'মুখ বান্ধি ৰাখে, বাথৰুমলৈ যাওতেও লগত মানুহ যায়'- অসমীয়া যুৱতীৰ বিননি

'মুখ বান্ধি ৰাখে, বাথৰুমলৈ যাওতেও লগত মানুহ যায়'। হাৰিয়ানাত এনেদৰেই বলপূৰ্বক বিয়া পতা হয় অসমীয়া যুৱতীক। সহজ সৰল অসমীয়া যুৱতী-বোৱাৰীৰ হাৰিয়ানাত দাম মাত্ৰ ডেৰ লাখ টকা। হাৰিয়ানাত ছোৱালীৰ সংখ্য়া কম বাবে অসমৰ যুৱতীৰ লগত কেনে অত্যাচাৰ কৰা হয়, শুনিলে আচৰিত হ'ব। কোনোমতে জীৱন বচাই পলাই আহিবলৈ সক্ষম হোৱা এগৰাকী মহিলা DY365ৰ ষ্টুডিঅ'ত। লগত উপস্থিত দিল্লী আৰক্ষীৰ উত্তৰ পূৱৰ প্ৰতিনিধি গীতাশ্ৰী ভুঞা নিৰুলা।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 329

  • @rupjyotigogoi8413
    @rupjyotigogoi8413 Жыл бұрын

    অসমৰ ছোৱালীক এইদৰে পলোভন দি নিৱা সকলক একাউণ্টাৰ কৰক চৰকাৰে । অসমৰ ছোৱালী অন্য ৰাজ্য লৈ কাৰোবাৰ ‌দায়িতয়ত যাব লগীয়া হ'লে আগতীয়াকৈ অসম চৰকাৰৰ পৰা অনুমতি লোৱা ব্যৱস্থা কৰক।

  • @khaledabegum5601
    @khaledabegum5601 Жыл бұрын

    বাইদেউ অসমত কিবা কাম কৰাৰ সুবিধা কৰি দিয়ে যেন আমাৰ দুখীয়া মহিলা সকলক। ধন্যবাদ বাইদেউ। এতিয়া আমাৰ অসমতেই হাৰিয়ানা হৈ আছে।

  • @funusenapoti9220
    @funusenapoti9220 Жыл бұрын

    গীতাশ্ৰী বাইদেউক বহুত বহুত ধন্যবাদ জনাইছো। আপুনি ঠিক কথাই কৈছে যে অসমৰ কিছু কিছু ঠাইত সচাঁকৈ কাউন্সিলিং কৰিব লাগে আৰু সৰু সৰু গাওঁ বিলাকত আৰ্থিক অভাৱৰ বাবে এনেহেন যুবতী সকলক বিপদৰ সন্মুখীন হোৱা দেখা গৈছে ।

  • @Riya10915

    @Riya10915

    11 ай бұрын

    Right 👍

  • @junsaikia6521
    @junsaikia6521 Жыл бұрын

    মানু্হ টোৰ নাম, গাওঁ,জিলা সকলো উল্লেখ কৰি দিব লাগে নহলে আকৌ কোনোবা ছোৱালী বা বোৱাৰী তাৰ জালত ফচিব। এনেও দূৰ ঠাইলৈ যাবলৈ হলে সকলোৰে লগত আলোচনা কৰি লোৱাটো ভাল। এই ক্ষেত্ৰত মাইকী মানুহজনী ও অলপ দুখ থাকে যেন লাগে।

  • @ikondas8254
    @ikondas82544 ай бұрын

    গিতা ববাইদেউ বুহুত বুহুত ধন্য বাদ 👌👍

  • @monujdeka7383
    @monujdeka7383 Жыл бұрын

    বাইদেউ আপোনাক অশেষ ধন্যবাদ। লগতে এই কথা বিলাক আমাৰ মাননীয় মুখ্য মন্ত্রী মহোদয়ৰ দৃষ্টিগোচৰ হোৱাটো দৰকাৰ। মহোদয়ে , হাৰিয়ানাৰ দৰে অন্য ৰাজ্যৰ তেনেকুৱা পাশনদ্ বিলাকক কঠোৰতকৈ কঠোৰ শাস্তিৰ দিয়ক ।

  • @ajitkumarbhattacharyya2951

    @ajitkumarbhattacharyya2951

    8 ай бұрын

    j

  • @ShikhuramBorah-nh9vm

    @ShikhuramBorah-nh9vm

    5 ай бұрын

    ❤❤❤❤❤

  • @gitamonikujur4173
    @gitamonikujur4173 Жыл бұрын

    বহুত বহুত ধন্যবাদ বাইদেউ

  • @mrrajboro4270
    @mrrajboro4270 Жыл бұрын

    বাইদেউ আপোনালৈ অশেষ ধন্যবাদ 🙏🙏🙏

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 Жыл бұрын

    এইবোৰ কথাৰ বাবেই অভিভাৱকে ছোৱালী বা কন্যা সন্তান বুলি অবজ্ঞাৰ দৃষ্টিৰে চাব নেলাগে আৰু যিমানদূৰ সম্ভৱ পঢ়াশুনা কৰোৱাৰ লগতে বুদ্ধিবৃত্তি বঢ়োৱাৰ ব্যৱস্থা লব লাগে ৷

  • @ashapurnadas3748

    @ashapurnadas3748

    Жыл бұрын

    Exactly.bohut khetrot parents e bese

  • @mahendraroy2452

    @mahendraroy2452

    Жыл бұрын

    A5r6. Get e but b.

  • @MasterCrow591

    @MasterCrow591

    Жыл бұрын

    @@mahendraroy2452 meaning ?

  • @dhritirekhadas2757
    @dhritirekhadas2757 Жыл бұрын

    আমি বেমাৰ আজাৰতো সহায়কাৰী বিচাৰি নাপাওঁ ৷ কিছুমানৰ নিজৰো ভুল আছে , দুটামান টকা বেছি দিলেই অচিনাকি ঠাইলৈ যাবলৈ কিয় ৰাজি হ’ব লাগে ? 2018 ত মোৰ এটা সৰু অপাৰেচন হৈছিল তেতিয়া মাত্ৰ ৰাতিটো থাকিবলৈ প্ৰতি ৰাতি মহিলা এগৰাকীক 500 টকা কৈ দিছোঁ ৷ যিহেটু প্ৰাইভেট হস্পিতালৰ প্ৰাইভেট কেবিনত আছিলোঁ তাত মহিলাগৰাকীয়ে একো কৰিবলগীয়া নাছিল ৷ সন্ধিয়া আহি টি ভি চাই ৰাতিটো শুই ৰাতিপুৱা গুছি গৈছিল ৷ দিনত মই সাৰে আছিলোঁ আৰু মোৰ আত্মীয়খিনি আছিল ৷

  • @munindradas621
    @munindradas621 Жыл бұрын

    দৰিদ্ৰতাৰ বাবে বহু মানুহে ভৰন পোষন দিব নোৱাৰে,বান পিৰিত অঞ্চলৰ বহুলোকৰ কন্যা সন্তান বোৰ বাহিৰত বেচি দিয়ে,এই বিষয় বোৰৰ ওপৰত চৰ্চা হোৱা দেখা নাযায়,হিউমেন ট্ৰেফিকিং আজিৰ দিনত এটা ডাঙৰ সমস্যা .চৰকাৰে উচিত পদখেপ লব লাগে .

  • @rumimahanta1744
    @rumimahanta1744 Жыл бұрын

    গীতা বাইদেউক বহুত ধন্যবাদ। ইমান ডাঙৰ ভাল কাম কৰিছে

  • @rajibmodi4936
    @rajibmodi4936 Жыл бұрын

    গীতা বাইদেউ বহুত ধন্যবাদ জনালোঁ আপোনাৰ দৰে মানুহ বহুত কম পোৱা যায়।যিজনে নিছে তাক শাস্তি দিয়া উচিত।

  • @babulali4857
    @babulali4857 Жыл бұрын

    হাৰিয়ানাৰ আইন অসুৰক্ষিত নেকি ? কাৰণ কাৰোবাক জোৰকৈ বিয়াত বহুৱাই দিব ,তাকো বিয়া হোৱা ছোৱালী | ইয়াৰ বাবে জগৰীয়া তেওক নিয়া মানুহজন |

  • @bishnuboruahguti7070
    @bishnuboruahguti7070 Жыл бұрын

    পিতৃ মাতৃক অৱজ্ঞা কৰি গোপন কৰ্ম কান্দৰ ফল নিজেই ভোগ কৰিব লাগিব এইয়া বাস্তৱ ৰূপ,অচিন কাঠত থোৰা লগোৱা পৰিমাণ,

  • @debendrabarman2272

    @debendrabarman2272

    Жыл бұрын

    Right

  • @runuburaguhain6361
    @runuburaguhain636111 ай бұрын

    গীতা বাইদেউ আপোনাক ধন্যবাদ

  • @rahuldoley3505
    @rahuldoley3505 Жыл бұрын

    প্ৰথম কথা যে তাইৰ স্বামীয়ে দিল্লীলৈ যাবলৈ অনুমতি দিছিল নে নাই, যদি দিয়া নাই তেন্তে তাই সেই মানুহজনৰ লগত লিলিমাই কৰি যোৱা নাই টো

  • @khargeswarkalita4630
    @khargeswarkalita4630 Жыл бұрын

    লোভে পাপ পাপে মৃত্যু, অসমত কাম কৰিব নোৱাৰা মানুহৰ এনে অৱস্থা হোৱাটো নিশ্চিত

  • @ashapurnadas3748

    @ashapurnadas3748

    Жыл бұрын

    Comment eta dibo r karone olop brain r dorkaar.eiya unemployment r issue nohoi human trafficking r issue hoi..olopman brain use koribo

  • @ombibarman4244

    @ombibarman4244

    Жыл бұрын

    Mathat mal nai sage .

  • @jsaikia765

    @jsaikia765

    Жыл бұрын

    সচা কথা কৈছে।নিজৰ বাৰীৰ ঘাঁহে ‌আমোৱালে সেয়ে তেওঁ বিশেষ ঘাঁহ খাবলৈ গৈছিল।

  • @khargeswarkalita4630
    @khargeswarkalita4630 Жыл бұрын

    মানুহ জনৰ নাম কব লাগে

  • @sineswarmoran4006
    @sineswarmoran4006 Жыл бұрын

    সমনীয়া মানুহে মানুহ বেপাৰী কৰা সকল বেছিদিন সংসাৰত তিস্তিব নোৱাৰে ।

  • @nirupoma5935
    @nirupoma5935 Жыл бұрын

    বাইদেউ আপোনাক অশেষ ধন্যবাদ 🙏 ঈশ্ৱৰে আপোনাক আশীৰ্বাদ কৰক 🙏

  • @sailendranathdeori7467

    @sailendranathdeori7467

    Жыл бұрын

    Aapunak bahut bahut dhanybad Baidew.

  • @mamonibora2577
    @mamonibora2577 Жыл бұрын

    She is really lucky, so could escape. এনেদৰেই আৰু কিমান ছোৱালী বাহিৰত ফচি আছে। govt should act against such crimes

  • @tileswaryein1295
    @tileswaryein12953 ай бұрын

    ভুঞা বাক বহূত বহূত ধন্যবাদ জনালো।🙏🙏🙏🙏।

  • @tulshigogoi7019
    @tulshigogoi7019 Жыл бұрын

    Very respectful police👮 offers . God bless you? Thanku DY 365 .

  • @Rubulkaibarta-tw5mo
    @Rubulkaibarta-tw5mo Жыл бұрын

    এইবিলাক মানুহক কঠোৰতকৈ‌ কঠোৰ শাস্তি দিব লাগে । তেতিয়াহে অসমৰ ৰাইজে শান্তিত থাকিব পাৰিব ।

  • @SuheliLaskar-qj2du
    @SuheliLaskar-qj2du8 ай бұрын

    Thanks for Recovery........Team...This is one of the indicator of Socio.. Economic development....of Assam ....????

  • @mridusmitachoudhury740
    @mridusmitachoudhury740 Жыл бұрын

    বিচাৰি পালে যে এইটোৱে বহুত এই দিয়া মানুহ জনক বিচাৰি তেওঁৰ লগত থকা বোৰক বিচাৰি উলিয়াই এই বোৰ বন্ধ কৰিব চেষ্টা কৰিব লাগে

  • @private_70
    @private_70 Жыл бұрын

    ভগবানে আপোনাক ভাল কৰক ।

  • @prafullakakati8439
    @prafullakakati8439 Жыл бұрын

    তাক ধৰি চিৰ জিবনৰ কাৰণে কাৰাদণ্ড দিব লাগে ।

  • @EYANG619

    @EYANG619

    Жыл бұрын

    Nohy Tak Amer hatot dibo Lage hoday jate Manu jonok kickboxer r putla bonamm aru training di thakim ak ratit dat aru nak mokh fatamm aro next day bukor hara fatammm ll sini powa nii niki assam r Manu kot ki Manu ase

  • @chandramapathak8243
    @chandramapathak8243 Жыл бұрын

    Public য়ে যদি সহায় কৰিব পাৰে জনালে ভাল,নিশ্চয় সহায় কৰা মানুহ আছে প্ৰয়োজন গাওঁ বোৰত

  • @sewalimahanta9359
    @sewalimahanta9359 Жыл бұрын

    বাইদেউ আপোনাক অশেষ ধন্যবাদ।

  • @BharatiGayari6893
    @BharatiGayari68935 ай бұрын

    বাইদেউ আপোনাকো বহুতো ধন্যবাদ

  • @arpondas7642
    @arpondas7642 Жыл бұрын

    দাদা, মানুহ বিক্ৰেতা জনৰ নাম মুকলি নকৰিলেও এই চেনেলৰ দাৰা গম পাবই । পাব্লিকেহে নাজানিব । যাৰ বাবে বেপাৰী জন পলাবলৈ সুবিধা হ'ব ।

  • @homedaysfun4127
    @homedaysfun4127 Жыл бұрын

    Really great work mam

  • @gayatribordoloi5437
    @gayatribordoloi5437 Жыл бұрын

    Tq Geeta mam, "God bless u"❤❤❤🙏🙏

  • @vaaskarsaikia
    @vaaskarsaikia Жыл бұрын

    Very well done Geetashri ...Mam..

  • @momidutta1675
    @momidutta1675 Жыл бұрын

    Apuni bhut bhut val kam krise

  • @abdulmozidmiah1141
    @abdulmozidmiah1141 Жыл бұрын

    Thank you Gita mam

  • @hasinabegum8430
    @hasinabegum8430 Жыл бұрын

    Thanks madum for your helpness

  • @LizaDutta840
    @LizaDutta840 Жыл бұрын

    Kudos and Respect to Gitashree ma'am for all her effort and wonderful job in saving this girl and many other cases like her ❤

  • @dr.p.hazarika500

    @dr.p.hazarika500

    Жыл бұрын

    Criminals should be punished severely

  • @BikashGogoi-vc8hs

    @BikashGogoi-vc8hs

    Жыл бұрын

    ​@@dr.p.hazarika500 0l

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Жыл бұрын

    Salute to Gitashree baa. Go ahead way to your journey. We're support to you. We're proud of you. All the best wishes to Gitashree baa.with regards

  • @mohinisaloi6623

    @mohinisaloi6623

    Жыл бұрын

    000

  • @Porishmita163

    @Porishmita163

    11 ай бұрын

    ​@@mohinisaloi6623❤bhul

  • @KhargeswariRongpi

    @KhargeswariRongpi

    11 ай бұрын

    ​@@Porishmita163😢😢😮😮😢😢❤❤😊

  • @hasinabegum8430
    @hasinabegum8430 Жыл бұрын

    You r good lady

  • @bhabeshdas5757
    @bhabeshdas5757 Жыл бұрын

    God Bless you

  • @miranali7424
    @miranali7424 Жыл бұрын

    Thank you so much

  • @sanowarabegum4481
    @sanowarabegum448110 ай бұрын

    Baideo bhut bahut dhanywad .

  • @dr.p.hazarika500
    @dr.p.hazarika500 Жыл бұрын

    Salute to Geetashri Bhuyan. People should extend help in your services to helpless. Criminals should be encountered.

  • @ranjanduarah828
    @ranjanduarah828 Жыл бұрын

    Good news

  • @samedaimary482
    @samedaimary4827 ай бұрын

    God bless you❤❤❤

  • @basudevrabha6215
    @basudevrabha6215 Жыл бұрын

    বিক্ৰী কৰা জনক গুলীয়াই মৰাৰা বাহিৰে অন্য বিকল্প নাই ।

  • @jenbhai2156
    @jenbhai2156 Жыл бұрын

    Good luck

  • @eyakubali336
    @eyakubali336 Жыл бұрын

    Gita Mem Thanks .

  • @art_with_hiyan
    @art_with_hiyan Жыл бұрын

    Great work

  • @pinkukalita77
    @pinkukalita77 Жыл бұрын

    Gitashree ba aponak koti koti dhanyabaad.

  • @Hotbebe420
    @Hotbebe420 Жыл бұрын

    কোনে যাব দিছিলে বাৰু ???

  • @dwipenbarman2129

    @dwipenbarman2129

    Жыл бұрын

    Tor murt kiba mal ase ne nai... Mongolian.

  • @priyankahazarika2937
    @priyankahazarika2937 Жыл бұрын

    salute gitashree baa

  • @Manoj4x27
    @Manoj4x27 Жыл бұрын

    udhar kora khobortu pai bohut val lagil . Jjindabad delhi police . jindabad assam police.

  • @ratuldeka6266

    @ratuldeka6266

    Жыл бұрын

    Bhut akhmiya sowali bowari ase iyat ki kriba kisuman nije ahe aru kisumank amar asmiya dada baideo hte alp poisar karne iyat bikri kri diye..aru ..Ane dharanr bipdt prile ..mor no phon krib..moi bartaman..hariyanate aso..

  • @unknown-cn7sf

    @unknown-cn7sf

    Жыл бұрын

    @@ratuldeka6266 kela ki je hobo jatitur .....rokhatole gol aru

  • @vargaviborah3789

    @vargaviborah3789

    Жыл бұрын

    @@ratuldeka6266 90p books yh m

  • @DipikaBuragohain

    @DipikaBuragohain

    10 ай бұрын

    ​@@ratuldeka6266we

  • @user-pn7bw6ny9o

    @user-pn7bw6ny9o

    8 ай бұрын

    ​@@vargaviborah37890l7

  • @deepjyotygogoi8456
    @deepjyotygogoi8456 Жыл бұрын

    Good job sister All good

  • @mrinmoyeesarma5872
    @mrinmoyeesarma5872 Жыл бұрын

    আচলতে অসমীয়া ছোৱালীৰ সৰলতাৰ সুযোগ লয় ।

  • @pramudsaikia1994
    @pramudsaikia199410 ай бұрын

    Thankyou

  • @dineshpegu-yt4bj
    @dineshpegu-yt4bj Жыл бұрын

    good mem apuni thik koisa

  • @paporigogoi2633
    @paporigogoi2633 Жыл бұрын

    Gita maam thanku.

  • @rockster8223
    @rockster8223 Жыл бұрын

    যি কেইটাই লৈ গৈছিলে সেইকেইটাক কাটি পেলাৱ লাগে।।।

  • @bhupendas3078
    @bhupendas3078 Жыл бұрын

    Very nice reporting, nice information.

  • @riya7730
    @riya7730 Жыл бұрын

    Aru kimanr lgt hoise enekuwa aru kimanr lgt hbo goi ase...... Eyar usit bebosta hbo lage.. Aru punr enekuwa kam kariboloi xahax nhowa karibo lge 🙏🏽🙂

  • @SIM-zo3tl
    @SIM-zo3tl Жыл бұрын

    Oo my good Eman dagor kandu hariyanr manhu log Pali dim 🤜🤜👊👊👊amar Assamr sowali bilak ki boli vabise

  • @rajdeep9722
    @rajdeep97224 ай бұрын

    Salute Gitasree baa

  • @TAKUMUBLOGS-7475
    @TAKUMUBLOGS-7475 Жыл бұрын

    Nise

  • @user-wz6fe8hz3e
    @user-wz6fe8hz3e8 ай бұрын

    বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনালো লগতে আপোনাৰ মোবাইল নাম্বাৰটো দিবচোন।

  • @kaikhosatsingson4551
    @kaikhosatsingson4551 Жыл бұрын

    Tak band bajai deok... I mean... Try to book him as per the laws of the land. 🙏🙏🙏

  • @user-jr2rj2sx2k
    @user-jr2rj2sx2k7 ай бұрын

    Jai hind....

  • @ALC0A021
    @ALC0A021 Жыл бұрын

    High time to end all these human trafficking business!

  • @sumeruborpujari2348
    @sumeruborpujari234810 ай бұрын

    🌹🙏 Om shirdi Sai Ram baba help all over world people

  • @amulyasarma7390
    @amulyasarma7390 Жыл бұрын

    হয় দেই আমাৰ গাৱৰ বহুত বোৱাৰী বাহিৰত কাম কৰিব যায় কিন্তু বহুদিন লৈ গিৰিয়েককো লগ কৰিব নিদিয়ে

  • @unknown-cn7sf

    @unknown-cn7sf

    Жыл бұрын

    Heibilak taat settle hoi bia hoi lora puwali jonmo diyei already kot giriyekok log koribo dibo

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 Жыл бұрын

    Kotha khini xuni beya lagil...kintu suali bure nijor thait kam koriboloi laj kore ba manti nohoi...xeye kunuba khinit nija bhulu nothoka nohoi..

  • @lakhikantasutradhar4474
    @lakhikantasutradhar4474 Жыл бұрын

    বহুত ভাল লাগিল ধন্যবাদ থাকিল 👍

  • @mayamoi7128
    @mayamoi7128 Жыл бұрын

    Tnq mam mur mote tat hoitu ru anekua bohut suwali humai ase

  • @nirmalibora1262
    @nirmalibora1262 Жыл бұрын

    Ji jone nisil tekhetor mukhon dekha lge..ru amr Assam t nibonuwa hoimosa karoneu anekuwa ghotona hoi

  • @DipaliGogoi-ss7ng
    @DipaliGogoi-ss7ng2 ай бұрын

    Dipaligogoi😭😭🙏❤️❤️👌

  • @user-qn9jo9we5o
    @user-qn9jo9we5o8 ай бұрын

    যিজন পুৰুষে চাকৰিৰ পলোভন কৰি নিয়া কোলাংগা টোৰ নাম কিয় উল্লেখ নকৰে, নে পুনৰ এনে ধৰণৰ কাম কৰাত সহায়হে কৰিছে,

  • @InnocentBurrito-se1pq

    @InnocentBurrito-se1pq

    5 ай бұрын

    M😊

  • @rajibmodi4936
    @rajibmodi4936 Жыл бұрын

    মানুহজনৰ নাম টো কলে ভাল হব।

  • @rezarifamanzil2984
    @rezarifamanzil2984 Жыл бұрын

    Geeta madam Dilse salute ❤❤❤❤

  • @himashreedeka8052
    @himashreedeka805210 ай бұрын

    Xosai koi Bht dukh Lge 🥺

  • @haribora3080
    @haribora30806 ай бұрын

    Atleast you have come out to support the poor.

  • @Rupan9591Vlogs
    @Rupan9591Vlogs Жыл бұрын

    Ai Manuk dhori tak kothur sasthi dibo lage tar live been Kori diyok jai hind Assam police 👍🇮🇳 👹

  • @renuborah8910
    @renuborah8910 Жыл бұрын

    Hariana manuhbur iman avadra iman asobhya moha papi hoi

  • @MahfujorRahman-eu2jk
    @MahfujorRahman-eu2jk7 ай бұрын

    Remote area বোৰত সজাগতা কৰিব লাগিব

  • @himakshiboro2368
    @himakshiboro2368 Жыл бұрын

    Anekuwa manuh burr man koi dbo lage sir karon kole ami hei manuh burr mukh khon sini pwa jabo ru ami hojag hbo parm,,, ru amemuwa mnh blg dhoronr hasti dbo lge.... Atia j mnhei manuhok voi kora situation hoi porise😥

  • @goneshsaikia9725
    @goneshsaikia9725 Жыл бұрын

    Haryana t swali janma huar agotei Mari palai...hai he hihatr lora bure bya patibar babe swali napai ...babe ane dhoka dhari kamot hat dea...Amar swali bureau Toka Pam buli ane jalot nakanakoia bhari de biodata pore ..

  • @manobendrabordoloi4630
    @manobendrabordoloi4630 Жыл бұрын

    Girls of all should be alert

  • @geetanjalisakia4233
    @geetanjalisakia4233 Жыл бұрын

    🙏🙏🙏🙏

  • @user-xr6oi3gc5d
    @user-xr6oi3gc5d4 ай бұрын

    ❤❤❤

  • @rohimaahmed8573
    @rohimaahmed8573 Жыл бұрын

    👍❣️❣️

  • @bindassjibon5756
    @bindassjibon5756 Жыл бұрын

    Immediate action lobo lage.......... axomor bahirot jimn suwali jaai education karone hok ba jobr khetrote hok ba traveling khetrote hok hakolure poman toithyo thoi dibo lage Assam police or hatot..... Logote gutei State bilagot invatigation start koribo lage........ 👍

  • @thamchidance9847
    @thamchidance984712 күн бұрын

    ♥️♥️♥️♥️♥️

  • @utpalboro4644
    @utpalboro4644 Жыл бұрын

    Hai manujonor nam kobo lage

  • @sanjubhuyan3911
    @sanjubhuyan3911 Жыл бұрын

    Aeito link dhorebo lage

  • @khaledabegum5601
    @khaledabegum5601 Жыл бұрын

    Right

  • @SIM-zo3tl
    @SIM-zo3tl Жыл бұрын

    Akhomor manhu bilak Punjabi aro hariyanr manhuk Anykowa change nidibo Amar axomot besi kiba kole👊👊👊maribo do not support hariyana and Punjabi people.. Bohot Bewa km korise Bohot

  • @sanjipkhakhlari2044
    @sanjipkhakhlari20444 ай бұрын

    Aibur amar Assam sorkarea valkoi todonto koribo lagea aru amar assamor jiman Manu asea sobok ghuri anebo lagea

  • @jyotishpanging1371
    @jyotishpanging13719 ай бұрын

    Bohut bhal kotha tenekoi koribo lagey tumar nisina syali.

Келесі