মুঠিয়া পিঠা | লুঠুৰী পিঠা | ভোগালীৰ ভোগ |অতি স্বাস্হ্যকৰ আৰু নিৰোগী ৰেচিপি | টিপছ্ সহ | Healthy ...

#AssameseMuthiyapitha #Luthuripitha #অসমৰ

Пікірлер: 78

  • @mitalimahanta7785
    @mitalimahanta77852 жыл бұрын

    👍👍👍👍👍👍👍👍

  • @moonstar8942
    @moonstar89424 жыл бұрын

    Bidew Bor xundar recipe. Val lagil. Bonai kham. Monot prigol Horute Mae bonai dia Thanks. 🙏 😘

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    হয় দেই,,,,আমাকো দিছিল…আজি খালো বাবে চেয়াৰ কৰিলো…ধন্যবাদ ও স্বাগতম 💖

  • @prodipbhumij3518
    @prodipbhumij35184 жыл бұрын

    সুন্দৰ ৰেচেপি । ঘৰত নিজে বনাই খাম।

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    নিশ্চয়…

  • @jurigogoi2052
    @jurigogoi20524 жыл бұрын

    Xundor recipee

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @darshanabordoloi4825
    @darshanabordoloi48254 жыл бұрын

    Bahut Val lagil recipe tu. Xamoior xut t herai jaboloi dhora pitha bidh bar xundr koi dangi dhorile.

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    হয়…এই বিলাক স্বাস্হ্যকৰ ৰেচিপি…তোমাৰ সুন্দৰ মন্তৱ্যই সুখী কৰিলে…ধন্যবাদ ও স্বাগতম 💖

  • @jyotibora2512
    @jyotibora25123 жыл бұрын

    খাতি অসমীয়া খানা।ভাল পৰমপৰা আন দহ জনে শিকক যে আমি অসমীয়া

  • @TaruPhukan

    @TaruPhukan

    3 жыл бұрын

    একদম …খাৰ খোৱা,পিঠা খোৱা…জগতৰ ক'তো নোপোৱা…তাকে নেচায়,বেয়া পাই নেকি… share কৰিবাছোন…মই এনে ৰেচিপিহে ৰান্ধি বেচি ভালপাওঁ……মৰম দিলো…

  • @barshadas6268
    @barshadas62684 жыл бұрын

    I like your tray. ❤

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    💖💞

  • @nanditagogoi7968
    @nanditagogoi79684 жыл бұрын

    Val lagil, tips kita hikibo parilo thanxx

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @bhaskarstudycentre461
    @bhaskarstudycentre4614 жыл бұрын

    Val laghil baideu .

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @nirmalipathak8367
    @nirmalipathak83674 жыл бұрын

    😋..borhia.. Khaboi MN goise

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    দিলো…খোৱা দেই,,,ধন্যবাদ ও স্বাগতম 💖

  • @MyDh2
    @MyDh24 жыл бұрын

    মায়ে এনেকৈ প্রায়ে আমাক খুৱাইছিল! ৰেচিপিটো বহু ভাল হৈছে!

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    অ' হয়…ধন্যবাদ ও স্বাগতম 💖

  • @roshmikolita8100
    @roshmikolita81004 жыл бұрын

    Moja

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖

  • @inugogoi797
    @inugogoi7974 жыл бұрын

    এইবাৰ লুথুৰী আৰু মুঠীয়া পিঠা বিহুত বনাবলৈ চেষ্টা কৰিম, বহুত বহুত ধন্যবাদ বাইদেউ,,

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @tutumonibora4795
    @tutumonibora47954 жыл бұрын

    Mjja

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @gautamirajbongshi1065
    @gautamirajbongshi10654 жыл бұрын

    Val lagil baidew

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @mirabaruah3510
    @mirabaruah35104 жыл бұрын

    সৰুতে বহুত খাইছিলোঁ,এতিয়া আপুনি আকৌ মনত পেলাই দিলে,নিশ্চয় বনাই খাম

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖

  • @minakshiboruah2682
    @minakshiboruah26824 жыл бұрын

    আপোনাৰ resipe বোৰ মোৰ বৰ ভাল লাগে

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖

  • @ub594
    @ub5944 жыл бұрын

    😋👌👍🙏

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    💖💞💖

  • @bhrigukalita5325
    @bhrigukalita53254 жыл бұрын

    👌👌👌👌👌

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    Welcome 💐💐

  • @banashreemili9154
    @banashreemili91544 жыл бұрын

    তৰু বা সঁচাকৈ ইমান যে ভাল লাগিল

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @kaberiborah6094
    @kaberiborah60944 жыл бұрын

    অতি সুন্দৰ বাইদেউ

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @digontobordoloi5079
    @digontobordoloi50794 жыл бұрын

    Video nusuwake like disu baideo nice

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ৰাতিপুৱাই খালো যেতিয়া দেৰি নকৰিলো…কাম শেষ কৰি আপলোড কৰি দিলো…ভাল লাগিল দেই,,,,নিজৰ স্বাভিমান খাদ্য…ধন্যবাদ ও স্বাগতম

  • @digontobordoloi5079

    @digontobordoloi5079

    4 жыл бұрын

    Repli diyar babe thanks baideo

  • @pratyashipathak5147
    @pratyashipathak51474 жыл бұрын

    Baido aponr ktha bilkul bhut vl lge mor. Aponr recipe bilak o bhut easy hoi.

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    সুন্দৰ মন্তৱ্যই সুখী কৰিলে … ধন্যবাদ ও স্বাগতম 💖

  • @sabitareang8643
    @sabitareang86434 жыл бұрын

    Very nice 👌

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    Thanks

  • @sabitagungungogoi7195
    @sabitagungungogoi71954 жыл бұрын

    Khao dei.moja pao khai.

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    নিশ্চয়…খোৱা খোৱা… ধন্যবাদ ও স্বাগতম 💖

  • @mamubora6613
    @mamubora66134 жыл бұрын

    Moiu khai bohut val pau baa .lora2 horu thakute loratuk andore tal misiri di khuaisilu .horu lora swalir babe bohut hlthy rcpe hoi .apuni shre kora babe dhanyabad baa

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖

  • @smritikonwar7057
    @smritikonwar70574 жыл бұрын

    Recipe2 bhal lagil khuri.bhoja pithar pora bonabo parim ne

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    পাৰিবা…জুতি অলপ কম পাবা…

  • @smritikonwar7057

    @smritikonwar7057

    4 жыл бұрын

    Bihut bonam buli bhabisu..ajiloike khai puwa nai

  • @tutumonikonwar1785
    @tutumonikonwar17854 жыл бұрын

    বাইদেউ, আপোনাৰ সকলো ৰেচিপি মোৰ ভাল লাগে। আচাৰৰ ৰেচিপি আৰু দিবচোন।

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    আছে… বহুত কেইটা আচাৰৰ ৰেচিপি বহুত ধন্যবাদ ও স্বাগতম 💟

  • @meghaligogoi2602
    @meghaligogoi26024 жыл бұрын

    লুঠুৰি পিঠা সৰু থাকোঁতে খুব খালোঁ। মোৰ প্ৰিয়। মই এতিয়াও মোৰ পৰিয়ালক বনাই খুৱাই।খুবেই স্বাস্থ্যসন্মত । মুঠিয়া পিঠা টো বনাব লাগিব। ধন্যবাদ বাইদেউ।

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖

  • @rjaparajitavlogs4461
    @rjaparajitavlogs44614 жыл бұрын

    আমাৰ ঘৰত প্ৰায় বনাও ভাল লাগে

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    হয় নেকি…মইও খাওঁ…আজি পুৱা খালো বাবে চেয়াৰ কৰিলো…ধন্যবাদ ও স্বাগতম 💖

  • @smritibora7061
    @smritibora70614 жыл бұрын

    Bar hundar bihur hamoi upojugi

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    ধন্যবাদ ও স্বাগতম 💖

  • @swapnalichutia208
    @swapnalichutia2084 жыл бұрын

    মই পিঠাগুৰি পালে প্ৰায়েই বনাই খাও .মোৰ স্বামীৰ খুব প্ৰিয়

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    হয় নেকি…মোৰো…পুৱাই খালো বাবে …ৰেচিপি চেয়াৰ কৰিলো…ধন্যবাদ ও স্বাগতম 💖

  • @meenagogoiborgohain4170
    @meenagogoiborgohain41703 жыл бұрын

    Pitha guri apuni bhaji loise niki?

  • @TaruPhukan

    @TaruPhukan

    3 жыл бұрын

    কেঁচা পিঠা গুড়ি

  • @meenagogoiborgohain4170

    @meenagogoiborgohain4170

    3 жыл бұрын

    @@TaruPhukan Thank you,

  • @nanditagogoi7968
    @nanditagogoi79684 жыл бұрын

    Bora pitha ne aoi

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    বৰাপিঠা গুড়ি নহয়…

  • @dipaliray5259
    @dipaliray52594 жыл бұрын

    পিঠা গুৰি ভজা নে কেছা দিছে জনাবচোন।

  • @TaruPhukan

    @TaruPhukan

    4 жыл бұрын

    কেঁচা পিঠা গুড়ি…

Келесі