'মই চতুৰ্থ শ্ৰেণীত ৪বাৰ ফেইল কৰিছিলোঁ, অষ্টম শ্ৰেণীলৈহে পঢ়িলোঁ, বিদ্যালয়ৰ চকীদাৰৰ চাকৰি কৰিছিলোঁ...'
'মোৰ দেউতা এজন ড্ৰাইভাৰ আছিল; মই চতুৰ্থ শ্ৰেণীত ৪বাৰ ফেইল কৰিছিলোঁ, অষ্টম শ্ৰেণীলৈহে পঢ়িলোঁ; বিদ্যালয়ৰ চকীদাৰৰ চাকৰি কৰিছিলোঁ কিন্তু ইচ্ছা আছিল এগৰাকী গায়ক হোৱাৰ...'
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Пікірлер: 89
ভবেশ দা আপোনাৰ গীত বোৰ এতিয়াও আগৰদৰে হিদ হৈ আছে ,
হয় দে । বৰ ট্ৰেজেদি । মানুহ একান্ত মণে কষ্ট কৰিলে ফল এদিন পাবই । কুমাৰ ভবেশৰ কথোপকথন খিনি মই ভাৱো নতুন প্ৰজন্মক প্ৰেৰণা দিব । জীৱনত কৃতকাৰ্য পাবলৈ কষ্ট কৰিবই লাগিব ।
আপোনি ইমান কম পঢ়া বুলি ভবা নাছিলো। আপোনাৰ মনৰ কথাখিনি অতি সুন্দৰকৈ উলিয়াই আনি ৰাইজৰ আগত দাঙি ধৰা নিপদালৈ আন্তৰিক অভিনন্দন জনালো🙏🙏🙏💐
@b.kalita1381
7 ай бұрын
Oo moi xunisu mal khai dholong polong ke pantan high school or pora Chhagaon ahi paisil apuni maje maje. Mane Mohadi asil
@dimbeswarrajbongshi7588
7 ай бұрын
@@b.kalita13816
@gungung2548
7 ай бұрын
😂
ভৱেশদা অমায়িক আৰু সৰলতা খুবেই ভাল লাগে।
প্ৰত্যেকজন কৃতকাৰ্য ব্যক্তিৰ অন্তৰালত থাকে বিচিত্ৰ অভিজ্ঞতা। ভাল লাগিল তেখেতৰ বিষয়ে জানি।
অভিজ্ঞতাই মানুহক পৰিপুষ্ট কৰে লগতে বিভিন্ন ঠাইৰ মানুহৰ সম্পৰ্কই মানুহক মানুহ হোৱাত সহায় কৰে...!!
He is honest singer
Kumar bhabesh Daa rrr babe ata like diya
অশেষ ধন্যবাদ ভবেশ ডাঙৰীয়া ,সচাঁকৈ বহুত ব্যয়বহুল পৰিসৰৰ মনৰ ব্যক্তিত্বৰ অধিকাৰী ,ইমানবোৰ সচাঁ কথা ,কোনোধৰনৰ লুক ঢাক নকৰাকৈ মনৰ কথাবোৰ কেমেৰাৰ সন্মুখত কবলৈ কুণ্ঠাবোধ নকৰা শিল্পীজনাক অশেষ ধন্যবাদ জনালো ,লগতে মহান শিল্পীজনাৰ মধুৰ ভৱিষ্যত কামনা কৰিলো ।
কুমাৰ ভবেশক বহুত ভাল পাও❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
কুমাৰ ভৱেশ দাৰ বিষয়ে জানি বহুত ভাল লাগিল...সদায় ভালে থাকক দাদা 🙏💙
Bahut bahut bhal lagil❤❤❤❤
Congratulations bhabesh daa 🎉🎉
Real hero
Bohut Val Lagil🎉🎉🎉
My fav singer bhabesh daaa
Dada all time favourite ❤
Real Hero 👍
Mur vla loga hilpi..👍👍
My favourite singer
Bhal lagil❤
Kumar bhaves r story interesting..pohaxunat beya asil jodio manuhjon dynamic...."e mai bhat di bhat khai jao" corona mohamari/ductar babu hote/ vecsin dibo lagsi..eibar akow banpani r uporat gaan..tammam bhaves da god bless u
Khub.val.lagil.tew.jadiu.papular.singar.hal.kintutew.scholat..murhat.bahi.tew.nijake.mahanatar.parisay.dile.
শিক্ষকৰ পদ পূৰণৰ ব্যৱস্থা কৰা হৈছে কিন্তু অবিবাহিতা যুৱতী সকলৰ (ভেন্সাৰৰ) আৰু বিধবা মহিলাৰ বয়সৰ সময়সীমা অলপ ৰেহাই দি নিযুক্তিৰ ব্যৱস্থা কৰিলেহেঁতেন!!!
@apurbadas4151
7 ай бұрын
৩০% মহিলাৰ কাৰণে সংৰক্ষিত!! বাকি ৭০% তো দখল আৰু কি নালাগে??? পুৰুষে চাকৰি পালে চাকৰি নথকা ছোৱালী বিয়া পাতিব পাৰে,,, কিন্তু চাকৰি কৰা মহিলায়ে চাকৰি নকৰা পুৰুষৰ সতে সংসাৰ কৰাব কিয় নোৱাৰে??? গতিকে পুৰুষ সকলকহে বেছি সুবিধা দিব লাগে
@minubegum311
7 ай бұрын
সকলো সলনি হ'ল ভাইটি! আজিৰ ল'ৰায়ো চাকৰিয়াল ছোৱালীহে বিচাৰে! বিয়া এটা সম্পূৰ্ণ সুকীয়া অধ্যয়! কিছুমান মানুহে নিজৰ বাবে ভাৱিবলৈ সময়-সুবিধা নাপায় দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত! ঘৰৰ দায়িত্ব আজি ছোৱালীয়েও বহন কৰি আছে! বাকী যি নহওঁক এই ৭০ শতাংশৰ মাজত ভাইটিৰ চাকৰিটো ঈশ্বৰে নিশ্চিত কৰক, কামনা কৰিলোঁ।
@apurbadas4151
7 ай бұрын
@@minubegum311 কিয় সংৰক্ষণ কৰিব লাগে??? পুৰুষ-মহিলা সকলৰ দক্ষতা বেলেগ বেলেগ নেকি???
Very nice 👌 interview
Moza
👌👌👌
Sir you look so healthy and young
Love you vobes da
Nice song
I like you But you are True speak ,
Ami graduate kori postaisu ...jene tene graduate kori palu .. .... ... grade 4 ami dbo nuarar krne apunalukei palei ... apulukar luck aslei hykrne palei ...
@mikealpran3142
7 ай бұрын
1990's r kotha aibilak
@Holaaa325
7 ай бұрын
Grade 3 di de
Nice
Super
❤❤❤
❤
My fevrt singer❤
Mojja ❤❤❤
Jiki nhouk moi bohut val pau dadak ❤❤❤
My fev singer ♥️🙏
Very Very Good ❤❤❤❤❤
Nice singer 😍😍
Real asol kotha a koise bokasuda a, Congratulations ❤❤❤❤❤❤❤
Nice 👍
❤❤
After Zubeen garg my favourite singer is zubeen garg ❤
@mthuborgohain1956
7 ай бұрын
😂
@nilkamaldas7580
7 ай бұрын
😂
My favorite 👨 hi bro
New song katia ulabo
Kumar Bhabesh gaan moi khoob vaal paau.
Bhal manuh dei
Mur hiya jole nedekhi tumak bohut puroni get jodio hodai siro notun jen lage
Moza.......😂
Eiit
Hu ,aiai jibon.
Moi porhi oha school khonote sokidar asila Bhabesh daa
Dehajan
I love you
😅😅😅❤
Last khini hahi rakhab nuwarilo .akole bhut hahilo😅
Bell bojua kothatu tamam jomoni.. 😂
Hi Bhabesh Rajgarh r kotha monot pore ne.Baruah r pan dokan
ও মা ভাত দিয়ে এ বৰ ভাল পাও ❤❤❤❤❤❤❤❤❤❤❤❤❤😂❤❤
Asolote batoribor besibhag misa buliye manuhe kuwa sunisu
😁😅😂👌💖👍
এতিয়াও এই কন্ঠ চিৰসেউজ
😂😂😂 good 👍
IV garde sakori tu apuni apoman korise ❤❤
@assameseboy2264
7 ай бұрын
তুমি চাগে 4rd Grade চাকৰি কৰা😂😂
@NikunjaRabha
7 ай бұрын
Jiye nhok kiya sakori tu ❤️
@b.kalita1381
7 ай бұрын
Nokoru moi vensar school or sakori
Modahi asil
Atiyau val huwa nai school khon tenekoi ase karon moi tare hoi
Kun eijon
😂😂😂
😂
atianu kounsa famous sudurvai dhekeri singer
@Rjyoti485
2 ай бұрын
1996 r pora 2002 loi hit asil.
বিয়া কৰা নাই নেকি ভবেশ দা এ
kumar bhabesh siror contact number tu pam nki?...important asil