... হয়। গতিকে ইমান বহলাই বিতৰ্ক নকৰোঁ। এইবাৰ বিজেপি অপ্ৰতিদ্বন্দী, অপ্ৰতিৰোধ্য।
@rawandreal99
Ай бұрын
@@ChampakBarman1994 হা হা আলোচনা কৰিবলৈ থাকিবটো লাগিব কিবা কাৰণ গৌৰৱ গগৈৰ আগত আটাইবোৰ বিগ 0 । আৰু কথা সলাই লাভ নাই, যিটো সঁচা সেইটো accept কৰিবই লাগিব।
@dreamassam3344
Ай бұрын
15 LAKH TAKA KONE PALE, MISALI MODY, MASALI BJP
@ChampakBarman1994
Ай бұрын
@@dreamassam3344 আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে ৰেছন কাৰ্ড থকা পৰিয়ালৰ সদস্যই ৫ লাখ টকা স্বাস্থ্য বীমা পাইছে। এই হিচাপত লাখে লাখে টকা পাইছে। আপুনিও পাইছে।
Bhupen Bora tumi kiman sakori diba bhagawatot dhori sapat khai pratigya kora
😂😂😂kot salary hua nai....7tarikhei hol bora sir...apuni cm hole ghnta koribo
@kusumsarma6702
Ай бұрын
তই টেট মাষ্টৰ
BJP ZINDABAD
Congress jikile salary 6 month pise pise dibo
Jai shree ram 🚩🚩🚩 BJP Zindabad ❤️🔥
75 year Congress hahon kalot aku kam nakorile atiya anok kuwa bonhd kora.
কংগ্ৰেছে অসমৰ মানু্হক গালে গালে ধন-সম্পতি দিব ইলেকচনত জিকিলে ।
@mukulbaruah1833
Ай бұрын
Pulin Sharma apuni monubadi, brahmonyabadi,jatibadi jehadir lagat ne Dekh totha sajatir lagat.
Brain 🧠 Wash Kori Kaam Nai Next PM MODI JI FINAL 🌹💎🙏
@bharatthapa4246
Ай бұрын
Bhai tu pehle apna brain check kar 😂
@arunimakalita968
Ай бұрын
BJP sarkar aahok sai2 loi eko ktha nai.. Bt CM himanta k nlage..r upor maal2k dekhibo mon nai.. Ei 2jonr ktha aaji sunile kiba lge..
Hiamnta Bishwa sharma Ahom birudhi, kheibabe Himantai kebol 3 Gogoi buli siori thake. 600 Basor Axom sason kora Ahomr rajnity nirmul kariba parile Axom monubadi,brahmonyabadi, jatibadi jehadi khodai dinr babe uthi roja bohi roja hoi thakiba. 3 gogoi(Ahomr) rajnityr babe atia monubadi,brahmonyabadi jatibadi jehadi asttitwar khongkatat bhugise.
Right
Right