মন্ত্ৰী অতুলে বোৱাই নিয়া উন্নয়নক বিচাৰি চলাথ কৰিছে সমষ্টিবাসীয়ে!

🔹মন্ত্ৰী অতুলে বোৱাই নিয়া উন্নয়নক বিচাৰি চলাথ কৰিছে সমষ্টিবাসীয়ে!
🔹অতুলৰ উন্নয়নক লগ পালেই ভালকৈ ধুব ক্ষোভিত ৰাইজে!
🔹ৰ'ব ৰ'ব..... প্ৰতিবেদনখন নুচুৱাকৈ পথাৰলৈ ৰোৱনি খোজ কাঢ়ি যোৱা বুলি ভুল নুবুজিব!___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 13

  • @purbakantabarman431
    @purbakantabarman43124 күн бұрын

    ৰাইজে ৰাস্তা বান্ধি খৰচৰ হিচাপে দিয়ক আৰু মন্ত্ৰী য়ে টকা খিনি আবন্তন দেখুৱাই খাই থাকক।

  • @puspadhardowarah1932
    @puspadhardowarah193224 күн бұрын

    ভাল দিছে আপুনি মহাশয়;আপুনি ভাল এসেকা দিব জানে!

  • @hemantaborgohain4493
    @hemantaborgohain449324 күн бұрын

    অগপ দলৰ ভেটি এইবাৰ এই বিশেষ দুজনৰ বাবেই উচন হ'ল ।

  • @rajuhandique574
    @rajuhandique57424 күн бұрын

    Akou abar vote Mar Atul bora jinda bad❤❤❤

  • @ratulnath9715
    @ratulnath971524 күн бұрын

    Mojja

  • @gutungdipakpegu2134
    @gutungdipakpegu213423 күн бұрын

    মজা কথা ,ইও এক BJP ৰ পৰিবৰ্তন , সেই কাৰণে আকৌ এবাৰ মুদী আৰু হেমন্ত চৰকাৰ গঠন হ‌ওক আৰু মজা পাওক / মজা ল‌ওক ।

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r23 күн бұрын

    এ কিনো কয় ' অ :বাটৰ ওৰত হোৱা বোকাৰ মাজতেই তো উন্নয়ন লুকাই আছে।জনতাৰ শৰীৰৰ প্ৰতি লক্ষ ৰাখি ৰাস্তা পকী কৰা নাই পদাচাৰীয়ে খোজ কাৰোতে পিচলখাই পকা ৰাস্তাত পৰিলে হাত ভড়ী নাভাঙিব যানো।বোকাৰ ওপৰত পৰিলে হাত ভড়ি দুৰৰেই কথা গমেই নাপাব পৰিলেনে থিয় হৈ আছে। দূৰৰ্দশীতা বুজিছে।

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco255923 күн бұрын

    অতুল ছাৰৰ বোকাখাট বাসীলৈ অতুলনীয় উপহাৰ ।।😅😅😅😅😅😅😅

  • @dipkamaldeka9696
    @dipkamaldeka969624 күн бұрын

    বোকাখাটত কি বোকা নাথাকি শিল থাকিব নেকি মহোদয়। মূৰ্খক ৰজা পাতিলে অবস্থা এনেকুৱাই হ'ব।

  • @Sksjhdebsbsgs
    @Sksjhdebsbsgs23 күн бұрын

    Boriya , aru beya hbo lage

  • @TAPASH.R
    @TAPASH.R23 күн бұрын

    Kam nohowa MONTRI AEIBILAK... Haribo lage aeibar bjp sarkar

  • @pranjal1393
    @pranjal139323 күн бұрын

    বোকাতেই পদুম ফুলে। BJP ❤

  • @RupkantaPathori-sk3ru

    @RupkantaPathori-sk3ru

    23 күн бұрын

    কি কয় হে পুনৰ কেই লাখ মান টকা খৰছ কৰিলেই পুনৰ জিকিব ।

Келесі