No video

মুখৰ কলা দাগ,sunburn আতৰ কৰক ক্ষন্তেকতে/ উজ্জ্বল মুখৰ বাবে পাকঘৰৰ দুবিধ সামগ্ৰী ব্যৱহাৰ কৰক

মুখৰ কলা দাগ আৰু উজ্জ্বল মুখৰ বাবে পাকঘৰৰ দুবিধ সামগ্ৰী ব্যৱহাৰ কৰক/#rashmikonwar#assamisevlog

Пікірлер: 71

  • @minakshiborbora-bk1kb
    @minakshiborbora-bk1kbАй бұрын

    ভাল লাগিল, ব্যবহাৰ কৰি চাব লাগিব.

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত ভাল হয়।ধন্যবাদ জনালোঁ দেই

  • @nonaboruahboruah7914
    @nonaboruahboruah7914Ай бұрын

    Bohut.vl lagil

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ জনালোঁ

  • @barbiebaruah5485
    @barbiebaruah5485Ай бұрын

    Vl lagila tip to pai

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম

  • @user-nr9nn3xp2w
    @user-nr9nn3xp2wАй бұрын

    Val lagie ❤❤❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    💞

  • @MainuChangmai-ly2oj
    @MainuChangmai-ly2ojАй бұрын

    Nice ❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    Thanks

  • @MainuChangmai-ly2oj
    @MainuChangmai-ly2ojАй бұрын

    Nice ❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    Thanks 🤗

  • @user-dq9po8bn8f
    @user-dq9po8bn8fАй бұрын

    Apunak bhut vl lage anty..vale thakok apuni

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত বহুত মৰম

  • @swapnalihazarika6145
    @swapnalihazarika6145Ай бұрын

    Uff kitap kei khon dekhi akow ebar porhu porhu lagi gol dei😊

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    সঁচা অ ,ইমান ভাল । মই এতিয়া "বকুল ফুলৰ দৰে" পঢ়িলো । বহুত ভাল ।

  • @kuldipphukan3153
    @kuldipphukan3153Ай бұрын

    আপোনাৰ কথাবোৰে বহুত উৎসাহ দিয়ে ।লগ পাবলৈ মন যায় ।ইমান সুন্দৰ পৰিয়াল ।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @nirmalikalita7376
    @nirmalikalita7376Ай бұрын

    Face pack টো নিশ্চয় ব্যৱহাৰ কৰিম।আপোনাৰ মুখখন খুব উজ্জ্বল লাগিছে খুড়ী❤❤❤❤❤❤

  • @mampeekonwar3703
    @mampeekonwar3703Ай бұрын

    Baideo, halodhi aru pithaguritu logai kintu moi results paisu tini din man logalu vl palu aitu krim,,

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    যেতিয়া কোনোবা উপকৃত হয় বুলি গম পাওঁ খুব ভাল লাগে

  • @__-pf7ry
    @__-pf7ryАй бұрын

    ভাল লাগিল আপোনাৰ লগতে অসমীয়া ছোৱালী ৰেখাৰ ভিডিঅ বোৰ চাও

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    অশেষ ধন্যবাদ

  • @lakhimigohain2257
    @lakhimigohain2257Ай бұрын

    Apunar skin tu hosakoi dhunia ...

  • @GogoiP5793
    @GogoiP5793Ай бұрын

    Kolija joniloi bohut morom❤❤❤

  • @user-fs2tz3pf8c
    @user-fs2tz3pf8cАй бұрын

    ধুনীয়া লাগিছে

  • @lokhimibora1947
    @lokhimibora1947Ай бұрын

    ভাল লাগিল।

  • @nirmalikalita7376
    @nirmalikalita7376Ай бұрын

    ভিডিও তো চাবলৈ অপেক্ষা ৰে ৰৈ আছিলোঁ খুড়ী।বহুত ভাল লাগিল দেই।মৰম❤❤❤

  • @gariyakhigogoi3942
    @gariyakhigogoi3942Ай бұрын

    Dhuniya lagisa ❤️🥰❤️

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1uАй бұрын

    তোমাৰ ভিডিও চাই বহুত ভাল লাগে। তোমাৰ মুখ খন বৰ উজ্জ্বল আৰু ধুনীয়া। মইয়ো এইটো লগাব লাগিব।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম লগাবা

  • @dimpibora5607
    @dimpibora5607Ай бұрын

    Vl lagil sai

  • @kabitadas472
    @kabitadas472Ай бұрын

    Dhuniya maa❤❤❤

  • @loiho9078
    @loiho9078Ай бұрын

    Cảm ơn chị đã chia sẽ video rất tuyệt vời 💕👍chúc chị và gia đình nhiều sức khỏe an lành hạnh phúc và thành công ❤❤❤ luôn đồng hành cùng chị ạ 🤝🤝🤝.

  • @JYOTIKAMIXYT
    @JYOTIKAMIXYTАй бұрын

    ভাল লাগিল।চেনংনাঙ❤❤🎉🎉।ৰঙালাওৰ ডিজাইনতো বৰ ধুনীয়া।মুখৰ যত্ন সুন্দৰ।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    💞

  • @LovelyCells-qe6bj
    @LovelyCells-qe6bjАй бұрын

    Maa apuni hsae dhuniya❤❤❤

  • @user-kt9ew6wt1z
    @user-kt9ew6wt1zАй бұрын

    সুন্দৰ

  • @user-xo2dm2lh2y
    @user-xo2dm2lh2yАй бұрын

    Nice❤❤❤❤

  • @monujdas3508
    @monujdas3508Ай бұрын

    ভাল লাগিল মা🎉🎉🎉

  • @monujdas3508

    @monujdas3508

    Ай бұрын

    Thnkxxx

  • @BobiPhukan
    @BobiPhukanАй бұрын

    Aapuni anei bahut dhuniya ❤ love you dear God bless you with all ,happiness and joy ❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    Thank you so much 😊

  • @monalishagogoi4874
    @monalishagogoi4874Ай бұрын

    Val lagil khuri❤😊😊

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaonАй бұрын

    ধুনীয়া সখী সময় পালে লগাব লাগে মই লগাও তোমি ধুনীয়া হৈছা কিন্তু দেই ❤ ভাল কথা নিজক সময় দিব লাগে চেংনাং খিচিৰি খাইছা মই বহুত মেলেগ বেলেগ ধৰনে পেক বনাই লগাও ❤❤ সকলোৱে ধুনীয়া হৈ থাকিব লাগে ভাল লাগিল দেই❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️

  • @r.hazarika9231
    @r.hazarika9231Ай бұрын

    ভিডিঅ'টো চাই বহুত ভাল লাগিল , মুখত সনা দুবিধ সামগ্ৰী, খুবেই ভাল। তোমাৰ তাত থকা কিতাপ বহুত মইও পঢ়িছোঁ। মোৰ কিতাপ পঢ়া খুবেই নিচা, যিহেতু কিবাকিবি লিখা মেলা কৰিলে আমি অধ্যয়ন কৰা বহুত প্ৰয়োজন নহয়নে! কাঞ্চন মোৰ প্ৰিয় উপন্যাস। লগতে অসীমত যাৰ হেৰাল সীমা, সেই খন আৰু প্ৰিয়। তেনেকুৱা আৰু বহুত প্ৰিয় গ্ৰন্থ আছে। চেংনাং আজিকালি বহুত কথা জনা হৈছে,দুষ্ট কৰিলে সৰু শিশু বোৰে মোৰ বহুত ভাল লাগে, মৰম দিলোঁ দেই কুশলে থাকা ❤️❤️❤️

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    মৰম তোমালৈও বা

  • @kalpanamahanta1812
    @kalpanamahanta1812Ай бұрын

    Nice, 🎉

  • @priyankaBorah-fu9ng
    @priyankaBorah-fu9ngАй бұрын

    ❤❤

  • @user-jj4fn8de8y
    @user-jj4fn8de8yАй бұрын

    Nice

  • @devajanidutta3717
    @devajanidutta3717Ай бұрын

    1st comment... Hodai happy thakok apunaluk anekoi a...

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @sikhachetia2829
    @sikhachetia2829Ай бұрын

    💖💖💖

  • @sumkowar2200
    @sumkowar2200Ай бұрын

    Val lagile ba

  • @monalishakalita3530

    @monalishakalita3530

    Ай бұрын

    Video tu val lagil ba❤🎉

  • @MainuChetia-gt5qg
    @MainuChetia-gt5qgАй бұрын

    Primples uthile ji koribo laga maa ghoror bostruye di❤❤

  • @pabitraphukon4647
    @pabitraphukon4647Ай бұрын

    👌👌

  • @aprajitaboruah154
    @aprajitaboruah154Ай бұрын

    মইও ৰাতিয়েই কৰি থও

  • @ritupornabasu355
    @ritupornabasu355Ай бұрын

    Nice ma

  • @jaankonwar8961
    @jaankonwar8961Ай бұрын

    Nice ma ❤❤❤❤

  • @tutumoniray9717
    @tutumoniray9717Ай бұрын

    বৰমা আপুনাৰ video চাইয়ে মই বিশ্বাস কৰি আছিলো. আপোনাৰ ভিডিঅ চাই বহুত ভাল লাগে। বৰমা মই কেৰেলাত আছু কিন্তু এটা সুখৰ খবৰ মই ৭বছৰৰ পিছত মা হবলৈ অলাইছো। কিমান যে দুখৰ দিন পাৰ কৰিলো বৰমা।এতিয়া ঘৰত যাব মন গৈছে trent গলে কিবা হব নেকি বৰমা plz জনাব দে বৰমা। love you বৰমা ❤️ মোৰ 2 মাহ সম্পুৰ্ন হল

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ইমান দূৰ journey একেবাৰে সুৰক্ষিত নহয় । অভিনন্দন 💞💞💞

  • @BeulaDas-wm1yp
    @BeulaDas-wm1ypАй бұрын

    Amitar dore dijain

  • @miyumjoyshree2191
    @miyumjoyshree2191Ай бұрын

    Munu aji pakghrt humaote gamusa murot maribo pahrilene apuni adin koisile j vdo atat pakghrt humale murot gamusa mare bule

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    তুমি ভালকৈ ভিডিওটো নিশ্চয় শুনা নাছিলা 😊। মই কৈছিলোঁ ,চুলি ধোৱাৰ পিছত শুকাবলৈ মেলি দি পাকঘৰত সোমালে সৰা চুলিবোৰ পাকঘৰত পৰে সেয়ে গামোচা এখন মাৰি পাকঘৰৰ কাম কৰো । সকলো সময়ৰ কথা কোৱা নাছিলো নহয়

  • @miyumjoyshree2191

    @miyumjoyshree2191

    Ай бұрын

    @@RashmiKonwar Oo mure hunat bhul hol sge take pahri golne vabisilu ako

  • @jaankonwar8961
    @jaankonwar8961Ай бұрын

    Moy pohelu

  • @barnalisarma-my3ww
    @barnalisarma-my3wwАй бұрын

    Mr.lora.tu.eko.nakhai.khurimaa,fusura.khuwale.u.nakhai,sordi,kah.hoisile.doctork.dekhuwaisilu,dolob.bur.disi.dolob.khaboloi.u.mon.nokore,birat.amoni.kore.agte.nije.khaisil,atiya.khuwaideunakhai.nije.u.nakhai,bohut amoni kore.

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    অকলে নোৱাৰিলে দেউতাককো সহায় কৰি দিবলৈ কবা । ফুচুলাই খুৱাবা চোন

  • @kongkonadutta1269
    @kongkonadutta1269Ай бұрын

    ❤❤

Келесі