মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

কি উজনি, কি নামনি, কি বৰাক- বানত বুৰিছে সমগ্র ৰাজ্য
খাদ্য-বস্ত্র-বাসস্থান, অনাময় ব্যৱস্থাৰ অভাৱত বিধ্বস্ত জনজীৱন
কিন্তু বান পৰিস্থিতিক লৈ যেন ৰাজ্যত আৰম্ভ হৈছে ৰাজনীতি
বানাক্রান্তক এৰি বিদেশত পুত্রৰ উপনয়নত ব্যস্ত বিজেপি বিধায়ক!
মহানগৰীৰ মাজমজিয়াতো সংঘটিত হ’ল শোকাৱহ ঘটনা
৪৮ ঘণ্টাৰ পিছতো খবৰ নোলাল সন্ধানহীন কণমানিটিৰ
মুখ্যমন্ত্রীৰ আশ্বাসে মহৌষধ হিচাপে কাম কৰিব জানো?
অসমত এতিয়া ৰাজনীতিৰ ঊৰ্ধ্বত একো নাই নেকি?
বানাক্রান্তৰ সমস্যাক গৌণ কৰি ৰাজনীতি উচিত নে?
বান পৰিস্থিতিৰ মাজত নেতাৰ দৃষ্টিভংগী কেনে হোৱা উচিত?
বান সমস্যা সমাধান কৰাত কাৰো সদিচ্ছা নায়েই নেকি?
কিয় প্রতিশ্রুতি পাহৰিলে কেন্দ্রীয় গৃহমন্ত্রী আৰু প্রধানমন্ত্রীয়ে?
নেদাৰলেণ্ডৰ দৰে বান নিয়ন্ত্রণৰ কিবা বিজ্ঞানসন্মত ব্যৱস্থা ওলাবগৈনে?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #assam #flood #abhimat #nitumonisaikia

Пікірлер: 8

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx15 күн бұрын

    well speach akhil gogoi

  • @bolicharanray9127
    @bolicharanray91279 күн бұрын

    আপুনি কি কৰিবলৈ কত গৈছিল তাকেই কওক।

  • @jahirulislam4311
    @jahirulislam431115 күн бұрын

    অমিত সাহ ডাঙৰীয়া অসমত আহি ভাষন দিয়া বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হবনে।

  • @saratdas3469
    @saratdas346912 күн бұрын

    ১০ টকা দিলে ৪ টকাৰ কাম কৰে। মথাউৰি ভাঙিবয়।

  • @bishnuramrabha4714
    @bishnuramrabha471415 күн бұрын

    Baalor daaitya aase, corrupted jaati asssomiya jaati, jaanene, Ni tu umoni Baabu..

  • @jayantasaikia1327
    @jayantasaikia132715 күн бұрын

    Ratulor ghoiniekok loi goisli ne Asovya

Келесі