মাত্ৰ দুটি বস্তুৱে তৈয়াৰ কৰা চক্ চকীয়া নাৰিকলৰ লাৰু, বৰ্ফি | Coconut ladoo,Barfi | two ingredients

#Taruphukan
নন্দিনী অসমীয়া মাহেকীয়া আলোচনীত প্ৰতিটো মাহত
তৰু চেতিয়া ফুকনৰ ৰেচিপি পঢ়ে ।উপকৃত হৈছো বুলি
ব্যক্তিগত ভাৱে বহুতে ফোন কৰে । মন ভৰি উঠে ।
থলুৱা বা অসমীয়া খাদ্য সম্ভাৰৰ লেখিকা হিচাপে মই পৰিচিত ।ভাৱিলো যদি Practically কৰি দেখুৱাও
তেন্তে সকলোৱে বুজাত সহায় হয় ।সেয়েহে KZread CHANNELটো খুলিলো ।
#মই ভবামতে সঁহাৰি /মৰম সকলোৱে পাইছো মোৰ মৰমৰ FB FRIENDS পৰা……ধন্যবাদ ও মৰম সদায় আছে । fbত আকোঁৱালি লোৱা দৰে ইয়াতো লোৱা বাবে
…………আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
#অসমৰ ৰাইজ তথা KZread lovers লৈ মোৰ বহুত বহুত ধন্যবাদ তেওঁলোকে মোক পূৰ্ণ সহযোগ আগবঢ়োৱা বাবে …আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
#কথা দিলো কেতিয়াও নিৰাশ নকৰো ।কোনো কাট্ কুট নকৰাকৈ আপোনালোকৰ মাজত বিলাই যাম নিজে জনাখিনি আৰু বুটলিম আপোনালোকৰ মৰম চেনেহ /এয়াই মোৰ আৰ্শীবাদ স্বৰূপ ।
মানৱ জীৱন খন্তেকীয়া ।ভাৰতীয় উপনিষদত আছে যি জানা শিকাই যোৱা নিস্বাৰ্থ ভাৱে ।

Пікірлер: 480

  • @jutikakalitadeka2344
    @jutikakalitadeka23444 жыл бұрын

    Baa Apunar Hat Dukhant Bhagobane Sage Jadu Di Pothaise.Sosakoi Apunar Hatere Bonowa Sakalobor Khowa Bostu a Dekhiboloi Akebare Nimoj aru atuloniya Sondorjayre Bhori Pora hy

  • @rinadutta7598
    @rinadutta75982 жыл бұрын

    আপুনি কৰি দেখালে ইমান উজু যেন লাগে বৰ ভাল লাগে। মই আপুনি দেখুৱা পিঠাগুৰি,নাৰিকল,গুৰ দি বনোৱা,ভাপত দিয়া পিঠা বনাই খালো।ঘৰৰ সকলোৱে ভাল পালে খাই বাইদেউ।আৰু নতুন নতুন ৰেচিপি দেখাই থাকিব বুলি আশা কৰিলো

  • @pinkubarua7377
    @pinkubarua73774 жыл бұрын

    Aponar hklo bor video moi salo baidew ru moi nije keitaman rcp bnai salo br dhunia hoise aponi jenekoi dekhaise thik tenekoi bnab try kriso...Moi ntun aponar frnd...

  • @reempathak50
    @reempathak502 жыл бұрын

    অতি সুন্দৰকৈ দেখু্ৱাই দিয়ে আপুনি ,🙏

  • @BeautiBegum-nt6mc
    @BeautiBegum-nt6mc28 күн бұрын

    Bohut val lagil baido moiu bonau tanakoi

  • @funnyguysfunny5710
    @funnyguysfunny57104 жыл бұрын

    Ba ba dhuniya bonayse kintu dekhile xau xau lage o baa

  • @mainabegum4281
    @mainabegum42814 жыл бұрын

    বাইদেউ বহুত ভাল লাগিছে মই বনাই চালো।

  • @nanghunpha
    @nanghunpha

    খুব ভাল লাগিল ।

  • @bigsmile7125
    @bigsmile71253 жыл бұрын

    Bhal lagil baar. Support koribo muku

  • @sanjibbora4366
    @sanjibbora4366 Жыл бұрын

    Baidau bihur hubassa apunale thakel.baidau mur laru bur tan nohoi.keman homoi vajebo lage.

  • @anupamakalita2554
    @anupamakalita2554

    Val lagise Diya ba.

  • @pankajdeuri4750
    @pankajdeuri4750 Жыл бұрын

    Very nice laddu recipe so thank you so much সুন্দৰ ভাৱে লাৰু তৈয়াৰ কৰিলে বাইদেউ

  • @rekhaozah1383
    @rekhaozah1383

    বহুত সুন্দৰ হৈছে প্ৰণালী প্ৰক্ৰিয়া।

  • @pinkidas839
    @pinkidas8394 жыл бұрын

    bahut dhunia hoice baido.

  • @swapnasonowal8888
    @swapnasonowal8888 Жыл бұрын

    আপোনাৰ হাতত যাদু আছে 👍👍..

  • @gautamkukreja3815
    @gautamkukreja38154 жыл бұрын

    Bhout dhuniya hoise

  • @porishmitabora8019
    @porishmitabora80194 жыл бұрын

    Sundar..baidau..eman sahaj bhabe dhuniakoi apuni recipe bilak dekhuae..bhal lage

  • @SuryaTimilsina-od4di
    @SuryaTimilsina-od4di Жыл бұрын

    🙏🏻🙏🏻Bahut val lagesey eman essay tarika apuni khikaesy ebar try korim

  • @rehenasmakeover6999
    @rehenasmakeover69993 жыл бұрын

    Video to sai bor dhoniya lagil

  • @junmoniborah7443
    @junmoniborah74433 жыл бұрын

    Moja lagil ,👌👌👌

Келесі