মানুহজনৰ প্ৰতিটো বাক্যতেই আপুনি পাব জীয়াই থকাৰ প্ৰেৰণা আৰু উদ্যম...

প্ৰেৰণাদায়ক কথাবোৰেৰে ছচিয়েল মেডিয়াত চৰ্চিত হোৱা মানুহজন...
প্ৰাইভেট চাকৰি কৰাটো লাজৰ কথা নহয় !
আপুনি বাৰু ধূপডাল জ্বলাওঁতে ঈশ্বৰৰ খবৰ সোধেনে ?
#baartalaap #chakrapaniparashar #assam #kkb #motivationalspeech #motivationalvideo #dibrugarh #assam #dhemaji
baartalaap
baarta_laap
Baartalaapdotin/
baartalaap.in/

Пікірлер: 283

  • @digitalcreatorassam
    @digitalcreatorassam Жыл бұрын

    দুয়োজনেই প্ৰিয়❤ যাৰ প্ৰতিটো কথাত সাহস পাওঁ❤

  • @mintudeka9667
    @mintudeka96677 күн бұрын

    কৃষ্ণ দা আপুনি যে ইমান আগবাঢ়ি গৈ আছে ভাল লাগিল 2010 ত আপোনাক লগ পাইছিলো Guwahati pt ত🙏🙏🙏

  • @prabitachutia448
    @prabitachutia44810 күн бұрын

    অনুষ্ঠান টো চাই খুউব ভাল লাগিল চক্ৰপাণি , ধন্যবাদ আগলৈ

  • @hiramonisaikiasaikiahiramo8827
    @hiramonisaikiasaikiahiramo8827 Жыл бұрын

    প্ৰিয় মানুহ দুজন ❤️❤️🤗😍🥰

  • @charubaruah8843
    @charubaruah8843 Жыл бұрын

    বাৰ্তালাপ সদায় হেঁপাহৰ । আজিও প্ৰাণ ভৰি পৰিল । শ্বেয়াৰ কৰিলোঁ ।

  • @rumibegum611
    @rumibegum611 Жыл бұрын

    সচাকৈ দুয়োজনকে বহুত ভাল লাগে।❤❤

  • @user-ew2qs1bq5w
    @user-ew2qs1bq5w4 ай бұрын

    প্ৰিয় মানুহ দুজন ❤❤

  • @jintuhazarikaofficial4054
    @jintuhazarikaofficial4054 Жыл бұрын

    কবলৈ ভাষা নাই ... কথাবোৰ শুনি ভাল লাগিছে। ❤

  • @MridusmitaMahanta-qm1zr
    @MridusmitaMahanta-qm1zr Жыл бұрын

    দুয়োজনেই বহুত প্রিয় হয়❤️ চক্ৰ দাৰ কথাত যাদু আছে আৰু KKB ৰ চিন্তাধাৰা আৰু কথাও just salute

  • @sarmilaekka1181
    @sarmilaekka1181 Жыл бұрын

    মোৰ প্ৰিয় দুয়ো গৰাকীক একেলগে দেখা পাই বহুত ভাল লাগিল ।মনত উৎসাহ প্ৰেৰণা যোগোৱা পজেটিভলী দুয়োগৰাকীৰ সুস্বাস্থ্যও দীৰ্ঘায়ু কামনা কৰিলোঁ ।ভগৱানে তেওঁলোকৰ মংগল কৰক।🙏জয় শ্ৰীকৃষ্ণ🙏

  • @parthapegu6016
    @parthapegu6016 Жыл бұрын

    একে মনৰ মানুহ দুজন ❤ ষ্পষ্টবাদী

  • @ParulMoranchetia-uo6mh
    @ParulMoranchetia-uo6mh Жыл бұрын

    আপোনাক বহুত ধন্যবাদ তেখেতক আপোনাৰ অনুস্থানলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে।

  • @user-gp4nn5sf2z
    @user-gp4nn5sf2z3 ай бұрын

    বৰ ধুনীয়া কথা, প্ৰেৰণাদায়ক আপুনি।

  • @putulkalita7782
    @putulkalita7782 Жыл бұрын

    ‌এখেতৰ প্ৰায়বোৰ ভিডিও চাও বহুত ভাল ভাল কথাবোৰ চ'ছি‌য়েল মাধ্যমৰ যোগেৰে প্ৰচাৰ কৰি থাকে ❤

  • @rashmiborah1103
    @rashmiborah11038 ай бұрын

    বৰ সুন্দৰ সাক্ষাৎকাৰ কবলৈ ভাষা নাই কোটি নমস্কাৰ 🙏🙏🙏🙏

  • @bhabanahazarika1748
    @bhabanahazarika1748 Жыл бұрын

    ভাল লাগে মানুহজনক,কথাবোৰে সাহস দিয়ে

  • @bindasspari1198
    @bindasspari1198 Жыл бұрын

    আৰু শুনিব মন আছিলে❤️ দুয়োজন ৰ কথা বোৰ এ প্ৰিয় ❤️❤️

  • @SN-bl8eu
    @SN-bl8eu Жыл бұрын

    দুয়ো জনেই মোৰ বৰ প্ৰিয় ব্যক্তি। তেখেত সকললৈ অভিনন্দন জ্ঞাপন কৰিলো।

  • @ponkiesaikia4038
    @ponkiesaikia4038 Жыл бұрын

    Bohut val lagile kotha bur huni... lots of love from Majuli...

  • @user-mt3su1wy6t
    @user-mt3su1wy6t Жыл бұрын

    কৃষ্ণ 🙏মই বিচাৰি থকা কথাবিলাক এখেতৰ ভি ডি অ বোৰত পাও 🙏ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতে হয় ভাগৱত ব্যাখা শনি যাওঁ নহয় এখেতৰ ভি ডি অ শুনো 🙏 তেখেতক ভগৱানে কৃপা কৰক 🙏

  • @parismitadas2236
    @parismitadas223613 күн бұрын

    Priyo manuh dujon ❤❤❤

  • @prodipdutta9794
    @prodipdutta9794 Жыл бұрын

    সুন্দৰ অনুষ্ঠান🎉🎉🎉❤

  • @bijuchutia1679
    @bijuchutia1679 Жыл бұрын

    উহ কবলৈ ভাষা নাই❤❤❤❤

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL Жыл бұрын

    দুয়োজন মোৰ খুৱেই প্ৰিয় ❤। মোৰ আদৰ্শ স্বৰূপ তেওঁলোক

  • @maheshsarmah6073
    @maheshsarmah6073 Жыл бұрын

    মোৰো বহুত ভাল লাগে। মোৰ গাৰ নোম শিয়ৰি উঠিছে। দুয়োজনকে ইমানে ভাল লাগে । মোৰ ভাষা নাই দুয়োজনৰে নং পালে সদায় এটা হ'লেও মেছেজ কৰিম।

  • @chumeesvlogs5241
    @chumeesvlogs5241 Жыл бұрын

    আৰু যেন শুনি থাকিম তেনে লাগিল, আপোনাক ধন্যবাদ

  • @bababhai9817
    @bababhai9817 Жыл бұрын

    KKB ❤️❤️❤️

  • @chimpisaikia958
    @chimpisaikia958 Жыл бұрын

    বহুত বহুত ভাল লাগিল । অনুপ্ৰেৰণা পাইছোঁ।

  • @keshabanandagogoi3907
    @keshabanandagogoi3907 Жыл бұрын

    দুয়োজনে মোৰ আদৰ্শ ,দুয়োজনকে লগ পাইছো ইমান ভাল লাগিল

  • @marchiarandharagogoi1476
    @marchiarandharagogoi1476 Жыл бұрын

    তেওঁৰ কথাবোৰে জিয়াই থাকিবলৈ সাহস দিয়ে ... বহুত সুন্দৰ কথা কয় আৰু সছা কয় ... মই ও তেওঁৰ পৰা বহুত কথা শিকিছো

  • @keteki99
    @keteki99 Жыл бұрын

    সুন্দৰ মনা ব্যক্তিত্বৰ অধিকাৰী কৃষ্ণ কমল দা

  • @lachitdeka8031
    @lachitdeka8031Ай бұрын

    সচাই মানুহ জনৰ কথা বিলাক বহুত ভাল লাগে।

  • @NabajyotiLahon-yv8qx
    @NabajyotiLahon-yv8qx8 ай бұрын

    দুয়ো জনেই প্ৰিয়ে যাৰ প্ৰতিটো কথাত সাহস পাঁও ❤।

  • @bikramkalita1215
    @bikramkalita1215 Жыл бұрын

    Kotha bur xunile xuni thakibor mon jai,jiyai thokar,kiba ata korar hipah dugun jagi uthy❤️❤️love u both

  • @nayanapatar2099
    @nayanapatar2099 Жыл бұрын

    এই মানুহজনক লগ পোৱা হ'লে। কথা বিলাক বহুত ভাল লাগে

  • @AkashDas-mp6ke
    @AkashDas-mp6ke Жыл бұрын

    মানুহ জনৰ এটা কথা ভাল লাগিল গীতা পঢ়িব দিছে সঁচাকৈ মইও second year t pohu মইও koun প্ৰত্যেক জন লৰা ছোৱালী য়ে পঢ়া ক সঁচাকৈ success পাবৈ কষ্ট কৰক

  • @tutumonidevi5448
    @tutumonidevi5448 Жыл бұрын

    ভাল লগা মানুহ দুজন 🙏

  • @anamikabania3112
    @anamikabania3112 Жыл бұрын

    Bahot bahot. bhal lagil. Mind blowing

  • @KalyanpumaBordoloi
    @KalyanpumaBordoloi Жыл бұрын

    My favourite ❤manuh jon

  • @kangkanabayan6006
    @kangkanabayan6006 Жыл бұрын

    সকাৰাত্মক ভিডিও lots of positivity lots of encouragement

  • @sumigogoi7148
    @sumigogoi7148 Жыл бұрын

    Bohut val lagil apunalukor kothbur👍👍

  • @gargikalita4230
    @gargikalita4230 Жыл бұрын

    সঁচাকৈ বহুত ভাল লাগিল❤.....অপেক্ষা 😌

  • @biswajyotibora6820
    @biswajyotibora6820 Жыл бұрын

    KKB da one of my best inspiration man👍

  • @arumonisaikia2694
    @arumonisaikia2694 Жыл бұрын

    দুয়ো জনেই বহুত প্ৰিয় ।

  • @barnalibora7974
    @barnalibora7974 Жыл бұрын

    Bohut vall Manuh 2jon.god bless ❤

  • @karishmasaikia7221
    @karishmasaikia7221 Жыл бұрын

    দুয়োজনেই প্ৰিয় ব্যক্তি

  • @animabaruah7162
    @animabaruah7162 Жыл бұрын

    ভাল লগা মানুহ দুই জনেই । ভাল লাগে কথাবোৰ।

  • @RodePresent
    @RodePresent Жыл бұрын

    বহুত সুন্দৰ কথা কয়।

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Жыл бұрын

    ভাল লাগে মানুহ জনক ,সাহস পাওঁ তেওঁৰ কথাত , কণ্ঠত সুকীয়া মাদকতা আছে তেওঁৰ ❤️🔥

  • @aninditasarmah3830
    @aninditasarmah3830 Жыл бұрын

    Bohut VL lage dadar kothabor bohut kotha janibo paru

  • @BharatiBhagawati-wc4mt
    @BharatiBhagawati-wc4mt Жыл бұрын

    দুয়োজনৰ কথোপকথন শুনি বৰ ভাল লাগিছে।

  • @kuldiplahon6747
    @kuldiplahon6747 Жыл бұрын

    বহুত বহুত ধন্যবাদ চকদা মই বহুত আশা কৰিছিলো এই মানুহজনৰ সাক্ষাত চাবৰ বাবে এও মোৰ খ

  • @gouridaimary4940
    @gouridaimary494010 ай бұрын

    🙏❤️❤️❤️❤️❤️❤️

  • @nilutpalsaikia9957
    @nilutpalsaikia9957 Жыл бұрын

    ভাল লাগে ❤❤❤ মানুহজনক ❤❤❤

  • @Sanjay12kalita
    @Sanjay12kalita11 ай бұрын

    Val lagil Krishna dar kotha huni

  • @ChakradharSaud-qq1rj
    @ChakradharSaud-qq1rj Жыл бұрын

    Really a encourging Video.

  • @AU07
    @AU0710 ай бұрын

    Bortoman Time Mng 3 ta bajise Olpman Demotivate Hoi asilu Atia Salu Full motivation palu Asolote Assam Police r Sakorir krne Lagi asu One Day😢❤ Aibar Last Try Atia Loike 16/17 Bar Hoi hoigol Val Lagil Sai Really 🥲❤️🥹

  • @rajitneog2540
    @rajitneog2540 Жыл бұрын

    Manuh jonr katha bilak bhut Val lge.vdio bilk sai Val lge.

  • @djnabadeep1623
    @djnabadeep16239 ай бұрын

    Both are my favourite....

  • @tulikabayan1058
    @tulikabayan1058 Жыл бұрын

    KKB❤❤

  • @akhilgogoi1869
    @akhilgogoi1869 Жыл бұрын

    Bhout bhout bhal lagil.

  • @sandhyadas7651
    @sandhyadas7651 Жыл бұрын

    দুই জন মোৰ বৰ পছন্দৰ

  • @dalimidevi4492
    @dalimidevi4492 Жыл бұрын

    Bohut val lagil aajir video tu sai,manuhjonor kothabor bohut val lage,bohut prerona powa jai teor video boror pora❤❤❤❤❤

  • @MunuDeka-ct7zr
    @MunuDeka-ct7zr Жыл бұрын

    ভাল লাগে দাদা আপোনাৰ কথাবোৰ...

  • @kushapegu7373
    @kushapegu7373 Жыл бұрын

    Good advice sir

  • @ajantabaruah3029
    @ajantabaruah3029 Жыл бұрын

    বৰ ভাল লাগিলে কথা খিনি শুনি

  • @kamalsarma417
    @kamalsarma41717 күн бұрын

    Bahut Val lagil ,

  • @makanibegum1548
    @makanibegum1548 Жыл бұрын

    Bartalapr dada mor favorite hoi. Bhut vl pao dada

  • @MonMayuri736
    @MonMayuri736 Жыл бұрын

    My favorite ❤

  • @Kalpanavolg123
    @Kalpanavolg123 Жыл бұрын

    এই মানুজন মই বহুত ভাল পাও তেও কথাবোৰ বহুত ভাল লাগে

  • @Rimpeedas2467
    @Rimpeedas2467 Жыл бұрын

    Val lagil bhut positive person hoi dekhilei possitive feel hoi. agte jetia mur montu Bea lage tetia motivational video sabole Hindi video sarch kribo lage kintu adin horthate kk da r video palu tetia pra teur video sabo lolu. amar axomotu je anekua keijon man motivational speaker ase bhut val lage proud feel koru.❤️❤️❤️

  • @VJvijoy
    @VJvijoy5 ай бұрын

    বহুত ভাল লাগিল

  • @pranabkalita842
    @pranabkalita842 Жыл бұрын

    Inspirable person...!!

  • @hemantadeka4644
    @hemantadeka4644 Жыл бұрын

    সুন্দৰ অনুষ্ঠান 🙂 অনুপ্ৰেৰণা পাইছোঁ।❤

  • @t.krishnaofficial2098
    @t.krishnaofficial2098 Жыл бұрын

    Manuh jonr kotha te dhoribo pari tru kenekua , nijot koi 5 bosror huru manuh jonok emn honman kori kotha bilak koise .❤😊

  • @Thaneshree

    @Thaneshree

    Жыл бұрын

    Lol

  • @arotitanti2537
    @arotitanti2537Ай бұрын

    2Jonei bohut priyo❤

  • @padmadutta3158
    @padmadutta3158 Жыл бұрын

    Video টো চাই বহুত ভাল লাগিল,

  • @mainabharali7604
    @mainabharali7604 Жыл бұрын

    2 জন দাদা মোৰ প্ৰিয়❤️❤️❤️

  • @dhontilikson3437
    @dhontilikson3437 Жыл бұрын

    Positive man ❤👍💪

  • @horiprosadchintey1741
    @horiprosadchintey1741 Жыл бұрын

    I love him

  • @travelwithyourpeace
    @travelwithyourpeace Жыл бұрын

    চিন্তা 😊

  • @Bhadrikchetia2015
    @Bhadrikchetia2015 Жыл бұрын

    Thank you 👍

  • @BorahsaikiaMunmishaan-gt1yo
    @BorahsaikiaMunmishaan-gt1yo Жыл бұрын

    দুয়োজনকে খুব ভাল লাগে

  • @user-yp7mu5pv7b
    @user-yp7mu5pv7b7 ай бұрын

    Bht dhunia lgl apnkr video sai ruu 100% motivational speaker

  • @user-gx2yf4gz9m
    @user-gx2yf4gz9m Жыл бұрын

    ❤❤

  • @jurirajkonwar1307
    @jurirajkonwar1307 Жыл бұрын

    বহুত ভাল লাগিল দেই কথাখিনি শুনি

  • @arotitanti2537
    @arotitanti2537Ай бұрын

    Bohut val lage 🎉

  • @pranjaldutta2079
    @pranjaldutta2079 Жыл бұрын

    ভাল লাগিল

  • @Nirmali19
    @Nirmali19 Жыл бұрын

    Khubai hundor ktha koisaaa❤❤

  • @pabitrakumarnath2565
    @pabitrakumarnath2565 Жыл бұрын

    তিভিত , ভাল লাগে বাস্তৱ ত দেখিলে হে লেখিম

  • @kakolihazarika9964
    @kakolihazarika9964 Жыл бұрын

    Bohut bohut bhal lagise video tu.

  • @himashreedevi8577
    @himashreedevi8577 Жыл бұрын

    Krishna kamal dada . Bohut besi val pao❤❤

  • @bulanboruah1823
    @bulanboruah1823 Жыл бұрын

    Bohut val lagil.thankyou.

  • @rumidevirumidevi7498
    @rumidevirumidevi7498 Жыл бұрын

    💐💐💐

  • @mintunath4516
    @mintunath4516 Жыл бұрын

    Khubei val lagil.

  • @chandanjyotiborah7639
    @chandanjyotiborah7639 Жыл бұрын

    যত বহি দিয়া তাতে চাকৰি পোৱা,ai কথাষাৰ bohut inspiring

  • @richiborarichibora5988
    @richiborarichibora5988 Жыл бұрын

    Khub val pou dadajonok teur kothat hahoh pou....

  • @PopyDevi-fj6kx
    @PopyDevi-fj6kx Жыл бұрын

    Duiu jonore kothabur bohut bohut val lage 💖

  • @santanasaikia9420
    @santanasaikia94202 ай бұрын

    ভাল লাগিল।

  • @Dolykalita1234
    @Dolykalita1234 Жыл бұрын

    মোৰ ভাল লগা মানুহ দুজন , তেওঁলোক দুজনে কোৱা কথাখিনিৰ পৰা বহুত সাহস পাওঁ আৰু বহুত কথা শিকো।।

Келесі