Mrigätrishna Official Lyrical Video | Papon | Deeg Diganta | Akash Nibir Buragohain

Музыка

Click To Subscribe: bit.ly/1bqZSl5
“ মৃগতৃষ্ণা ’’
Singer - Papon
Lyrics - Deeg Diganta
Music/Composition - Akash Nibir Buragohain
Mixed/Mastered- Ibson Lal Baruah
Gfx & Lyrical Video- Pranabjyoti Gogoi
Strings - Tarun Tanmoy
Sarangi -Ahsan Ali
Flute- Anjan Medhi
Bass - Anupam BG
Guitar - Writuraj Gogoi
Producer - Dr. Manoj Kumar Gogoi
#Mrigatrishna #papon #newassamesesong
Follow me on -
Facebook - / angaraagpaponmahanta
Twitter - / paponmusic
Instagram - / paponmusic

Пікірлер: 1 600

  • @paponmusic
    @paponmusic Жыл бұрын

    So happy to see all the lovely comments and love showered on the song! ❤️

  • @dhanmanideka4407

    @dhanmanideka4407

    Жыл бұрын

    2:07

  • @rishibae8175

    @rishibae8175

    Жыл бұрын

    It's really a soulful song ❤

  • @nomad_swagat3965

    @nomad_swagat3965

    Жыл бұрын

    Please translate in English or put subtitles for your non-Assamese fans

  • @mayurgogoi4071

    @mayurgogoi4071

    Жыл бұрын

    Old papon is back

  • @mayanath1848

    @mayanath1848

    Жыл бұрын

    ❤❤❤❤❤

  • @sanatankalita744
    @sanatankalita744 Жыл бұрын

    আচলতে পাপন দা ৰ গান শুনিবলৈ মাজে মাজে ভয় হে লাগে..অতীতৰ অজান স্মৃতিৰ কৰাল গ্ৰাস ৰ কবলত আহি যাম বুলি.. নাজানো কি আছে এই মাত টোত , সদায়েই বলিয়া কৰি তোলে..🙃🙂♥️🌾

  • @ratnarabha4340

    @ratnarabha4340

    Жыл бұрын

    Mur monor kotha koisa o 😢

  • @nikhildeka202

    @nikhildeka202

    Жыл бұрын

    Xsakoi😢❤

  • @PaponWorld

    @PaponWorld

    Жыл бұрын

    Tumi mur monor kotha kola

  • @papusarma8485

    @papusarma8485

    Жыл бұрын

    Absolutely

  • @Scrollking07

    @Scrollking07

    Жыл бұрын

    Papon da abeli hok style r ru uliyabo sun parile ❤️‍🩹

  • @arealsoldierlife7679
    @arealsoldierlife7679 Жыл бұрын

    দিনটো 10 kg Bullet jacket আৰু 5 kg ৰাইফল লই duty কৰাৰ পিছত আপোনাৰ হৃদয় চুই যোৱা গান শুনিলে ভাগৰ পৰাই পতংগ দিয়ে ❤

  • @bishwadeka7222

    @bishwadeka7222

    Жыл бұрын

    ❤❤❤

  • @arealsoldierlife7679

    @arealsoldierlife7679

    Жыл бұрын

    ​@@bishwadeka7222❤

  • @krishnapathak3343

    @krishnapathak3343

    Жыл бұрын

    Lots of love❤

  • @ImPronoy-sv4gg

    @ImPronoy-sv4gg

    Жыл бұрын

    Respect+++

  • @Gogovinda._

    @Gogovinda._

    Жыл бұрын

    Papon da aru Zubeen da..xodai apun

  • @DhananDhindha
    @DhananDhindha Жыл бұрын

    মোক কোনোবাই স্বৰ্গৰ "শান্তি"ৰ কথা কলে । কিন্তু মই শুনিলোঁ ফাগুনৰ উৰণীয়া বা গাত লগাই তোমাৰ কথা ভাবি বহু চিনাকি অচিনাকি মনৰ মাজত এবেলি মোক তোমাৰ কৰি সপোনত ছাঁয়া হৈ আহি পাপন দাৰ গানৰ গৰাহত পৰি শান্তি পোৱা ।

  • @Mainaa234
    @Mainaa234 Жыл бұрын

    ভাষা য়ে বিচাৰি নাপাওঁ।।।এখন বেলেগ পৃথিৱী বিচাৰি পাওঁ।। চকুপানী ওলাই আহে যেতিয়া ৰাতি earphones ত আপোনাৰ গান শুনি থাকো।।।। অকল হৃদয়লৈকে নহয় আত্মালৈকে স্পৰ্শ কৰিব পাৰে আপোনাৰ গানে।।।।।। ভাল পোৱা কি বিচাৰি পাওঁ।।।ভালে থাকক সদায় আপুনি বিশেষত কৈ বিশেষ ♥️♥️♥️♥️lots of love papon da 💕💕💕

  • @paponunofficial9984
    @paponunofficial9984 Жыл бұрын

    মৃগতৃষ্ণা য়ে এটা ভাল গানৰ প্ৰতি থকা তৃষ্ণা দূৰ কৰি দিলে। ভাষাৰে বুজাব নোৱাৰা এক অনুভৱ। Papon Da আপুনি কেনেকৈ ইমান ধুনীয়া গান সমূহ উপহাৰ দিব পাৰে ! ❤ এনেধৰণৰ প্ৰেমৰ অনুভূতি বোৰ উৎকৃষ্ট ৰূপত প্ৰকাশ পোৱা, গান বোৰ আপোনাৰ কণ্ঠত বহুত ভাল লাগে। Uff ইমান যেন ধুনীয়া গান😍🥺🥺🥺🥺 Thank you akash, Ibson lal barua and deeg diganta and whole team ❤❤❤❤❤

  • @debajit2106
    @debajit2106 Жыл бұрын

    মৃগতৃষ্ণা তোমাৰ ছবি চকামকা ছায়া হৰিনীনয়না তোমাৰ দুচকুৰ মায়া৷ পাহে পাহে ফুলি উঠে বুকুতে গোলাপ আহেঁ আহেঁ বাঢ়ি নো যায় শ্যামলী সুবাস হৃদয়ৰে কাননতে ফুলে পাৰিজাত পৰানৰে কোঁহে কোঁহে অমিয়া সুবাস ওৰণিৰ ফাঁকেৰে সৰকি আহে হেঙুলীয়া ৰ’দ,....❤

  • @bimanbrahmaputra2898
    @bimanbrahmaputra2898 Жыл бұрын

    দিগন্ত ককাইদেউ ,,,, পাপন ,দা বহুত মৰম ,,, বহুত দিনৰ মূৰত ভাল গীত এটি উপহাৰ দিয়া বাবে,,, শুভেচ্ছা দিগন্ত কঁকাই লৈ ,,, বহুত মৰম ♥️♥️🙏

  • @RahulDas-ct5um
    @RahulDas-ct5um Жыл бұрын

    কবলৈ ভাষা নাই.. বতাহ নামাৰিলেও বতাহ অনুভৱ হয়. বৰষুন নিদিলেও দিয়া অনুভৱ হয়. মনৰ তেখেত ওচৰত নাথাকিলেও থকা অনুভৱ হৈ গৈছে গীত টি শুনা পৰা ❤❤❤ Thankyou so much Papon Da giving for the beautiful song❤❤

  • @alakeshsvlog
    @alakeshsvlog Жыл бұрын

    পাপন দাৰ বাবে এটা লাইক ইমান প্ৰাণধালি গাইছে ☺️ ধন্যবাদ dada এনে এটা গান উপহাৰ দিয়াৰ বাবে💞💞🙏🏿। লগতে খগেন মহন্ত ছাৰলৈ শ্ৰদ্ধা নিবেদিছো 💐💐

  • @jubrankonwar1312

    @jubrankonwar1312

    Жыл бұрын

    Mon vorai 2lile🎉🎉

  • @AONARAN_

    @AONARAN_

    Жыл бұрын

    Sir mujhe ye song bahut pasand aya, but I don't understand... Cause of language..😔 But I enjoyed very well...

  • @mrigankashekharkashyap2525
    @mrigankashekharkashyap2525 Жыл бұрын

    বাপৰে!!, কিমান দিনৰ মূৰত যে আপোনাৰ গান এটা শুনিলো😌😍😍। বৰ সুন্দৰ হৈছে দেই দাদা। ভাষা নাই❤❤।

  • @anuragdihingialucky3655
    @anuragdihingialucky3655 Жыл бұрын

    কন্দুয়াইছা কিয় আকৌ 😭 ! ব্যকুল হৈ দূৰণীলে গুচি যাব খোজে আলসোৱা মনটো ।। ইফালে তুমালৈ থকা মৰমবোৰ দুগুনাই বাঢ়ি আহে । চিৰদিন এনেকৈয়ে তোমাৰ অনুৰাগ ।

  • @Oukusvlogs
    @Oukusvlogs Жыл бұрын

    দিল্লীৰ এই গৰমৰ মাজতে গান টোই শৰীৰ টো শীতল কৰি পেলালে 💚🥺♥️

  • @dhrubajyotiborah406
    @dhrubajyotiborah406 Жыл бұрын

    কি সুন্দৰ লাগিছে অ' ।।বাহিৰৰ চোতালত বহি জোনৰ 🌙 পোহৰত শুনি আছোঁ।❤️🔥🎵

  • @dipjyotiborah4809
    @dipjyotiborah4809 Жыл бұрын

    পাপন দাক ভালপোৱা সকলে লাইক👍 এটা কৰি যোৱা❤️

  • @mixervlogs8795
    @mixervlogs8795 Жыл бұрын

    সচাই অদ্ভুত সূৰ - প্ৰতিভা ❤ আপোনাৰ গান সূৰত মোৰ জীৱন ধন্য হয় যায় ভগৱান ❤

  • @Rontudas05
    @Rontudas05 Жыл бұрын

    বহুত ধুনীয়া লাগিল । বেলেগ গান বোৰতকৈ বহুত পৃথক এটা সুকীয়া সোৱাদ দিছে। মন সাত পৰি গল😢❤

  • @saraswatidas3182
    @saraswatidas3182 Жыл бұрын

    আপোনাৰ সুৰৰ ৰাগত শুই পৰা পখীজনীয়েও নব্য দিগন্তৰ কিৰণ বিচাৰি পাই। দিনটোৰ ব্যস্ততাক নিমিষতে পাহৰাই তন আৰু মন , দূয়োটালৈ শীতল অনুৰাগী অনুভাৱ কঢ়িয়াই আনে।❤

  • @bikashsaikia8258
    @bikashsaikia8258 Жыл бұрын

    বাহ..! ওৰণিৰ ফাঁকেৰে সৰকি আহে হেঙুলীয়া ৰ'দ। তোমাৰ খোজত পদুমৰ কলি খোপাত বাবৰিৰ ফুল। ❤🥰

  • @debasishghosh5723
    @debasishghosh5723 Жыл бұрын

    পাপন দা ৰ গান বুলি কলে এক অন্য জগতলৈ লৈ জাই ❤️ কিবা এক বিশেষ শান্তি আছে এখেতৰ গানত ❤️😊 পাপন দা অনুৰাগী সকলে লাইক কৰী জাবা ❤️💫✨

  • @binayarnav8781
    @binayarnav8781 Жыл бұрын

    স্মৃতিৰ কিতাপখনৰ এক ঘন নীলা পৃষ্ঠা হৈ ৰব গীতটি।❤

  • @kingkarnath7256

    @kingkarnath7256

    Жыл бұрын

    সচা ই দে

  • @damayantisenapati9670
    @damayantisenapati9670 Жыл бұрын

    পাহে পাহে ফুলি উঠে বুকুতে গোলাপ 🌷🌷🌷 ....ayee hayy this lyrics🔥🔥. Love you papon da😍

  • @poraghandique6020
    @poraghandique6020 Жыл бұрын

    ❤❤ প্ৰায় পাঁচ বাৰত কৈও বেছি শুনিলোঁ গীতটি ,বুজাব নোৱাৰা এক অনুভৱ । Superrrr song

  • @matiabora3945
    @matiabora3945 Жыл бұрын

    বহুত বহুত ভাল লাগিল গানটো।❤️❤️❤️

  • @ankuman462
    @ankuman462 Жыл бұрын

    ❤❤❤ কোৱানা, তোমাক আৰু কিমান বেছি ভাল পাম? কিমান, কিমান, কিমানলৈ???? হৃদয় দিলোঁ, মৰম দিলোঁ, বিষাদ দিলোঁ, আৱেগ দিলোঁ, অনুভৱ দিলোঁ, সাগৰৰ গভীৰতালৈ, আকাশৰ উচ্চতালৈ আৰু বতাহৰ প্ৰসাৰতালৈ, কোৱানা কিমান, আৰু কিমানলৈ তোমাক মই ভাল পাই যাম ❤

  • @chinmoyborah3572
    @chinmoyborah3572 Жыл бұрын

    আপোনাৰ গানবোৰে আমাক এনে এখন পৃথিৱীলৈ লৈ যায় য'ত কেৱল সুখ থাকে,হাঁহি থাকে।আপুনি আমাৰ বাবে প্ৰাণৰো প্ৰাণ ❤

  • @BishnuDas-fc9gl
    @BishnuDas-fc9gl Жыл бұрын

    বহুত বাৰ শুনিলো। সচাকৈ এইয়া প্ৰকৃত সৃষ্টি সংগীতৰ।প্ৰাণ ঢালি গাইছে পাপন দাই।বাৰে বাৰে শুনিলেও আমনি নালাগে অ❤❤❤❤

  • @sanjibdas06
    @sanjibdas06 Жыл бұрын

    বেলেগতকৈ বেলেগ , এয়াই হৈছে আমাৰ মৰমৰ পাপন দা ❤❤❤

  • @xibagogoi1456
    @xibagogoi1456 Жыл бұрын

    আপোনাৰ নতুনে হওঁক বা পুৰণি গীতেই হওঁক শুনি আমনি নলগা গান বুৰৰ মাজত আকৌ এটা শুনি আমনি নলগা গান "মৃগতৃষ্ণা'' । L❤️VE Y❤️U Papon daa... আপোনাক লগ পোৱাৰ আশাৰে..

  • @LuckyAbhi9883
    @LuckyAbhi9883 Жыл бұрын

    One of the favourite singer ❤️❤️❤️❤️... পাPON দাৰ অনুৰাগী সকলে like কৰিব 👍

  • @lolguy1462
    @lolguy1462 Жыл бұрын

    Habibi papon da gana gati toh Mera Dil darakti and papon da ka sab fan like kar deti

  • @a2z278
    @a2z278 Жыл бұрын

    আপোনাক কেনেকৈ বুজাম আপোনাৰ কাৰনেই আজি জীৱনটোৰ প্ৰতি মোহ বাঢ়িছে মোৰ..প্ৰেমত নপৰা মানুহজনকো প্ৰেমত পেলাই দিব আপুনি ..এনেকুৱা কন্ঠ আপোনাৰ ❤

  • @jibonjyotigogoijibonjyotigogoi
    @jibonjyotigogoijibonjyotigogoi Жыл бұрын

    Papn dak Kune Kune val puwa ata like kora❤❤❤

  • @dipuboruah7300
    @dipuboruah7300 Жыл бұрын

    অৱশেষত অপেক্ষাৰ অন্ত পৰি এটি সুন্দৰ গীত শুনিবলৈ পালোঁ। উফ, দিগ দিগন্ত দা ইমান এটা সুন্দৰ উপহাৰ ❤

  • @indraneelkachari9130
    @indraneelkachari9130 Жыл бұрын

    পাপন দা এই কাৰণেই বেলেগতকৈ বেলেগ.... সুকীয়া সুৰ সন্ধানী .... এবছৰ দুবছৰ ৰৈ দিব লগা হয় এই বিশেষ মৌ বৰষা জীপাল শব্দৰ মায়াসনা বতাহ জাকলৈ ...

  • @dhritiraninath6262
    @dhritiraninath6262 Жыл бұрын

    গানটো শুনাৰ পিছত হৃদয়ৰ কোনোবা খিনি বাজি থাকে❤❤ইমান ধুনীয়া গান..সচাঁকৈ শুনিলে শুনি থাকিব মন যায়....শব্দবোৰ কানত বাজি থাকে.❤❤

  • @dgogoientertainment1953
    @dgogoientertainment1953 Жыл бұрын

    সময় লব কিন্তু এনে দৰে সুন্দৰ গান দি যাব । শুনি আমনি নলগা গান। ধন্যবাদ .....

  • @xhobdo
    @xhobdo Жыл бұрын

    পাপন দা, মৃগতৃষ্ণা গীত শুনি খুব ভাল লাগিল 🤍🫶 অনেক শুভেচ্ছা ❤️

  • @user-mv1iv4je3r
    @user-mv1iv4je3r Жыл бұрын

    সচাকৈ বৰ সুন্দৰ গান গায়ছে পাপন। দা । মোৰ হিদয়ৰ প্ৰতিটো কোনত আপোনাৰ গানটো সোমাই পৰিছে ❤❤❤

  • @debosriboruah4600
    @debosriboruah4600 Жыл бұрын

    পাপনদা আপুনি অনন্য, অতুলনীয়।মন হৃদয় ভৰি গল বহু দিনৰ মূৰত।❤️

  • @jyotirmoymahanta3506
    @jyotirmoymahanta3506 Жыл бұрын

    তুমি সদাই অনন্য আৰু পৃথক পাপন দা 🤍

  • @himantalukdar8380
    @himantalukdar8380 Жыл бұрын

    Paponda Aei gaan to mur hridoy sui goise aru apunar voice aru music , ufff ... Ki kom mane iman bhaal lagise❤️❤️love you Paponda ❤️❤️

  • @haradhan60030
    @haradhan60030 Жыл бұрын

    গানটোৰ গভীৰতা বিশাল, ধুনীয়া লাগিল শুনি ❤❤❤😊 Love you Papon Da

  • @jutikachakrabartyofficial3843
    @jutikachakrabartyofficial3843 Жыл бұрын

    দেউতাই আজি কৈ আছিল ৷আপোনাৰ গান হেনো তেওঁৰ ভাল লাগে,গানবোৰ খুব হেনো ধীৰস্থিৰ একদম আপোনাৰ দৰে৷❤ love from Nalbari

  • @PriyaMellowMelodies
    @PriyaMellowMelodies Жыл бұрын

    Khub dhuniya hoise dada. Xosakoi hiya xat pori gol ❤

  • @gopalkrishnapegu5053
    @gopalkrishnapegu5053 Жыл бұрын

    বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ❤️ আশা কৰিছোঁ আকৌ পাপন দাৰ কণ্ঠত গীতটো প্ৰাণ পাই উঠিব। শুভ কামনা থাকিল ❤️

  • @bastav389

    @bastav389

    Жыл бұрын

    End of waiting 🎉

  • @gopalkrishnapegu5053

    @gopalkrishnapegu5053

    Жыл бұрын

    ​@@bastav389❤️🤝❤️

  • @pranabkumar4000
    @pranabkumar4000 Жыл бұрын

    বিশাল গভীৰতা পূৰ্ণ গানটো শুনি খুব ভাল লাগিল 🙏🏻

  • @curly_V_
    @curly_V_ Жыл бұрын

    Uff❤❤ language does not need understanding if u feel the music 😇

  • @RatulReehit
    @RatulReehit Жыл бұрын

    Your voice always❤❤❤🙏..iman dhuniya kotha,xur...jenedhoronor geet apunar pora axa koru tenekuwai pao..THANK YOU MRIGATRISHNA❤❤🙏

  • @ringkuhajong8997
    @ringkuhajong8997 Жыл бұрын

    পাপন যাৰ নামেই যথেষ্ট অন্তৰ স্পৰ্শ কৰি যায়। ❤️❤️ From ধেমাজী

  • @ekalavya1233
    @ekalavya1233 Жыл бұрын

    বুকুখন গভীৰ হৈ আহে দাদা.... মৃগতৃষ্ণা হৈ ক্ৰমশ:..... হেৰাই যোৱা ধূসৰ স্মৃতিবোৰ....দুচকুত ভাহে....

  • @dikshitabarman4390
    @dikshitabarman4390 Жыл бұрын

    ইমান ধুনীয়া।।এনেকুৱা গানলৈ ৰৈ থকা হয়।❤

  • @tridipdowarah6957
    @tridipdowarah695711 ай бұрын

    Dark room+ midnight+ felling alone+ fav= what a great feeling

  • @Joonak256
    @Joonak256 Жыл бұрын

    সকলোতকৈ প্ৰিয় মোৰ পাপন দা 😌❤ গান বোৰো খুব প্ৰিয় ❤❤

  • @deegdiganta6868
    @deegdiganta6868 Жыл бұрын

    মোৰ হৃদয়ৰ সমস্ত সেউজীয়া খিনিকে বাকি দিছোঁ “মৃগতৃষ্ণা''ত আশাকৰোঁ মৰম বুলাই যাব🌼🌿 ধন্যবাদেৰে... দিগ দিগন্ত🌾 #DeegDiganta

  • @assamesecomputer8288

    @assamesecomputer8288

    Жыл бұрын

    Dhunia lgise🥳

  • @Potou-mx8jl

    @Potou-mx8jl

    Жыл бұрын

    দাদা এনেকুৱা গান আকৌ পাব লাগিব কিন্তু পাপন দাৰ কন্ঠত ❤❤।

  • @kajuborah5082

    @kajuborah5082

    Жыл бұрын

    Xundr hoise

  • @northeastjobexamination6714

    @northeastjobexamination6714

    Жыл бұрын

    Hundor diganta

  • @haluakhelebgmi5565

    @haluakhelebgmi5565

    Жыл бұрын

    সুন্দৰ সৃষ্টি 🎉🎉🎉

  • @kamalborah98
    @kamalborah98 Жыл бұрын

    বহুত ভালপাওঁ ককাইদেউ আপোনাৰ গীত বোৰ ❤❤❤ উফ্ মৃগতৃষ্ণা❤❤❤

  • @thecheerfulsoul111
    @thecheerfulsoul11110 ай бұрын

    Iman hundor ❤❤❤

  • @biswa7510
    @biswa7510 Жыл бұрын

    10 ber man xuniloo 🔥🔥🔥 Ultimate

  • @paponunofficial9984
    @paponunofficial9984 Жыл бұрын

    I think this song will create a different feeling in everyone's heart. Waiting for your blast Papon Da ❤🎉🥺

  • @navakamalboruah6651
    @navakamalboruah6651 Жыл бұрын

    পাপনদা বৰ সুন্দৰ হৈছে। 🙏 ধন্যবাদ এনে এটি গান আমাক উপহাৰ দিয়াৰ বাবে।

  • @Chem847
    @Chem847 Жыл бұрын

    I don't understand the lyrics anything, I can only feel it ❤ what a Voice Papon Sir ❤..

  • @MriduPabon.
    @MriduPabon. Жыл бұрын

    Music ke dhunia krise...papaon dai harkat kisuman emn dhunia koi dise❤❤❤

  • @rjbaishya6436
    @rjbaishya6436 Жыл бұрын

    যোৱা কালি কৈছিলো লগৰ এটাক পাপন দাই কি ভাবি আছে আজি পালোঁ ইমান দিনৰ অপেক্ষাত সুন্দৰ গান ❤

  • @bijuchetia4765
    @bijuchetia476511 ай бұрын

    সুন্দৰ মিগতৃষা❤️❤️❤️বহুত মৰম সোনিলে আমনি নালাগে,, পাপন দা❤️

  • @dikeshmoran3754
    @dikeshmoran3754 Жыл бұрын

    বহুত ভাল লাগিল মৰমৰ পাপন দা🥰💗

  • @mixboylifestyle1841
    @mixboylifestyle184110 ай бұрын

    Hridoyore karengote line keita uff ki mitha huniboloi 😢❤❤

  • @Ig_SimantaYT
    @Ig_SimantaYT Жыл бұрын

    ভাষা নাই আৰু আপোনাৰ মহিমা ❤ বহুত ধুনীয়া লাগিলে আগলৈ আশা কৰিলোঁ!

  • @ashiqvlog2605
    @ashiqvlog2605 Жыл бұрын

    Waiting..... Sunday dhamaka

  • @312Nilutpol
    @312Nilutpol Жыл бұрын

    গানটোৰ জৰিয়তে কাৰোবাক পাহৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছো😊😔

  • @amitbhakay9759
    @amitbhakay97598 ай бұрын

    I wish the song is in Hindi. I didn't understand but the voice is magical as always.

  • @Animegirl00000
    @Animegirl0000010 ай бұрын

    আপোনাৰ গীত আৰু ভাষাৰে প্রকাশ কৰিব পাৰি নে❤🎧👀গীতবোৰ সদায় প্রিয় আৰু প্রিয় হৈ থাকিব লগতে আপুনি ❤

  • @sukhi_Ind
    @sukhi_Ind Жыл бұрын

    হৃদয়ত স্পৰ্শ কৰিল।। ❤🥰🥰 বহুত বেছি ভাল লগা এটি বিশেষ ধৰণৰ সুন্দৰ গীত।।

  • @rituraj1135N
    @rituraj1135N Жыл бұрын

    বৰ সুন্দৰ লাগিছে গীত তী। 🙏❣️

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial Жыл бұрын

    Papon দাৰ গান মানেই যাৰ কন্ঠত মধুৰতা....🥀 সুন্দৰ মিগতৃষা ❤

  • @kanikadas8245

    @kanikadas8245

    Жыл бұрын

    0:56 ❤❤😂😂

  • @kanikadas8245

    @kanikadas8245

    Жыл бұрын

    🎉

  • @kanikadas8245

    @kanikadas8245

    Жыл бұрын

    মেঘা ৰঞ্জনী ‌য়ে ভি ডি উ কৰিলে আৰু সুন্দৰ লাগিব ,,,, তেওঁৰ ‌নাছোনত‌‌ গাটোয়ে গানটোই প্ৰাণ‌ পাই উঠিৱ,,,❤❤❤

  • @priyanujhazarikaofficial

    @priyanujhazarikaofficial

    Жыл бұрын

    @@kanikadas8245 umm hosa Kotha

  • @jyotishmannath9011
    @jyotishmannath9011 Жыл бұрын

    বহুত ধুনীয়া লাগিল দাদা❤❤❤

  • @bhrigusaikia-dc9lr
    @bhrigusaikia-dc9lr Жыл бұрын

    কথাবোৰে বুকুৰ জীয়া কেনভাচত আকৌ তেওৰ নামৰ আৱিৰ সানিলে❤️

  • @uttamjitkachari5725
    @uttamjitkachari5725 Жыл бұрын

    এটা কবিতাৰ স্মৃতি। আজিও মনলৈ আহে; "সুন্দৰ পাপনা দা❤❤"

  • @manjumathur4784
    @manjumathur4784 Жыл бұрын

    Watching your Video from Masai Mara. Papon sounds great in any part of the world. Mrigatrishna 👍👌

  • @deepjyotikalita2146
    @deepjyotikalita2146 Жыл бұрын

    কথা, সুৰ, কণ্ঠ সকলো সুন্দৰ মাথো সুন্দৰ ❤️❤️ Ur songs doing work like heal for me dearest Papon daa❤️❤️❤️ always love you ❤️

  • @sharifuzzamanchowdhury2177
    @sharifuzzamanchowdhury21778 ай бұрын

    কী দরদ! কী কন্ঠরে বাবা! . এক সময় আসামের কিংবদন্তী কণ্ঠশিল্পী, গীতিকার ও সুরকার ভূপেনদার গান ছিল আমাদের গলায় গলায়। এবার আরেক ভিন্নমাত্রার দরদী কণ্ঠশিল্পীকে শুনলাম। বিশেষকরে এই গানটি অনেকবারই শুনলাম। দাবী রইলো গানটি তিনি বাংলাতেও গাইবেন। . পাপনদা, শ্রদ্ধা জানবেন বাংলাদেশ থেকে 🇧🇩। (Assamese through Google Translate. May Differ 🙏… কি কৰুণ! কি মাত দেউতা! . এসময়ত অসমৰ কিংবদন্তি কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ ভূপেনদাৰৰ গীত আমাৰ ডিঙিত আছিল। এইবাৰ আন এজন বেলেগ স্তৰৰ দয়ালু গায়কৰ কথা শুনিলোঁ। বিশেষকৈ এই গীতটি মই বহুবাৰ শুনিছো। তেওঁ বাংলা ভাষাতো গীতটি গোৱাৰ সম্ভাৱনা আছে। . পাপনদা, বাংলাদেশৰ পৰা আপোনাক সন্মান জনাইছো 🇧🇩 ।)

  • @ABHIJITBDCTG
    @ABHIJITBDCTG Жыл бұрын

    পাপনের গান বিশেষ কিছু অসাধারণ অপূর্ব ❤️❤️

  • @nirupamaboro3370
    @nirupamaboro3370 Жыл бұрын

    Papon da apunar gaan khunile.. mind fresh hoi jai..love this song🙏❣️

  • @avijitmedhi241
    @avijitmedhi241 Жыл бұрын

    Papon voice is like rain in the desert ❤🎧

  • @hiraksvlogs2940
    @hiraksvlogs2940 Жыл бұрын

    Agor papon daa ghuri ahise 💕💕💕💕 lyrics ot bohut ghovirota ase 👍👍 always good

  • @chetanborah8496
    @chetanborah8496 Жыл бұрын

    উফ গৰম বোৰো যেন পাতল পাতল লাগিছে ❤

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Жыл бұрын

    পাপন😍__দাৰ সুৰৰ ৰাগীত 🎶 মই এখন বেলেগ পৃথিৱীত🌐 গুছি যাও❤❤❤❤

  • @manjitdas5714
    @manjitdas571410 ай бұрын

    Papon kokaideu ekhonai tu hridoi ru kiman jikibi.Kuxole rakhak tuk nedekha jone.

  • @Lx_marcury
    @Lx_marcury Жыл бұрын

    Bohut bohut dhuniya lagise xuni papon daa hridoy sui goise ❤

  • @bhaigyajitborah8932
    @bhaigyajitborah8932 Жыл бұрын

    উফ ❤️ যাদুকৰী পাপন দাৰ অন্যন্য এক বিলাসী ৰহণ । জড়িত সকলোলৈ অলেখ ধন্যবাদ এনে এক সৃষ্টিৰ বাবে🙏

  • @manashjyotisaikia6796
    @manashjyotisaikia6796 Жыл бұрын

    বহুত ডাঙৰ উপহাৰ এটা দিলে দাদা ❤️ বহুত মৰম আপোনালৈ💖 কুশলে থাকক❤️

  • @debasishborah3097
    @debasishborah3097 Жыл бұрын

    Congratulations Papon Da, Bohut Bohut Xundor Gaan, Always Be Happy

  • @imluhit
    @imluhit Жыл бұрын

    নিয়ৰ সেমেকাৰ পিছত এইটো গীতটো♥️

  • @SarupaSonowal-dq3vx
    @SarupaSonowal-dq3vx Жыл бұрын

    Wow .. ki kom ... Bohut bor dhuniya gaan dada...

  • @rajdeeponowal1989
    @rajdeeponowal1989 Жыл бұрын

    সুৰৰ মাজত শব্দ হেৰাই গৈছে💕🎶 কি সুৰ ! কি কণ্ঠ!

  • @Axomlofiboy11
    @Axomlofiboy11 Жыл бұрын

    গীত টি শুনি হিয়া সাতপৰি গ'ল পাপন দা সকলোঁ সময়তে প্ৰিয় ❤❤

  • @pranjitborah2872
    @pranjitborah2872 Жыл бұрын

    Uff papon daa... ki kom... hridoy sui goise... iman dhunia lyrics...Love you...😍

  • @Mainaa234
    @Mainaa234 Жыл бұрын

    বাহিৰত বৰষূণ 🌨️🌨️🌨️ কানত earphones অন্তৰত পুৰণি স্মৃতি সজীৱ হৈ উঠিছে।।।কি আছে আপোনাৰ মাতত প্ৰতিটো গানতেই এক বিশেষ অনুভৱ এক বিশেষ প্ৰাপ্তি ❤️❤️ এবাৰ শুনিলে আকৌ বাৰে বাৰে শুনিবলৈ মন যায় ❤️ কিমান বাৰ যে শুনিছোঁ হিচাপ নাই।।। জোনাকী ৰাতিৰ পৰা আৰম্ভ কৰি এইটো গীতলৈকে এক বিশেষ প্ৰাপ্তি অনুভৱ কৰি আহিছোঁ।।।।।। আপুনি সচাকৈ বিশেষ ♥️♥️কি আছে আপোনাৰ মাতত এবাৰ শুনিলে মনেই নভৰে

  • @dipankarsaikia7287
    @dipankarsaikia7287 Жыл бұрын

    পাপনদা আপোনাৰ গানৰ মাদকতাই সুকীয়া দেহ মন জুৰাই যায় ❤❤

  • @rashmirekharajkumari6178
    @rashmirekharajkumari6178 Жыл бұрын

    উফফ কি সুন্দৰ কন্ঠ মন চুই গ'ল 😌❤️

  • @SMkitchen23
    @SMkitchen23 Жыл бұрын

    বহুত অপেক্ষা অন্তত ❤️❤️❤️❤️❤️❤️ শব্দবোৰে পাগল কৰিব❤😊